শিৱসাগৰৰ ৰাইজক কিয় ধন্যবাদ দিলে মুখ্যমন্ত্রীয়ে?

Поділитися
Вставка
  • Опубліковано 3 січ 2025

КОМЕНТАРІ • 111

  • @ProbinPawe-sw1vh
    @ProbinPawe-sw1vh 4 місяці тому

    মুখ্য মন্ত্ৰীৰ আহ্বানক আহক সকলোৱে আদৰণি জনাওঁ

  • @rinkushivam8759
    @rinkushivam8759 4 місяці тому

    ৰূপজ্যোতি কুৰ্মী জিন্দাবাদ

  • @RJHMvideoblogs
    @RJHMvideoblogs 4 місяці тому +34

    এই মানুহজনক আগতে শ্ৰদ্ধা কৰিছিলো। আজিকালি বেয়া পাওঁ। সকলোতে ৰাজনীতি। যদি কিবা ভাল কৰিব খুজিছে ইনাৰ লাইন আনক। ৬নং অনুসূচী সক্ৰিয় কৰক।

  • @surajgogoi6144
    @surajgogoi6144 4 місяці тому +1

    আৰে মামা অনা অসমীয়াই মুঠতে মাটি কিনিব নোৱাৰিব কথাটো সিমানেই।আজি কালিৰ মাৰোৱাৰী জ্যোতিপ্ৰসাদ আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ নিচিনা হোৱা হ'লে কোনে‌ও প্ৰশ্ন নকৰিলেহেতেন। জ্যোতিপ্ৰসাদ আৰু চন্দ্ৰকুমাৰ আগৰৱালা হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিছিল।সেয়ে ওৰেটো জীৱন নিজৰ চিনাকী অসমীয়া বুলিয়ে নিজক পৰিচয় দিছিল।এতিয়াৰ মাৰোৱাৰীয়ে মাত্ৰ ব্যৱসায়ৰ বাবেহে অসমত থাকে বাকী অসমীয়াৰ লগত মিলেৰে থাকিব নোখোজে।অসমীয়াক পাৰে মানে ঠগ-বাজেৰে তাচ্চিল্য কৰিব বিচাৰে।আগতে চাই ল‌ওক সাধাৰণ ৰাইজে কি কি পৰিস্থিতিত ভুগি আছে। আৰু আমাৰ অসমীয়া ল'ৰাই বাহিৰত মিলি-জুলি নিজে দুপ‌ইচা ঘটিবলৈ যায় লোকৰ মাটিত চকু নিদিয়ে।

  • @BikashChutiaBikashChutia-kb4rr
    @BikashChutiaBikashChutia-kb4rr 4 місяці тому

    হয় সুন্দৰ কথা

  • @nipandas5010
    @nipandas5010 4 місяці тому +2

    ই মাৰোৱাৰীৰ গোলামো হল নেকি। ই মাৰোৱাৰী বনীয়াৰ চেলেকা হয়।

  • @nijunjadas9733
    @nijunjadas9733 4 місяці тому

    এই ধুৰন্ধৰ টোৰ কথা বিশ্বাস নকৰিব । নিজৰ গাদীৰ কাৰণে কৰিব নোৱাৰা কাম, কব নোৱাৰা কথা একো নাই।

  • @pranjalgogoi7894
    @pranjalgogoi7894 4 місяці тому +10

    হিমন্ত এটা মহা লম্পট

  • @MAARubul
    @MAARubul 4 місяці тому +1

    আপুনি কথাটো ডাইৰেক্ট কিয় নকয়, মাৰোৱাৰী সম্প্ৰদায়ৰ ভোল হৈছে বুলি।

  • @dilipmahanta8479
    @dilipmahanta8479 4 місяці тому

    জনজাতি, অসমীয়া একেই

  • @allthebest6611
    @allthebest6611 4 місяці тому +3

    জোত্যিপ্ৰসাদক আজিৰ মাৰোৱাৰীয়ে চিনি পাই নাই তাত সন্দেহ আছে ৷

  • @hemantaborgohain4493
    @hemantaborgohain4493 4 місяці тому +18

    "ই এজনী ছোৱালীৰ কথাহে, ইয়াত জাতিৰ মান সন্মানৰ কথা নহয়"-সঁচানে ? ই অকল শিৱসাগৰবাসী নহয় অসমৰ অসমীয়াৰ সন্মান জড়িত আছে মহোদয় । বহিৰাগত বহিৰাগতই । ই মিঞাঁই হওক বঙালী মাৰোৱাৰীয়েই হওক । অকল মিঞাঁকহে টাৰ্গেট কৰিব লাগে মাৰোৱাৰী বঙালীবোৰক বাদ দিব লাগে । নহব ! কোনো বিদেশী বাছি যাব নোৱাৰিব অসমত অসমীয়াক দম দি ।

