Akashi Ganga - আকাশী গঙ্গা | 12th July 2024 | Ep No 71
Вставка
- Опубліковано 11 лип 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 71
--------------------------
অম্বা, প্ৰণামীয়ে ৰাখিব পাৰিবনে সন্ধ্যাক?
#Rangtv #AkashiGanga #Prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2 - Розваги
ককাক এতিয়া ভাল মানুহ হ'ব আৰু সেই শিক্ষা দিবলৈ নিধিহত গুছি গ'ল
😍
সকলোৰে অভিনয় অতি সুন্দৰ হৈছে। ❤
ভাল লাগিল সকলোৱে অভিনয় ধুনীয়া❤❤❤❤❤❤
চৰিএ তথা কাহিনীয়ে গতি লাভ কৰিছে।
সঁচাকৈ চাব লগা ঘটনা বহুত ভাল লাগিছে ❤❤❤❤
😊😊
চাই ভাল লাগিছে সুন্দৰ ।
❤❤ মোৰ প্ৰিয় ধাৰাবাহিক ❤❤
আগত কৰা সকলো বেয়া কাম যেনে মানুহ মাৰা কেইটা জীয়াব পাৰিব যদি নোৱাৰে পাপৰ প্ৰায় চিত্ত কেনেকৈ হব।গতিকে শাস্তি পাবই লাগে।কাৰণ হুলেৰে হুল কাঢ়া যায়।
আচ্ছা অঙ্গদে ভায়েকক মাৰিবলৈ কিমান দূৰলৈ গৈছিল নো ? ৰিভলভাৰ টোঁৱাইতেই বাপেকৰ হাৰ্ট এটেক্টৰ খবৰ পায়ো অঙ্গদ উভতি নাহিল যে ? দুয়োটা পুতেকৰ মানে কোনো দায়িত্বই নাই ? হাৰ্ট ৰোগী মূৰ্চা গ'ল ডাক্তৰৰ ওচৰলৈ নিয়াৰো ব্যৱস্থা নহ'ল ? পানী খায়েই বুঢ়া ঠিক হৈ গ'ল। 😂 ইমান মানসিক অশান্তিত থকা মানুহজনৰ মুখত ইমান সংলাপ ?
ঘৰতেই থাকক,বাহিৰলৈকে যাওক,শুয়েই থাকক,বুঢ়াই ক'লা পেন্ট আৰু জাংগল বুটযোৰ এৰা নাই 😅😅 ।
মাক গৰাকীক ভাল লাগিছে। সংলাপত অকণো খোকোজা নাই। একেদৰে অংগদ,ৰণদীপ অভিনয় সুন্দৰ। ধৰণ কৰণত আভিজাত্য দেখা গৈছে। নিধিক প্ৰথম দেখিছোঁ। ভাল কৰিছে তাই। বোৱাৰীয়েক দুজনীৰ বিশেষ ৰোল নাই।
আগলৈ কিছুমান কথা মন দি শুধৰালে ধাৰাবাহিক খন ১ নম্বৰ ধাৰাবাহিক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
Nidhi Mayur pankhit asil tate o sister hoisel
Sandhya aru Nidhiye iyar pora goi val korile kintu Rondipok xasti dibo lagisil..Nihalok Bina dukhot hottya korise.
ভাল লগা চিৰিয়েল।
পূলক বেনাৰ্জীৰ "আকাশ যেতিয়া সন্ধ্যা তৰাই জিলমিলাই -------।" এই গীতটো বৰকৈ মনত পৰিছে।
অভিমন্যুই মাকক ঠিক কথা কৈছে । ❤
বুঢ়া সলনি হোৱা সম্ভবনে ?এইয়া সকলো অভিনয় যেন লাগে ।
Moja ❤❤❤❤
Vl lgise sai
Mojja❤❤❤
Bhal lagil
19:10
❤❤❤❤
Shandhya baa aru nidhi baa ghar ari jwa karne vl lagise ❤️❤️ but xakalo xomadhan kri he jabo lagisil
❤Sai bal pau
Bhaaal lagisee
@@PurabiHazarika-hn8yzq QQ ex El mm
Mm
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ Se XT er❤❤@@PurabiHazarika-hn8yz
Nice❤❤❤❤
চাই বৰ ভাল লাগিছে ❤❤😂
Nidhi ak kotha raij 👍🏻
সঁচাকৈ বহুত ভাল লাগিল
Jabo nalagisil
সুপ্ৰভাত ❤❤ 🙏
Gongak kio nedekhai baru
বুঢ়া কেনে পাইচ
❤1st comment like diba xaklo a
Angad kot gol,dekhabo lagisil. Aadhorua hoi ase kiba.
Ajir episod tui konduai dile
Nidhihot jowaie Vale hol
🎉😂😂😂😂😂😂😂😂
Prthamor miugick tu hiya sui jowa eman hundar
Vale krise nidhihot jowaie
Good morning 💓
Bajen..da..❤❤❤❤❤
Good morning
❤❤❤
Sandhiya and nidhi ghr khon ari thoi jabo nalagisil 😢😢😢
Good morning 🌅
❤❤❤❤ 😂😂😂😂 ❤❤❤❤
❤❤❤❤🎉🎉
Vi l
Sihot ghuri ahibo jan lagisy
❤❤❤❤❤
😂😂😂😂😂❤
😂😂😂😂😂😂😂😂😂😂
❤❤❤❤
❤❤❤❤
❤❤❤❤