Aimee y nijoke bohut val dekhabo jai, tai emn selfish hoi, tair batcha k D diyok heigoraki maa kok, emn u common sense ni ne tair j 3 months old baby k thanda t rakhibo lage ne nalage, tai n tair cinema t k hei baby2 bht gune valueable hoi, khelar putola buli vabise nki tai
Mur hontan huwa hole jimanei dangor manuh nohok (....?) amar hopu,aakha ai hokolu bur hontanor logote ase ta2 jodi.......ki km amr homaj khonei beya kiba ata koribohe lage interview, photos tuli tot naikiya kore ,kiman ata dangor pap korise jak kuwa hoy দেৱশিশু ahisil he ...........?kb lga bhut ase kintu kiman likhim nijr bibeke sinta korok mak ,bapekor bukur major pora juwa jonehe gm pabo...🤣🤣🤣
এওঁলোকে নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ পিছত সকলো পাহৰি যায় । কিন্তু সময়ে কাকো ক্ষমা নকৰে , এইটো মনত ৰখা উচিত । সময় বৰ নিষ্ঠুৰ ।
ভীষণ স্বাৰ্থপৰ! ধিক্কাৰ তেওঁৰ এই মানসিকতাক...
Giiriek pyaz , hbs mumayek sobswarthapar, dhikkar...
সন্তান এটা মৰি যোৱাটো কিমান কষ্টকৰ পিতৃ মাতৃয়েহে জানে....আইমীৰ তেনে অবস্থা হলে গম পাব....তাই টকা পাইছে টো তাৰ পিছত কি লাগে.... ৰজাৰো এদিন প্ৰজাৰো এদিন .... ভগৱানে দিব ....
Adin tair ane abastha hole bujib.
তেওঁ অভিনেত্ৰীৰ নামত প্ৰকৃততে স্বাৰ্থপৰ ব্যৱসায়ীহে।দুখ লাগে এনে কথা শুনিলে।
Hoi deuk bor dukh Lage
তেওঁলোকৰ অন্তৰত মৰম নাই। এইবোৰ তেওঁলোকৰ বেবসায়।
ধনী মানুহ,সময় নাই,অন্তৰ খন কঠিন,কত মনত পৰিব,স্বাৰ্থ পূৰণ হল।ভগৱানে সকলো দেখি আছে,এদিন তাৰ ফল পাব।যেনেকৈ মাকৰ বুকু উদং কৰিলে সময় আৰু ভগৱানে ক্ষমা নকৰে,সহিবলৈ টান কিন্তু তাৰ ফল পাব।
ধনীয়ে ধনহে চিনি পায় যিয়ে ইয়াৰ প্ৰমাণ
Eku dhoni nohoy, contractual job kori ase
ক্ষমতা, প্ৰাপ্তি আৰু ও ৰ্শয্যই মানুহ ক অন্ধ কৰে।আইমী বৰুৱাৰ বাবে শিশু টি এটি বস্তু হে হৈ পৰিল।
কেচ এটা দিলে কেঁচুৱাটোৱে ন্যায় পাব । মেটৰ ৰো টকা থাকে আইমি , টকা মৰোতে কোনেও লগত নিনিয়ে মানৱতা যদি আছে আপুনি শিশুটিৰ ক্ষতিপূৰণ হিচাপে মাক-দেউতাকক 20লাখ টকা দিয়া ।
নিজৰ সন্তান হোৱা হ'লে গম পালে হয়। আনৰ ল'ৰা ছোৱালী মৃত্যু হ'লে তেওঁৰ কি যায়। কাৰ হৃদয় খন জ্বলি-পুৰি আছে ।।
আইমী বৰুৱাই এটা কথা মনত ৰখা উচিত আনক কন্দোৱালে নিজেও এদিন খান্দিবলৈ পায় পৃথিৱীৰ খন ইপিঠি হিপিঠি তাক কোনেও বাধা দি ৰাখিব নোৱাৰে ভগৱানে সকলো চাই আছে।
6.
ᗷᗰ
ᗷᗷ
ᗷ
ᗷ
ᗷ
ᗷ
ᗷ
ᗷᗷ
ᗷᗷ
ᗷ
ᗷ
ᗷ
ᗷᗷ
ᗷ
ᗷᗷ
ᗷ
ᗷᗷ
ᗷ
ᗷ. ᗷᗷᗷᗷᗷ.
