Actress Pranjana Dutta LIVE || Siddhanta (সিদ্ধান্ত) with Dr. Kumud Das

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • Actress Pranjana Dutta LIVE || Siddhanta (সিদ্ধান্ত) with Dr. Kumud Das

КОМЕНТАРІ • 310

  • @nabajyotideka9572
    @nabajyotideka9572 5 років тому +39

    অভিজিৎ,নজৰুল,প্ৰাণজিৎ ডাঙৰীয়া তিনিওজনে মিছলীয়া যেন লাগিল৷ তিনিওজনে ঘৰতে কি কি কব mking কৰি আহিছে যেন লাগে

  • @debajitdas7777
    @debajitdas7777 5 років тому +29

    প্ৰাঞ্জনা বাৰ হাতত প্ৰমাণ থকা বুলি কওঁতে অভিজিত ভট্টাচাৰ্যই ডাঙৰীয়াই topic টো সলনি কৰি লৈছে।।😊

  • @flyingfighter3815
    @flyingfighter3815 5 років тому +10

    প্ৰাঞ্জনা বা স্পষ্টবাদীতাৰ পৰিচয় দিছে।ভাল লাগিছে।

  • @bulbulhazarika1796
    @bulbulhazarika1796 5 років тому +43

    অভিজিত ভট্টাচাৰ্যৰ নাটক মানেই Copy past.

    • @bulbulhazarika1796
      @bulbulhazarika1796 5 років тому

      @Shanaya hot blog বুজিলেই হ’ল বাইদেউ

    • @bulbulhazarika1796
      @bulbulhazarika1796 5 років тому

      @Shanaya hot blog ধন্যবাদ

  • @bijumorang3865
    @bijumorang3865 5 років тому +10

    প্ৰাঞ্জনা বা আপোনাক ভগবানে মংগল কৰক সঁচা কথা

  • @subarnanath1782
    @subarnanath1782 5 років тому +9

    মই এজন দৰ্শক হিচাপে কওঁ ভ্ৰাম্যমান থিয়েটাৰে আগৰ মৰ্যদা হেৰুৱাইছে... কাৰণ কিছুমান নাট্যকাৰে নাটকৰ নামত চিত্ৰহাৰ দেখুৱাই আহিছে.. সেইকাৰণে মই অসমীয়া শিল্পী সমাজক অনুৰোধ জনাওঁ আপোনালোকে আপোনালোকৰ হাতৰ কুঠাৰ ভৰিত নামাৰিব.. অন্ততঃ চুক্তি হোৱাৰ আগতে নাটক খন চাই লব.. নহলে অসমীয়াৰ গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰৰ অসমীয়া চিনেমাৰ নিচিনা অৱস্থা হব..নাটক চাবলৈ মানুহৰ উৎসাহ কমি আহিব..

  • @bijukumarmali8786
    @bijukumarmali8786 5 років тому +11

    চম্পক শৰ্মাৰ নাটক মোৰ বেছি ভাল লাগে ৷

  • @ujjalnath8789
    @ujjalnath8789 5 років тому +10

    অহাবাৰ শ্ৰেস্ট অভিনেত্ৰী হিচাপে বিবেচিত হওক প্ৰাঞ্জণা বা...

  • @bulbulhazarika1796
    @bulbulhazarika1796 5 років тому +33

    চম্পক শৰ্মা,আপুনি এজন মহান শিল্পী ৷আপোনাৰ নাটক বহুবাৰ ছাইছো ৷আপুনি ভাল নাটক ৰাইজক উপহাৰ দিয়ক ৷মনৰ পৰা নাটক লিখক৷অভিজিত ভট্টাচাৰ্যৰ দৰে copy past নকৰিব ৷আপুনি ৰাইজৰ অন্তৰত ঠাই পাব৷

  • @NEASSAM
    @NEASSAM 5 років тому +31

    প্ৰাঞ্জনা বা স্পষ্টবাদী তুমি 👍

  • @rkofficial1868
    @rkofficial1868 5 років тому +66

    প্ৰাঞ্জনা বাই কথাবোৰ স্পষ্টকৈ কৈছে। এগৰাকী স্পষ্টবাদী অসমীয়া নাৰী.......

