১৪ বছৰৰ পিছত "চকু" মেলিব ৰবি শৰ্মাই !

Поділитися
Вставка
  • Опубліковано 21 сер 2024
  • ১৪ বছৰৰ পিছত "চকু" মেলিব ৰবি শৰ্মাই !
    #chakrrapanniparashar #Baartalaap #Hengul #theater #rabisarma #Soku #Banraja
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 236

  • @rajbongshi9843
    @rajbongshi9843 9 місяців тому +8

    আকৰী ত‌ই পগলা ম‌ই superb. যোৱাকালি চালো । হিমাংশু গগৈয়ে চৰিত্ৰটো বৰ সুন্দৰ উপস্থাপন কৰিছে। কৰিঅগ্ৰাফীত অলপ মন দিব লগা আছে ।

  • @Parthajyoti2001
    @Parthajyoti2001 8 місяців тому +9

    অসমীয়া চলচ্চিত্ৰ আৰু ভ্রাম্যমাণ থিয়েটাৰ জগতক আগুৱাই লৈ যোৱাত আপোনাৰো অশেষ অৰিহণা আছে। ধন্যবাদ দাদা।

  • @baikunthadas1882
    @baikunthadas1882 Рік тому +33

    ৰবি দাদাক বেস্ট actoror সন্মান এটা দিব লাগে বুলি মই ভাবো..

  • @tubemedia4674
    @tubemedia4674 Рік тому +18

    ৰবি দাৰ কথাৰ প্ৰতিটো লাইনেই অনুপ্ৰেৰণা যোগায়। বহুত ভাল লাগে এইজন মানুহক। আৰু হেঙুল টিমৰ মই সুভাকাংখী। অতিকে আপোন হেঙুল। সকলো জনেই সু-কোমল মনৰ

  • @gojalicreation6669
    @gojalicreation6669 Рік тому +51

    Ravi sarma দা অদ্বিতীয়.... অসমীয়া চলচ্চিত্ৰ জগত লগতে ভ্ৰাম্যমাণ থিয়েটাৰ এজন অন্যতম মহান ব্যক্তি ❤️❤️❤️

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 Рік тому +19

    ৰবি শৰ্মাই যিদৰে দৰ্শকক যিদৰে সহাৰি দিয়ে---সেইটোৱে আনন্দ দিয়ে। শুভকামনা জনালো।

  • @prakash78723
    @prakash78723 Рік тому +9

    সচাই ৰবি দাৰ কথাবোৰ অনুসৰন কৰিবলগীয়া❤

  • @mintudeka8277
    @mintudeka8277 Рік тому +5

    অতি সুন্দৰ ভাল লাগিল চাই।❤️🙏

  • @allrounderhumen
    @allrounderhumen Рік тому +15

    ৰবি দা সদায় Best আৰু এজন মোৰ প্ৰিয় ব্যক্তি ❤

  • @jireality.6377
    @jireality.6377 Рік тому +6

    এইবাৰ আকৌ হেঙুলে জুই লগাব 💥💥💥🎊🎊🎊🔥🔥🔥

  • @dilipborah2849
    @dilipborah2849 Рік тому +126

    জুবিন দা লাগে বাতালাপ ত❤

  • @styledreamsk9886
    @styledreamsk9886 Рік тому +7

    কিছুমান মানুহে কিমান কষ্ট কৰি যে ৰঘুপতি চাইছে মানুহৰ ঘৰত কাম কৰি পইছা গোটাই,ৰবি শৰ্মাই তো ধন্যবাদ দিবই লাগিব ন তেতিয়াহে মানুহ ৰ মন ভাল লাগিব, বহুত ভাল কাম কৰিছে ধন্যবাদ

  • @Frustratedmitu
    @Frustratedmitu Рік тому +11

    হেঙুলত আকৌ নতুন ৰূপত এখন নাটক পুনৰ চাব মন যায় : "মাথো প্ৰেমৰ বাবে" ❤🥺 তাত যে দীক্ষু দাৰ গান এটা আছিল - "যাচি দিয়া বুকুতে চিনাকী মৰম" 😢 উফফফফফ !!!!!

