লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই একপ্রকাৰ নিমাওমাও পৰিৱেশ AIUDFৰ মুখ্য কাৰ্যালয়ত।

Поділитися
Вставка
  • Опубліковано 28 вер 2024
  • লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই একপ্রকাৰ নিমাওমাও পৰিৱেশ AIUDFৰ মুখ্য কাৰ্যালয়ত। দলটোৰ সভাপতি বদৰুদ্দিন আজমল গৈছে হজলৈ। পদত্যাগ কৰিছে সাংগঠিনক সাধাৰণ সম্পাদক আমিনুল ইছলামে। দলৰ ভিন্ন বিষয়বাবত থকা নেতাসকলো অন্তৰ্ধান। দলীয় কাম-কাজ সম্পূৰ্ণ বন্ধ। দল একপ্রকাৰ স্তব্ধ। এনে পৰিস্থিতিত দলৰ ভৱিষ্যৎ আৰু অস্তিত্বক লৈয়ো সৃষ্টি হৈছে শংকা আৰু সন্দেহৰ।
    #pratidintime #AIUDF #assamnews

КОМЕНТАРІ • 25

  • @IndianJobAcademy
    @IndianJobAcademy 3 місяці тому +4

    AIUDF jindabad ❤❤

  • @abdulwahabsikder5986
    @abdulwahabsikder5986 3 місяці тому +2

    AIUDF zindabad ❤

  • @HappyLife-v1z
    @HappyLife-v1z 3 місяці тому +1

    Next CM Gaurav Gogoi

  • @rrahman853
    @rrahman853 3 місяці тому +7

    AIUDF ৰ ভৰিৰ তলৰ মাটি নাইকীয়া হৈ গৈছে । এতিয়া আৰু আবল তাবল বকি একো লাভ নাই ।

  • @aminrahul1977
    @aminrahul1977 3 місяці тому

    BIG O

  • @mdhussainahmed5174
    @mdhussainahmed5174 3 місяці тому

    Aiudf go back

  • @forstudents3457
    @forstudents3457 3 місяці тому

    Aiudf jindabad

  • @MohidulIslam-xj5ug
    @MohidulIslam-xj5ug 3 місяці тому

    Misa news a i u d f jindabad

  • @josephmalik470
    @josephmalik470 3 місяці тому +1

    Ajp join Kore bo

  • @rawandreal99
    @rawandreal99 3 місяці тому +2

    AIUDF will get 0 seat in 2026

  • @hodaboys9913
    @hodaboys9913 3 місяці тому

    কিমান মিছা কথা কৈছে মুছলমান সকলৰ মাজত। এতিয়া বুজিলে নে

  • @SahidaKhatun-ki5ly
    @SahidaKhatun-ki5ly 3 місяці тому

    Misa news

  • @AMINULHOQUEKHAN-to7kk
    @AMINULHOQUEKHAN-to7kk 3 місяці тому

    Mor osorot ahily bojai dim

  • @TamimIslam-ss2nh
    @TamimIslam-ss2nh 3 місяці тому

    ----0000000 Dim

  • @AntiSychophant-fi9yr
    @AntiSychophant-fi9yr 3 місяці тому

    Karim bhai moha kalantak.

  • @mostofahussain4192
    @mostofahussain4192 3 місяці тому +1

    Amer hafiz rofi 2026 out hoba laga

  • @Fakerahmed-i8q
    @Fakerahmed-i8q 3 місяці тому

    Aiudf2026ta ga in26taseatconfirm

  • @shamsherali6600
    @shamsherali6600 2 місяці тому

    A I U D F finished.Murdabad 💯

  • @foridhossain2554
    @foridhossain2554 3 місяці тому

    Aiidf big zero 2027 congress party ke jai ho 🌹🌹🌹🌹🌹

  • @HabiburRahman-t1l
    @HabiburRahman-t1l 3 місяці тому

    আমিনুল আৰু কৰিম উদিনক দলৰ পৰা আউট কৰক

  • @suhaelakhtar7815
    @suhaelakhtar7815 3 місяці тому

    AIUDF এতিয়া সৰিয়হৰ বেপাৰত লাগিব লাগে

    • @NazirHussain-um1ui
      @NazirHussain-um1ui 3 місяці тому

      মাছৰ বেপাৰ কৰিলে বেছি ভাল হ'ব