ৰাতিপুৱা সোনকালে স্কুলত গৈ নিজৰ ভঙা বেঞ্চখন বেলেগ ক্লাচৰ নতুন বেঞ্চৰ লগত সাল-সলনি কৰা মজাই বেলেগ আছিল.!😢
৩বাৰ শিৱৰ নাম লো😂😂 One Of The Best Lines❤....আৰু বহুত বহুত মৰম Film khonr সমূহ কৰ্ম কৰ্তাৰ তথা শিল্পী সকললৈ ❤❤আগুৱাই যোৱা
Our Axom has created something more Then a Lapaata Ladies and Panchayat hype. .....it's real craftsmanship....Kudos to the team
Sorry bro but ur overhyping it a lil bit Lapaata ladies and panchayat are leagues ahead of this..be it acting or story telling
om namah shivay 🙏
Om namah shivay 🙏
Om namah shivay 🙏
Tini bar shiv nam lom❤bohut xundor
Gutei episode keta salu, bht val lagil ... Jayanta salfar r kin2 kapur chng hua nedekhilu ... 😅😅😅
এনেকুৱা খাটি অসমীয়া চিনেমা এখন চাবলৈ পোৱাটো আমাৰ বাবে ভাইগ ৰ কথা । ❤
ইস্কুলত পঢ়ি থকা নষ্টালজিয়া দিনবোৰ বহুত ভাল লাগিছিল ,সেই দিনবোৰ অনুভৱ কৰিব পাৰিম কিন্ত ঘূৰাই নাপাওঁ, সকলোৰে অভিনয় সুন্দৰ , ছালফা একটিং বৰহিয়া ,
পাঠশালা shooting হৈছে নেকি filim খন বহুত ধুনিয়া হৈছে. Filim খনন চাই ভালে লাগিছে ❤🎉
শিৱ শিৱ শিৱ এইটো মেইন ❤😂
লখিমপুৰৰ প্ৰিন্স দা আপুনি কিন্ত কামতো ভাল কৰা নাই দাই আৰু মৰমত অম্মু বুলি মাতে মইও তাইক মৰমত অম্মু বুলি মতিছিলো চুপা চুপি এপিষদ 5 । সুন্দৰ অভিনয়।
According the first episode first part .....this web series is gonna have more than 3 series......good job make more like it really appreciate your team effort ❤❤❤❤❤❤😊😊😊😊😊😊
Paro mangkho rocked Urmila bow shocked 😅😅😅
ছাত্ৰই ভুল কৰিলে শিক্ষকে শুধৰাই....ভুল পথত ভৰি দিলে শিক্ষকে পথ দেখুৱাই....শাসনৰ সুৰেৰে জীৱনৰ পাঠ পঢ়ুৱাই..... কিন্তু শিক্ষক প্ৰতিশোধ পৰায়ণ হ'ব নোৱাৰে। শিক্ষকৰ কাৰ্যত তেওঁৰ নীতি-আদৰ্শ, মূল্যবোধৰ ছবি প্ৰতিফলিত হয়। ব্লেকব'ৰ্ড ভঙা ঘটনাটোত শিক্ষয়িত্ৰী গৰাকীৰ ভূমিকা যিদৰে উপস্থাপন কৰিলে সেইয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে।
Bohut bhal lagil saii. Very nice concept.. laapata ladies t k tu bht Teri bhal hoise. Oscar nomination pabo lage
Assamese movie rocking, I m proud of who making this series,go ahead
দেখাত কলা হলো বুলিয়ে বেয়া হম নেকি।।❤❤❤ চাই আছোঁ
উফ কি যে নষ্টালজিক ❤ সঁচাকৈ স্কুলীয়া জীৱনৰ প্ৰেম সফল নহব পাৰে কিন্তু স্মৃতি বোৰ ৰৈ যায় বুকুৰ এছুকত এক জীয়া কাহানি হৈ❤। এই যে টিউচন যোৱা সময়টি মনে মনে চোৱা। আবেলিৰ পৰত আহিব বুলি বাটত ৰৈ থকা। ঘৰত গম পাব বুলি চিঠি বোৰ লগৰ জনি তাত থৈ দিয়া পাপা keypad phone r পৰা মনে মনে msg কৰা dlt কৰিব পাহৰি কম পিটন খাইছিলোঁ। নে😢 তেতিয়া খুব কন্দিছিলো কিন্তু সেইবোৰ মন্ত পৰিল এ চুণ এতিয়া হাঁহি হে উঠে। ক্লাছৰ বেন্স ত নামৰ প্ৰথম আখৰ দি লাভ লিখা ❤ সঁচাকৈ কি সৰল আছিল খেইবুৰ সফল নহল যদিও khei স্মৃতি বোৰ নিভাজ আছিল । বহুত ধন্যবাদ ইমান ধুনীয়া web series khn আমাৰ মাজত দিয়া বাবে ❤❤
