Gohpur White Horse Case : ডাঙৰীয়াৰ বগা ঘোঁৰাৰ ওলাল গৰাকী, কি কয় আই লম্ভা মহিলাসকলে? N18V

Поділитися
Вставка
  • Опубліковано 22 жов 2024

КОМЕНТАРІ • 355

  • @jitendrarabha4660
    @jitendrarabha4660 5 місяців тому +72

    আই লম্ভা মহিলাসকল হিষ্টেৰিয়া ৰোগৰ স্বীকাৰ হৈছিল,হৈছে৷এইসকলৰ মানসিক এটিয়াও সুস্থ নহয়৷হিষ্টেৰিয়া ৰোগৰ স্বীকাৰ কিয় হয়,কেনেকৈ হয়,কেতিয়া হয়?বিতংকৈ জানিবলৈ “অলৌকিক নহয় লৌকিক” নামৰ পুথিখন পঢ়িবচোন৷প্ৰকাশ --- বীণালাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পাণবজাৰ (গুৱাহাটী)৷

    • @pareshdas900
      @pareshdas900 5 місяців тому +6

      হিষ্টাৰিয় ৰোগ কেনেকুৱা , কি মানে, লক্ষণ কেনেকুৱা ।। প্ৰথম শুনিছো বাবে হে সুধিছো দেই, দাদা

    • @bishwajyotigogoi5368
      @bishwajyotigogoi5368 5 місяців тому +1

      Hoi moiu doubt korisilu survive in historia conditions

  • @nanigopal4399
    @nanigopal4399 5 місяців тому +59

    ভগৱান সকলোৱে বিশ্বাস কৰে কৰিব লাগে। কিন্তু এটা কথা সদায় মনত ৰাখিব লাগে মানুহ কেতিয়াও ভগৱান হব নোৱাৰে।মানুহ ৰূপী ভগৱানৰ পৰা দূৰত থাকিব নহ'লে জীৱনত শান্তি টো নহয়েই ভগৱানৰ ৰোষত পৰিব।
    মানুহৰূপী ভগৱানৰ পৰা দূৰত থাকক শান্তিৰে থাকক।।।ভগৱানে নিশ্চয় চকু মেলি চাব।

  • @mriduanil3342
    @mriduanil3342 5 місяців тому +170

    এই গাঁৱৰ সকলো লোককে স্কুলত নাম লগাই দিব লাগে । ইহঁতৰ শিক্ষা অভাৱ । নহলে ইহতে এদিন ডাইনী সজাই মানুহ মাৰিব ।

    • @Arupgogoi-dx6ce
      @Arupgogoi-dx6ce 5 місяців тому +10

      China .USA soboka pis palala Assam or tacknologiya

    • @iborah2923
      @iborah2923 5 місяців тому +3

      🤣🤣🤣

    • @pabitragogoi8654
      @pabitragogoi8654 5 місяців тому +3

      এইয়া আমাৰ পুৰণি কলীয়া নীতি নিয়ম, তই কিয় তেনেকৈ কৈছ?

    • @HumenBhuyan-bt3ok
      @HumenBhuyan-bt3ok 5 місяців тому

      ​কোনটো আমাৰ পুৰণি নীতি ?লোকৰ ঘোঁৰা আনি পূজা কৰাটো নে ?ডাইনী সজাই আনক হত্যা কৰাটো ?​@@pabitragogoi8654

    • @Manash_Pratim_sharma
      @Manash_Pratim_sharma 5 місяців тому

      ​@@pabitragogoi8654কি পুৰণি কলীয়া নিয়ম ??আমিও ভগৱানক পূজা কৰোঁ,ব্ৰাহ্মণ পৰিয়ালৰ হয়,কিন্তু এইবিলাক ভণ্ডামি হয়....বগা ঘোঁৰা rare পাবলৈ টান কাৰণ ইয়াত gene, dominant,recessive ৰ concept আহি যায়।কোনোবা দিনা কাৰোবাক ডাইনী বুলি কলে, দেখো মাৰি পেলাব l

