Val lagil
Moi সুতা দাল সোমোৱাটো নাই জনা ভাল কে বুজা দিব চোন
আপুনি ভিদিঅটোৰ প্ৰথম এক মিনিট সময় খিনী চাওঁকচোন বুজি পাব মই বুজি পোৱাকৈ দিছোঁ
আপোনাৰ যদি instagram আছে মোক mgs কৰিব মই সৰুকৈ এটা ভিদিঅ কৰি দিম৷
instagram.com/pallabi__gogoi_09?igshid=MzNlNGNkZWQ4Mg==
bahut val hoyse
Thank you, আগলৈ আৰু চাই যাব ভিদিঅবোৰ৷