কাৰ অপমানে জীৱনৰ গতি সলনি কৰিছিল ৰঞ্জু হাজৰিকাৰ?

Поділитися
Вставка
  • Опубліковано 24 лип 2021
  • ▶️ কাৰ অপমানে জীৱনৰ গতি সলনি কৰিছিল ৰঞ্জু হাজৰিকাৰ?
    ▶️ ৰঞ্জু হাজৰিকাই কিয় তামোল-পাণৰ দোকান দিবলগা হৈছিল?
    ▶️ SSBৰ চাকৰি কিয় এৰিছিল ৰঞ্জু হাজৰিকাই?
    ▶️ গুৱাহাটীত কোনে কিডনেপ কৰিছিল ৰঞ্জু হাজৰিকাক?
    ▶️ নিজকে ‘হৰিজন সাহিত্যিক’ বুলি কিয় কয় ৰঞ্জু হাজৰিকাই?
    ▶️ কি কথাই ৰঞ্জু হাজৰিকাক মনোকষ্ট দিয়ে?
    ▶️ সকলো কথা ক’ব ৰঞ্জু হাজৰিকাই
    ▶️ বশিষ্ঠদেৱ ফুকনৰ সৈতে ‘চৰ্চা’

КОМЕНТАРІ • 210

  • @tutumonigogoi5164
    @tutumonigogoi5164 3 роки тому +17

    আজি ২৬"বছৰৰ আগতে তেখেতৰ কিতাপ পঢ়ি পঢ়ি বিদ্যালয় কিতাপ বাদ দিছিলোঁ আৰু তেখেতক তেতিয়া চাবলৈ খুব মন গৈছিল।আজি এই চেনেলৰ যোগেদি দেখা পালো।তেখেতৰ দীঘায়ু কামনা কৰিলোঁ ধন্যবাদ।

  • @girindasarmah8003
    @girindasarmah8003 3 роки тому +7

    আপোনাক আজি 40 বছৰৰ পিছত দেখা পাই ভাল লাগিল আপোনাৰ উপন্যাস পঢ়ি থাকোতেই কিবা এটা ভাল লাগে তাক বৰ্ণনা কৰিব নোৱাৰি আপোনাৰক ঈশ্বৰে মঙ্গল কৰক ধন্যবাদ দাদা

  • @seutibhuyan7531
    @seutibhuyan7531 Рік тому +2

    ইটিউবত হাজৰিকা দেৱক দেখা পাই ৫০বছৰতকৈ আগলৈ মনত পৰিগল।।।godbless you।

  • @bhadrabrahma5460
    @bhadrabrahma5460 3 роки тому +6

    *ৰঞ্জু হাজৰিকা* দেৱৰ সাক্ষাৎকাৰ চায় বহুত ভাল লাগিল। ধন্যবাদ!

  • @ashimgogoi3527
    @ashimgogoi3527 3 роки тому +25

    হাইস্কুলত পঢ়ি থকা সময়ত নিজৰ পাঠ্যক্ৰম কিতাপৰ তলত ভৰাই হলেও আপোনাৰ কিতাপখন পঢ়ি শেষ কৰি শান্তি পাইছিলোঁ, এনে ধৰণৰ কাৰ্যৰ বাবে ঘৰৰ পৰা কিমান যে মাৰ খাইছিলোঁ এতিয়াও মনত পৰে। উপন্যাস পঢ়াৰ আৰম্ভণি বা উপন্যাসৰ ৰস আপোনাৰ কিতাপৰ যোগেদিহে পাইছিলোঁ। মই মেট্ৰিক পাছ কৰাৰ পাছত ৰেডিঅৰ এটা সাক্ষাৎকাৰ তহে আপোনাৰ বিষয়ে প্ৰথম জানিব পাৰিলোঁ, তাৰ আগত আপুনি নাৰী হিচাপে মনৰ মাজত আপোনাৰ মনৰ ভাৱ বোৰ অনুভৱ কৰিছিলোঁ। আপুনি এগৰাকী বহুত সাহসী নাৰী বুলি ভাবিছিলোঁ। যি কি নহওঁক আপোনাক দেখি ভাল লাগিল, লগতে সাক্ষাৎকাৰ লোৱাৰ বাবে আমাৰ দাদা বশিষ্ঠদেৱ ফুকন ক আন্তৰিক ধন্যবাদ জনালো।