  • @dilipk.bordoloi5758
    @dilipk.bordoloi5758 5 місяців тому +55

    হে বগা ঘোৰাৰুপী ভগবান , তোমাৰো মালিক ওলাই গ'ল ? 😂

  • @Roktim.handique
    @Roktim.handique 5 місяців тому +30

    ডাঙৰীয়া আহিছে আঁতৰি দিয়ক 😂😂😂❤

  • @abubokkarsiddique1925
    @abubokkarsiddique1925 5 місяців тому +32

    তহতৰ নিচিনা অন্ধ বিশ্বাসী কতো দেখা নাই তহতেই সমাজখনক বিপথে পৰিচালিত কৰিবা যেন পাওঁ।

  • @bubuldeka8138
    @bubuldeka8138 5 місяців тому +40

    কাইলৈ বগা কুকুৰ ওলালে ভাল দৰে পূজা কৰিবিনে ? কোন যোগত বাস কৰিছা হে ?

    • @anjansarma6656
      @anjansarma6656 5 місяців тому +1

      Pagol aikeita

    • @Allinone-bg3uh
      @Allinone-bg3uh 5 місяців тому

      Vul jetiya agot olabi tetya gm pali hoy.... Ki jug jug koi aso o tohote kela sutmarani hot .... Ami update hbo paru science update hobo pare but vagaban xday bhagaban a

    • @Sammmm85
      @Sammmm85 5 місяців тому

      ​@@Allinone-bg3uhbohut val val kotha koi dekhun Assamese manuh bur a. aibur a amar porisoy. aaguai jaok aru

  • @debanandsonowa
    @debanandsonowa 5 місяців тому +25

    Over acting 😂😂😂
    👇Like kori diya

  • @Mativation-12
    @Mativation-12 5 місяців тому +17

    আমি ভগৱান আছে বুলি বিশ্বাস কৰো । কিন্তু ভগৱানক এনেদৰে প্ৰাৰ্থনা কৰিলে আহিৱনেকি নাহে। কাৰণ ভগৱান নিজৰ অন্তৰতে আছে ।

  • @HumenBhuyan-bt3ok
    @HumenBhuyan-bt3ok 5 місяців тому +16

    কেইদিনমান আগত যোৰহাটত কাঠফুলা পূজা কৰিছে, আৰু কেইদিনমান আগত বৰপেটাত Elon Muskৰ উপগ্ৰহ কেইটাক ভগৱানে দেখা দিছে বুলি কৈছিলে,আৰু এতিয়া লোকৰ ঘোঁৰা ধৰি পূজা কৰিছে কি যে হ'ব নহয়। 😂

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 5 місяців тому +11

    গাওঁৰ সকলোৱে মিলি এতিয়াও কৰবাৰপৰা ঘোঁৰা দুটা কিনি ললেই ব্যৱসায়টো চলাই যাব পাৰে দেখুন!

  • @Mativation-12
    @Mativation-12 5 місяців тому +17

    আমাৰ ঘৰত ডাঙৰ বগা গৰু দুটা আছে। এইটো আনি ভাল দৰে পূজা কৰিবা । কি জে আমাৰ অসম খন

    • @Jug1as4mit3a
      @Jug1as4mit3a 5 місяців тому +2

      Axom khonor dokh nhy he manuh bilak or mur ot puk xumaise , ki je hbo mne Boga ghora ulai kiba ulai 😅😊

  • @r24yt9
    @r24yt9 5 місяців тому +11

    আজি কালী মানুহ বোৰ ভগবান বুলী নিজকে ভাবে কীজে হব দে ?

