Bihu Husori II Closing Ceremony II Bihu Workshop II Jawaharlal Nehru College, Boko
Вставка
- Опубліковано 10 лют 2025
- জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ড° ভূপেন হাজৰিকা সাংস্কৃতিক আৰু সৃষ্টিশীল অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ সাংস্কৃতিক কোষ, আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত মহাবিদ্যালয় প্ৰাঙ্গণত আয়োজন কৰা পাঁচ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাখনৰ যোৱা ০৫ এপ্ৰিল, ২০২৪ তাৰিখে মহাবিদ্যালয় খেলপথাৰত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক-কৰ্মচাৰীবৃন্দৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
মুখ্য প্ৰশিক্ষক : বিধান দেউৰী
ওজা প্ৰশিক্ষক : দেৱিকা ৰায়
বিহুৱতী : উদিতা চক্ৰৱৰ্তী
ঢোলৰ প্ৰশিক্ষক: মালিচৰণ ৰায়
কংকন ৰায়
Video Editing: Nabajit Kalita (Sifung Studio & Online Point, Boko)
Aerial: Topsing
(Some clips used in this video are collected from others)
Please Like, Share & Subscribe the Channel.
Thank you
#bihuhusori #bihuworkshop #Randombeat #jnc
Thank you Jawaharlal Nehru college, Boko .Eman dhuniya ata bihu dance xikibo diyar karone 😊😊😊😊😊
ইতিবাচক সহাঁৰি দেখি ভাল লাগিল 😊
Ĵ.N.College ❤🎉
Thank you
Sundar
ধন্যবাদ বাইদেউ 🙏