Dimow Dhemaji Picnic Spot ❤ Best Picnic Place in Assam (In the Midst of Nature) Bronson and Brown

Поділитися
Вставка
  • Опубліковано 28 гру 2024

КОМЕНТАРІ • 21

  • @nikunjasarma2549
    @nikunjasarma2549 Рік тому

    Very nice. Video❤

  • @porismitagogoivlogs9083
    @porismitagogoivlogs9083 Рік тому

    Vry nice ❤❤❤❤

  • @krishnaphukan2592
    @krishnaphukan2592 Рік тому

    ❤❤❤

  • @dimpeechutia6064
    @dimpeechutia6064 Рік тому +1

    Moja

  • @likeman5575
    @likeman5575 Рік тому +1

    Hlo fd bhot bhal lagile ..satarday Sunday besi hoy picnic kowa...fd last December 1 January Ahiba ❤❤ love from Dimow

  • @arjunprasadprasad3139
    @arjunprasadprasad3139 Рік тому +1

    Moja Bido

  • @deepdey5013
    @deepdey5013 Рік тому +1

    Copyright nahi ata nahi kia mam

    • @aflinvlogs4519
      @aflinvlogs4519  Рік тому

      Ata hai.. Lekin music hata nhi paa rhi hu na 😪😪

  • @artiqvlogs
    @artiqvlogs Рік тому +1

    Nijei tu jbo ny pua blgr a vlog sai sai feel loisu 🤦‍♂️ btw mjh vlog

    • @aflinvlogs4519
      @aflinvlogs4519  Рік тому +1

      Aku ni bro 🤜.. Tmluke short flim bonaisa n moi chance plei.. Picnic furisu 😢😢 afale nhole to afale sesta krisu..

    • @artiqvlogs
      @artiqvlogs Рік тому

      @@aflinvlogs4519 😌👍🏻 lgi jua

  • @Aveekpaulcube
    @Aveekpaulcube Рік тому +1

    Krishna sir kot ma'am

  • @robindx2002
    @robindx2002 Рік тому +1

    আজি গৈ আহি ঘৰ সোমাইছো অলপ আগতে। ঠাই দোখৰ এসময়ত প্ৰাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰা ধুনীয়াই আছিল গম পোৱা যায়। কিন্তু সেই সৌন্দৰ্য এক চিকুটো নাই আৰু। পিকনিকৰ কাৰণে টো জঘণ্য। গোটেই নদী খনৰ আকৰ্ষণ শেষ হ'ল কাৰণ নদী খনৰ শিল বোৰ Falkland/JCB ৰে উঠাই তাতেই শিলৰ কোৱেৰী (stone quary) ব্যৱসায় আৰম্ভ হল। ফলত নদী খনৰ প্ৰদূষিত হোৱাৰ উপৰিও তাৰ প্ৰাকৃতিক ধাৰাই সলনি হৈ গ'ল। এটা সৰু নলাৰ দৰে লাগিল নদী খন। তাতেই শ শ পিকনিক পাৰ্টী। চাৰিওফালে ধূলিময় পৰিবেশ। নদীৰ পানী বোৰ ঘিন লগা। লেতেৰা পুখুৰীৰ দৰে কোনো বোৱতী সোত নোহোৱা এখন তথাকথিত নদী। তাতেই আক' দুখন টকা উঠোৱা গেট। প্ৰত্যেক গাড়ীৰ পবা প্ৰথম খনত ৫০.০০ টকা আৰু দ্বিতীয় খনত ১০০.০০ টকাকৈ সংগ্ৰহ কৰে তাৰেই স্থানীয় কিছুমান যুৱক যুৱতীয়ে। কিন্তু ‌মেলাৰ দৰে হৈ থকা পিকনিক স্থলীত চাৰিওফালে কদৰ্য্যময় পৰিবেশ। পিকনিক স্থলীলৈ ৰাস্তা বুলিবলৈ একো নাই। মাটি বালিৰ লিক বোৰেই হ'ল ৰাস্তা। বেছিভাগৰেই উভতি আহোঁতে ৰাস্তা ভূল হয়। পথ দেখোৱাবলৈ কোনো নাই। কেনেবাকৈ বৰষুণ আহিলে তাত কি অৱস্থা হ'ব ভাবিলেও ভয় লাগে। ইমান বেয়া অৱস্থাৰ পিকনিক স্থলী আজিলৈকে মই কতো দেখা নাছিলো। জীৱনত কেতিয়াও আৰু এই দিমৌলৈ নাযাও আৰু কাকো যাবলৈও নকও । অতি বেয়া অভিজ্ঞতা হ'ল আজি আমাৰ ৩ টা পৰিয়ালৰ।

  • @ChandanDasJanmoniDas
    @ChandanDasJanmoniDas Рік тому +1

    Babu24 vlogs sabosun

  • @sivagogoi6312
    @sivagogoi6312 11 місяців тому

    Moja