  • @binandaphukon731
    @binandaphukon731 5 місяців тому +6

    ভক্তিভাবে সেৱাহে জনাইছো । সকলোৰে কুশল কামনাৰে ।

  • @Jishukakoti243
    @Jishukakoti243 5 місяців тому +19

    ঘোৰা অহা আগতেই ঘোৰা আহিব বুলি আইসকলে কৈছিল যদিও মালিক ওলাল তো ডাঙৰ কথা নহয় ঘোৰা অহা আগতেই তেওঁলোকে কেনেকৈ গম পালে সেইটো হে ডাঙৰ কথা

  • @Freefireff9045
    @Freefireff9045 5 місяців тому +2

    I, m educated but really it's true god ,s is here🙏

  • @Jishukakoti243
    @Jishukakoti243 5 місяців тому +26

    মানুহে একো নমনা কাৰণে পৃথিৱীৰ প্ৰলয় হবলৈ গৈ আছে

    • @nilakhisonowal5032
      @nilakhisonowal5032 5 місяців тому +2

      Right Ai bohu bidhor ase dangor ai horu ai maju ai ..nijor nijor gat ahilehe bujibo ...hokoluwe gat nahe oha hokolor gat ahe 🙏

    • @nishantsaharia
      @nishantsaharia 5 місяців тому

      ​@@nilakhisonowal5032tur murtu

    • @xumeetbaruah5603
      @xumeetbaruah5603 5 місяців тому

      Ebur sob psychology r khel maina..bhogowan manuhor gat nahe..ebur moi ketyau blv nokoru..dimagor khel ebur..bhabi thakile govir bhabe lole enuakua hoi jai

  • @hiteshmedhi600
    @hiteshmedhi600 5 місяців тому +8

    ডাঙৰীয়া আহিছে আঁতৰি দিয়ক।😂😂😂

  • @suarsuar747
    @suarsuar747 5 місяців тому +33

    গাঁৱলীয়া ভূত বুলিহে কলো আৰু।

    • @satyaji274
      @satyaji274 5 місяців тому +5

      Oi johora gaor amiu hoi, gaor manuh bulile bea nohoi bl kotha nokobi....Manisu atu new tu fotua😂 but gaor kotha beake nokobi....

    • @Kenzffx
      @Kenzffx 5 місяців тому

      😂😂😂

  • @JitenSaikia-jw9fg
    @JitenSaikia-jw9fg 5 місяців тому +10

    😢বৌ , মা , আপোনাকে ফুটা কলহত পানী ‌নিব‌ নালাগে । পিছফালে থকা‌ সৰু লৰাদুতাৰ ভবিষ্যতৰ কথা ‌ভাৱক

  • @pabitragogoi8654
    @pabitragogoi8654 5 місяців тому +17

    আমি শিল কো পূজা কৰোঁ, ঘোঁৰা টো জীৱ হয়, পূজাৰ যোগ্য। যি সকলে বেয়া কৈ কৈছে তহঁত বিলাক মন্দিৰত নাজাবি।

    • @Manash_Pratim_sharma
      @Manash_Pratim_sharma 5 місяців тому +8

      ভাই পূজা কৰিব লাগে , হিন্দু ধৰ্ম ত আছেই আমি শিল,বায়ু,অগ্নি,গছ,লতা চবতে ভগৱান ৰ অস্তিত্ব ক বিশ্বাস কৰোঁ l কিন্তু এইবিলাক যে কৰিলে কোনোবা ৰ দেহত আই লম্ভিলে হেন তেনে এইবিলাক কেনেকৈ acting কৰিব পাৰে ?

    • @xumeetbaruah5603
      @xumeetbaruah5603 5 місяців тому

      Kiba Kom vabisu nokou diya.

  • @Pikuuu__
    @Pikuuu__ 5 місяців тому +4

    ভুট গৰু

  • @gorisutradhar2942
    @gorisutradhar2942 5 місяців тому +1

    🙏🙏🙏

  • @MoyushreeNath
    @MoyushreeNath 5 місяців тому +1

    Ai news tur pora ata kotha a gom pua hol j অল্পবিদ্য ভয়ংকৰ। Ai homaj khon t education kiman gurutroo purno takei proman pua goise......the moral of this news is A little learning is an dangerous

  • @prangonnathsumon3681
    @prangonnathsumon3681 5 місяців тому +2

    অসম এতিয়াও অন্ধবিশ্বাস ৰ গ্ৰাহত 🙏

  • @satyaji274
    @satyaji274 5 місяців тому +2

    Last or kotha tu bast hoi ru de june manise manok aru nomona ny ,jiti comment di thaki lav ny...

