All Borgeets of our two Great Persons are really sweet .your voice is also sweet.and nice but should go one step high level in scale.and tune. Thank you so much.
Yes ,you are right mam . Distinctness of the words pronounced is the success of a song . Listener is the ultimate criticizer of such works . Go ahead .
Krishna Krishna prabhu 🙏🙏 oti xundor🙏🙏
কৃষ্ণ বাপ কৃষ্ণ। সুন্দৰ অতি সুন্দৰ ভগৱানে সদায় কৃপা কৰক। অধমে ভগৱানৰ ওচৰত নিবেদন জনাইছো কৃষ্ণ বাপ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ
কৃষ্ণ ভগৱন্ত প্ৰভুৰ প্ৰদত্ত আপোনাৰ কৃপা মিলাইছে বাপজনাই এনেকুৱা সুললিত কণ্ঠৰে বৰগীত ৰাগেৰে পৰিবেশণ কৰাটো আমি বিছাৰো আৰু আগ্ৰহেৰে বাটচাই আছো কৃষ্ণ
বৰ সুন্দৰ হৈছে ৰাগৰ লগতে বৰগীত টি,সুন্দৰ হৈছে শব্দৰ সংযোজন বোৰ ভাল লাগিল শুনি।।। কৃষ্ণ কৃষ্ণ 🙏🙏।
কৃষ্ণ বাপ সুন্দৰ পৰিবেশন
Krishna bap jon bor monurom hoise bor vl lagise ....rag akdom mojaaa 👌👌👌👌👌👌👌👌
Oti xundor kontho bap aguwai juwat vogoban a xohai korok krishna 🙏🙏🙏🙏🙏
Krishna.... oti sundor....apunar bhobissot ujjal kamona korilu.... Krishna bap
🙏🙏🙏 krishina krishina krishina krishina hari ram ram ram ram 🙏🙏🙏
কৃষ্ণ জয় গুৰু শঙ্কৰ। বৰগীত ভাগী বহুত সুন্দৰ হৈছে মই সদায় পূৱা আৰু গধুলি শুনি থাকো বাপ কৃষ্ণ সেৱা ধৰিছো আৰু সুন্দৰ কন্ঠ বৰগীত পাম বুলি
Bor ধুনিয়া জ্যোতি ডা...
ৰে মন ! ৰাম-চৰণ-ধন সেৱনা।
বেদ - বচন শুনি ৰাম নাম বিনি, নাহি নাহি ভৱকো তাৰণা।। ভিডিঅ দিব চোন..
বৰ সুন্দৰ হৈছে
কৃষ্ণ ।। জয় গুৰু শঙ্কৰ
Bap apunar bargit xuni val lagil❤
সুন্দৰ।
অতি সুৱদী সুৰীয়া হৈছে ।কৃষ্ণ ।
আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।
Sundar,krishna,bap
বহুত সুন্দৰ । আপ্লুত হ'লো কৃষ্ণ।
Krishna...bhut vl lagil sir
❤️ জয় গুৰু শংকৰ
Bap Jon 🙏🙏🙏🙏🙏 . Khubei bhal lagil .
কৃষ্ণবাপ ভাল লাগিছে। এনেদৰই গুৰুদুজনাক সন্মান জনাই চৰ্চা কৰি
আগ বাঢ়ি থাকক।
Krishna, bohut hundar hoise, huni aapluta holu .
কৃষ্ণ❤❤
গীত ভাগ শুনি বহুত ভাল লাগিল, কৃষ্ণ কৃষ্ণ 🙏
Bohut bohut dhunia hoise
কৃষ্ণ ’"সুন্দৰ হৈছে ৷
oti xundor .... jyoti
কৃষ্ণ কৃষ্ণ
কৃষ্ণ ৰাগ ভাগ ভাল হৈছে।শুনি ভাল লাগিল ।ধন্যবাদ কৃষ্ণ।
Moj lagil honi
ভাল লাগিল আগতলৈ এনেদৰে দি থাকিবা
জ্যোতি,ভাল লাগিছে।আজিও তুমি যে বৰগীতৰ চচ্ছা কৰি আছা ,,।
হয়, এৰা নাই, আৰু দুটামান ওলাব
Hundor hoise jyoti da
জ্যোতি, তোমাৰ কন্ঠ অতুলনীয়। তোমাৰ ভৱিষ্যত উজ্জ্বল।তুমি আগুৱাই যোৱা।আমি সদায় তোমাৰ লগত আছো।
হৰি হৰি এদিন দয়াল বৰগীত ভাগি ভাল লাগিল
কৃষ্ণ ভাল লাগিল 🙏🙏🙏
Val lagil 🙏🙏
সুন্দৰ 🙏🙏
অনুগ্ৰহ কৰি share কৰিবচোন 🙏🙏
সুন্দৰ কন্ঠ ; বৰগীত ভাগ শুনি বহুত ভাল লাগিল ;
ধন্যবাদ
Good❤❤❤❤❤
কৃষ্ণ🙏
Bahot Val lagil
সুন্দৰ হৈছে
ধন্যবাদ
বহুত বহুত ভাল লাগিল
তোৰ channel t দিবি নেকি
Bahut val lagil huni
হয় নে, ধন্যবাদ
কি সুমধুৰ কণ্ঠ
Krishna ram
কৃষ্ণ সুন্দৰ কণ্ঠ
সুন্দৰ
Krishna...terar usarat apunar vobishyat ujjal kamona karilu..Krishna..
Krishna,
ভাল হৈছে jyoti da .শুদ্ধকৈ বৰগীতটি শুনি খুবেই মোহিত হ'লো ৷
Good
Vall lagill
Xundor Jyoti Da....
mojjjjjaaaa
অতি সুন্দৰ জ্যোতি খুড়া।আপুনি আৰু আগুৱাই যাওঁক তাকে কামনা কৰিলোঁ।
ভাল লাগিল হুনি জুতি দা
Nice jyoti da....
Krishna, bohut vaal lagise huni
Awesome
বৰ ভাল লাগিল শুনি
Satisfied
Thank you
Very nice
Thank you
সকলোটিলৈ ধন্যবাদ
Godhuli nusunile montui beta lage .oti risomoi 'modhumoi .
Bor bhal lagil.kun nator geet baru aebhag.
এইভাগ বৰগীত হে, অঙ্কীয়া গীত নহয়, মানে নাটৰ অন্তৰ্গত নহয়।
Krishna Baap Bhagawat path aru huniboloi pam neki Krishna 🙏. Baap jodi pare upload koribo sun.. Kripa kora hbo amar uport krishna..
Vatiyali ragt ai borgeetvagi Bor vl lage.rag basanta ru mollaror dibosun
All Borgeets of our two Great Persons are really sweet .your voice is also sweet.and nice but should go one step high level in scale.and tune. Thank you so much.
Thnx
Olop স্পষ্ট কৰি কওকচোন,
Yes ,you are right mam . Distinctness of the words pronounced is the success of a song . Listener is the ultimate criticizer of such works . Go ahead .
Xosi montu aru antorkhon provur usorot thoka jen lage
Sir apunar kontha to muk diyak mur to apuni lou k
🙏🙏
সুন্দৰ পৰিৱেশন
কৃষ্ণ কৃষ্ণ
Krishna, bohut hundar hoise, huni aapluta holu .
সুন্দৰ হৈছে
সুন্দৰ।
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