Santwana Bordoloi baideu r konthor premik hoi golu💕💕... Baideu hosai khuuuuuuuuuuuub val lage apunar kontho. 'Hukumdaar' naat khono2 apunar konthoi muhi pelale. Rituporna Da r voice 2 u unique 😍👌👌👌'Moharanya' r nayok jon mur oti priyo voice👌👌
natok akhon r request asil agote guwahati fm t akhon natok solisil naam "Anita" parile eikhon upload koribo sun akou hunibo bohut axa ase plz plz plz jodi pare upload koribo sun plz
মনটো ভৰি গ’ল৷
বৰ ধুনীয়া নাটক, এনেকে আৰু নাটক দি যাব 🙏
সপোনজ্যোতি ঠাকুৰৰ মধুৰতম সময় "খন দিবছোন
বৰ ভাল লাগিল
খুউব ভাল লাগিল
তপন দা আৰু শান্তনা বৰদলৈ অন্যতম
বৰ সুন্দৰ লাগিল...
Wow, dhunia likhise👌☺
Santwana Bordoloi baideu r konthor premik hoi golu💕💕... Baideu hosai khuuuuuuuuuuuub val lage apunar kontho. 'Hukumdaar' naat khono2 apunar konthoi muhi pelale.
Rituporna Da r voice 2 u unique 😍👌👌👌'Moharanya' r nayok jon mur oti priyo voice👌👌
প্ৰযোজনা আৰু নাট ৰচনা অতি সুন্দৰ
সপোনজ্যোতি ঠাকুৰৰ নাটক মানেই সমাজৰ পীড়িতজনৰ আনে কোৱাতকৈ সুকীয়া মাত্ৰাৰ কথাবোৰ, মানুহৰ বুকুৰ ভিতৰে ভিতৰে চলি থকা যুঁজখনৰ বতৰাবোৰ, আৰু সকলো নেতিৰ বিপৰীতে ইতিৰ প্ৰত্যাভূতি।
কি অভিনয়ৰ ভাৱ বাহ বাহ
সুন্দৰ ৷ ধন্যবাদ
ভাল লাগিল,''বুকূত সুমুৱাই ললেই ভালপোৱা নহয়,কাহো হব পাৰে ,কফো হব পাৰে''
অতি সুন্দৰ কবলৈ ভাষা নাই
তপন দাক লগ কৰিছিলো এদিন আৰু নাটৰ কিছু কথা হলো আছৰিত মানুহ মোৰ সদাই প্ৰিয়
Val. Lagel
Vakha nai bujabo ...bht Val lgil
natok akhon r request asil agote guwahati fm t akhon natok solisil naam "Anita" parile eikhon upload koribo sun akou hunibo bohut axa ase plz plz plz jodi pare upload koribo sun plz
Val loga story
কাহো হব পাৰে দাহ হব পাৰে সাংঘাতিক কৰুণ গাঠা
habolil uposthapon.......bukut humuai loley bhalpoa nahai
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট্যনুষ্ঠানত সান্তনা বৰদলৈ আৰু তপন দাস দেৱৰ যুটিৰ কথা নতুনকৈ কব নালাগে , অন্য এক বিশেষ মাত্ৰা লাভ কৰে । সপোনজ্যোতি ঠাকুৰ দেৱ ছাৰৰ নাটকৰ কথা নতুনকৈ কব লগা নাই ,। নয়ন দাৰ প্ৰযোজনাও লেখত লবলগীয় ।
ধন্যবাদ।
Aikhan xuniso radio t
Nishantar akashar tara natak khon parile dibason
আৰু দিব দেই
Ok
ছেনেলটো live কৰিব নোৱাৰি নে।
বলিয়া গোসাই নাটক খন লাগে।