  • @DhonDas-xv2rk
    @DhonDas-xv2rk 5 місяців тому +3

    Moi ata kothai kou ai khokol manuh ase karone prithibi khon jiyai ase nohole prithibi aji dinot nathake karon iswar ase buli teu luke biswas kore mukha pindha bhokta kaijonor karone pithibi jiyai thoka nai

  • @zkhajonghajong1077
    @zkhajonghajong1077 5 місяців тому +2

    Bhokti thakile bogobane dekha diye❤

  • @assambinturong9612
    @assambinturong9612 5 місяців тому +1

    Jukti xhosai koise aai e 🙏 bhabi saaok

  • @kamalachutia5790
    @kamalachutia5790 5 місяців тому

    Aio ki ja hobo aru

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 5 місяців тому +4

    আপোনাক সছাকৈ কিবা ভাগৱত পাঠ শুনিব তেটীয়াহে ভগৱান বিষ্ণুৰ, কৃষ্ণৰ। কি বুজিব

  • @thirthapatir
    @thirthapatir 5 місяців тому +1

    We want justice

  • @RojokteronRojokteron-xq3ec
    @RojokteronRojokteron-xq3ec 5 місяців тому

    J a hok nohok dailok aru Nagin dance bur Sai bohut. Vhal lagill Ghora Malik Amahor pesot ahela bohut vhal lagela hoit karon bohut comedi dekha Palu hoit

  • @saidulali4359
    @saidulali4359 4 місяці тому

    আমাৰ গাওত দুটা বগা কুকুৰ আছে কেটিয়া চমতকাৰ হয় নাজানো দে

  • @santoshborah6757
    @santoshborah6757 5 місяців тому +11

    কি হৈছিল মানে... গম নাপায় নি কল্কি অৱতাৰৰ আগমনৰ জাননী ।
    কেতিয়াবা আপোনালোকৰ চেনেল টো কল্কি ঘোঁৰা ত আহি উৰাই দিব চাব ।😂😂😂

  • @BhagyashreeGogoi-z6k
    @BhagyashreeGogoi-z6k 5 місяців тому +1

    Ki ja hobo pretibi kon dai🙄🙄🤔🤔

  • @RiturajRoy-pp2if
    @RiturajRoy-pp2if 5 місяців тому +1

    ভগৱানে ও কৈ আছে কি যে হব 🤦🏻‍♂️😂

  • @Theishantmusic
    @Theishantmusic 5 місяців тому

    Education is most important ❤

  • @dipakgohain8946
    @dipakgohain8946 5 місяців тому +5

    Aaik Ami Manu....ru agaloiu mani thakim.....kintu aai janu kalir dore rup loi ahibo pare?????krn aai ru Kali 2ta prithak....amitu kalik Puja nkoru??????

  • @rohitdas8351
    @rohitdas8351 5 місяців тому +2

    আতৰি দিয়ক। ডাঙৰীয়া আহিছে, আতৰি দিয়ক । আহক ডাঙৰীয়া আহক ! মই সদায় প্ৰনাম কৰি আছো

  • @northeastethnicfoodrecipea6302
    @northeastethnicfoodrecipea6302 5 місяців тому

    Vandamik vandamik buli nakoi ki kobo???

