GARHADOUL II TEZPUR HISTORY II ASSAM TOURISM

Поділитися
Вставка
  • Опубліковано 11 лют 2025
  • "দৃষ্টি আৰু দৰ্শন"
    এই চেনেল যোগে অসম ৰাজ্যৰ ৩৩ খন জিলাৰ বিভিন্ন ঠাইৰ বুৰঞ্জী মূলক ঘটনা- পৰিঘটনা আৰু নান জাতি উপজাতি সমূহৰ সংস্কৃতি তথা সামাজিক জীৱনৰ তথ্য ভিডিঅৰ দ্বাৰা আপোনাসবৰ ওচৰলৈ লৈ যোৱাৰ এক সৎ প্ৰচেষ্টাই হব আমাৰ লক্ষ্য আৰু উদ্দেশ্য !
    #Garhdoul
    #importanceoftezpur
    #historyoftezpur
    #historicalplaceoftezpur
    our other channel
    / @ntacinema

КОМЕНТАРІ • 29

  • @songhitabhattacharyya6735
    @songhitabhattacharyya6735 2 роки тому +1

    বৰ সুন্দৰ হৈছে। ভাল লাগিল।

  • @unflixedgamerz6162
    @unflixedgamerz6162 2 роки тому +1

    বহুত ভাল লগিছে।

  • @dhurjatibaishya1271
    @dhurjatibaishya1271 2 роки тому +2

    Sundar prasesta. Suvakamana jasilu

  • @tinkuroi3178
    @tinkuroi3178 2 роки тому +1

    good

    • @mukulgoswami5119
      @mukulgoswami5119 2 роки тому +1

      Excellent
      Good luck.
      এটা শুভ কাৰ্য্যৰ আৰম্ভণি হ'ল।
      শুভকামনা জনালো।
      আশা কৰিছো , সমগ্ৰ অসমত এনেদৰে উপেক্ষিত হৈ থকা গুৰুত্ব পুৰ্ন স্থান সমূহ " দৃষ্টি আৰু দৰ্শন" ৰ অন্তৰ্ভুক্ত হ'ব।
      ……মুকুল গোস্বামী

    • @prasantakumarborah4053
      @prasantakumarborah4053 2 роки тому

      ধন্যবাদ

  • @dhurjatibaishya1271
    @dhurjatibaishya1271 2 роки тому +2

    Ati sunder haise

  • @lukudutta9962
    @lukudutta9962 2 роки тому +1

    Bohut bohut bhal lagil 🙏🙏

  • @mukulgoswami5119
    @mukulgoswami5119 2 роки тому +1

    বৰ ভাল লাগিল।
    এটা শুভকাৰ্য্যৰ আৰম্ভণি হ'ল।
    অসমৰ বহু গুৰুত্বপুৰ্ন কিন্তু উপেক্ষিত কীৰ্তিস্থান সমুহৰ কথা দৃষ্টি আৰুদৰ্শনৰ যোগেদি ৰাইজে নিশ্চয়দেখিবলৈ পাব।

    • @prasantakumarborah4053
      @prasantakumarborah4053 2 роки тому

      আশীৰ্বাদ কৰিব ককাইদেউ
      দিহা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ৷

  • @abhijeetkumar4090
    @abhijeetkumar4090 15 днів тому

    namaste...
    nice very nice our's Tezpur Assam.
    BHARAT MATA KI JAI
    LOVE FROM BIHAR...
    DADA KHUB BHALO...
    YOU ARE VERY NICE IN ALL THING'S...

  • @debabratasharma4539
    @debabratasharma4539 2 роки тому +1

    ঐতিহাসিক তেজপুৰৰ প্ৰসিদ্ধ গড়দৌলৰ সন্দৰ্ভত এক নিটোল তথ্যৰ মুগ্ধকৰ ভিডিঅ’ । বৰ ভাল লাগিল ।

    • @prasantakumarborah4053
      @prasantakumarborah4053 2 роки тому

      অশেষ ধন্যবাদ৷ দিহাপৰামৰ্শ ৰ ওপৰিও সহযোগিতা কামনা কৰিলোঁ৷

  • @Shanno167
    @Shanno167 2 роки тому +1

    Really beautiful and creative....