    • @urbimaak5228
      @urbimaak5228 3 роки тому +3

      জুলু পঢ়ি স্কুলত চিঞৰি চিঞৰি কান্দিছিলো।

    • @spicebabul
      @spicebabul 3 роки тому +2

      You are absolutely right 👍

    • @kamakhyasaikia3100
      @kamakhyasaikia3100 3 роки тому +1

      ষষষষষষ্টষ্ট

    • @momidas2183
      @momidas2183 3 роки тому +3

      Bohut val pau apunak....aje he dakhilu....val lagel

    • @dilimaihazarika8490
      @dilimaihazarika8490 Рік тому

      ।च् ब्
      इन्फ्रा च नाव को

  • @rubichetia7119
    @rubichetia7119 Рік тому +2

    তেখেতলৈ প্ৰণাম জনালো । ৰঞ্জু হাজৰিকা দেৱক চিনাকি কৰাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো ।

  • @kandarpasarma7929
    @kandarpasarma7929 6 місяців тому +3

    ৰঞ্জুু হাজৰিকা দেৱক যথোচিত সন্মান প্ৰদান কৰাটো চৰকাৰৰ এক গভীৰ দায়িত্ব বুলি মই ভাবো || ধন্যবাদ ||

  • @rojonigondha8554
    @rojonigondha8554 3 роки тому +7

    আপোনাৰ সাক্ষাৎকাৰ অনুষ্ঠানতু চাই বহুত ভাল লাগিল। ভগৱানে আপোনাক দীঘায়ুকৰাৰ লগতে লিখিবলৈ থকা বাকী কিতাপ সম্পূৰ্ণ কৰাত সহায় কৰে যেন।

  • @debukalita5086
    @debukalita5086 3 роки тому +5

    Bismoi maane ranju hazarika sir.khub val lagesle sir r golpo padi.🙏🙏🙏.

  • @ritamoniborah8744
    @ritamoniborah8744 3 роки тому +6

    এসময়ৰ মোৰ প্ৰিয় লেখক জন ভগৱানে দীৰ্ঘায়ু কৰক ।নিজা কিতাপৰ মাজত লুকুৱাই উপন্যাস পঢ়ি ঘৰত মাৰ খাইছিলো পৰীক্ষাৰ সময়ত । বহুত ভাল লাগে হাজৰিকাদেৱৰ ৰহস্য উপন্যাস সমূহ ।

  • @chiranjitsonowal5695
    @chiranjitsonowal5695 3 роки тому +7

    এটা সময়ৰ মোৰ জনপ্ৰিয় লেখক ।

  • @yuvrajbeatz4072
    @yuvrajbeatz4072 3 роки тому +6

    Aji prothom dekhilu sirk🙏❤️

  • @rukminicreation2668
    @rukminicreation2668 3 роки тому +11

    ছাৰ নমস্কাৰ, আপোনাৰ কিতাপ মই ক্লাছ ছিক্স ৰ পৰাই পঢ়িছোঁ,, তাৰ ভিতৰত ভয় লগা ভাল লগা কিতাপ খনে মোৰ আজিও ৰাতি ভয় লাগে মনত পৰিলে =ৰক্তিম অৰ্তনাদ , হেই হাত খনৰ কথা,,, ছিৰিজ আছিল

  • @bitupangogoi2117
    @bitupangogoi2117 3 роки тому +1

    Mur prio lekhok jon..apunar hu swathyo aru dirghaiu kamona korilu logote nktv loyu okeh dhonyobad ei onusthantur babe..

  • @barnalibordoloiteron8129
    @barnalibordoloiteron8129 3 роки тому +4

    Good to see respected Ranju Hazarika sir .......Thank u Nktv...