  • @assam8744
    @assam8744 4 місяці тому

    Ba ba ba

  • @brothersglobe5706
    @brothersglobe5706 4 місяці тому +1

    মহোদয়ৰ মন্তব্যত অসমীয়াৰ জাতি সত্বা আৰু অসমীয়া জীয়ৰী বোৱাৰীৰ আত্মসন্মান আৰু সুৰক্ষাৰ সলনি বণিয়াৰ প্ৰতি দৰদী মনোভাৱ স্পষ্টকৈ প্ৰকাশ পাইছে।

  • @ranjitgowsami7891
    @ranjitgowsami7891 4 місяці тому +46

    ৰূপজ্যোতি কুৰ্মী মানসিক বেমাৰী, লগতে মামা ও মানসিক বেমাৰী, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰ নামত সকলো মাৰোৱাৰী চলিব নোৱাৰিব নহয় মামা, জ্যোতিপ্ৰসাদ আগৰৱালা বেপাৰী নাছিল, এতিয়াও বহুত মাৰোৱাৰী আছে অসমীয়া কবই নাজানে

    • @Inglorious_bastard1998
      @Inglorious_bastard1998 4 місяці тому +1

      oxomiya kobo najane .. sorkar k kau . law anibo .. ugro jatiyota bad e vobisyot e akw oxomor xoti koribo ..

  • @Anuragbora86
    @Anuragbora86 4 місяці тому

    অনাঅসমীয়াত মিঞা পৰে মামা পাহৰি নাযাব৷

  • @rahulaxom2603
    @rahulaxom2603 4 місяці тому

    Telia Mama... 😅😅😅

  • @BaluboraBora
    @BaluboraBora 4 місяці тому

    RupjotiBhubulasagaliJanu 5:16

  • @subratakarmakar8797
    @subratakarmakar8797 4 місяці тому

    What administration is doing?

  • @anjugogoi6536
    @anjugogoi6536 4 місяці тому

    😂😂😂😂😂আৰু কিমান নিজক ফাকি দি থাকিব? চোৰ এদিন ধৰা পৰিব । অ মামায়ে মানে বিদেশী বছাবলৈ গৈইছে । ধুৰ ।। ৰূপ ' ভেয়া ছাগলী ? 🤣 ও ও ও ' এ এ এ : অ অ আ
    যে এটা ভাদ মহিয়া এটা কুকুৰ হে

  • @bhabendoley6151
    @bhabendoley6151 4 місяці тому +15

    কথা কাৰ পক্ষত ৰাইজ চৰ্চা কৰক।অসমৰ যুৱকে অন্য ৰইজত মাটি কিনিব বিচাৰিছে জানো? কিন্তু মাৰোৱাৰী যে অসমৰ উপযুক্ত মাটি কিনি শেষ কৰিলে।দাবী টো মুখ্য মন্ত্ৰী মহোদয় যে গ্ৰহণ কৰিব লাগে।