Yes
ডাইনি বৰুৱা
100%right
@@madhuborah5779 uporor mal2r maiki hoi, theng bhangibo2r .
@@bkp9774 Sai lom ki kribo pare..moiu uporor maal🤣🤣🤣🤣😂hoi
Yes, Dainy Barua.
@@anibro4162 barua nohoi bohua.
তাই চিনেমা চাবই নালাগে॥ #boycott
ভগৱানে সকলোৰে বিচাৰ কৰিব সময় আহিলে ।ভগবানৰ বিচাৰত ৰজা প্ৰজা সকলো সমান ।কেঁচুৱা টো আৰু মাক দেউতাকৰ কাৰণে বোৰ দুখ লাগিল ।
খবৰটো কিয় লুকুৱাই ৰখা হৈছিল। সচাঁকৈয়ে নিষ্ঠুৰ, ক্ষমতা থকাৰ বাবেই মানুহে যিকোনো কাম কৰিব পাৰে। নাপায় এনেকুৱা কৰিব। ওপৰত থকাজনে সকলো চাই আছে ফল ভূগিব এদিন নহয় এদিন।
Ki hol nu
ইহঁতে নাটক কৰে যে, 3 মহীয়া কেচোৱা জনী যে মৰিলে তাই ভাবিছে চাগে আকৌ জী উঠিব বুলি। এতিয়া আইমী বৰুৱাই ছোৱালী জন্ম দিব লাগে। মানুহৰ জীৱনটো এবাৰেই পাই। আমাৰ নিচিনা দুখীয়া মানুহ ক খেলাটো বেয়া। ৰাইজে কিবা এটা কৰিব লাগে ।
ওপৰৰ মালৰ ঘৈণীয়েকে কৰিছে এইটো একো ডাঙৰ কথা নহয় । নিজৰ লৰা ছোৱালীৰ যদি মৃত্যু হল হয় তেতিয়া বুকুত ভুকুৱাই কান্দিলে হৈ । টকাৰ গৰমত মানৱতা হেৰাই গৈছে । মুখ্যমন্ত্ৰীয়ে উচিত তদন্ত কৰি দোষী ক উচিত শাস্তি দিয়ক আৰু শিশুটিক ন্যায় দিয়ক ।
আইমী বৰুৱা অকল অভিনেত্ৰী অথবা পৰিচালক নহয় অসমৰ বহুত ডাঙৰ মন্ত্ৰীৰ পৰিবাৰ গতিকে কাৰ ঘৰত কি হৈছে এইবিলাক খবৰ লবলৈ সময় ক'ত ।আজি মত মাতিবলৈ পীযুছ হাজৰিকা মহাশয় ক'ত ? অন্য কোনোবাই যদি এনেকুৱা কৰিলেহেতেন পীযুছ হাজৰিকা ডাঙৰীয়াই কিমান ডাঙৰ ডাঙৰ কথা কলেহেতেন ।আইমী বৰুৱাক আইনমতে গ্ৰপ্তাৰ কৰিব লাগে ।
Right 100%
বেমাৰত মৰা বুলিহে কব সিহঁতে
Yes
@@budheswarnath6516 theng bhangiba tur, uporor mal2r ghoinee hoi eaijoni dainee badua. Kella bal joni.
@@bkp9774 জন্তুৰ ভৰিক হে " ঠেং " বুলি কয় , মানুহৰ হলে " ভৰি " বোলে বূৰবক টো কৰ'বাৰ 😁😜🤓
ক্ষমতা আৰু পচাৰৰ বাৱে মানুহে সকলো কৰিব পাৰে এইয়াই উদাহৰণ নহয়নে?
ভগবানে বিচাৰ ল'ব।
এইবোৰে নিজৰ স্বাৰ্থৰ পূৰ্ণ হোৱাৰ পাছত,আনৰ কথা চিন্তা নকৰে,ঘটনাটোৰ ওপৰত ভালকৈ বিচাৰ কৰি,এসেকা দিব লাগে ইহঁতক। ।😡😡
Theng bhangiba dei tur, uporor mal2r ghoinee hoi eaijoni dainee bahua.