  • @joystalk16
    @joystalk16 Рік тому +11

    3 reasons that why love Ravi Sarma
    * Non political personality
    * Straight forward
    * Egoless

  • @lovesongs9263
    @lovesongs9263 Рік тому +3

    Robi da kotha pra bhut khikib pari❤ thank you.

  • @Kaushik632
    @Kaushik632 Рік тому +3

    ৰবি দাৰ কথা কেইটাই অন্তৰ চুই গʼল।💓

  • @jumankumarsarmah5131
    @jumankumarsarmah5131 Рік тому +6

    চক্ৰপানী তোমাক ৰবি দা তকৈ বয়সীয়া দেখাইছে।অলপ নিজৰ স্বাস্থ্যৰ যত্ন লোৱা।

  • @Frustratedmitu
    @Frustratedmitu Рік тому +9

    এবাৰ ৰাজমুকুটলৈ যাব চোন : উৎপল দাসক দেখাব, তেৱোঁ এজন বৰ ভাল অভিনেতা ❤

  • @anjalipathak4964
    @anjalipathak4964 Рік тому +2

    সুন্দৰ,,,,,,,,,। সকলোৱে ইমান মনযোগেৰে কথা খিনি শুনি আছে দেখি ভাল লাগিছে।

  • @astaraag7428
    @astaraag7428 Рік тому +8

    Best Actor with best Journalist ❤

  • @Frustratedmitu
    @Frustratedmitu Рік тому +19

    "চমক" খনো কিন্তু বেলেগ লেভেলৰ নাটক আছিল দেই ❤বাপৰে আজিও সজীৱ কাহিনীটো আৰু সেই গানটো > "মোৰ চকুলে চোৱা পৃথিৱী ধুনীয়া....❤🔥🔥🔥⚡

    • @abhiluitsharma1355
      @abhiluitsharma1355 Рік тому

      Copyjeet bhattacharya e London dreams cinema khonor Kahini nokol kori somok r Kahini likhisil 😂

    • @Frustratedmitu
      @Frustratedmitu Рік тому

      @@abhiluitsharma1355 Olop solop mil asil kintu 🤣 hoi

    • @mrinaljyotisarma7321
      @mrinaljyotisarma7321 9 місяців тому

      ​@@abhiluitsharma1355 London dreams aru guzarish mix asil... 😂😂😂

  • @Legal_weapon295
    @Legal_weapon295 Рік тому +11

    Waiting for Hengul in Nalbari Rakh Mahotsav ❤❤❤

  • @Kaushik632
    @Kaushik632 Рік тому +9

    ভাল লাগিল দেই।🖤
    সুন্দৰ অনুষ্ঠান।

  • @probhatZoo
    @probhatZoo Рік тому +4

    yes yes Hengol t sound,music,technicality ,newnes everything 10 on 10 ....I personalky like Hengol Theater

  • @kaustavboiragi163
    @kaustavboiragi163 Рік тому +10

    Our Assamese star Ravi da❤

  • @nikynath8445
    @nikynath8445 9 місяців тому +2

    প্রিয় অভিনেতাজন❤

  • @mondiraboruah106
    @mondiraboruah106 5 місяців тому +1

    হেঙুল থিয়েটাৰ খন চালো।খুব ভাল লাগিল।

  • @mrsaurav9620
    @mrsaurav9620 Рік тому +1

    সচাক দেই ৰবি দা কথা বোৰ সঁচাকৈয়ে বহুত ভাল লাগে । Love you ৰবি দা,

  • @mintutalukdar9619
    @mintutalukdar9619 Рік тому +1

    Bohut. Val. Lagil. Onustan. Tu. Sai. Mur. Prio. Abhineta.

  • @pPnaturaltv2697
    @pPnaturaltv2697 5 місяців тому

    অসমৰ এজন প্ৰকৃত শিল্পী ৰবি দা।।। এক কথাত অসমীয়া ছবি জগতৰ " ভাই জান"

  • @debabrata9864
    @debabrata9864 11 місяців тому

    Meaningful discussion. GREAT.