  • @mridusmitasaikia3758
    @mridusmitasaikia3758 3 роки тому +1

    অত্যন্ত জনপ্ৰিয় সাহিত্যিক গৰাকীৰ জীৱন কথা জানিব পাৰি বৰ ভাল লাগিল। প্ৰথম বাৰৰ বাবে জানিব পাৰিলো। আকৌ হাতত কলম তুলি লওক।দীঘায়ু কামনা কৰিলো।।।।

  • @jonak.p
    @jonak.p 3 роки тому +8

    Sir god bless you

  • @anantabora6225
    @anantabora6225 3 роки тому +1

    শৈশৱ কালতে পঢ়া অতি জনপ্ৰিয়তা থকা ৰহস্য লেখক ৰঞ্জু হাজৰিকা দেৱক NK TV ৰ জৰিয়তে দৰ্শন কৰিবলৈ পাই খুব ভাল লাগিল । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘাও কামনা কৰিলোঁ ।

  • @junugogoi213
    @junugogoi213 3 роки тому +3

    জন্মদিনৰ শুভেচ্ছা জনালো ৷দীৰ্ঘায়ু কামনা কৰিলোঁ

  • @bubulbaruah4926
    @bubulbaruah4926 3 роки тому +2

    আপোনাক দেখা পায় বহুত ভাল লাগিছে।🙏 জনাইছো। আপোনাৰ ভাল জীৱনৰ কামনাৰে ধন্যবাদ জনাইছো 🙏💐☕🧀

  • @amritmadhuridevi9267
    @amritmadhuridevi9267 3 роки тому +2

    Dada apunar upoja dinot bhogobanor usorot prarthona jonalu,dirghayu,xu swastha kamona korilu

  • @rubulgogoi3100
    @rubulgogoi3100 3 роки тому +3

    Dhanyabad NK tv

  • @jintigogoihandique7633
    @jintigogoihandique7633 3 роки тому +7

    মোৰ এজন প্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকা। তেখেতৰ জীবন যাত্ৰাৰ কথাবোৰ শুনি ভাল লাগিল। ভগবানে তেওঁৰ মংগল কৰক। 🙏

  • @user-rv6uh4it9r
    @user-rv6uh4it9r Рік тому

    বহুত ভাল লাগিল।

  • @user-un3tt1hg6e
    @user-un3tt1hg6e 4 місяці тому

    সচা কথা .মইও ছোৱালী বুলি ভাবিছিলো .আজিহে গম পালো ভাল লাগিল .সচাই আপোনাৰ লিখাবোৰ পঢ়ি ভয় ভয় ভাৱ হৈছিল . বৰ ভাল পাও পঢ়ি

  • @dinohazarika8189
    @dinohazarika8189 3 роки тому +8

    হাজৰিকা দেৱক নেদেখা বহু দিন হল ,

  • @anandyogi2640
    @anandyogi2640 3 роки тому +2

    দীৰ্ঘায়ু কামনা কৰিলোঁ.....

  • @saratranjansarmah65
    @saratranjansarmah65 3 роки тому +4

    এটি সময়োপযোগী সাক্ষাৎকাৰৰ ... ৰঞ্জু হাজৰিকা দেৱ বৰ্তমানেও প্ৰাপ্য বঁটাৰ পৰা বঞ্চিত হৈ আছে ।

    • @spicebabul
      @spicebabul 3 роки тому +2

      Yes you are right,

    • @anantabora6225
      @anantabora6225 3 роки тому +2

      ৰহস্যময়ৰ ৰহস্য বহুদেৰিকৈ উন্মোচন হৈচে তথাপিও গুণীয়ে গুণৰ মান পোৱা উচিত ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 роки тому +2

      @@anantabora6225 akmot

  • @fariduddinahmed2458
    @fariduddinahmed2458 3 роки тому +2

    মই ৰঞ্জু হাজৰিকা দেবৰ এটা দ্বীপ সাতটা কবৰ পঢ়ি বৰ ভাল পাইছিলো,

  • @ranjuphulkonwar3060
    @ranjuphulkonwar3060 3 роки тому +2

    আপোনাক দেখা পাই ভাল লাগিল লিখনি বৰ ভাল পাওঁ

  • @jintuhazarika240
    @jintuhazarika240 Рік тому +1

    বৰ আচর্য্যজনক ব্যক্তি, লেখক, ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ

  • @inugogoi797
    @inugogoi797 3 роки тому +2

    ছাৰ,,,, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏

  • @user-uy3yt5um3r
    @user-uy3yt5um3r 2 місяці тому

    Aapune ja ateaau, aamar majot aase Jane bor Val lagel.God bless you.