অহংকাৰী হল এইবোৰ ভগৱান আছে
ক্ষমা খোজা,দুখ প্ৰকাশ কৰা -এইধৰণৰ কথাৰেই ইমান ডাঙৰ ঘটনা এটাৰ সামৰণি পৰিব নোৱাৰে। তদুপৰি,চেমখৰত তুলি ধৰা কাহিনী আৰু পৰম্পৰাগত নিয়মক লৈও তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰথম কথা--আইমী বৰুৱাই ছবি খনৰ কাহিনীভাগ ডিমাছা সম্প্ৰদায়ৰ কোনো জনা-বুজা লোকক দেখুৱাইছিল নে? ইমান ভুল প্ৰথা বৰ্তমান অসমৰ কোনো সম্প্ৰদায়ৰ মাজত প্ৰচলিত নাই।
দ্বিতীয় তে,--তেখেতে তে ছবি খনৰ যোগেদি পুৰস্কাৰ বুটলিলে, সেয়া পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনালোঁ। নহ'লে আন্তৰ্জাতিক প্ৰেক্ষাপটত অসমৰ লোক সকলৰ বিষয়ে মিছা ধাৰণা বিয়পি পৰিব।যিটো মুঠেও গ্ৰহণ যোগ্য নহয়।
তৃতীয়তে,--অতি দুৰ্ভাগ্য জনক, শিশুটিৰ মৃত্যুৰ খবৰ তেখেতে ক'তো এবাৰ লৈও উল্লেখ নকৰিলে। এয়া সভ্য মানুহৰ আচৰণ নে?
উচিত তদন্ত হব লাগে।
ৰজা ৰাণী হৈছে । সকলো প্ৰজা । কবলৈ কোনো নুলাই । চাই চে চাওক আৰু শুই থাকক ।
আনক চকুপানী দেখুৱাই সতী সাবিত্ৰীৰ দৰে অভিনয় কৰি দৰ্শকৰ সমাদৰ লৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ পুৰস্কাৰ পোৱা আইমী
বৰুৱাৰ বাস্তৱ ৰূপ এয়াই নেকি । ইমান স্বাৰ্থপৰ হ'ব নেপায় ।
আইমী বৰুৱা মাঠাত মাল নাই নেকি
তেওঁৰ আৰু কি নিজে জনাজাত হ'বৰ বাবে নিজৰ ঘৰখন মচা ভিডিঅ' কৰিও ফেচবুকত আপল'ড | এইবিলাক মানুহৰ মানসিকতা ইমানেই, ইয়াতকৈ বেছি আৰু কি কৰিব পাৰে? নিজৰ স্বাৰ্থ পূৰণৰ বাবে আনক ব্যবহাৰ কৰিব পাৰে, কিন্তু পিচত কেতিয়াবা ব্যবহাৰ কৰি অহা মানুহখিনিৰ খবৰ লবলৈ হে আহৰি নাই
নিজৰ জীয়েক পুতেকৰ এনেকুৱা হোৱা হলে কেনেকুৱা লাগিল হয়?
দুদিনমান আগতে আইমি বৰুৱাই এটা সাক্ষাৎকাৰত কোৱা দেখিছোঁ যে তেওঁ হেনো সৰু ল'ৰা ছোৱালীক ইমান ভাল পাই যে,,,,বেলেগৰ ল'ৰা - ছোৱালীৰো হেনো শেঙুণ মচি দিবলৈ অকণো কুণ্ঠাবোধ নকৰে। সঁচাকৈয়ে তেখেত এগৰাকী ভাল অভিনেত্ৰী।
কোৱা আৰু কৰা মাজৰ যিখিনি ব্যৱধান... আকাশ আৰু পাতালৰ পাৰ্থক্য
Tai ovinetri karone to koi eta kore eta dexiboe noyaro xei patok
নিউজটো কই আছে ৩মহীয়া কেচুৱা আকৌ লিখিছে ৩বছৰীয়া বুলি॥ অলপ ভাল কে চাই মেলি লিখিব লাগে
তুমি ন্যায়ৰ হকে এফাকি লিখা, বাতৰিৰ শব্দত ভুল ধৰিবলে বাদ দিয়া।এবাৰ মন কৰিছানে,যে এই বাতৰি আৰু অন্য কোনো চেনেলে ৰাইজৰ আগত তুলি ধৰিব সক্ষম হৈছেনে।
3 mah bosr matter nhoi...