  • @parthaborah2984
    @parthaborah2984 Рік тому +14

    যোৰহাট কৰ্ট ফিল্ডত "চকু" চোৱা মনত আছে.....খুব ভাল এখন নাটক চাই আপ্লুত হৈছিলো....14 বছৰৰ পাছত আকৌ এবাৰ চাম।
    আৰু এখন নাটক বহুত মনত পৰে "১৯৯৯,মাথোঁ প্ৰেমৰ বাবে".…...আকৌ এবাৰ চাবলৈ মন থাকিল।
    হেঙুলৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা💐💐💐

    • @amlandip
      @amlandip Рік тому +1

      Akdm, muru monot ase❤

    • @shrutikashyap2691
      @shrutikashyap2691 Рік тому +2

      পুৰা মনত আছে। তাৰে গান কেইটা ও ❤ ইমানেই ধুনীয়া আছিল অ।

    • @Frustratedmitu
      @Frustratedmitu Рік тому

      ​@@shrutikashyap2691আগৰ ভ্ৰাম্যমাণৰ গানবোৰৰ নিচিনা গান আজিকালি নাই আৰু 💔

    • @Keshariya.1234
      @Keshariya.1234 Рік тому +2

      1999 matho premor babe seikhonor dore nat ajiloi koneo uliyabo nuware..... Ki technology asil vai🥰🥰🥰

    • @parthaborah2984
      @parthaborah2984 Рік тому

      @@Keshariya.1234 সঁচাকৈ সেই সাঁজ আজিলৈকে কোনো নাটকে মোহাৰিব পৰা নাই.....

  • @nabajitchoudhury7780
    @nabajitchoudhury7780 Рік тому

    ৰবি দাই কথা বিলাক ইমান ধুনীয়া কৈ উপস্থাপন কৰি কৈ খুব সহজতেই বুজিব পাৰি

  • @taruntrinayan
    @taruntrinayan Рік тому +2

    All time favourite person Ravi Da .❤

  • @sumitasaloi1108
    @sumitasaloi1108 Рік тому +1

    Rabi daa khdai special ❤❤bohut val lage .abr lg pabo mn ase Rabi daa ❤❤❤❤

  • @bhabanideka1161
    @bhabanideka1161 Рік тому

    বহুত ভাল লাগিল । ধন্যবাদ।

  • @bikashborah6109
    @bikashborah6109 11 місяців тому +1

    ২০০৮চনত ৰবি দাৰ "চকু"খন লখিমপুৰ নাৱবৈছাত ৩ টা "চ" চাইছিলো বহুত প্ৰিয় নাটক❤️❤️

  • @bonditasvlog2792
    @bonditasvlog2792 Рік тому +1

    আমাৰ ঘৰৰ কাষৰ পৰাই গ'লহি আপুনি জনা হলে নিশ্চয় গলো হয় বাৰ্তালাপ একেবাৰে কাষৰ পৰা উপভোগ কৰিবলৈ। ভাল লাগিল অনুষ্ঠানটি চাই❤

  • @vlogsofdev1827
    @vlogsofdev1827 Рік тому +2

    চামতাৰ লৰা জয়ন্ত বৰ্মন আমাৰ ওচৰৰ আমাৰ গৌৰৱ

  • @user-uz6st7tv3f
    @user-uz6st7tv3f 5 місяців тому

    Natok khon saie bor vl lagil ❤

  • @domborugogoi971
    @domborugogoi971 Рік тому

    Bohut bhal lagil, chakrapani da, rabi dar pora bohut shikisu, thank you,😊😊😊

  • @Funwithpritam7278
    @Funwithpritam7278 Рік тому +1

    Bartalaap at zg lage🎉🎉

  • @manashitalukdar1240
    @manashitalukdar1240 Рік тому

    Ravi Da .❤❤❤❤ Iman xundor bartalaap!