  • @maniksonowal5791
    @maniksonowal5791 3 роки тому +1

    So simple, Ranju Hazarika Sir. Pray for his good health. Thank NK TV for interview.

  • @pratimadevi6031
    @pratimadevi6031 3 роки тому +2

    ছাৰ , মই এক সময়ত আপোনাৰ বিস্ময়ৰ গল্পসমুহ পঢ়ি খুব ভাল পাইছিলো l আজি মোৰ বয়স 56 l মই এতিয়াও সেই গল্পৰ ৰহস্যৰ অনুৰণন অনুভৱ কৰো I ভগৱানৰ ওচৰত আপোানাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ I

  • @sasankasarmah6465
    @sasankasarmah6465 3 роки тому +3

    প্ৰিয় 🙏

  • @runuborah3781
    @runuborah3781 3 роки тому +3

    মোৰ প্রিয় লেখক

  • @prabhakarandoley-topical3135
    @prabhakarandoley-topical3135 3 роки тому +1

    First time dekhilu sirk vl lagil ❣️❣️❣️❣️

  • @nitulphukan6189
    @nitulphukan6189 3 роки тому +3

    Thank you for your best effort to write so many Books for us, may God bless you.

  • @mb.divine5992
    @mb.divine5992 3 роки тому

    ধন্যবাদ জনালোঁ আপোনাক ৰঞ্জু হাজৰিকা দেৱক পৰিচয় কৰি দিয়া বাবে ।ইমান দিনে তেখেতৰ পৰিচয়টো সাঁথৰ হৈ আছিল ।আজি বহুত ভাল
    লাগিল ।

  • @lipikamedhi6114
    @lipikamedhi6114 Рік тому

    Class 10 r pora apunar kitap main book r tolot rakhi prhisilu ...tetiyar pra apuni mur all time favourite...apunar likhoni ananya ❤

  • @minakshinath750
    @minakshinath750 Рік тому

    Mur anytom ejon priyo likhok. Kitap porhar abhyax tekhetor kitapor porai gorh loi uthisil. Dirghayu kamona korilu 🙏🙏🙏💓💓💓

  • @anitadevi285
    @anitadevi285 3 роки тому

    ভাল লাগিল বহুত । ভগবানে আপোনাক দীঘায়ু কৰক।

  • @user-un3tt1hg6e
    @user-un3tt1hg6e 4 місяці тому

    জনম দিনৰ শুভেচছা জনালো .আপুনি সুষঠ হৈ থাকক সদাই❤🎉❤❤🎉

  • @nayanmoniborkotoky6609
    @nayanmoniborkotoky6609 3 роки тому +2

    Mur priyo sahityik Sir....

  • @rambalram2610
    @rambalram2610 2 місяці тому

    Actually in contemporary time... There is no Assamese Author as good as and as widely read as Ranju Hazarika. I doubt after Ranju Hazarika there will be another one in the future. He is an Enigma. Though very simple in his appearance and easy going in nature, mildly spoken.... But his Pen was opposite..!!! It can be spine chilling at times...!!! Whenever we opened his book in the childhood, always his name came to our mind first then the content of the book.... His name itself brought some thrill... created mindset in us whenever we read his book😀😀😀 Wish him long life and best of health. 🙂🙂🙂

  • @bhabanirajkhowa545
    @bhabanirajkhowa545 3 роки тому +2

    Apunak dekhi bhut val lagil

  • @samiran4767
    @samiran4767 2 роки тому

    কথা খিনি বৰ ভাল লাগিল।বহু বছৰৰ আগতেই কিতাপ সমুহ পঢ়িছো।আপোনালোকৰ চেনেলৰ জৰিয়তে এনে সুন্দৰ অনুষ্ঠান পাই ভাল লাগিল।

  • @pankajdas2449
    @pankajdas2449 3 роки тому +1

    Nice Creation RH.

  • @prabhatteron8492
    @prabhatteron8492 3 роки тому +1

    Thanks a lot to NK tv. For introducing the living legend and extraordinary litarateour Sire Ronju Hazorika. May the omnipotent exhort him! And long live NK tv.

  • @hemprasadgogoi5081
    @hemprasadgogoi5081 3 роки тому +2

    Many thanks to NK TV ad B D Phukan for interviewed Ranju Hazarika . Focused on hís life and writings always inspirational and he is a complete chapter of Assamese detective literature.Hís works and way of thinking amazing like a real life detective. Wishing good health both of you ...........