  • @ranjanbaishya204
    @ranjanbaishya204 5 років тому +17

    অভিজিৎ আৰু নজৰুল ৰ কথা বিলাক সলনি হয় আছে যে কিয় বুজি নাপালো আৰু কোন কেনেকুৱা বুজি পাইছে ।

  • @kuladippathak2197
    @kuladippathak2197 5 років тому +13

    অভিনেত্ৰী হিচাপে প্ৰস্তুতি বাতকৈ প্ৰাঞ্জনা বা বেছি ওপৰত

  • @Nabaslifestyle
    @Nabaslifestyle 5 років тому +41

    অভিজিতে নাটক ৰচনা নকৰে..নাটক copy কৰে....সৰু লৰাই অ পাৰে.....

    • @jitensarania2075
      @jitensarania2075 5 років тому +2

      right

    • @nitukalita3252
      @nitukalita3252 5 років тому +1

      Pranjanak aaru ketiyao kono natakat laba nalage . karan pranjanai secrecy lick korise

    • @kamalkaammaaal
      @kamalkaammaaal 5 років тому +3

      Nitu kalita kukur

    • @kamalkaammaaal
      @kamalkaammaaal 5 років тому

      Nitul kalita karubar likhoni copy korile hei2 sur apuni suror support kore ni

    • @Nabaslifestyle
      @Nabaslifestyle 5 років тому +1

      @@nitukalita3252 tumar nijar ghoror kunuba holi gam pala hoi.... tumi porisoy disa tumi kothare... you verry very kukur....

  • @bastubenterprise6778
    @bastubenterprise6778 5 років тому +11

    পাঞ্জনা বাইদেই right

  • @rijukalita1803
    @rijukalita1803 5 років тому +20

    অভিজিৎ ভট্টাচাৰ্য ৰ জিভা পাক খাইছে..
    প্ৰাঞ্জনা দত্ত কিন্তু স্পষ্টবাদী..
    আনপিনে নজৰুল ইছলাম ডাঙৰীয়াই বক্তব্যৰ আৰম্ভণিতে কৈছে যে, প্ৰাঞ্জনা দত্তই অভিনয় কৰা মীৰাবাঈ নাটক খন যোৱা বৰ্ষত জনপ্ৰিয় হোৱা বাবে মীৰাবাঈ ৰ আৰ্হিত নাটক লিখিবৰ বাবে ভট্টাচাৰ্য্য ক কৈছিল।
    গতিকে বেলেগ বুজাবৰ দৰকাৰ নাই আৰু....

  • @dharitryboruah9379
    @dharitryboruah9379 5 років тому +4

    প্ৰাঞ্জনা বা আপুনাৰ স্পষ্টবাদীতা ভাল লাগিল।বাকী সকলৰ স্পষ্টতা নেদেখিলোঁ,মাত্ৰ তেওঁলোকে কুটীলতাহে সানি কথা কোৱা দেখিলোঁ।

  • @pankajkumarborah8647
    @pankajkumarborah8647 5 років тому +18

    শিল্পীক script
    কিয় নিদিয়। দিবই লাগে।

  • @kabitakalita2122
    @kabitakalita2122 5 років тому +7

    চম্পক দাৰ নাটক ভাল লাগে।

  • @SantoshMohanPhukan
    @SantoshMohanPhukan 5 років тому +19

    অভিজিত ভট্টাচাৰ্য কোন বে??
    ইয়াৰ কাম কি?
    চাউথ ফিল্মৰ পৰা কপি মাৰি স্ক্ৰীপ্ট বনোৱা জন নহয় জানো 🙏

  • @shyamalbora3880
    @shyamalbora3880 5 років тому +7

    প্ৰাঞ্জনা বাই প্ৰমান ৰ কথা কলে দুয়ো জনে নেজ পেলাই দিয়ে ।।।

  • @rikibharali3703
    @rikibharali3703 5 років тому +9

    নজৰুল মিছলীয়া চাৰৰ মন্তব্য শুনি হাঁহি উঠিছে

  • @krishangakisoreborgohain5728
    @krishangakisoreborgohain5728 5 років тому +1

