ভাগিব পাৰে NDAচৰকাৰ। মোদীৰ হাতত মাত্ৰ ৩দিন সময়
Вставка
- Опубліковано 13 жов 2024
- মোদীৰ হাতত মাত্ৰ ৩দিন সময়। মোদীৰ ৩.০ৰ সপোনত আউল লগাব পাৰে দুই কিংমেকাৰ নীতিশ-নাইডুৱে। ২৩ জুলাইৰ বাজেটত দুই নেতাৰ দাবীয়ে স্থান নাপালে ভাগিব পাৰে NDAচৰকাৰ
#nbnews #nbnewsdigital #NDA #NarendraModi #NitishKumar #ChandrababuNaidu
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
শক্তিশালী নেতা,মানে দেশ প্ৰেমৰ যেন অনুভৱ হয় ধন্যবাদ
এখন গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰ থকা স্বত্বেও ব্যৱসায়িক গোষ্ঠীক নিয়ন্ত্ৰণ কৰিব পৰা নাই।ব্যৱসায় গোষ্ঠীয়ে নিজৰ ইচ্ছা মতে নিতৌ মৌলিক প্ৰয়োজনীয় বস্তুৰ দাম বৃদ্ধি কৰি আছে। আৰু চৰকাৰে চকু মুদি আছে, জনসাধাৰণৰ হিতৰ কাৰণে একো কৰিব নোৱৰা চৰকাৰ আমাক নালাগে।
ভংগ হওঁক মোদীৰ চৰকাৰ
কেন্দ্ৰত বিজেপি চৰকা শেষ
INDIA Alaines Jindabad
মোদী শ'লঠেকত পৰিছে।
ড্ৰাইভাৰৰ আসনত বহিও জ্ঞাৰ লিভাৰ, আনৰ হাতত , এক্সেলেটৰ আন কাৰোবাৰ হাতত, ব্ৰেক কোনোবাৰ হাতত।
I I love my India
Khub val khobor.CONGRESS ZINDABAD
চৰকাৰ ভাঙিলে বহুত বেয়া কাম হৱ।
Good. Nens
Good......
Very good
অসম ত কি হব ???কিবা খবৰ আছে নেকি ???নে থকা কেইটা ও বন্ধ বা পুঁজিপতি ৰ হাতলৈ যাব ???
Good news
চাৰিটাৰ ভিতৰত দুটা খুটা নাই কি কৰিব পাৰিব মোদীৰ চৰকাৰে গো back
No OPS no vote BJP
আজি ১মাহ মান হল এনেকৈ কৈ আছে News chnl বিলাক চৰকাৰ বংগ হব হব বুলি...কিন্তু কেতিয়াওঁ নহল.. কি পালটো news কৰে অ..
I Love B J P
😂😂😂
ভংগ হ্ওক তথাপি অন্যায় দাবী মানি ল'ব নালাগে।
দিলেও বিপদ নিদিলে বিপদ
গগৈয়ে ১৬ হাজাৰ নহয় ৬০ হাজাৰ কোটি টকা বুলি পঢ়িব লাগিছিল ।
হিমন্ত দক্ষই সমাধান নিদিয়ে কিয়?অ' ই(এই হিমন্ত পাষণ্ড) মানে অসমৰহে ঘৰগোণা(Homesick)?
❤❤❤❤
অসমত(সকলোৰে আনন্দ সৰ্বানন্দ)ভালুকে দেখোন মোদীক Devine Power (সৰগীয় অস্তিত্ব) বুলি নিৰ্বাচনী সভাত কয়???
INDIA zindabadzindabad 2:05
When a Fishmonger administrate sees fishes everywhere....
হেৰা ভাইটি,,তোমাক সকলো কথা কলেই নেকি ???বাকী চেনেলত সম্প্ৰচাৰিত নাই হোৱা কিয়নো।
আমাৰ অসমৰ জনসাধাৰণৰ কি কি সুবিধা দিব। ।
বস্তুৰ দাম বৃদ্ধি,,,GST ,,,Tax,,,700000টকালৈ Tex ৰেহাই বুলি চৰকাৰী কৰ্মচাৰীৰ মূৰত মাধমাৰ মাৰিলে ।।😢
স্বাৰ্থত চলা নেতা ,আনৰ আঙুলি ৰ ভাষাত চলা নেতাই দেশখন ক কতিৰ তলে নিয়াক বাদে একো কৰিব নোৱাৰে ।
00
Ata kothake bare bare koi ase Kam aru bisari napai
তিনিদিন পিছত বন্ধ হব পাৰে NB News.