  • @jatinlaujary9147
    @jatinlaujary9147 Рік тому

    Bahut.val.lagil

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 3 роки тому +1

    এটা সময়ৰ মোৰ প্ৰিয় লেখক ৰঞ্জু হাজৰিকাদেৱৰ সাক্ষাতকাৰ টো ভাল লাগিল । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।

    • @kishorideka7459
      @kishorideka7459 3 роки тому

      Ranjuda Bahubacharor murat aponak Tvr pardataruyou. Tube t. Sai. Khub. Val Palo Deepali deka

  • @S.M.8439
    @S.M.8439 3 роки тому +1

    মই আপোনাক বাইদেউ বুলি ভাবিছিলো।দেখা পাই ভাল লাগিল।

  • @gangaramdas8681
    @gangaramdas8681 3 роки тому +3

    বহুত সুন্দৰ অনুষ্ঠান
    অলেখ শুভ কামনা👌🌿

  • @rajusarma9691
    @rajusarma9691 3 роки тому +1

    ভাল লাগিল

  • @tutumoniborgohain5997
    @tutumoniborgohain5997 Рік тому

    আগতে আমি পঢ়িছিলো আপোনাৰ কিতাপসমূহ ।এতিয়াও সেইবোৰ কিতাপ ৰাইজে আদৰি লব।পুনৰ সেইবোৰ কিতাপ প্ৰকাশ হলে বহুত ভাল হব।

  • @tajemali8178
    @tajemali8178 3 роки тому

    Thank you sir,I loved very much to Hazarika Sir, Long live Ranju Hazarika Sir........!!!

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 3 роки тому +3

    তিৰস্কাৰ পুৰস্কাৰলৈ পৰিবৰ্ত্তন হোৱাৰ অনন্য উদাহৰণ ৰঞ্জু হাজৰিকা দেৱ ।

  • @lakshmikantabora4039
    @lakshmikantabora4039 3 роки тому +1

    God bless you sir. I am proud of you.

  • @pankajdas2449
    @pankajdas2449 3 роки тому +1

    Happy birth day to you Dada.

  • @padmakumbang4563
    @padmakumbang4563 3 роки тому +2

    Uponyash somrat...

  • @karabigogoi1616
    @karabigogoi1616 3 роки тому +2

    আপোনাৰ কিতাপ পঢ়ি ভাল পাওঁ

  • @bandanabaruah2221
    @bandanabaruah2221 3 роки тому +2

    টিভিত সাক্ষাৎকাৰটো চাইছিলো। আজি পুনৰ চালোঁ। তেখেতৰ কিতাপ এসময়ত পাগলৰ দৰে পঢ়িছিলোঁ। হয় , তেখেতে পাব লগা স্বীকৃতি পোৱা নাই। কিন্তু পঢ়ুৱৈৰ পৰা যিখিনি পাইছে সেইখিনি হয়তো বঁটা বাহন পোৱা বহুতে পোৱা নাই।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 роки тому

      Hoy almot, kintu atiyaa ki hol, Facebook, What's up, tik tok aibure khokolu paahoraai pelaale nohoy jaanu.......

    • @bandanabaruah2221
      @bandanabaruah2221 3 роки тому

      সঁচাকৈয়ে

  • @kuhipath5536
    @kuhipath5536 3 роки тому +1

    Sorute bohut porhisilu Ranju Hajarikar kitab.voyo lagisil bohut.Aji dekha pai xochai bohut val lagil.Suwali buli Vabisilu moio.Dekhar bohut essa asil ru lorane suwali confuse hoi asilu.

  • @nilamanitalukdar6653
    @nilamanitalukdar6653 3 роки тому

    Love u sir....lora hole o apuni bor dhuniya...... Apunar kotha bur bor val lage

  • @chinmoykoch9512
    @chinmoykoch9512 3 роки тому +1

    """ God Bless You... Sir """

  • @nabanath100
    @nabanath100 3 роки тому +1

    ছাৰ,মই ক্লাছ এইটৰ পৰাই আপোনাৰ অনুৰাগী । সেই সময়ত স্কুলৰ ক্লাছৰ সময়ত ভলকান্ ছিৰিজ ,ৰক্তীম আৰ্তনাদ আদিৰ দৰে আপোনাৰ লিখনিসমূহ পঢ়ি ইমানেই আপ্লুত হৈছিলোঁ যে কেতিয়া ক্লাছ শেষ হৈছিল গমেই পোৱা নাছিলো । আপোনাক ধন্যবাদ । সেই সময় আকৌ ঘুৰি আহিবনে ?