    প্ৰস্তুতি বা ধন্যবাদ

  • @vanijimusictube361
    @vanijimusictube361 5 років тому +3

    এজনে আছিল মুনিন বৰুৱা।।

  • @anuvabihiya3448
    @anuvabihiya3448 2 роки тому

    অসমৰ ভ্ৰাম্যমান থিয়েটাৰত south Indian movie ৰ বহুতো movie clips আপোনাৰ বহু নাটত হুবহু মিল আছে। নতুন কিবা এটা অসমৰ ৰাইজক দেখুৱাবলৈ প্ৰয়াস কৰক। আমাৰ অসমীয়াৰ নিজস্বতা বজাই ৰাখক তেতিয়াহে আমি সমগ্ৰ ভাৰতত আৰু বিশ্বৰ চুকে কনে জিলিকি উথিব পাৰিম। এয়া মোৰ আপোনালৈ বিনম্ৰ অনুৰোধ

  • @santanujaishreeram7582
    @santanujaishreeram7582 3 роки тому +1

    প্ৰথম কথা প্ৰাঞ্জনা বাইদেউ সম্পূৰ্ণ শুদ্ধ। এটিয়া মঞ্চৰ নাতকতকৈ এইখন নাটক হে ভাল হৈছে। নজৰুল মানুহ জন অভদ্ৰ এটা গুন্দা বালৰ পুতেক লগতে অভিজিত ভট্টাচাৰ্যৰ দৰে এজন বাজৰুৱা নাট্যকাৰে নিজকে ইমান অহংকাৰী হৈ লাভ নাই । ১০০ টা স্কিপৰ ভিতৰত অভিজিত ভট্টাচাৰ্যই ৯০ টা চুৰি কৰে । অভিজিতৰ চিন্তা ধাৰা সকলোৱে বুজি পাইছে। যধা মূৰ্খ এটা। বালৰ লেবেল দিয়া। আৰু প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰাৰ আগত নাটকৰ স্কিপ পাব লাগে। ইমান তৰ্ক কৰি লাভ নাই ভাই। তহতে ৰজহুৱা ভাৱে ক্ষমা খুঁজিব লাগে শিল্পী সমাজক।

  • @antarikhbaruah1736
    @antarikhbaruah1736 5 років тому +2

    মিমাংসা একো ইতিবাচক নহ'ল । এজনী অভিনেত্ৰী ৰ বাবে মাত্ৰ কষ্টৰ বিষয় হ'ল ।

  • @kamalkaammaaal
    @kamalkaammaaal 5 років тому +3

    Champak sharma the great

  • @umeshbasumatary1023
    @umeshbasumatary1023 5 років тому +4

    মুল্যবুধৰ অভাৱ; হৈ হাল্লাৰে গঠিত নাটক চোৱাতকৈ হেই পইচা দুখীয়াক দান কৰা পুণ্য হব

  • @thecloudy155
    @thecloudy155 5 років тому +3

    #DY365 Jodi pare etia recently enkwa eta incident ako hol mausumi laskor baideu logot.kebol jate xinaki nhoi horu hura hokolue jate nyaii pai,so iar uporotu jate apunaluk enkoi ulai ahe...🙏it's humble request fr u...

  • @nayanjyotisarma1111
    @nayanjyotisarma1111 5 років тому +2

    অভিজিতে এইকাৰণে স্ক্ৰীপ্ট্ নিদিয়ে যাতে তেওঁৰ নকল ধৰা নপৰে।

  • @ajinjanakthajnibhtvllgises2523
    @ajinjanakthajnibhtvllgises2523 5 років тому