ভগৱানে এৰি নিদিব কিন্ত৷সময় সকলোৰে আহে।
দোষ আমাৰ সমাজৰো কাৰণ এখেত সকল ডাঙৰ মানুহ যে সেইকাৰণে দুদিন পাছতে পাহৰি যায়। আইন সকলোৰে বাবে সমান সেইতো সকলোৱে মনত ৰখা উচিত।
ভগৱানে চাই আছে।
আইমী বৰুৱাৰ পোষ্ট বৰত বা আপোনাক বহুত ভাল লাগে মোৰ বুলি কোৱা মানুহ বোৰক এইবিলাক দেখুৱাব লাগে,
অতি গৰিহনাৰ যোগ্য । চি :চি:অতি নিদাৰুন 😢 এহাল দম্পতিৰ চকু ত চকুলো আৰু বুকুত এক কৰুন কথা ।অতি দুখলগা ।
ওপৰৰ মালৰেইতো বংশধৰ হয় না।
ৰজাৰো এদিন প্ৰজাৰো এদিন নিশ্চয় আহিব
চিঃ আইমি তোমালৈ ৰাইজে থুৱাইচে । যি দেখিছোঁ ডাঙৰ মানুহবোৰৰ দুটা চৰিত্ৰ ।
ওপৰ মালৰ ঘৈনিয়েক যে সেইকাৰণে কাম হল বছ কিয় খৱৰ লৱ ,
Thik koisa
ডাঙৰ মানুহৰ এই বোৰ সৰু কথা বুলি ভাৱে আমি নো কি কম ৰাইজে বিচাৰ কৰিলে ভাল হব
Boycott Aime baruah
bhagwane sai ase tairo ase duti santan ketiya bhagwane tairo buku udong kori loi jay seiya bhagwanehe jane.. bhagwane usit bisar kore jen🙏🙏🙏🙏🙏
চেমখৰে পোৱা আটাইকেইটা পুৰস্কাৰ উভতাই নিব লাগে
So sad news.
Earr jogoriya Aimee boruah hoi 👍.....Dukhi punishment pabo lage
আইমী বৰুৱাই হত্যাকাৰী হল ।বৰষুণত নিতিতা হলে শিশুটি বেমাৰ নহয় ।আৰু তিনিমহীয়া শিশুটি নদীৰ কাষৰ জলবায়ু স্বাস্থ্যৰ বাবে উপযোগী নহয় ।এইফালৰ পৰা আইমী বৰুৱাক হত্যাকাৰী হিচাপে গ্ৰেপ্তাৰ কৰিব লাগে ।,,,,,আন জনতা হোৱা হলে কেতিয়াবাই গ্ৰেপ্তাৰ কৰিলেহেতেন,,,,,,,,চৰকাৰে,,,,,,
ভগবান আছে....
ইয়াৰ বিঢাৰ নেদেখা জনে সঠিক ভাবে কৰিব ।
কেমেৰাৰ সন্মুখত আকৌ তেওঁৰেই কি মাতৃত্বৰ ভাষণ চাবা.......!😡😡
কাণ্ডজ্ঞান নাইনেকি তেওঁৰ ?
অ আচৰিত,,,
So sad
Are they artist ?
Justice for clearing baby
We want justice for child.. Law should be equal for all. Royal family but poor mind and thought..
Es bohut dukhor kothar .kesuato thanda humai gol hol .
আজি জানিলো মৰমৰ অভিনেত্রী গৰাকীৰ ফুফলা চৰিত্ৰ।
মানৱতা শূন্য ।সময়ে এদিন ভালকৈ শিক্ষা দিব মাথো অপেক্ষা কৰক ।
Cinama khobor baba mat motar karona dhanyabad
এই আইমী জনী পুতনা ৰাক্ষসী ৰ আখ্যা দিব লাগে, এদিন পাব নিজৰো দুটা সন্তান আছে, ভগৱান ৰ লাঠীৰ মাৰ সকলো পাপীৰ মুৰত পৰিবই, এদিন হ'লেও নিজেও সেই শোক পাবই।
এই বিলাক মানুহৰ হ্নদয়ে নাই ।সিহতে নিজৰ স্বাথৰ কাৰনে কাম কৰে । নিজৰু লৰা ছোৱালী আছে । সময় ইমান নিস্তূৰ নহয় সময় আহিব সিহঁতৰো কাৰণে ।
Justice ⚖ 👩⚖️ habw lagai.