  • @JamunaGogoi-iv9ul
    @JamunaGogoi-iv9ul 4 місяці тому

    ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বাপেক্ৰ মাটি দিছিলেনে

  • @mostaku5892
    @mostaku5892 4 місяці тому

    Cm should like a cm
    Not like a general Assamese

  • @AjitGogoi-t1b
    @AjitGogoi-t1b 4 місяці тому

    Amaar Assamor assamiye ketiyau upodop kora nai kunu akhon dekhot

  • @BaluboraBora
    @BaluboraBora 4 місяці тому

    RupjotSagaliTittledibalage 5:16

  • @deepjyotidas2397
    @deepjyotidas2397 4 місяці тому

    অসমীয়াই বাহিৰা stateot মাটি কিনিব নাযায়, অসমীয়া মাত্ৰ অসমতে থাকিব।

  • @bhreegubasumatary721
    @bhreegubasumatary721 4 місяці тому

    Who is jyoti prasad agarwala marowali bepari he Isn't Assamese we don't know

  • @janardanbora2803
    @janardanbora2803 4 місяці тому +46

    ৰূপজ্যোতিক যি দলে টিকেট দিয়ে হেই পাৰ্টি টো হৰা টো ধৰি লওক আৰু

    • @kuldeepthappa5101
      @kuldeepthappa5101 4 місяці тому

      Rupjyoti k kuneu horuabo nuare

    • @janardanbora2803
      @janardanbora2803 4 місяці тому

      @@kuldeepthappa5101 সেইটো কিবা অৰ্থ আছে জানো

  • @nipondeka2057
    @nipondeka2057 4 місяці тому

    Ki manuhk cm patile😂 sobote rajniti

  • @DipDas-vi8ki
    @DipDas-vi8ki 4 місяці тому

    upper Assam aain ami nijei anim aru etia , Tumi madhya aru namoni aru borakor bohotiya hoi thaka, bhayatur cm

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 4 місяці тому +10

    অনা অসমীয়াই জ্যোতি প্ৰসাদক চিনি পাই নেপাই চিন্তা কৰিব লাগিব

    • @RajuRaj-yw5dq
      @RajuRaj-yw5dq 4 місяці тому

      Jyoti Prashadok sini napao Jodi eku kuwar Adhikari nai

  • @DhrubajyotiChetia-cq6jh
    @DhrubajyotiChetia-cq6jh 4 місяці тому

    Nogaon t ki hob atia, 30 Jonathon ye mat matar ne namate

  • @bolindagogoi122
    @bolindagogoi122 4 місяці тому

    CM Sir Kio Pagol Hoise Apuni

  • @dipjyotisharma7802
    @dipjyotisharma7802 4 місяці тому

    Hi enjela

  • @kdbblog276
    @kdbblog276 4 місяці тому

    Miyai hathu kaxi khoma khujibo ne?

  • @arunjyotigogoi6390
    @arunjyotigogoi6390 4 місяці тому

    এনে লাগিছে নেত হোৱাৰ ক .......দেখা যক .

  • @JaiShriRam-e4o
    @JaiShriRam-e4o 4 місяці тому +1

    *অসচেতনতা হল এটা জাতিৰ কাৰণে আটাইতকৈ ডাঙৰ অভিশাপ। আজি মিঞা খেদিব নোৱাৰিলোঁ অহাকালি মিঞাই খেদিব অসমীয়াক। মিঞা খেদক অসম বচাওক! জয় শ্ৰী ৰাম ভাৰত মাতা কি জয়।*

  • @bhreegubasumatary721
    @bhreegubasumatary721 4 місяці тому

    Marowali mama aponar bhoni juwai relationship ase neki eman protection disa

  • @HemantaChetia-o5g
    @HemantaChetia-o5g 4 місяці тому +1

    শিবসাগৰীয়াৰ পৰা মামাই বহুত শিকিবলগীয়া আছে …

  • @asomiaasom6008
    @asomiaasom6008 4 місяці тому +36

    থুই হিমন্ত থুই থুই

    • @ArupSonowal-r7h
      @ArupSonowal-r7h 4 місяці тому +3

      Assam CM Is Value Less.What He Want To Say ?As a CM Protect Assam And Assemes Respect,Poperty,

    • @arbinda2246
      @arbinda2246 4 місяці тому

      Mama❤❤❤

    • @anjugogoi6536
      @anjugogoi6536 4 місяці тому

      ৰাইট ❤❤❤

    • @DipDas-vi8ki
      @DipDas-vi8ki 4 місяці тому

      himantai bahut bhay khaise Karon upper Assam jagise

  • @WhatsthehellXyz
    @WhatsthehellXyz 4 місяці тому

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি দলত থাকিও খিলঙীয়াৰ পক্ষত থাকিলে খিলঞ্জীয়াৰ পৰা আদৰ সন্মান থাকিব।
    খিলঞ্জীয়াৰ পক্ষত থাকক।🎉🎉🎉

  • @technewsthatyoushouldlove8332
    @technewsthatyoushouldlove8332 4 місяці тому

    Marwari nasolibo 😂

  • @trikenkalita9784
    @trikenkalita9784 4 місяці тому

    Kam 😂😂😂

  • @bhaskarjyotisaikia7290
    @bhaskarjyotisaikia7290 4 місяці тому

    Axomiya lora bure bahirot goi Axomiya student organisation nobonae aru bahiror state ot goi keita Axomiyae politics kheli MLA MP Minister hoise ? Jonabo sun apuni. Tamil Nadu, Kerela, Karnataka, Punjab, Haryanat jonabo sun Axomiya eta e jodi tar local manuhok dom doye ki hobo tar? Delhit north east lora kimanjonok marile?