    Mja dise prnjana Ba... Anekuya hb lge sb abheneta abheneti

  • @manashkumarsahariah9486
    @manashkumarsahariah9486 5 років тому +2

    শিল্পীক সন্মান কৰিব লাগে

  • @satishkalita8516
    @satishkalita8516 5 років тому +1

    এতিয়া কথা হল অভিনেতা অভিনেত্ৰী সকল নিৰ্ভৰশীল প্ৰযোজকৰ ওচৰত প্ৰযোজকসকলো নিৰ্ভৰশীল গ্লেমাৰৰ ওপৰত । অসমত গ্লেমাাৰ সকলে প্ৰযোজকৰ পৰা অলপ কম টকা লৈ চুক্তিবদ্ধ হওক । তেতিয়া টিকটৰ হাৰ কমিলে নাটক সকলোৱে চাব পাৰিব ।। নাটক চাব মন থাকিও টকাৰ অভাবত বহুতে চাব নোৱাৰে ।

  • @krishangakisoreborgohain5728
    @krishangakisoreborgohain5728 5 років тому +1

    চম্পক দা আপুনি স্পষ্টবাদী ১০০% সমৰ্থন জনাইছো

  • @santanusaikia8421
    @santanusaikia8421 5 років тому +1

    নজৰুল দাঙৰীয়াই যা-তা বকি show টোৰ time pass কৰি আছে যাতে গোটেই কথাবোৰ show টোত ওলাই নপৰাৰ আগটেই time টো শেষ হওক...... মৰা মানুহৰ ঘৰৰ পৰা আহি হুকহুকাই কন্দা কথাটো কোৱাৰ কোনো প্ৰয়োজন নাই......

  • @manojpatowary2781
    @manojpatowary2781 5 років тому +2

    প্ৰাঙ্গণা বাই আপোনাৰ থিয়েটাৰ জন্মৰ আগৰে পৰা হয়তো অভিনয় কৰি আহিছে আৰু তেখেত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তেখেতৰ অভিনয় অসমৰ ৰাইজে প্ৰাণ ভৰি ভাল পায় তেখেতে যিখন নাটক কৰিব সেই নাটকখন তেখেতে চাই লব সেইটো তেখেতৰ দায়িত্ব কিয় বাতিল কৰিলে আপোনাৰ এইবাৰ বৰদৈচিলা হয়তো মানুহে বিদায় দিব বতাহৰ লগত উৰি ফুৰিব।

  • @bhrigudeka9326
    @bhrigudeka9326 5 років тому

    Pranjona ba jindabad

  • @ratulgogoi8633
    @ratulgogoi8633 5 років тому +2

    আজিকালি ভ্ৰাম্যমাণৰ নাটক চাবলৈ বাদেই দিলোঁ।এগৰাকী ৰুচিশীল দৰ্শক হিচাপে নাটকৰ গুণগত মান বিচাৰি হাবাথুৰি খাওঁ ।আজিকালি নাটক বোৰ কেৱল সস্থীয়া মনোৰঞ্জনৰ বাবেই ব্যৱহাৰ কৰে।

  • @sanjibkrdas2444
    @sanjibkrdas2444 5 років тому +1

    Abhijit or natok sai val nalage...

  • @dharitryboruah9379
    @dharitryboruah9379 5 років тому +3

    অভিজি ডাঙৰিয়াই বাৰে বাৰে কথা সলাইছে ৰে

  • @chandamitakalita189
    @chandamitakalita189 5 років тому +5

    অভিজিত ভট্টাচাৰ্য নাটক লেখা বন্ধ কৰক...নাটক চুৰ

  • @ParagKakati15
    @ParagKakati15 5 років тому +8

    *aibur odorkari sai thakibo tym nai taku 1 hour show*
    Dhuiii

  • @sanjibkrdas2444
    @sanjibkrdas2444 5 років тому +1

    Avinoy champak sarma sir or sao.. teo he ovineta....👌

  • @narendradas2904
    @narendradas2904 5 років тому +2

    অভিজিৎ নাটক কপি কৰে তাৰ নাটক কোনো থিয়েটাৰে নলয় যেন মহা লেতেৰা মাননহ

  • @rajdeep7670
    @rajdeep7670 5 років тому +5

    প্ৰাঞ্জনা বা লগত আমি আছো!অভিজিৎ দা নাটক একো ভাল নালাগে

  • @chiranjibkalita6500
    @chiranjibkalita6500 5 років тому +7

    Copy kori lakha natok poisa di xai ako love nai mor mota

  • @bhargabsaikia6357
    @bhargabsaikia6357 5 років тому +2

    নজৰুল আৰু অভিজিতে ঙাং খাই আহিচে নেকি বে,,, আবুল তাবুল কৈ আছে যে

  • @gitalisaikia1807
    @gitalisaikia1807 5 років тому

    We support Pranjana Dutta...