  • @AssamGuwahati-ux3vv
    @AssamGuwahati-ux3vv 7 місяців тому

    Morigaont ahi goise rbi da durimarit thireta bhut vl lagil I love you

  • @polbora1823
    @polbora1823 9 місяців тому

    Bohut vl lagil ktha bur khuni

  • @shrutikashyap2691
    @shrutikashyap2691 Рік тому +2

    কিবা এটা পৰীক্ষা ৰ আগদিনা কান্দি কাটি গৈ চকু চোৱা মনত পৰে আজি ও। তেতিয়া নতুন নতুন Technique বোৰ আহিছিল থিয়েটাৰ ত। এতিয়া আকৌ চকুৰ পষ্টাৰ খন দেখি সন্দেহ হৈছিল আগৰ খনেই হব নে নতুন হব।
    ইমান বছৰ পিছত আকৌ এবাৰ চকু চামগৈ। ৰবি শৰ্মা-সংগীতা বাৰ অভিনয় পাহৰিব নোৱাৰো। চকু প্ৰত্যেকটো গান আজি ও আছে Play list ত😊 ।
    আৰু এখন আছিল তাতেই নাটক 'মাথো প্ৰেমৰ বাবে' সেইখন ও পোৱা হলে চাবলৈ। তাৰে ও খুব ধুনীয়া গান এটা আছিল 'যাচি দিয়া বুকুতে চিনাকি মৰম' ❤
    সঁচাই সেইবোৰ আমাৰ দিন আছিলে❤

    • @Frustratedmitu
      @Frustratedmitu Рік тому

      যাচি দিয়া বুকুতে চিনাকী মৰম
      এইটো গান নহয়, শৈশৱৰ স্মৃতি সোঁৱৰাই এই গানটোৱে ❤ দীক্ষু দাৰ ইমান ধুনীয়া কন্ঠ আছিল গানটোত 🥺💔 বুকু কপাঁই যোৱা গান আছিল সেইটো । আপুনি আজি মনত পেলাই আকৌ আৱেগিক কৰি তুলিলে 🥺✨

  • @parthaborah2984
    @parthaborah2984 Рік тому +7

    আগৰ চকুখনৰ ভাইটিজনৰ শ্মশানত কোৱা ডাইলকটো 😢😢😢😢😢😢😢😢বুকু চুই গৈছিল

  • @semimasiddiqua3031
    @semimasiddiqua3031 Рік тому

    Ufff eman je val lage Ravi r kotha bur huni, bohut enjoy koru tumar kotha bur huni ❤

  • @Jinti_Parasar_Song_Gallery_
    @Jinti_Parasar_Song_Gallery_ 3 місяці тому

    কোনো দিন নিজক best বুলি নকয় মানুহজনে সঁচাই ৰবি দাদা 😊

  • @gautomsaikia8894
    @gautomsaikia8894 Рік тому +1

    Rabi is Artist whom we can trust,

  • @GautomSonowal1823
    @GautomSonowal1823 Рік тому +1

    Bohut val lagil❤ Best wishes🎉

  • @user-ds2gd9rf1r
    @user-ds2gd9rf1r Рік тому +4

    I am poet Samujjal Deka 🙂✍🏻👍🏻
    Love from Rangia ❤️😊🙏🏻

  • @bikashcreated767
    @bikashcreated767 Рік тому +1

    ৰবি দা ❤️

  • @TRIDI0
    @TRIDI0 Рік тому +2

    2008 t kampurt saisilo. Memories being back❤😢 Nagaon

  • @surengogoi3470
    @surengogoi3470 Рік тому +1

    I love Hengul Theater❤❤❤

  • @sunnysagarsonowal7853
    @sunnysagarsonowal7853 Рік тому

    Val lgl ...... video tu saiii❤ .......bhut nojona kotha gom paluuu

  • @ramendas1618
    @ramendas1618 Рік тому

    Apuni amr asomiyar babe real hero nd impressive man.

  • @kamalgogoi1279
    @kamalgogoi1279 Рік тому +3

    Rovi da aru himanshu da babe ata like

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 Рік тому

    Ravi da our inspiration & lots of Love dada 😍❤❤❤❤❤

  • @nipudeka-xw4hh
    @nipudeka-xw4hh 9 місяців тому

    Robi da jui❤❤❤❤

  • @BeautiDas-qe2ew
    @BeautiDas-qe2ew 10 місяців тому

    rabi da is best
    ❤❤❤

  • @gogoi3588
    @gogoi3588 7 місяців тому

    Our Assamese star Ravi Dada ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @robiulhussain09
    @robiulhussain09 7 місяців тому

