প্ৰেমলীলা ❤️ (Part: 6), Assamese Comedy Video by Black And White 2023
Вставка
- Опубліковано 13 жов 2024
- Only for Entertainment 😂
এইটো এটা ধেমেলীয়া ভিডিও। ইয়াৰ কাহিনী সম্পূৰ্ণ কাল্পনিক। ভিডিও টো চাই কেনে পালে কমেন্ট বক্সত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ক্ষমা কৰি দিব।
#blackandwhite
যদি আপুনি আমাৰ লগত Connect হৈ থাকিব বিছাৰে, তেন্তে আমাৰ Facebook Page "Black_and_white" Follow কৰি লওক।
Story & Direction: Bikash das
সকলোৰে অভিনয় অতি সুন্দৰ.... কাহিনীটোই মন চুই গৈছে... এনেকুৱা কাহিনী আকৌ লাগে...প্ৰেমলীলা ৬ 🔥
From-
জনাৰ্দন জিতু, ৰঙিয়া
বিকাশদা আপুনি থিয়েটাৰত অভিনয় কৰিলে পুৰা হিট হব।।।❤❤❤বহুত ভাল লাগিল এই কাহিনীটো চাই।।।❤❤
প্রেমলিলা কাহিনী টো মোৰ লগত 100% মিলি গৈছে, same with me
Ending tu মিলিছে নে
@@Priyom_fitness_vlog 😅😅😅
সচাঁকৈ গোটেই কেইটা part বহুত বহুত ভাল লাগিল... বহুত ভাল অভিনয়ৰ লগতে চাই পেলাই আমনি নলগা এটা story... ❤❤❤ আগলৈ ও এনেকুৱা ভাল লগা story লৈ আহিব বুলি আশা কৰিলো। আৰু শেষত শুভেচ্ছা জনলোঁ যাতে সকলোৰে মনৰ পৰা বিচৰা সচাঁ ভালপোৱাবোৰ সদায় সফল হৈ ৰৈ যাওঁক....❤❤❤
এনেকুৱা বন্ধু ভগৱানে সকলোকে দিয়ক ❤
first time black and whiteৰ video চাই চকুপানী😢 ওলাইছে❤❤❤❤❤
mojja 👌♥️ সকলোৰে প্ৰিয় black and white 🌹part 7 কেতিয়া আহিব পিছে 🤔 please Reply 👍
কোনো কোনো part 7 ৰ কাৰনে ৰখি আছা এটা like কৰি দিয়া
Konu konu naloi kone kone
অন্তৰ চুই গৈছে।😢❤ সচাই বহুত ভাল লাগিল😊
সচাঁই বহুত সুন্দৰ কাহিনী সুন্দৰ অভিনয়..আপ্লুত হলো….এনেদৰেই সুন্দৰ ভিডিও আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ।ধন্যবাদ
যদিও কাহিনী সকলোৰে লগত একে তথাপিও আপোনালোকৰ অভিনয় দুৰ্দান্ত ,একো প্ৰশিক্ষণ নোহোৱাকৈ সুন্দৰ উপস্থাপন কৰিছে ,অসমৰ ভ্ৰাম্যমান জগতত আপোনালোকক দেখা পাম বুলি আশা কৰিলো ,
Bohut vl lagise bikash da acting sobare perfect hoise
আপোনাৰ লগত আগতে হাঁহিছিলো আজি কান্দি দিলোঁ😢
Premlila all episode mojja.Thirteen (13) r pist aikhn a kijani 2nd short video ..
আজি অপেক্ষাৰ অন্ত পৰিল
Love you black and white
All family members 😘😘😘😘😘😘
আজি প্ৰথমবাৰৰ বাবে ইউটিউবত ভিডিঅ' চাই চকু সেমেকি গ'ল। Standing ovation to all Black and White team 👏👏👏
বিকাশৰ ভিডিও বোৰ চাই বহুত ভাল লাগে ।
Xxxxyyrrryu😅😅😅😮😮😮😂❤❤❤❤❤❤
চকু পানী ওলাল 😢 সঁচা কৈ প্ৰতিটো part ধুনীয়া হৈছে, অাৰু part আহিব নে
This is superb fantastic awesome iconic &.....
