PALTAN PUKHURI II LECHU PUKHURI II TEZPUR HISTORY II DRISHTI ARU DARSHAN II ASSAM TOURISM
Вставка
- Опубліковано 5 лют 2025
- "দৃষ্টি আৰু দৰ্শন"
এই চেনেল যোগে অসম ৰাজ্যৰ ৩৩ খন জিলাৰ বিভিন্ন ঠাইৰ বুৰঞ্জী মূলক ঘটনা- পৰিঘটনা আৰু নান জাতি উপজাতি সমূহৰ সংস্কৃতি তথা সামাজিক জীৱনৰ তথ্য ভিডিঅৰ দ্বাৰা আপোনাসবৰ ওচৰলৈ লৈ যোৱাৰ এক সৎ প্ৰচেষ্টাই হব আমাৰ লক্ষ্য আৰু উদ্দেশ্য !
#PaltanPukhuri
#LechuPukhuri
#assamtourism
#TezpurTourism
#historicalplaceoftezpur
#bhairabitemple
#NarabaliPahar
#MaaiThaan
#StonegateofTezpur
#GupteswarDevalaya
#BaralimaraSatra
#Bhairavpad
#Rudrapad
#TezpurRockInscription
#Tingeshwartemple
our other channel
/ @ntacinema
ইমান বোৰ কথা এতিয়া হে গম পালো।
জানিব পাৰি ভাল লাগিল !
ঐতিহাসিক তথা সমৃদ্ধ ভিডিও চাই আপ্লুত হলোঁ। আগলৈ আৰু আশা কৰিলোঁ
আপোনাৰ চেনেলটোলৈ অভিনন্দন জনালোঁ । অতি সুন্দৰ পদক্ষেপ ভাল লাগিল ভিডিঅ'টো চাই ।🙏🙏🙏
সুন্দৰ, কিছু কষ্ট কৰিবলগীয়া হৈছে
বুৰঞ্জীৰ য়ে গৰকা তেজুপৰৰ ইতিবিত্তিৰ বিষয়ে বিশুদ্ধ তথ্য ডাঙি ধৰি উত্তৰ প্ৰজন্মৰ লগতে আমাকো উপকৃত কৰিলে । আপোনাৰ এই কষ্ট অথলে নাযায় ।ইতিহাসত সোণোৱালী আখৰেৰে লিখা ৰব ।
দৃষ্টি আৰু দশন’ ৰ জৰিয়তে তেজপুৰৰ তথা সমগ্ৰ দেশতে ইয়াৰ বহু তথ্য সম্বলিত বিষয় ও ঠাইৰ বিষয়ে জানিব পাৰিছে ৷আগলৈয়ো আশা কৰিলো ৷
দৃষ্টি আৰু দৰ্শনৰ একাগ্ৰতা আৰু তথ্য সংগ্ৰহৰ দক্ষতাৰ বাবে অসমৰ ৰাইজে তেজপুৰৰ বহু ঠাইৰ নিজস্ব চিনাকি, চেনেলৰ
পশ্চাৎত থকা লোকে ব্যৱহাৰ কৰা
দৃশ্য শ্ৰব্য প্ৰযুক্তিৰ দ্বাৰা
শুদ্ধ ৰূপত জনাৰ সুযোগ হৈছে
আগৰ কেইবাটাও অঞ্চলৰ কথাৰে তৈয়াৰ কৰা
খণ্ডৰ দৰে আজিৰ পল্টন পুখুৰীৰ কথাও অসমৰ ৰাইজে জানিব। তেজপুৰৰ ৯৮শতাংশ লোকেই এইবিষয়ে বিতংকৈ জানি আনন্দিত হব।
বৰ সুন্দৰ হৈছে।