সিহঁতৰ পিজ্জা বাৰ্গাৰ খোৱা সন্তানৰ বাদে সেইবোৰ সন্তান জানো ?
OMG...
Uporor malor wife, etia thier phalor eta baby dia.
শিশু টিৰ মৃত্যুৰ কথা আজি ৩/৪ মাহৰ পাছত হে গম পাইছে নেকি? আগতে কোনেও গম নাপায় নেকি?
Uh so sad
এই বোৰ তথাকথিত ভদ্রলোক বহুত আত্মকেন্দ্রিক হয়। সিহতে যি কৰে কেৱল টকাৰ বাবে কৰে। সিহঁতৰ হৃদয়ত কোনো মানৱতাবোধ নাথাকে।
অসমীয়া চলচ্চিত্ৰ জগতৰ পৰা কঠোৰ মনৰ আইনী বৰুৱাক Boycot কৰিব লাগে। দুই সন্তানৰ এজনী মাতৃ হয়ো এনেকুৱা । এতিয়া এই ছেমখৰ" চিনেমা খন boycott কৰিবলৈ অনুমতি দিব লাগে
আৰে এই সকলে কেৱল অভিনয় হে কৰে ....
Aimi borua mattir namot kalanka hoi.
Aimi maa. Nahay. Nasani so. that
Hosakoi bor dukh lagil..
Bhagawaban ase Jodi byabastha lobo
Rajaghoria mall
Poisa ase heavy manuh...big background ase ooo heibilak manuh nahoi jon2
বিচাৰ কৰিব লাগে শিশুতিয়ে ন্যায় পাব লাগে
Nijor hontaan jetia mritu hobo tetia anuvob koribo hontaan biyugor dukh kiman
এইবোৰে মানুহ চোবাই-চোবাই খাব।
Tai baiman
Bor dukh loga kotha🥺dhikkar disu aiburok
EU ako bohut uporor maalor monor manuh no EU kio ei horu horu manuhburor kotha sinta koribo.....
আকৌ এবাৰ ধিক্কাৰ আমি
Baby Tu 3 month asil ne 3 yrs. clear kori diok ?
😭😭😭
Bohut dukh lagil.tekhet emn selfish buli voba nasilu.dhikkar disu Aimee boruak.vogobane tar Uttar dibo adin
3 year's nhoi........dada ....3 month .......hoi... Thamnel tu sawok
Enekua lagise Jen ulai goi xokolue Dhoru oporadhi Jun hoi birat dukh lagise Justice for Clearing
Aimee y nijoke bohut val dekhabo jai, tai emn selfish hoi, tair batcha k D diyok heigoraki maa kok, emn u common sense ni ne tair j 3 months old baby k thanda t rakhibo lage ne nalage, tai n tair cinema t k hei baby2 bht gune valueable hoi, khelar putola buli vabise nki tai
উচিত বিচাৰ কৰিব লাগে?
Hosa i nedarun .
মাথাত একো নাই নহয় থকা হলে এনে কাম নকৰে নহয়।পইচা মূৰত উঠিলে।
Eman sartho por hobo nalage Aaimi boruah.
Aimee jiman flim ulabo bahiskar karibo lage..
এইবোৰ অকল নিজৰ কথা ভাবে লাজ নাই আইমি বৰুৱা ৰ
😭😭😭😭😭😭
এই জনি (CAA) মানে কি সেতোহে বুজাবলৈ জানে আৰু নো কি জানে।
Mur hontan huwa hole jimanei dangor manuh nohok (....?) amar hopu,aakha ai hokolu bur hontanor logote ase ta2 jodi.......ki km amr homaj khonei beya kiba ata koribohe lage interview, photos tuli tot naikiya kore ,kiman ata dangor pap korise jak kuwa hoy দেৱশিশু ahisil he ...........?kb lga bhut ase kintu kiman likhim nijr bibeke sinta korok mak ,bapekor bukur major pora juwa jonehe gm pabo...🤣🤣🤣
Kes koribo lage
I am very sad to hear the news, there should be an investigation or there will be no future in our society, we need what is true and what is false.
Paisai murot dhorile enekuwa hoi kaku sini napai ....tumi janu maa nohoi