Moi atyao xei class 10 premot lgte aso ghrt bht gali xuni atya ghrt manti hoise aro amr 2025 biya
Schlt padila sobai mula ghuri sai krn moi kola... Was epic😂😂😂
😂😂❤jomoni ruu phone oora khini😅❤❤❤ bdy val lagise😂😂
Toie shakti kapor😂 epic
Loving it… keep the good work…. Mamu Rajkhowa from London, UK ❤️… biraat bhal hoise
Editing + Cinematography mojaaaa hoise ❤🎉
THE END ADAI KRI DILU AJI ❤❤❤ MJAAA OM NOMO SIVAI
আমাৰ পাঠশালা ❤️
PCO দাদাক দুদিন মান ৰাতি ৰাতি সুখ দি পাগল কৰি পেলালে, ঊৰ্মিলা বৈ josh তামাম দেই, 😂
Wah kya webseries banaya haii dekh ke bahut accha laga 💗 superb
Vl lagise bohut.. Agor din buroloi monot pori goise😇
সঁচা ভাল পোৱাই কেতিয়াও ধনী দুখীয়া বিচাৰ নকৰে। বিচাৰে মাথোঁ সঁচা মৰম ভাল পোৱা। এই খন web series সঁচাই আকোঁৱালি লোৱা। 🙂
Mojja lagise dei herai juya dinburole bor koi monot porise.
Student character keita bohut vl lgise, xundr acting, bhaviswat ujjal kamona krisu ❤️👌👌
নষ্টালজিয়া💚💚গোটেই কেইজনৰ অভিনয় ভাল হৈছে । গোটেই পুৰণি স্মৃতি বোৰ মনত পৰি গল । আজিৰ যান্ত্ৰীকতা বোৰতকৈ সেই দিনবোৰেই ভাল আছিল ।
'Kola g keitai pade' xosa ke beki din asil , bahut hahilo dei😂😂😂
Bahut dhuniya lagise . Schoolr dir kotha monat pori goise
It is so relatable. Thank you to the team for making much relatable content. We really want more content like this
Very nice....expecting many more...❤❤....shiv shiv shiv
Bohut Dhuniya hoise Horu kalor Kotha monot pori gol 😊
Val lagil sai agor din bor mnt pori goll,, ❤❤
Ayoo.emn jomoni😅😅vl loga❤❤
Bohut dhunia lgise ❤
Khub bhal lagil Sai next episode ❤❤❤😊😂
মনত পৰি গল সৰু দিনলৈ ।।। ক্লাছ টেনৰ সেই দিনবোৰ আৰু এনেকৈ নলে গলে লগা বন্ধু আমাৰ মাজতো আছিল আৰু আগলৈ থাকিব ।।।❤❤❤ সেই দিনবোৰ সচাই মনত পৰি গল ।।।
Aklge 5ta episode cmplt 😌baki keitau sai he xum 😊❤ jdi he mb xekh nhoi 😢😂
জয়ন্ত ছালফা main 😂 Dom saa কেতেঙা metenga tur 😂Amr village r hua hoi khub pitilu hoi😤
Toie shakti Kapoor that line was epic 😂❤
বজালীবাসী হিচাপে চৌখুটীঁ হাইস্কুল আৰু পাঠশালা Railway station ৰ বাবে এটা like.
Sob koita jga a sinaki..bht dhuniya
এই ক্লাছ টেনৰ তিনিজন বন্ধুৰ অভিনয়তো সচাকৈয়ে ভাল লাগে! সাংঘাতিক হাঁহি উঠে😂😂
প্ৰথম যেতিয়া ফোন আহিছিল ইমান কথা পাতিব পাৰিছিল জানো ?কাৰণ তেতিয়া ফোন ৰিচিভ কৰিলেও পইছা কাটিছিল😁😁বাকী সকলোৰে অভিনয় মন চুই গল।আৰু আমাৰ নিজৰ দিনৰ কথা মনত পৰি গল।
Gute gita episode vl lgise agor herai jua kisu din bur ako mnole ahi gl❤️
Shooting pathsala t sun . A mojja ❤❤❤
উফ কি নিভাঁজ আছিল আগৰ সেই ভালপোৱা বোৰ 😊❤
❤❤❤ স্কুলীয়া সময়ছোৱাত প্ৰেমৰ সম্পৰ্ক গঢ়িব পৰাটো এটা ভাল লগা সময় ❤❤।
Basically, school tt Sangeeta nicina bhal habo kuwa kunu nasil karone ami bhale nahalu😊
But still ami optimistic..