  • @RabiRamSwargiary-i6i
    @RabiRamSwargiary-i6i 4 місяці тому +2

    ছাৰ, অসমৰ সকলো অসমীয়া নহয় নেকি?মাৰোৱাৰী লোকে কিয় অসমীয়া সাজিব পৰা নাই,ছাৰ,মাটিয়েই জাতি আৰু জীৱন বুলি জানো।গতিকে আপুনি মাটিৰ অধিকাৰৰ ওপৰত কোৱা কথাটো যুগমীয়া আইন হিচাবে তৈয়াৰ কৰিলে ৰামৰাজ্য গঠনৰ আভাস পোৱা যেন হ'ব বুলি সেৱা জনালোঁ

  • @MonMayur7576
    @MonMayur7576 4 місяці тому

    😂😂😂😂😂😂hahahahahahahahahhahahha

  • @gboys7573
    @gboys7573 4 місяці тому

    মামাৰ মাতাটো গল নেকি বাৰু, কিমান অসমীয়াই অন্য ৰাজ্যৰ মাটি কিনি ঘৰ - বাৰী পাতি আছে বাৰু? নিজে কিনিছোঁ বুলি ক আকৌ। 😡😡

  • @rajesh6155
    @rajesh6155 4 місяці тому

    He is talking like a protestor asif he is not having any responsibility as cM . No1 crock who is fed by Adani GRP

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq 4 місяці тому +1

    ছোৱালী জনী বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰনণ কৰিলে মাৰোৱাৰীয়ে মাটি দান দিনলৈ মাটি কত পালে

  • @PryadarshaniDas-lh5zf
    @PryadarshaniDas-lh5zf 4 місяці тому

    Rupjyoti kurmi 1ta faltu manhu

  • @jitenmedhi8930
    @jitenmedhi8930 4 місяці тому

    শিৱসাগৰৰ সমস্যাটো সমাধান হোৱাৰ পিছত ৰূপজ্যোতি নামৰ (আচল পাগল নহয়) পাগলামীৰ নাট্য কাৰ টোৰ অসুবিধা কি?

  • @JayantaChangmai-bs3py
    @JayantaChangmai-bs3py 4 місяці тому +2

    শিৱসাগৰত যি সমস্যা হৈছিলে সেয়া মকামিলা হৈ গ'ল,এতিয়া আকৌ এই ৰূপৰ ছাগলীটোৱে কেলৈ বেবাইছে।

  • @ujjalgogoi1709
    @ujjalgogoi1709 4 місяці тому +1

    মাৰোৱাৰীৰ প্ৰতি ইমান দৰদ কিয়। মামাৰ

  • @bhaskarborah8767
    @bhaskarborah8767 4 місяці тому

    Nimokh khai khai pagol hol ei rupjyoti bola to😅

  • @trikenkalita9784
    @trikenkalita9784 4 місяці тому

    Kam ni BJP oo😂😂😂

  • @PankiSaikia-j3z
    @PankiSaikia-j3z 4 місяці тому

    E Ata Pagol

  • @bjcartoontv8856
    @bjcartoontv8856 4 місяці тому +3

    কিহৰ অসমীয়া আৰু মাৰোৱাৰীৰ সন্মন্বয় হা???কোনো সমন্বয় নাই নাছিল আৰু নাথাকে।চল পালেই অসমীয়াক ইহঁতে কুকুৰৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে😡😡😡

  • @SANJITSINGHA-ng3fs
    @SANJITSINGHA-ng3fs 4 місяці тому

    Rupjuthi Kurmi Assam Khilonjiar Burudi neki

  • @RajuRaj-yw5dq
    @RajuRaj-yw5dq 4 місяці тому

    Manokhik bikargrashta Challiah hey hoi

  • @RajuRaj-yw5dq
    @RajuRaj-yw5dq 4 місяці тому

    Akhomat jatia miya musalman kunuba suwalik hatita haron hoi Tatia himanta kio mat namate kio sibsagar raije mat namate

  • @KeshabHazarika-dr1ub
    @KeshabHazarika-dr1ub 4 місяці тому +1

    শিৱসাগৰৰ।ছোৱালিজনিকলৈ।ভাল।তেলমাৰিলে।মামা

  • @manjulgogoi5267
    @manjulgogoi5267 4 місяці тому +2

    ৰূপজ্যোতি কুৰ্মী ক্ News চালে মোৰ এলাৰ্জী হয়

  • @manashkalita8546
    @manashkalita8546 4 місяці тому +1

    AXOM khon ujoni r manuh khini e bosai ase...thank..u..

