নেমুৰ গছ বিন্ধোৱা পোকৰ পৰা কেনেকৈ বছাব (How to Save Lemon Plant from Insects)(Citrus Stem Borer)

Поділитися
Вставка
  • Опубліковано 8 лис 2024

КОМЕНТАРІ • 27

  • @nabajyotiborah4234
    @nabajyotiborah4234 Рік тому

    Xundor information ❤

  • @mrinalkumarnath882
    @mrinalkumarnath882 Рік тому

    Apunar video sai vhal laage...apuni kuar dorei korisu...vhal phol paisu

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому +1

      প্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ

  • @jaansaikia9308
    @jaansaikia9308 Рік тому +1

    Val kothaa kole Dal singaa kothaa To moi u kali Katim Ase tenekuwaa...

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому

      তেনেকুৱা ডালবোৰে গছৰ ক্ষতি কৰে। সেই বোৰ কাটি পেলাব লাগে। ধন্যবাদ।

  • @PPPEXPERIMENT
    @PPPEXPERIMENT Рік тому

    Dada spray machine tur buy link tu lagisil 😊

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому +1

      সকলো বোৰ ডাঙৰ নাৰ্চাৰী দোকানত পোৱা যায়। গুৱাহাটীত বৰা চাৰ্ভিচত Fertico আৰু Pestokon নামৰ দুখন নাৰ্ছাৰী দোকান আছে আৰু তাতে পোৱা যায়। ধন্যবাদ।

  • @sewalidevi1858
    @sewalidevi1858 2 місяці тому

    Spray machine tur dam kiman

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 місяці тому

      @@sewalidevi1858 নাৰ্চাৰী দোকানত বিভিন্ন দামৰ sprayer পোৱা যায়।মোৰটোৰ দাম ৩৫০টকা। ধন্যবাদ।

    • @sewalidevi1858
      @sewalidevi1858 2 місяці тому

      ​@@borahskitchengarden2487ধন্যবাদ।

  • @jayantasaikia1607
    @jayantasaikia1607 5 місяців тому

    Khura..bhut kothai hikilo

  • @PranitaBoro-w4b
    @PranitaBoro-w4b Рік тому

    টুটিয়া কি বোজানাই দাদা

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому

      টুটিয়া এবিধ ঔষধি গুণ থকা দ্ৰব্য। মচলাৰ দোকানত পায়। নাৰ্চাৰী দোকানতো পোৱা যায়।

  • @jaansaikia9308
    @jaansaikia9308 Рік тому

    Gosor pulit Ruwar Agot ba pisot Xukan masor Guri Dibo pari ne nai moi di asu Full houk Loaow houk xobote...DOP...aru Uriyaa..Xuraton..Akeloge mix kori di low mati khini Tar pisot Pani sotiyai keidin man rokhar pisot puli logaow...Pulibur Thike ase atiyaa loike...Atiyaa laow puli kori asu Jati loaw aru Rongaa laow..r..aibar Bostat logam atiyaa jot korisu tat pani uthibo...

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому +1

      মাছৰ গুৰি সৰিয়হৰ খলিহৈ আৰু নিমৰ খলিহৈৰ লগত মিহলাই দিলে আৰু ভাল হ'ব। chemical সাৰ দিলে লগে লগে পানী দিব নালাগে। আপুনি যিহেতুchemical সাৰ দিছে, তাৰ লগত অধিক পৰিমানে শুকান গোবৰ আৰু পচন সাৰৰ লগত প্ৰতিটো বস্তাৰ বাবে 100গ্ৰাম মানকৈ সৰিয়হৰ খলিহৈ মিহলাব।কাৰণ বস্তাত কৰিলে মাটি যথেষ্ট সাৰুৱা হ'ব লাগিব। পানী উঠিলে বস্তাটো ডুবি থাকিলে জেকা লাগিব।বস্তাৰ গুৰি ওখ হ'ব লাগিব। ধন্যবাদ

    • @jaansaikia9308
      @jaansaikia9308 Рік тому

      @@borahskitchengarden2487 Hoi thike ase Kholihoi pab tan amar yat kesu xar pai baro Dio maje maje...

  • @incredible4449
    @incredible4449 2 місяці тому

    Sun aru ki guri koribo lage?buja nai

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 місяці тому

      @@incredible4449 চুন আৰু তুতীয়া গুৰি কৰি সমান পৰিমাণত মিহলাব লাগে। ধন্যবাদ।

  • @amlanshome100
    @amlanshome100 10 місяців тому

    টুটীয়া বুলি যি পদাৰ্থ বিধৰ নাম কলে সেই পদাৰ্থ বিধক ইংৰাজীত কি বুলি কয়নো আৰু সেই পদাৰ্থ বিধ ক'ত পায় অলপ দয়া কৰি জনালে উপকৃত হ'লো হয়।

    • @borahskitchengarden2487
      @borahskitchengarden2487  10 місяців тому +1

      টুটীয়া (tutia) ইংৰাজী শব্দই। অসমীয়াটো ব্যৱহাৰ কৰা হয়। ইয়াৰ chemical name কপাৰ চালফেট (cuso4). টুটীয়া ডাঙৰ মচলাৰ দোকান বোৰত পোৱা যায়। ইয়াৰ লগত চূণ মিহলাই বৰ্ডো mixture বনোৱা হয়। ধন্যবাদ।

  • @nbhuyan4044
    @nbhuyan4044 8 місяців тому

    টুটীয়া ক'ত পায় বা আৰু ইয়াৰ কিবা বেলেগ নাম আছে নেকি জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  8 місяців тому

      ভূঞা ডাঙৰীয়া, টুটীয়া বজাৰৰ মচলা দোকান বোৰত পোৱা যায়। ধন্যবাদ।

  • @AbdusSalam-ns2lk
    @AbdusSalam-ns2lk Рік тому

    Aponi bsi kotha koi

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому

      বিষয় এটা ব্যাখ্যা কৰিলে অলপ ক'ব লগীয়া হয়। কিছুমানে আকৌ ভালদৰে বুজাই দিয়াটো বিচাৰে।কি কৰিব আৰু? কোৱা নোকোৱা এই দুয়োটাৰ মাজতে চলিব লাগিব। মন্তব্যৰ বাবে ধন্যবাদ।