    Beautiful❤❤❤

  • @dipjyotipatowary7973
    @dipjyotipatowary7973 Рік тому +2

  • @mcfacket7457
    @mcfacket7457 Рік тому +1

    Ravi da💪💪💪💪💪💪💪💪💪💪💚💚💚💚💚💚💚💚

  • @bandanasenapatidewri
    @bandanasenapatidewri Рік тому

    Ravi da bohut handsome teo kotha bilak write ❤️🥰❤️ so cute

  • @user-uu2yf4nr7m
    @user-uu2yf4nr7m 5 місяців тому

    Bhut Val Kota party Dada good❤❤❤❤

  • @rinadeka2756
    @rinadeka2756 Рік тому +2

    ৰবি য'ত থাকিব সাহস তাতেই থাকিব

  • @dhirajtalukdar4881
    @dhirajtalukdar4881 Рік тому +1

    Ravi Da ❤

  • @binitasahariah5484
    @binitasahariah5484 8 місяців тому

    Bohut besi dhunia natok keikhon❤❤❤

  • @debabrata9864
    @debabrata9864 11 місяців тому

    Good interview.

  • @user-do9bz4xe6r
    @user-do9bz4xe6r Рік тому

    ❤❤❤ mojja

  • @mrmblogs8985
    @mrmblogs8985 Рік тому

    উৎপল দাক লাগে বাৰ্তালাপ ত😍😍😍

  • @prakash78723
    @prakash78723 Рік тому +1

    Rovi dar babe tiniyokhon sam hengul❤ kone kone val.pai ravi dak ata like korok😗

  • @sanjibsaikia6925
    @sanjibsaikia6925 Рік тому +2

    ওংৰা সঞ্জীৱ 😢😊❤❤❤❤❤❤❤

  • @user-rb5qc2hy5m
    @user-rb5qc2hy5m Рік тому

    Rsvi da is the best of the best actor in Assam I love 💕😘😘 you Ravi Da

  • @assamorlora2463
    @assamorlora2463 Рік тому

    বনৰজা খন চালো বহুত ভাল লাগিল।।।।❤❤❤

  • @rajoshreesaikia4858
    @rajoshreesaikia4858 11 місяців тому +1

    Kali salu dei "soku"❤😊😊

  • @Boos74079
    @Boos74079 11 місяців тому

    Rabi da xodai jui

  • @assamdeni3311
    @assamdeni3311 5 місяців тому

    Ravi da real hero ❤

  • @dharitrikalita276
    @dharitrikalita276 Рік тому

    interviewto khub val lagil

  • @assamextraordinaryvlog7824
    @assamextraordinaryvlog7824 6 місяців тому

    মই ৰবি দাৰ বহুত ডাঙৰ farind মই যেতিয়া ক্লাছ ফাইভ ৰ ছাত্ৰ আছিলো । তেতিয়া ৰবিদাৰ বগিতৰা এলবাম খন releas হৈছিল আৰু তেতিয়া মই । চাইছিলো তেতিয়াৰে পৰা মই ৰবি দাৰ frieand আৰু যোৱা ইংৰাজী 30 31 জানুৱাৰী আৰু 1 ফ্ৰেবুয়াৰী 2024 ৰবি দাৰ হেঙুল থিয়েটাৰ চালু খুব ভাল লাগিল হকুলোৰে অভিনয় খুব ভাল আছিল কিন্তু এটাই আফচুচ ৰবি দাক লগ কৰা আশা আছিল কিন্তু লগ কৰিব নোৱাৰিলোঁ ।

  • @sajidulahmed5876
    @sajidulahmed5876 Рік тому

    Ravi da r khata bht inspiration pao.. My fv hero...