  • @prasantabhatta3428
    @prasantabhatta3428 3 роки тому

    Bohut bhal lagil . Moiu ajon librarian . Ajon librariane tekhetok jedi kori bhal manuh korile. Amaru tene obhigyata bohu ase. dhonyabad

  • @anitakeot3795
    @anitakeot3795 3 роки тому +1

    So sweet your books.

  • @amalsaikia6525
    @amalsaikia6525 11 місяців тому

    Joy Ranju Hazarika Happy birthday your frecius book l also read your long live you 😮

  • @shikharajkhowa444
    @shikharajkhowa444 3 роки тому

    Teu k saboloi khub mon asil.Aji ai channel r jugedi dikhilu.Thankss

  • @prabhatteron8492
    @prabhatteron8492 3 роки тому +3

    NK tvik krityagota jonalu Ohomor oti jonopriyo rohoishyamoi biyokti likhok u hahityik shrodheyo Ronju Hazorika debok apunalukor channelor jugedi sinaki kori diyar babe. NK tv aru Manonio (Sire) Ronju Hazorika deb dirghayu howk.

  • @sanamborah1077
    @sanamborah1077 3 роки тому

    চাৰ আপোনাক আজি হে দেখিলোঁ , বহুত ভাল লাগিছে , আপোনাৰ বহুত কিতাপ পঢ়িলো বহুত ভাল লাগিছিল জীতু নীতু , জেচন চিৰিজ মাহে মাহে পঢ়ো আকৌ কিবা বিছাৰ কাহিনী অদৃশ্য শক্তিৰ কাহিনী কিযে ভাল লাগিছিল লগৰ কেইজনীৰ লগত ক্নাছ নে থাকিলেই আপোনাৰ কিতাপ পঢ়া আৰাম্ভ বেলেগ কাম নাই আৰু , ধন্যবাদ থাকিল চাৰ , আপোনাৰ দীঘআয়ুস কামনা কৰিলো ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 роки тому

      Kintu atiyaa Facebook, what's up, tik tok aibure khokolu paahoraai pelaale, nohoy jaanu.......

  • @simaterangpi8760
    @simaterangpi8760 3 роки тому +1

    Hazorika sir -r kotha NK TV-t dekhi bhal lagise

  • @pranjalboruah3670
    @pranjalboruah3670 3 роки тому +2

    One of my favourite detective story writer, God bless you sir

    • @jundas7979
      @jundas7979 3 роки тому

      Val lagil sir.. r bikhye janjb pai

  • @babutuborah7136
    @babutuborah7136 Рік тому

    Favorite ❤️❤️

  • @uttambarman9980
    @uttambarman9980 3 роки тому

    Aji bohu bosor paar hol..moi apunar kitap bor porichilu ...fm 1986 & after..tahani 2003 t mur likhonit..ketiyaba likhichilu..as gmch student,dr/mur jibonot ajiyo hei horu kalot poda kichhu.. avigyatabur ..mur personality ...aji apunar u tube view korar pichot kichu puroni ...aru heyehe..2 lines likhilu..u r the best @dr.ukb....9.30pm 6/8/21.dr.ukb

  • @mallikarabha5694
    @mallikarabha5694 4 місяці тому

    Happy birthday sir

  • @spicebabul
    @spicebabul 3 роки тому +1

    He is World BEST💯 suspense, thriller, romance❤🌹❤etc.etc. story Writer, Gog Blessed Ranju Hazarika. 👍Don't worry we are all Assamese people with you 😍🥰🙏🙏🙏Thanks❤

  • @nayanmonidutta9768
    @nayanmonidutta9768 3 роки тому

    বহুত ভাল লাগিল সাক্ষাৎকাৰটো | স্কুলীয়া দিনত পঢ়া সময়ত ,পঢ়া কিতাপৰ মাজত সোমোৱাই পঢ়িছিলো ৰঞ্জু হাজৰিকাদেৱৰ কিতাপ, পাফু চিৰিজ, দস্যু ভাস্কৰ আদি কিতাপবোৰ ... কাৰণ পঢ়াৰ সময়ত বাহিৰা কিতাপ পঢ়িবলৈ নিদিছিল..