  • @knowledgehub159
    @knowledgehub159 5 років тому +3

    অভিজিত অাপুনি কিমান ৰেচপোনচিবল হে…… কপি মাষ্টাৰ

    • @sumukonwar4120
      @sumukonwar4120 5 років тому

      He sudarshan theatret ki krne natok nidie hudhibo lagisil

  • @ratulsonowal2408
    @ratulsonowal2408 5 років тому +1

    বদৈচিলা থিয়েটাৰ বাতিল কৰিব লাগিব৷

  • @dharmendramadahi4017
    @dharmendramadahi4017 5 років тому +5

    বৰদৈচিলা থিয়েটাৰ বৰ্জন কৰিব লাগে!

  • @navyborgohain9562
    @navyborgohain9562 5 років тому +3

    অভিজিত দা নহয় অভিজিত ছুদুৰভাই কব লাগে। Setor natok likhe

  • @krishangakisoreborgohain5728
    @krishangakisoreborgohain5728 5 років тому +3

    দুয়ো বোপাই চালে বেৰে কোবাইছে৷ হাঃ হাঃ হাঃ কপি মাষ্টৰ

  • @coversong9109
    @coversong9109 5 років тому +4

    এজন গায়কক গান এটা দিয়াতে গানটো গায়কক শুনাব এ লাগিব নহলে কিও গাব

  • @ramendanah9326
    @ramendanah9326 5 років тому

    ভ্ৰাম্যমানক ভূলুণ্ঠিত কৰিব গৈ আছে এই মহান প্ৰযোজক ,নাট্যকাৰ ৰূপী পাষণ্ড কেইটাই..সঁচা ,শুদ্ধ আৰু সততামূলুক মনোভাৱ লৈ নাটক চৰ্চা কৰিব বিচৰা অভিনেতা অভিনেত্ৰী সকল কিয় প্ৰতাৰণাৰ বলি হব লগীয়া হয়? নিসন্দেহে অসমৰ ভ্ৰাম্যমানত লবীকেন্দ্ৰীক কাৰবাৰ এটা চলি আছে ।

  • @searchofjoyy5197
    @searchofjoyy5197 5 років тому +1

    Pranjana ba right. Avijitr km ni ajikali

  • @dhanmaniffgamer9480
    @dhanmaniffgamer9480 5 років тому +1

    Rajdipor natok hit

  • @parthabora3455
    @parthabora3455 5 років тому +2

    Amar Golaghat r Kamarbandha t abhijit bhatta r natok thaka theater solibo diya nohobo.

  • @knowledgehub159
    @knowledgehub159 5 років тому +2

    নজৰুল…… থৰক বৰক………

  • @dipikasarma7629
    @dipikasarma7629 5 років тому +1

    pranjana ba right

  • @Abhijitdas1235-
    @Abhijitdas1235- 5 років тому +9

    Pranjala bar lagot ami khodai aso

  • @LifeCaptured-cf4vz
    @LifeCaptured-cf4vz 5 років тому

    Who is Abhijit???

  • @ajantabora4634
    @ajantabora4634 5 років тому

    Pranjana ba is legal.

  • @biswajitscreation887
    @biswajitscreation887 5 років тому +4

    প্ৰাঞ্জনা বা নিৰ্দোষী কথাতে ধৰিব পাৰি।লগতে চম্পক দা আপুনি সঁচাকৈ জনতাৰ শিল্পী,আপুনি বুজি পায়।কিন্তু বাকী সৌ দুজন.. কথাতে চিন।কথাতে ওলাই পৰিছে,চালে বেৰে কোবাই কথা কওঁতে চিন।