কি কম আৰু ভাষা নাই
Aapuna lokor Balck and white khoan Sai val lagil ❤❤❤
ভাগ্য তোমাৰ হাতত ও নাই মোৰ হাতত ও নাই কিন্তু সিধান্ত আমাৰ হাতত আছে কথাষাৰে অন্তৰ চুই গল❤
First time bina comedyr kahini salu.val lagil bohut😊
Black and Whiter Karone ata like,👍👍
e.
❤️❤️❤️❤️❤️🧡💛💛🧡🧡🧡❤️❤️😸💛💛💛💙💙💚🧡🧡🧡💛💙💜💜🤎🤎🖤🖤🖤🤎💜💚🧡❤️💘💘💘💘💘💘💘💘💝💝💝💖💗💓💞💕💕💕💞💗💖💝💘🤍🤍🧡🧡💚💜🖤🖤💜💚🧡❤️💘💚💙💖💝💓💝💘💗❣️❣️❣️❣️❣️❣️♥️♥️❤️💛💜💓💖💝💔💓💗💗💗💗💗💗💗💗💗💓💓💞💞💗💗💗💗💗💗💗💗💗💗💗💗💗💓💓💞💞❤️🔥💞🤎💓💙💜💜💜💜💚💖💖💔💔💓♥️❤️🩹💔💔❤️🩹❤️🩹❤️🩹❤️🩹❤️🔥❤️🔥❤️🔥💕💕💕♥️♥️♥️♥️♥️♥️💔💔💔💔❤️🔥❤️🔥❤️🔥❤️🩹❤️🩹❣️
Kio ty bepari nki like or
Boos khan krbi like loi
7 no episode to lage
Super Bhai Jaan ❤❤
7 part টো দিবা দেই... বিকাশ জুই আছা তুমি 🎉
Moja❤ part 7 lagy
Kak kak part 7 lage ata ata like kra ❤
7 nombor khonda saboloi bohut bohut akha thakil bikas da
mojja
Ultimate Ending ❤ bhut bhal lagil sai❤
Part 7 kuni kunik lage like kora ❤❤❤
Jdi part 7 nahe vdo a nsaw ajir pora.....like kra cmnts tut
Part 7 plz 😢😢😢😢😢😢😢😢
Kio lge ,ki Sam bli bhabiso
Moja lagil❤❤❤❤❤😮😮
ইমান সুন্দৰ অভিনয়,,
চকুৰ পানী ওলোৱাই দিলা বিকাশ দা 😢😢😢😢
Jak jak part 7 lgr like kora
চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ।😢
Excellent . Moja lagil sai .
Part 7 lage xunkale .
Khosake bey bohut bohut bhal lagil❤
By watching your video,I cried missing her alot...❤I miss her..!! 🥀
Part 7 r babe like😂
Please 7 part to dib
Uff 😢😢❤❤ I'mn dukh or pasot o xukh dakha pai vl lagil
Mind-blowing vdo dada ❤ ai vdo tu saii beleg kiba sinta kori thka manhu heo kandi dbo he dada , mojjja lagsi vdo tu saiii mind tu kiba belg fale gusi goisil vdo tu so r somoyot ..... Ultimate 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
Part 7 lage
Part 7 lage 😂😂😂
Bijoynagar Assam
7
বহুত ভাল লাগিছে ❤ আৰু 7 no টো যাতে অতি সোনকালে চাবলৈ পাও ❤
A moja
fali Dise akdom❤
Aiii 1ep pora 6 episode sai moi mor ex aloi monot pori gasia
Part 7 lage 🎉
❤❤❤
Ultimate ❤❤
ভাল লাগিল চকুৰ পানী ওলাই গল মোৰ একে কাহিনী
Kun olacrazy kun African bhaluk Balck and white main 👊♥️
Kun black and white olacrazy and African bhaluk main❤❤❤ i 💗 u betal daa and nipu daa
@@koushick405 oky chapri bhai
😭😭💔
Bohut Kandi su o
Bohut besi val lagil sai
Mjja hoise bikash daa❤❤❤
Moja bohut sukh lagil😂😂😂😂😂😂
তামাম ঠোওগা কাহিনী
বহুত বহুত ভাল লাগিছে