😂😂
ভগৱান ৰূপীয়ে👺 ঈম্মান লোভী হ'ব নেপায় ⁉️ , খুটা হীন চকিত নবহায় ভাল 👎🏿 আৰু দেশৰো মঙ্গল ৰাইজৰো মঙ্গল 👍👍👍
Assam ot BJP haribo kintu chantral government naharay.assam ot Himonto Mohapurikhor karunay haribo BJP.
16 ne 60
মোডী বটলা মাল , কিন্ত এই চেনেলটো তাতোকৈ বেছি বটলা।
Hahahaha .... Khbrtu apunak dile nki ??😂😂
লিখা আছে ৬০ কোৱা হ'ল ১৬
Go back Ambani, Adani.... Welcome TATA...Go back ভণ্ড reporter....
INDI
😂😂😂😂😂
Those who have enough time can spend time by listening to NB news channel.The NB news channel can give you hot and spicy news.
Misa katha 😂😂😂
😅😅😅 wah kaha se Mila news
Ki hobo biswa gurur😂😂😂
Aru bostu dam nabahela hol aru .pakaj tu amak nedela hol aru
Ata kathake kiman sunim bar birakta lage
Nitish aru Naidu Faeda uthaise
অসংকা ৰৰ অধ্পটন
congress hohongkar nasil.congress sorkar kiy poton hoisil hohongkaroror karone
@@ManoranjanPegu-ss3dhএই বাৰ অহংকাৰী নহয় দিয়ক ।
@@ManoranjanPegu-ss3dh ডাঙৰীয়া কংগ্ৰেছে চৰকাৰ ও অহংকাৰী হোৱা বাবেই চৰকাৰ পথন হৈছিল।
বৰ ফালতু বাতৰি। এই বোৰ বাতৰিয়ে নিউজ চেনেলটোৰ valueless হয় ।
মনকি বাত কলে বুজিব নেকি?
এয়াৰটেল নেটৱৰ্ক নাই কি কৰিম এয়াৰটেল বাই বাই উপায় নাই
Aloo, ketiyao nohoy.
সদায় হত নিউজ, কিয়?
Why are you repeating some sentences in the news? I will go to the court for destroying my valuable time.
Boriya actions
দেখিলেহে লেখিম কাৰ কিমান শক্তি
good
Very good news
We want Mr Rahul Gandhi as a Prime Minister of India.
ভাগি যাওক চৰকাৰ, তেতিয়া মামাৰ বেয়া দিন start হৈ যাব
Very very good ❤ so cute 🥰🥰
কিন্তু আকৌ নিৰ্বাচন হলে ৰাইজৰ ওপৰত মাধমাৰ। তেতিয়া মোডীক জগৰীয়া নকৰিব।
Bjp hatao in congres
Ha ha ha ha he he he
Good news👍
নীতি শ কুমাৰৰ নাইডু 🤚🤚🤚🤚🤚🤚🤚✋✋🤚🤚
Good
Next PM Yogi Aditya Nath ji
Nitish naidur chenel
Good news📰
ভঙ্গ হোৱাৰে ভাল। কিমান শুনিম আৰু।
tanta congress sorkar hob apunar news mote
Tin din dos ghanta ase
এইবোৰ ফাল্টু নিউজ। সুন্দৰ ভাবে ৫ বছৰ পাৰ কৰিব চাই থাকক।
সদায়ে চাই আছু দিয়ক।
বিহাৰী নালাগে ,,,মোদীক হে লাগে ।।দেশখন মুক্ত মনে শান্তিৰে আছে ।মোদীৰ বাবে শান্তিয়ে আছে।
Media sakal aru new nepai neki
Fake news,always be bjp government
Very222 goods
BJP hatau India bosau
Next PM Yogi Aditya Nath ji
Bokowaz news......
ফাল্টু news. বিৰোধী শিবিৰক মন ভুলোৱাৰ বাতৰি।
হৈ গ'লে আপোনাৰ বৰ দুখ লাগিব নে ডাঙৰীয়া ?
@@dipakbaruah8987 ইয়াত আমাৰ দুখ বা সুখ লাগিবলৈ কি আছে? আমি সাধাৰণ মানুহ। আমি আশা কৰোঁ মাথো - দেশখন সুন্দৰকৈ চলক।
BJP koni dhora keita kela bihari😅😊😊😊
Very good
Good news
Very good
Good news
Good news
Good news
Good news