  • @Maddy9ful
    @Maddy9ful 2 роки тому +1

    Very Nice Work.. Congratulations

  • @danishbhuyan9874
    @danishbhuyan9874 2 роки тому +1

    Bor xundor prayakh Prashanta da. 👏👏👏

    • @prasantakumarborah4053
      @prasantakumarborah4053 2 роки тому

      অশেষ ধন্যবাদ৷ নতুন চেনেল৷ Subscribe ৰ ক্ষেত্ৰত অলপ সহায় কৰি দিব৷ যাতে তথ্য সমূহ সকলোৱে পাব পাৰে৷ ধন্যবাদ

  • @prasantakumarborah4053
    @prasantakumarborah4053 2 роки тому +1

    ঐতিহসিক আৰু প্ৰাক ঐতিহাসিক ঘটনা পৰিঘটনা তথা কিংবদন্তি সমূহৰ তথ্য যুগুতাই ৰাইজৰ মাজত প্ৰচাৰ কৰাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য৷

  • @parineetabharali6521
    @parineetabharali6521 2 роки тому

    ভাল লাগিল দাদা

  • @alakjyotiborthakur8175
    @alakjyotiborthakur8175 2 роки тому +1

    এই অনুষ্ঠানৰ জৰিয়তে অসমৰ বিভিন্ন ঐতিহাসিক আৰু প্ৰাগ ঐতিহাসিক ক্ষেত্ৰ সমূহৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিব পাৰিব আৰু উপকৃত হব ।

    • @prasantakumarborah4053
      @prasantakumarborah4053 2 роки тому

      হয়৷ আপোনাৰ দিহা পৰামৰ্শৰ ওপৰিও সহযোগিতা কামনা কৰিলোঁ

  • @papudeka8896
    @papudeka8896 2 роки тому

    Namoskar sir 100 subscribers Or xuvessa jonalu

    • @prasantakumarborah4053
      @prasantakumarborah4053 2 роки тому

      অশেষ ধন্যবাদ! আপোনাৰ পৰা আৰু অলপ আশা কৰিলোঁ!

  • @sonalibhagawati8279
    @sonalibhagawati8279 2 роки тому

    আপোনালোকৰ প্ৰচেষ্টা বৰ সুন্দৰ হৈছে ৷মই চাই আছো ৷কিন্ত এই ভিডিঅ’টোত ”গড়দৌল“ৰ উচ্চাৰণতো কিবা এটা ভাল লগা নাই ৷ইয়াত ’হ’ উচ্চাৰণ নহয় নেকি! মোৰহে ধাৰন দেই ৷ভুল হ’বও পাৰে🙏

    • @prasantakumarborah4053
      @prasantakumarborah4053 2 роки тому

      হয় গৰদ'ল হব লাগিছিল৷
      প্ৰথম ভিডিঅ গতিকে উচ্চাৰণৰ ক্ষেত্ৰত বৰ বিশেষ মন নকৰিলোঁ!
      আগলৈ এনে নহবলৈ চেষ্টা কৰিম৷

  • @santanubaruah2649
    @santanubaruah2649 2 роки тому

    'গঢ়' আৰু 'গড়'ৰ পাৰ্থক্য আছে। চাৰিওফালে থকা গড়ৰ মাজৰ কোনো মন্দিৰ বা কাৰেংৰ চিহ্ন দেখিহে ইয়াৰ নাম গড় দৌল। প্ৰকৃততে ই কি ? আজিও স্পষ্ট নহয়। তথাপিও ভাল লাগিল অনুষ্ঠানটো চাই। পুখুৰীৰ বৰ্ণনা ৰে ই আকৌ পৌৰাণিক যুগলৈকে যায়।