বহুত সুন্দৰ অভিনয় আৰু কাহিনী, আগলৈও এনেকৈয়ে আশা কৰো আপোনালোকৰ পৰা।
এটা অনুগ্ৰহ,
Video টোত গোৱা" ফুল মৰহিলে কলিজা পুৰিলে " গান টো কৰ পৰা লৈছে অলপ কব নেকি 1:58min গোৱা টো l
Buhut Val lagel video tu Sai sukur Pani ulai porise ❤xodai jati anikoi aaa Val Val video bur ja dewa 🎉❤
Video to sai bohut val lagil aru aneke video bonai jowa agole Saba pam buli asha korilo 👌🫵🫵🥰 🙌🙏🇮🇳
বহুত সুন্দৰ অভিনয় আৰু কাহিনী, আগলৈও এনেকৈয়ে আশা কৰো আপোনালোকৰ পৰা।
এটা অনুগ্ৰহ,
Video টোত গোৱা" ফুল মৰহিলে কলিজা পুৰিলে " গান টো কৰ পৰা লৈছে অলপ কব নেকি 1:58min গোৱা টো
বহুত বহুত ধুনীয়া কাহিনী লিখিছে লগতে ধুনীয়া অভিনয় কৰিছে
Moja lagil😢😢😢😢😢😢
Next part lagibo...bikash Da
ভাল পোৱা ইাকে কৈ যি হৈ ভালৰ বাবে হৈ ❤❤ best part of Balck and white
বহুত ভাল লাগিল।
অলপো Skip নকৰাকৈ চাই শেষ কৰিলোঁ ।
সুন্দৰ নাটক ,সুন্দৰ অভিনয় ,সুন্দৰ গোটেইখিনি ভাল লাগিল
7 part lagiboi dada❤❤
অভিনয় আৰু কাহিনী গোটেই খিনি সুন্দৰ হৈছে ❤️❤️❤️
Oscar level acting black and white team ❤❤❤❤
আপোনালোকৰ গোটেই কেইটা খণ্ড যদি এখন নাটক হিচাপে দেখা পালে
বেলেগ জনপ্ৰিয় হল হয়। ভাল লাগিল। শুভেচ্ছা থাকিল গোটেই কেইজন লৈ
Buhut Val lagel part 6 tu Sai 👍
কাহিনীটো আধাতে বন্ধ নকৰিবা বহু ত ভাল লাগিছে পাত 7 দিবা বুলি আশা থাকিল❤❤❤❤
Story tu moza hoise
Part 6 ufff ki Kom bhakha ni❤❤❤.. dialogue bilak perfect delivered
Mojja part 7 lge❤😊
Bikash dar acting ufff😢🙏💥💥💥
Bohut vl lagil
বহুত ভাল লাগিল বিকাশ দা কাহিনীটো ভাল পোৱা এনেকুৱাই হব লাগে ,
Mor nijor kothay monot pori goll
Bohut val hoise bikash da
Love ❤ from chirang sidli
Jiye nhok vai api khini gote bor thouga ha❤❤❤
bahut val ligel sai patr 7 ligebo
Xosakoi bhut Val lagise dei ❤
Soku r Pani ulai gol 😢❤
Acting kintu 🔥🔥
Aru anekua Val Val video pam buli aakha thakil 😢❤❤❤
বঢ়িয়া খুব ভাল লাগিছে । অভিনন্দন জনালো দল টিক ।
Mojaa da bekash ❤❤❤❤❤❤
Bahut bahut val lagise sai❤️❤️
Part7 lge😂 bht vl lgil mr sakor pani olai gol mor dre aro kak lage part7 pls pls dibo apekha krim
Comedy jodio, heart Touched 😢😢😢konoba khinit bor dukh lagil
Bohut vaal hoisay acting❤ soboray👍
বিকাশৰ অভিনয় 🔥🔥🔥
ধুনীয়া লাগিছে দেই ❤️❤️
Funny holio dukh lagil bohut . . . Bikash da
সম্পর্ক সেইয়া নহয়,
যি দেখুৱা হয়।
সম্পর্ক সেইয়াহে যি হ্রদয়েৰে
পালন কৰা হয়।❤
7 khondho tu lage bikash daa mojja hoi se da👌👍
Bahut val lagil 😊