  • @Joy90skidd
    @Joy90skidd 9 місяців тому

    Ravi daaaaa❤

  • @pankajsarma3637
    @pankajsarma3637 Рік тому

    Waiting for next

  • @grihini9470
    @grihini9470 Рік тому

    সুন্দৰ বাতা লাপ

  • @nipagogoimoon9478
    @nipagogoimoon9478 Рік тому +3

    ৰবি দাৰ কথাবোৰ সদাই positiv❤❤❤❤

  • @dutta22
    @dutta22 Рік тому +1

    Mjh 👍

  • @ankurkakati6351
    @ankurkakati6351 11 місяців тому

    Joi ravi da

  • @user-ux2yd2ye3i
    @user-ux2yd2ye3i Рік тому +1

    Katie Oxomiya

  • @badankalita2834
    @badankalita2834 Рік тому

    প্ৰথমতে মোৰ এই মতামতৰ জৰিয়তে মোৰ বাবে এটা অতিকৈ প্ৰিয় ভাম্যমান নাট্যদল হেঙুল থিয়েটাৰৰ প্ৰযোজক মাননীয় সৎকল্প জিৎ হাজৰীকা লগতে সমুহ শিল্পীবৃন্দলৈ মোৰ আন্তৰিক অভিনন্দন ও বছৰটোৰ সফলতা কামনাৰে শুভ ইচ্ছা যাচিলোঁ । ইয়াৰ লগতে অসমৰ এজন অতিকৈ ব্যস্ত বিশেষ ভাৱে খুৱেই কষ্ট কৰা অভিনেতা মাননীয় ৰৱি শৰ্ম্মা দেৱলৈ মোৰ আন্তৰিক শুভেচ্ছাঁ যাচিলো । বাৰ্তালাপৰ অসমৰ এজন সৎব্যক্তি সফল সাংবাদিক মাননীয় চক্ৰপানী পৰাশৰলৈ মই আন্তৰিক ধন্যৱাদ যাচিছোঁ সময় উপযোগী খুৱেই ধূণীয়া সংৱাদ সমূহ পৰিৱেশন কৰি অহা বাবে । এই খিনিতে প্ৰিয় সাংৱাদিক গৰাকীলৈ অনুৰোধ মাথোন যি সকলে ইতিমধ্যে প্ৰকাশ আৰু প্ৰচাৰৰ তুংগত আছে তেওঁলোকৰ সৈতে সময় কটোৱাৰ বাহিৰেও আমাৰ সমাজ খনত বহুতো আনৰ দুচকুত অচিনাকী আনহাতে লোকচক্ষুৰ আৰঁত এডোখৰ উজৃল ৰত্ন । তেওঁলোকৰ কাৰনেও ব্যস্ততাপূৰ্ন সংৱাদ পৰিৱেশনৰ কৰ্ম্মসূচীৰ মাজত অলপ সময় ব্যয় কৰিলে সেই সকলো কিজানিৱা অকনমান হলেও ৰাইজৰ মাজলৈ ওলাই অহাত সহাঁয়ক হৱ । ইয়াৰ সৈতে সমাজৰ সাধাৰন মানুহ যি সকলৰ বাবে মাননীয় চক্ৰপানী পৰাশৰ অতিকৈ প্ৰিয় সাংবাদিক বা প্ৰিয় ব্যক্তি তেওঁলোকৰ মনৰ মতামত নতুবা বাৰ্তালাপ কৰিৱলৈ যোগাযোগৰ মাধ্যম প্ৰকাশ কৰিৱগৈ লাগে মোৰ অনুভৱত । শেষলৈ অশেষ ধন্যৱাদ জ্ঞাপন কৰিলোঁ ।

  • @Funwithpritam7278
    @Funwithpritam7278 Рік тому +1

    Zubeen dak anbo baarta laap at❤❤

  • @bhargobjyoti6695
    @bhargobjyoti6695 5 місяців тому

    Aitu thik kotha koise moi aikothatut saport koru

  • @kjeng9809
    @kjeng9809 Рік тому

    বহুত ভাল পাওঁ ❤ৰবি❤ ককাইদেউক

  • @brbofficial7863
    @brbofficial7863 Рік тому

    Hengul theatre চাবলৈ মই pagol hoi asuu..
    Debashree aruu Ravi da mur bohut priyo

  • @assamextraordinaryvlog7824
    @assamextraordinaryvlog7824 6 місяців тому

    ❤❤❤🔥🔥🔥

  • @gyanadadeka5466
    @gyanadadeka5466 Рік тому +1

    ৰবি শমা ক ভাল কথা বোৰ শুনি

  • @munnasfunnynalbari
    @munnasfunnynalbari Рік тому +1

    ❤❤❤

  • @biswajitgogoi7747
    @biswajitgogoi7747 Рік тому

    Rabi daa❤

  • @desiboys1887
    @desiboys1887 Рік тому +1

    Tamam action