  • @makaborfarmersgroup1976
    @makaborfarmersgroup1976 5 років тому

    আজিৰ এই আলোচনা চাই এইটোয়ে কব পাৰো নাটক আমিও সুৰুৰে পৰা চাই আহিছো নাট্যকাৰ অভিজিৎ দাৰ কথা দুই ধৰণৰ হৈ আছে তেও কৈছে মোৰ scricpt মই পঢ়িব দিব পাৰো নিদিব পাৰো আৰু প্ৰযোজকে তেওঁ ৰ হাতত মই scricpt দিয়াৰ পিছত তেওঁ কাক দিয়ে নিদিয়ে নিজা কথা কৈছে তেন্তে কিয় scricpt দিয়া নহয় কৈ আছা।এইতো সাধাৰণ কথা scricpt নজনাকে কেনেকৈ নাটক কৰিব ই এটা অবান্তৰ বিষয়

  • @DhrishantDip
    @DhrishantDip 5 років тому

    Champak and Pranjana right

  • @manjitdas4788
    @manjitdas4788 5 років тому

    what Abhijit Da Apuni bohut val monor manuh buli vabisilu

  • @anjumaninath8711
    @anjumaninath8711 5 років тому

    Pranjana ba right

  • @sumantadewri2073
    @sumantadewri2073 5 років тому +4

    Pranjit das da apuni south,bengali movie nasay karone sage abhijit bula manuhtu j copy master ai kthatu najane.

  • @binaarandhara4882
    @binaarandhara4882 5 років тому +4

    Prasturi porakhrk asorit dekhiye evaru mat namatil.. Sarthoppr jen lgil

  • @rumeechangmai8211
    @rumeechangmai8211 5 років тому +2

    abhijit dadai sb misa koisa ulai porisa

  • @chimnoychelleng2045
    @chimnoychelleng2045 5 років тому

    বৰদৈচিলা থিয়েটাৰ আমি সকলোৱে বৰ্জন কৰিব লাগে ।অভিজিৎ আৰু নজৰুল ডাঙৰীয়াৰ কথা বোৰ বাৰে পতি সলনি হৈছে ।এটা কথাত দুয়ো থিয় হৈ থাকিব পৰা নাই চালে বেৰে কোবোৱা কথা কৈ আছে ।অভিজিৎ ডাঙৰীয়া যি দম্ভ যে নাটক কোনোৱে পঢ়িব নোৱাৰে বুলি সেই দম্ভ অসমৰ ৰাইজৰ ওচৰত আপুনি নামৰাই ভাল কাৰণ ৰাইজে ৰজা বুজিছে আপোনাক ৰাইজে তলত নমাবলৈ একমিনিত সময় নালাগে সেয়েহে দম্ভ নামাৰিব ।ৰাইজে যি দৰে ভাল পায় সেইদৰে বেয়া পাবলৈ বেছি সময় নালাগে ।থিয়েটাৰত প্ৰত্যক বাৰে আপোনাৰ নামটো লৈ কিয় বিতৰ্ক হয় সেই স্থিতি স্পষ্ট কৰক ৰাইজৰ ওচৰত ।প্রাঞ্জনা দত্ত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু চুক্তি বাতিল হোৱা পাছতো বলিষ্ঠ অভিনেত্ৰী বাবে তেখেতক এইবাৰ নতুনকৈ ৰাজমুকুট থিযেটাৰত দেখিবলৈ পাব ।।আচলতে আমি সকলো ৰাইজে এইবাৰ নৱপ্ৰজন্ম জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপৰ ৰচনা আৰু পৰিচালনাৰে ৰাজমুকুট থিযেটাৰ নাটক "মুখ বন্ধ কৰি ভাল নাৰী হব নোৱাৰিম প্ৰাপ্য বিচাৰি চিঞৰিমেই লাগিলে লজ্জাহীন বুলি কোৱা" নাটক খনৰ নাম বীৰাংগনা যত অভিনয় কৰিছে অসমৰ বলিষ্ঠ অভিনেত্ৰী প্রাঞ্জনা দত্তই ।এই নাটক খন চাবলৈ ৰাইজক আহ্বান জনালো ।