  • @parishmitachtia2501
    @parishmitachtia2501 5 місяців тому +2

    ডাঙৰীয়াৰ গৈ থৈ গৰাকী হে ওলাল😆😆

  • @borungogoi2206
    @borungogoi2206 5 місяців тому +15

    এইবোৰৰ প্ৰমাণ আছে নিশ্চিত ভাৱে । যেয়ে যি নকওক মই ও ৰুপ দেখিছোঁ। যিবিলাকে বেয়া বেয়া মন্তব্য দি আছে পাল্লাত পৰা নাই ...যেতিয়া পৰিব বাপেকৰ বিয়া দেখি যাব ।

  • @bijoypait4858
    @bijoypait4858 5 місяців тому +2

    Missa Kota ai lomba nai

  • @kusumbaruah2336
    @kusumbaruah2336 5 місяців тому +4

    টকাৰ অনুদান আগবঢ়োৱা ৰাইজ। এই মাইকী মানুহ bor বদমাচ

    • @lh_fsh
      @lh_fsh 5 місяців тому

      😂😂 baa ! Hosa janu ?😅

  • @DhrubajyotiBaro
    @DhrubajyotiBaro 5 місяців тому +1

    Ghurar malik ulai xokolu plen soppot hol

  • @MunuBorah-s3w
    @MunuBorah-s3w 5 місяців тому

    Ai gaw khonor Manu bur saiko asa

  • @rameshmili8871
    @rameshmili8871 5 місяців тому +2

    ঘোঁৰা দুটা আলহী খাবহে আহিছিল।

  • @Sachin_editz_4x
    @Sachin_editz_4x 5 місяців тому +2

    ঘোঁৰা দুটা কৰ পৰা আহিছে বিচাৰ কৰিবও... এনেকৈ দুটা ঘোঁৰা আহিলে মহাদেৱ আহিব বুলি কোনে ভাৱেনো ... 😢

  • @mirohpadi
    @mirohpadi 5 місяців тому +1

    Omg😮

  • @Surajit497
    @Surajit497 4 місяці тому

    অসমত ভগৱান গাওঁ বিলাকত বেছি আহে অলপ গাওঁ বিলাকৰ আতিৰ ফুৰিব যাব আৰু কোন কি জাতি এইবিলাক চলে olp mentlyto sange koribo laga noba amiricatca agabahibo assam.

  • @papugogoi128
    @papugogoi128 5 місяців тому

    পমান কি ঘোঁৰা 2 তাৰ

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 5 місяців тому +5

    এই বিলাক নহয় বুলি অপমান কৰিব নেপায়।

  • @Unscripted_Vlogspot
    @Unscripted_Vlogspot 4 місяці тому

    Aunti r confidence dekhinsene😂😂jeneba ami bisakh korim he🤣🤣🤣

  • @ourgarden8025
    @ourgarden8025 5 місяців тому

    Kii jeee hobo nohoii......

  • @SonachariBora-uv7zz
    @SonachariBora-uv7zz 5 місяців тому

    Apunr kotha pst hunim atiya aatori deok dangoriya aahise

  • @NorenKardong
    @NorenKardong 5 місяців тому

    আপোলোক আইয়ো নহয় গোপীনিয়ো নহয় । অন্দবিশ্বসীৰ বাদে আন একো নহয় । ভগবানৰ আন এটা নাম ডাঙৰীয়া বুলি সেই ঘটনাৰ পৰা গম পালোঁ । কিযে মানুহৰ বিশ্বাস ! মিয়াৰ ঘোঁৰাটোক ভগৱান সজাই অসমীয়াৰ ঈশ্বৰ বিশ্বাসটো অবনমিত কৰিলে।নহয়নে ?

