কেনেদৰে এজন খেতিয়কৰ পুত্ৰ গুৱাহাটী মহানগৰীত 100 কোটি টকাৰ Hospital নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল

Поділитися
Вставка
  • Опубліковано 30 січ 2025

КОМЕНТАРІ • 8

  • @sharma-qv8zt
    @sharma-qv8zt 2 години тому

    Most advisable and respected person with all blessings from pita ma definitely Mr Baruah doing everything for the poor people of Assam Best hospital Nemcare in Guwahati metro my all best wishes to him ever and ever with his wife Dr Nabanita

  • @purnadahazarika1131
    @purnadahazarika1131 10 годин тому

    চাৰ বহুত ভাল মানুহ। "ডিফলু" নামৰ এখন চিনেমাৰ চুটিঙত লগ পাইছো ।তেখেত এজন চিকিৎসকৰ লগতে সুন্দৰ অভিনেতা।

  • @dibakarrajbongshi9215
    @dibakarrajbongshi9215 4 години тому

    Excellent video with excellent person.

  • @mridulkumarrabha892
    @mridulkumarrabha892 12 годин тому

    ভাল লাগিল।

  • @JekulinsultanaJekulinsultana
    @JekulinsultanaJekulinsultana 2 дні тому +1

    Sir r ktha bht vl lage ❤ mon to vl hle jibon tu xosai nije nije val hoi

  • @GobinDastidar
    @GobinDastidar 2 дні тому +2

    ডা° বৰুৱাদেৱৰ সন্দৰ্ভত কিছু বছৰৰ আগেয়েই জ্ঞাত হৈছিলো । আজিৰ তাৰিখত তেখেত চিকিৎসক ৰুপে লগতে এগৰাকী সুপ্ৰতিষ্ঠিত অসমীয়া লোক । সমাজ জীৱনলৈ ডা° বৰুৱাৰ যথেষ্ট অৱদান আছে । সমাজ খনৰ হিত চিন্তক হিচাপে তেখেতৰ হস্পিতেল খনত অন্তত: ডাক্তৰ সকলৰ বাবে লোৱা ফীজৰ পৰিমান কমাই লোৱাৰ বাবে আমিয়ো এই আপাহতে তেখেতলৈ বিনম্ৰ অনুৰোধ জনালো ।

  • @Nilimahaloi-f4v
    @Nilimahaloi-f4v 58 хвилин тому

    Siir aponar hospitalot khasto alap kamale vhl hai