Dhuniya lgil deii❤
বৰ সুন্দৰ হৈছে ফুটি উঠিছে সেই অতিতৰ দিনবোৰ ❤
অতীতলৈ মনত পেলাই দিলে। বঢ়িয়া ❤❤❤
Ekelge 6 episod sai dilu vll lgil 🎉❤
Series khon r moja class ix X r student t koi tar upor r student a besi pabo bcz it's hits our nostalgia aru baki class X bore tu hei life jiyai ase toh hitotor r regular life aamr babe memory 🤣🤣🤣🤣🤣...good job you guys 😅
Xundor hoise dei... Hindi r webseries r Dre vibe tu dibo Parise ❤❤
Hsakoi sai khub vl lagse.school dinbur mnt pori goise
Ake lge 5ta episode ❤ salu vl lgil
Hah ase hah
Murgi paro 😂😂 epic xtt
Gutei episode keta salu.val lagil ❤
Amiyo mobile nulaotei Prem korisilu school timet cithir jotiyote .hei din buroloi khub mont pori gol ❤❤ bht Val lagil sai
বৰ সুন্দৰ কাহিনী অ'❤❤
চাণক্য ...মজ্জা অভিনয় ভাইটি।
perfect hoisee sab...❤❤❤❤
Sai bht vll lgil kintu hahi tmmm uthil ❤😂
সঁচাকৈ আগৰ স্কুলৰ দিনবোৰ মনত পৰি গল
নষ্টালজিক হৈ পৰিলো চাই! এনে লাগিল যেন নিজৰ সেই কৈশোৰ দিনবোৰ হে!
সেই 2012-13 চনৰ সৰু ন’কিয়া ম’বাইলৰ যুগটোৱেই ভাল আছিল যেন এতিয়াৰ এই যান্ত্ৰিকতাৰ পৃথিৱী খনতকৈ!!❤
Nostalgic ❤❤❤ purani din bur ghurai pua jen lgile 💕💕🥹
Sekhor kotha khini val lagise baideu❤
Mojja lagise ❤❤❤
Ragini on Another Character 🔥...
Acting mozahh..etai beya lgil PCO tu... PCO burot privacy thake eitut ny...bakibur hokolu mzhh.specially lora tinijonor acting ❤
তই য়ে শক্তি কাপোৰ ।।মজা ।।সি সচাঁ কেই শক্তি কাপোৰ
উৰ্মিলা বো জুই😊
Class অত যুদি কোনোবাই পাদে ছবেই মোৰ ফালে গুৰি চাই....... কথাটো বৰ ভাল লাগিল 😅😅😅😅
Bhut dhuniya lagise❤
স্কুলীয়া দিনৰ কথাবোৰলৈ মনত পৰি গল। কি যে মধুৰ স্মৃতি আছিল সেইবোৰ
Bhawanipur rocked 😅other place shocked
Class 10 r Students like comment
Bhut val lagise ....puroni ktha bilak mont pori gise .. lgte agr din boror ktha jihetu dekhaise redio keypad phone....gotei bur prai 2005 agr kintu Shikharor packet tu he 10 tokiya hollll😅😅😅😅😅😅😅
এই বেলেগৰ তিৰি চুপা কেইটা সকলো গাঁওতে থাকেই প্ৰায়। ইহতৰ বাবে বহুতৰ ঘৰ সংসাৰ ভাঙিছে।
Pathsala station tu dekhi bor val lagil..nijor thai...jeet...kishor sir moja acting korise
আজি এই প্ৰথম চালোঁ।
সম্পূৰ্ণ পাঁচটা খণ্ড চালোঁ।।।
চাই আৰু কিবা সেইদিনলৈ মনত পৰিছে।।।।
Mja lgil buddies re same 🎉
উদং পকেটৰ ল'ৰাটোৱে প্ৰেমৰ তাড়নাত ভালপোৱা ছোৱালীজনীক পলুৱাই লৈ গৈছে.....চৰম অনিশ্চয়তাতো এখন সুখৰ সংসাৰ গঢ়িম বুলিয়েই ভালপোৱাজনৰ লগত তাইও গুচি গৈছে.... দুয়োজনে জানে কিমান সংগ্ৰাম ৰৈ আছে সন্মুখত, হয়তো উমান পায় কিমান নিৰাপদ দুয়োটা ভৱিষ্যৎ!
তথাপি সমাজৰ নিয়ম ভাঙি-ছিঙি বুকুৱে আপোন বিচাৰি যায়.....ভালপোৱাবোৰে এনেদৰেই পূৰ্ণতা পায় ...... কিন্তু সমাজে আজিও নুবুজে "মৰম যে এনেকুৱাই"❤
❤❤
❤️
Ekebare monor ktha khini koi dile😢... Bare bare kati kati saisu xeikhini... Onuvob kribo bisarisu... Premor bbe ovab r fle nusuwa mon bor😢❤️
❤@@_Priyanka_Ray
❤❤❤❤