Guwahatir Konoba ( গুৱাহাটীৰ কোনোবা) - by Bhupen Hazarika.

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Assamese song of Bhupen Hazarika / Lyrics and Melody by Bhupen Hazarika / Song was written in 1992 / Lyrics of the song :
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    শুনাইছিলাঁ গণেশ গগৈৰ
    শুনাইছিলাঁ গণেশ গগৈৰ প্ৰেমৰ কবিতা
    আজি মনত পৰেনে ?
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    মোক আঁকোৱালি চাৱনি মিলাই
    কৈছিলাঁ মধুৰ আৱেগেৰে
    কৈছিলাঁ মধুৰ আৱেগেৰে
    তোমাৰ প্ৰাণৰ পাপৰি ঢালি
    সজাবা শয্যা দুয়োৰে ।
    আজি মনত পৰেনে ?
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    লুইত বাগৰি বাগৰি গʼল
    ভৰলুমুখত গধূলি হʼল
    ভৰলুমুখত গধূলি হʼল
    অস্তাচলত দিগন্তত প্ৰতিশ্ৰুতিও বিলীন হʼল।
    আজি মনত পৰেনে ?
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    শুনাইছিলাঁ গণেশ গগৈৰ
    শুনাইছিলাঁ গণেশ গগৈৰ প্ৰেমৰ কবিতা
    আজি মনত পৰেনে ?
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা
    ৰচনা কাল : ১৯৯২ চন।
    My Facebook Account :
    www.facebook.c...

КОМЕНТАРІ • 10

  • @tulikaduttabrahma3179
    @tulikaduttabrahma3179 Рік тому +1

    আজিহে প্ৰথম শুনিলো এই গানটো। সচাঁকৈ ভূপেন হাজৰিকাদেৱৰ সৃষ্টি অদ্বিতীয়।

  • @dipankarhazarika5213
    @dipankarhazarika5213 Рік тому +2

    কিমান দিনৰ মুৰত যে শুনিলো গানটো। মনটো ভাল লাগি গ'ল।

  • @taradoi7957
    @taradoi7957 Рік тому +1

    প্ৰথম গানটো শুনিছো । বৰ ভাল লাগিল ।

  • @deboborah5858
    @deboborah5858 Рік тому +1

    প্ৰথম শুনি আল্পুট হ'লো। ধন্যবাদ।

  • @JytosnaBaruah-ez7yb
    @JytosnaBaruah-ez7yb Рік тому +2

    ভূপেন দাৰ এই গীতটো প্রথম শুনিলো। কবি গনেশ গগৈ দেৱ প্রেমৰ কবি আছিল। তেখেত অকালতে আমাৰ মাজৰ পৰা আতৰি গৈছিল। 😢🙏

  • @chitradas4893
    @chitradas4893 Рік тому +2

    Dr Bhupen Hazarika s Gan xuni mon Anandit hole dhynabad

  • @nishamaniborah9776
    @nishamaniborah9776 Рік тому +1

    কেছেটত শুনিছিলো ৮০ দশকৰ শেষ ভাগত।

  • @BhadrakantaBora-rt2hr
    @BhadrakantaBora-rt2hr Рік тому +1

    এনে ধৰণৰ পুৰণি গীত সমূহক আপলোড কৰি আমাৰ মনত শান্তিৰ নিজৰা বোৱাই দিয়াৰ মানষেৰেপৰিচালনা মহোদয়লৈ শুভ অভিনন্দন জাচিলো।।

  • @invisibledreams8466
    @invisibledreams8466 Рік тому +1

    I m the first

  • @pranabgogoi6283
    @pranabgogoi6283 Рік тому +1

    Bhupendar kothai geet.