  • @LifeCaptured-cf4vz
    @LifeCaptured-cf4vz 5 років тому +3

    Copy কৰি লিখিলে মই অভিজিত কুকুৰত কৈও ভালকৈ লিখিম ও.....ইয়াক ক্লা পিটিব লাগে।

  • @নাগাৰানাম
    @নাগাৰানাম 5 років тому +2

    অভিজিতে নাটক লিখি নিজকে ৰজা বুলি ভাবে।আৰু সকলো copy

  • @nabajitbezbaruah1832
    @nabajitbezbaruah1832 5 років тому

    অভিজিত দা আৰু নজৰুল দা আপোনালোক দুয়ো যিমান পাৰে মিছা কথা কওঁক, আপোনালোক দুয়োকে চিনি পাইছে অসমৰ ৰাইজে, so অভিজিত ভট্টাচাৰ্য্য অৰ নাটক অাৰু বৰদৈচিলা থিয়েটাৰ বৰ্জন কৰক

  • @dhanmaniffgamer9480
    @dhanmaniffgamer9480 5 років тому +1

    Baido rajmukut theatar k ahibo diya bordoisila nalaga amak rajmukut hit

  • @jdvlogs8091
    @jdvlogs8091 5 років тому +3

    Najrule mokkele ki boki ase oy....

  • @প্ৰভাতীপখী
    @প্ৰভাতীপখী 5 років тому +3

    অভিজিৎ ভট্তচাৰ্য নাটকৰ বেপাৰী । তেখেতৰ নাটকৰ সাহিত্যিক মূল্য যথেষ্ট কম ।
    বৰদৈচিলা থিয়েটাৰ বাৰণ কৰিব লাগে । নজৰুল ইছলামৰ বক্তব্যত প্ৰকৃত সত্যতকৈ আত্মপক্ষ সমৰ্থনৰ প্ৰচেষ্টা দেখা গৈছে ।

  • @nikubarman6167
    @nikubarman6167 5 років тому +1

    প্ৰস্তুতি বা আৰু চম্পক শৰ্মাৰ কথাখিনি বহুত ভাল লাগিছে ; আৰু প্ৰাঞ্জনাবাৰ স্পষ্টবাদী কথা খিনি সঁচা বুলি অনুভৱ কৰিছোঁ |
    প্ৰথম অৱস্থাত অভিজিত ডাঙৰীয়াৰ নাটক বোৰ খুব ভাল লাগিছিল ( সংলাপ কাহিনী গীত চৰিত্ৰ ) কিন্তু বৰ্তমান সময়ত তেখেতৰ দুই এখন নাটকক বাদ দি বাকী প্ৰতিখন নাটকেই কিবা আপদীয়া, বিসংগতিপূৰ্ণ আৰু কোনোবা নহয় কোনোবা এটা ঘটনা নাইবা চিনেমাৰ ( চাউথ বা বাংলা চিনেমা ) লগত মিল থাকে তথাপিও বৰ্তমান নাট্যকাৰৰ খুব অভাৱ বাবেই তেখেতৰ নাটক যি হ'লেও চলি আছে.. মই ভাৱো ৰাজদ্বিপদা, হিমাংশু প্ৰসাদদা সকলৰ দৰে আৰু নতুন নাট্যকাৰৰ জন্ম হলে এই সমস্যাৰ সমাধান হ'ব |
    ভ্ৰাম্যমান সদায় জীয়াই থাকক তাকেই বিচাৰোঁ |

  • @xion3800
    @xion3800 5 років тому +3

    প্ৰযোজকে টকা খৰছ কৰি ব্যৱসায় কৰে , নাটক ৰাইজে নাটক নাচালে , তেখেতৰ লোকচান । সেয়েহে সকলো সিদ্ধান্ত তেওঁ লব । ইয়াত অন্যৰ মন্তব্য প্ৰয়োজন নাই ।