  • @mrinaldas7072
    @mrinaldas7072 Рік тому

    teor onagot dinbor jate xukalame gutanugatik goi thake tare kamonare , lagate bakhistadevk hahut hahut dhanyabad.

  • @kirttanaramdas9381
    @kirttanaramdas9381 Рік тому

    ৰঞ্জু হাজৰিকা ছাৰৰ দীৰ্ঘায়উ কামনা কৰিলো। তেখেতৰ জুলু নামৰ উপন্যাসখন মই আজিলৈকে সযতনে ৰাখি থৈছোঁ। অইন কোনোৱেই তেখেতক স্বীকৃতি নিদিলেও আমি পাঠক সমাজে হাজৰিকা চাৰক স্বীকৃতি দিছোঁ।

  • @pabitrakalita9755
    @pabitrakalita9755 Рік тому

    আপোনাৰ উপন্যাস স্কুল ত পঢ়ি থাকোতেই বহুত পঢ়িছিলো

  • @bhabendas1249
    @bhabendas1249 5 місяців тому

    হাজৰিকা দেৱক সহস্ৰ প্ৰণাম জনালো।

  • @mahendramohansaikia7720
    @mahendramohansaikia7720 3 роки тому +1

    Asomor gourob aponak namaskar.

  • @gakulsarma3743
    @gakulsarma3743 3 роки тому +1

    An octogenerian now;I was crazy of his writings since my childhood.Glad to see Sri Ranju Hazarika through your interview.Till today have been trying to see his face.A superb interview of a renowned Assamese writer.Thank you.God bless Sri Ranju Hazarika with good health, peace and happiness.

  • @abhijeetborah1256
    @abhijeetborah1256 3 роки тому +3

    S
    Apunar bohut kitab murlogot atiaw sojotone rakhisu.

  • @subarnajitdas2853
    @subarnajitdas2853 3 роки тому +3

    Sir r b day kali e gol...video aji hey upload dle sun

  • @anitakeot3795
    @anitakeot3795 3 роки тому

    Apunakdekhapai bahut val lagil.

  • @akiburrohman1686
    @akiburrohman1686 3 роки тому +1

    মোৰ বহু কিতাপ আছে আপোনাৰ প্ৰায় 50-60 খন মান আছে....এটা দ্বীপ সাতটা কৱৰ মোৰ প্ৰিয়...

  • @shikharajkhowa444
    @shikharajkhowa444 3 роки тому

    Moi Ronju Hazarika r Kitap pohi khub Val pau.Mur Ma r favourite writer Ronju Hazarika aru muru.

  • @adowarah7983
    @adowarah7983 3 роки тому

    Bohut Val laga kitap bur pohi

  • @alifahazorika1949
    @alifahazorika1949 3 роки тому

    Apunar kitap porhi bhal lage,Dhanaybad Janalu.

  • @dipakkumarray3864
    @dipakkumarray3864 3 роки тому +1

    🙏🙏🙏🙏 Krishna Krishna

  • @dipakkalita9647
    @dipakkalita9647 Рік тому

    এসময়ত ৰঞ্জু হাজৰিকাৰ কিতাপ কেতিয়া প্ৰকাশ হব, বাট চাই ৰৈ আছিলোঁ। মোৰ অন্যতম প্ৰিয় উপন্যাসিক।

  • @rajeshhazarika1663
    @rajeshhazarika1663 3 роки тому

    Mur khokolutkoy priyo likhokjonei hoyse Ranju Hazarika mohaakhoy.

  • @sailendas8014
    @sailendas8014 3 роки тому +2

    sir, moi aponar kitap porhi bor val paw. apunar "ata deep satta kobor "kitap khan bor val lage mor .

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 11 місяців тому

    ❤❤❤

  • @dulalgogoi926
    @dulalgogoi926 3 роки тому

    Moi class ninor porai ronju hajorikar kitap porhisu. Ata dip hatakobor kitapkhon bohut val paisilu.