  • @basantahira8645
    @basantahira8645 4 місяці тому

    ৰুপজ্যেতি এটা 🎉

    • @Riku-i3j
      @Riku-i3j 4 місяці тому

      ফকতীয়া পাগল😂

  • @northeast7617
    @northeast7617 4 місяці тому +7

    Inner line permit ILP dibo lage Axomot oti hunkale, 6th clause of Assam accord implement koribo lage oti hunkale, 6 indigenous communities in Assam must be given ST Status.. Tetiya he khilonjiya bhumiputro hurokhito thakibo Axomot.. Joi Aai Axom 🙏Joi Bir Lachit💪💪

  • @bikashsaikia2967
    @bikashsaikia2967 4 місяці тому

    Mama o mati bur মাৰুৱাৰিক diat k mamik k kinible kbo।

  • @BidyutHandique-nia448TP5
    @BidyutHandique-nia448TP5 4 місяці тому +2

    Rupjyoti boliya tuk treatment kora time ahi gol

  • @staprogya2309
    @staprogya2309 4 місяці тому +1

    কেইটা অসমীয়াই বাহিৰত মাটি কিনিছে।

  • @SADAGARMILI
    @SADAGARMILI 4 місяці тому

    👍👍👍👍👍✔️

  • @northeast7617
    @northeast7617 4 місяці тому +3

    Nagaland,Meghalaya, Manipur, Arunachal, Mizoram or nisina inner line permit ILP aru bhumi Hurokha Axomot u hobo lage khilonjiya bhumiputro tetiya he Axomot hurokhitto thakibo..

  • @shahrukhhussain4041
    @shahrukhhussain4041 4 місяці тому +1

    Rupjyoti kurmi Tezpur mental hospital jaboloi hol.

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 4 місяці тому

    অনাঅসমীযাই অসমীয়াৰ ওপৰত সকলো ফালৰ পৰাই অয়্তাচাৰ কৰিছে।

  • @mayurranjan2889
    @mayurranjan2889 4 місяці тому +2

    Jitu kam Assam Govt te koribo nowarile Heitu raije kori dekhuwale…

  • @Basantahajarika
    @Basantahajarika 4 місяці тому

    Congressr joi joi kare protidin time,joi hobo hai para nai.

  • @mindrefresh715
    @mindrefresh715 4 місяці тому +4

    মামা ঠিক্ কৈছে।

    • @hemantaborgohain4493
      @hemantaborgohain4493 4 місяці тому +1

      "বেটি বচাও, বেটি পঢ়াও" - আৰু আজি ? এজনী ছোৱালীৰ কথাহে । ছোৱালী নোহোৱাহলে মূখ্যমন্ত্ৰীয়ে ব্যৱস্থা ললেহেঁতেন । মানে ছোৱালীৰ কথাত গুৰুত্ব দি লাভ নাই ।

  • @DefenceIFO323
    @DefenceIFO323 4 місяці тому

    Mama a thikei kotha koise ...kintu rupjyotik bor beyak dile deii😅

  • @ajgorali7329
    @ajgorali7329 4 місяці тому

    Ki kobor hamidul

  • @TaraliMedhi-f3l
    @TaraliMedhi-f3l 4 місяці тому +1

    Bee bee

  • @sanjoytalukder2724
    @sanjoytalukder2724 4 місяці тому +1

    CM SIR 🙏🙏🙏🙏🙏🙏🙏 YOU ARE GREAT.

  • @bksworld4751
    @bksworld4751 4 місяці тому

    Marowari k e a protection di ase ..

  • @bipulali9045
    @bipulali9045 4 місяці тому +2

    ভেৰা

  • @TarunPayeng
    @TarunPayeng 4 місяці тому

    Ki korise tmr gih bhibag

  • @ayudali.thenksh4230
    @ayudali.thenksh4230 4 місяці тому

    Tur ki miya bade onnoi kam nai nk