  • @Pankajofficiall-g7k
    @Pankajofficiall-g7k 5 місяців тому +1

    আই নামত ঘৰ ভাঙা ভাঙী লুত পাত কৰাবোৰ কি আছিলে

  • @SharndhanjaliRabha
    @SharndhanjaliRabha 5 місяців тому +1

    Ki mane

  • @Anilbora-d8e
    @Anilbora-d8e 5 місяців тому +1

    Atoridiok dangoria ahise 😅😅😅

  • @GakulkuliKuli
    @GakulkuliKuli 4 місяці тому

    😮

  • @dhirajrabha1491
    @dhirajrabha1491 5 місяців тому +3

    😂😂😂😂😂 ইমান বুৰ্বক আজিও থাকে নে? অন্ধবিশ্বাসৰ চৰম পৰ্য্যায় এই অসমত

  • @Nijara
    @Nijara 5 місяців тому

    Oho

  • @dhritimandohutia9899
    @dhritimandohutia9899 5 місяців тому

    Need to upgrade the education system of ASSAM

  • @PinkuSaikia-qv1wd
    @PinkuSaikia-qv1wd 5 місяців тому

    Thikei koise

  • @PunyumOfficial
    @PunyumOfficial 5 місяців тому +3

    Missing manuk borbad koribo bisarise 😅😅

    • @ASSAMESEYOUTUBE-wx2hn
      @ASSAMESEYOUTUBE-wx2hn 5 місяців тому

      Mising nhy akhamiya manuhk aai bhag bhag koribo khujisil eitu satya eibur manuh neki asorit.

    • @Arun_wie
      @Arun_wie 5 місяців тому

      Mising lgt ki relationship ase nu 😅moiu mising hoi

  • @ajitksaikia
    @ajitksaikia 5 місяців тому

    Bhandoki nohoi aru ki ?

  • @allworldsong354
    @allworldsong354 4 місяці тому

    Aheti poha hunai nai niki school ovat tani

  • @ritugogoi9216
    @ritugogoi9216 5 місяців тому

    Amar ghorot boga vekuli ahi se atori diyok

  • @chumchetry7350
    @chumchetry7350 5 місяців тому

    Khikhiytei hauk ba akikhitei hauk amar homajot esam nastik ase... Jihokole ei alop poha huna koriei science & technologyt nijoke ustaad khaje.. Alop poha huna kori 2taman class paar kri, 2din maan clg goi nijok khikhyit bule nijok nije gyan kore.. Tenekua manuhr krne aji homajot hotya, hinkha, sur, dokait, bolotkaaror dore ghotana ghotibo hoise.. Nobo projnmoi guru gukhai nomona hoise.. Ishwarloi bhoi nokora hoise, papoloi bhoi nokora hoise, class 7, 8r pora mod, bhang, cigerate, gutkha adi nisa jatiya bostu khewan kri nijor logote homajor & logot jatitur poton anise.. Eibur sob enedhoronor nastik manuhburor karonei hoise...

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 5 місяців тому +2

    মালিক ওলালে ও ঘোঁৰা দুটা যোৰে পৰা হোক ওলাছেতো কিবা এটা কাৰন নিশ্চিয় আছে

  • @jeetdas7367
    @jeetdas7367 5 місяців тому

    Bujisa Ki koise

  • @sooonic_boom
    @sooonic_boom 5 місяців тому

    নিৰ্লজ মানুহ দেই

  • @samironentertainment6346
    @samironentertainment6346 5 місяців тому

    School t name logai de oi aiburok .

  • @KumudKasturi
    @KumudKasturi 5 місяців тому

    Shirt to val lagise, 2 no. Kiman dam. 8:00 8:04 ❤😢😢😢❤❤❤❤🎉🎉🎉

  • @KumudKasturi
    @KumudKasturi 5 місяців тому

    Moi kinto bishax karu.

  • @misingcomedyofficial2136
    @misingcomedyofficial2136 5 місяців тому

    Laj nai..

  • @rydaimari3773
    @rydaimari3773 5 місяців тому +1

    🦄🦄 momin ali 👏😂😂😂

  • @দীপাগোহাঁই
    @দীপাগোহাঁই 5 місяців тому +2

    Aaik ami manu

  • @pranjyoti__deka
    @pranjyoti__deka 5 місяців тому

    Ghura r malik jon kon bisarok sn

  • @NayanikaUnofficial8877.
    @NayanikaUnofficial8877. 5 місяців тому +1

    মানুহ বিলাকৰ মাথাত মাল নাই নেকি?