  • @hariprasadtalukdar5569
    @hariprasadtalukdar5569 5 років тому +1

    Mirabaai hoi jaok pranjona baideu..sob line t aahi jabo

  • @pankajkumarborah8647
    @pankajkumarborah8647 5 років тому +1

    অভিজিৎ,নজৰুলে ইয়াত নাটক কৰিছে।

  • @assammdllyric7063
    @assammdllyric7063 5 років тому +5

    12.15 কোনো ভদ্র মহিলাই ফোন নকরে এই কথাটো বুজী নাপালো

  • @bitugogoi1254
    @bitugogoi1254 5 років тому

    Panjona baa right

  • @ankurthakuria4464
    @ankurthakuria4464 5 років тому

    অলপ বেছি হৈছিল নেকি

  • @Sarma8954
    @Sarma8954 5 років тому +2

    Dy365 mousumi laskoro ajoni silpi hoy. Aji pranjanar r karne ji takshow korile mousumi karne koribone? Kiba ata kork .

  • @LEARNENGLISH-ez3pt
    @LEARNENGLISH-ez3pt 5 років тому

    Mobile theatre image2 beya hoi goise... saboi nalage ehotok...sistixil pribx thakile vl lge aru

  • @rajurajrajuraj6042
    @rajurajrajuraj6042 5 років тому +1

    বুজা বুজিৰ ভুল "ইমান অহংকাৰী হব নালাগে "জীবনৰ লগত অভিনয় নকৰিব "আপোনালোকৰ পৰা আনে কি সিকিব

  • @gogoi226
    @gogoi226 4 роки тому

    প্ৰাঞ্জনা বা লৈ বেয়াহে লাগে...
    বাকীবোৰক ঘিণহে লাগে তঁহতক.....

  • @jinturakib5369
    @jinturakib5369 5 років тому +2

    xoday purux xokolei bolir potha hoy jen lagil....😆😆😆😆😆😆sab kuch paisa hai...paisa hi sab kuch hain.. Iss janjhat ki duniya me logo ko kitne prakar ke pareshani hain..kabhi kabhi aisa lagta hain ki ye sab problem hi nahi hain.😆😆😆😆😆😆😆😂😂😂😂😂. Mane moi theatre nasau tu ...😉😉😉😉

  • @arunavhell8788
    @arunavhell8788 5 років тому +2

    ABHIJIT ETA DALAL...50KHN MN NATOK LIKHE SI...SB FLIMR COPY ...IYAR NATOK CMPLT BAND KORI DIBO LGE

  • @bandonasaikia2995
    @bandonasaikia2995 5 років тому

    নাত্যকাৰে অকল নাটক লিখে কিন্তু..অভিনেতা বা অভিনেত্ৰীয়ে গটেই বছৰটোৱে লৈ ফুৰে গতিকে নাটকখন কেবা কাৰনত বেয়া হলে ৰাইজৰ কিমান কি কথা cmnt লগা হয় সেইয়া অভিনেতা অভিনেত্ৰী বা কলা কশলী হে বুজে..সেইয়া অভিজিত ডাঙৰীয়াই নুবুজে...?গতিকে মই spott কৰোঁ prajana......baaaa ক......অভিজিত এজন coppy নাত্যকাৰ...

  • @rdeka8920
    @rdeka8920 5 років тому +1

    Ji theatre it teo Natak copy kare Ami akhamiai nasau buli bhabibo lagibo.kunu producers tar Natak Labo nalage.khi ata Natak Sur .

  • @bikashkalita1602
    @bikashkalita1602 5 років тому +2

    Bardoisila theyatar aro ktiyao nsao..aro Abhijit daar copy kora natak nsao

  • @nhitube3181
    @nhitube3181 5 років тому

    Abhijit Bhatta...or Kothatei Sposto Hoi Porise Nijor Dadagiri

  • @anandaboruah6855
    @anandaboruah6855 5 років тому

    Abhijit and najrul go back

  • @amarmedhi5277
    @amarmedhi5277 5 років тому +1

    Abhijit bhattacharyak fasi diba lage. AKHAMAR 420 sur hai abhijit bhattacharya. Kukurarar natak sai AKHMAR manuh baliya haise.

  • @njmoran5184
    @njmoran5184 5 років тому +1

    বৰদলৈ চিলা থিয়েটাৰ বকবাজ

  • @filmyboy3623
    @filmyboy3623 5 років тому

    Abhijeet bhatyacharya 1ta copy cat.....