  • @pallabpro2664
    @pallabpro2664 5 місяців тому

    Bhogovan khokolute ase , nuhuwatu danor kotha nohoi

  • @KumudKasturi
    @KumudKasturi 5 місяців тому

    Shirt to val lagise, 2 no. Kiman dam.

  • @bishnuramborah1174
    @bishnuramborah1174 5 місяців тому +1

    Class 12r assamese khonor "boygyanik manoxikota ami kidore gorhibo paru" path 2 abr pohibo suun ,,,,,,,,,,,,,,,, aai ba boxonto buli ako nathake ,,,,,, aai ba boxonto hoise ata ruug ,,,,,,,, moi kua nai dei guys kitapot likha ase

  • @pankajgogoi5395
    @pankajgogoi5395 5 місяців тому +1

    ❤❤❤❤❤❤❤❤

  • @monowarhussainhussain6082
    @monowarhussainhussain6082 5 місяців тому

    Aro kiba kam ase na

  • @AbdulHamid-em4ky
    @AbdulHamid-em4ky 4 місяці тому

    এওঁলোকক অতি সোনকালে চিকিৎসা কৰিব লাগে এইবিলাক বিশ্বাস কৰিলে সমাজ ধ্বংশ হবলৈ বেছি দিন নেলাগে , শিক্ষিত নহয় বাবে এই অৱস্থা , সেই ঠাইত অন্ধবিশ্বাস নোহোৱা কৰিবলৈ সভা সমিতি পাতি বুজাব লাগে |

  • @actorpegumusic691
    @actorpegumusic691 5 місяців тому

    Misa kota dada giri

  • @durnagaonkhowa
    @durnagaonkhowa 5 місяців тому

    Danub bilakok dexhi thakib nuaru

  • @BijoyaSaikia-i8b
    @BijoyaSaikia-i8b 5 місяців тому

    সেই পুত্ৰ সন্তান সকলৰ পত্নী কেইগৰাকী ও সমানে জগৰীয়া তেওঁলোকৰ এদিন সেই অৱস্থাই হৱ

  • @pramodrajbongshi8868
    @pramodrajbongshi8868 5 місяців тому +1

    Sob misa kotha tohotor .atiya bhut kothai ulab 😏

  • @SuniyaDarig02-ot9pb
    @SuniyaDarig02-ot9pb 5 місяців тому

    Ghurar malikor logot contact kribo pahprile nkoo😂

  • @ArpitaSaikia-m1c
    @ArpitaSaikia-m1c 5 місяців тому

    আই লম্ভিছে ঠিকে আছে দিয়ক কিন্তু 😅 মই ধ্যান কৰি মতিছোঁ। 😅
    I don't হজম this। মনিছো আপোনাৰ কিবা হৈছিল কিন্তু ধ্যান কৰি কাৰোবাক মাতি অনা টো 😅🤣🤣🤣🤣🤣

  • @puspadhardowarah1932
    @puspadhardowarah1932 4 місяці тому

    যি হল হৈ গল;ইয়াৰ পাচত আৰু এনে"ধৰণৰ থৈয়া নথৈয়া হৈ নাথাকে যেন।

  • @simantavlog4497
    @simantavlog4497 5 місяців тому

    Hikkhar ovab

  • @binasonowal-uv3qn
    @binasonowal-uv3qn 5 місяців тому

    🙏♥️

  • @_agenish_music
    @_agenish_music 5 місяців тому +1

    ঘোঁৰ দুটা আগতে চুৰ কৰি আনি থৈছে। কিয় গম নাপাব 😂

  • @lulalu6707
    @lulalu6707 4 місяці тому

    😂😂ঘোৰা দূটা কি কৰিলে
    আজিকালি ভগৱান শিৱক মাতিলে আপোনাকৰ লগ ধৰিবলৈ আহে নেকি আই সকল

  • @ajitvlogs5044
    @ajitvlogs5044 5 місяців тому +1

    Atori deok atori deok dangoriya ahesaa😅😅😅

  • @abhinabdomai6689
    @abhinabdomai6689 5 місяців тому

    Gawolia Bhoot