O Seng By Kussum Kailash || Mon Moina || New Assamese Video Song 2020

Поділитися
Вставка
  • Опубліковано 23 лис 2024

КОМЕНТАРІ • 4,1 тис.

  • @Diksha-anu
    @Diksha-anu 4 роки тому +55

    এখন ধুনীয়া গাওঁৰ উপস্থাপন 😍😍😍

  • @chingkusonowal2728
    @chingkusonowal2728 4 роки тому +89

    সোনোৱাল কছাৰী সকলৰ সাজ-পাৰ দেখি ভাল লাগিল কুসুম দা। ❤️❤️❤️

  • @PS_PICTURES
    @PS_PICTURES 4 роки тому +140

    সোনোৱাল কছাৰীৰ কৃষ্টি-সংস্কৃতিক ইমান ধুনীয়াকৈ উপস্থাপন কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ ।

  • @devidpayeng350
    @devidpayeng350 4 роки тому +12

    খাঁটি কথা খাঁটি সুৰ খাঁটি দৃশ্য খাঁটি পোচাক ।
    ইমান খিলঞ্জীয়া গান শুনা নাচিলো আজিলৈকে । বৰ ভাল লাগে ।

  • @phaninvlogs8931
    @phaninvlogs8931 4 роки тому +83

    অভিমানী হয়ই মোৰ জান জনী ঐ
    নকবী দেই নকবী দেই
    এৰি যামে গৈ...
    মৰম নদীত ঐ
    মোৰ জান জনী ঐ.....
    সাতুৰি নাদুৰি আছো
    তোৰে সতে ঐ......... 😍😍😍

  • @bikisaikia11
    @bikisaikia11 4 роки тому +73

    মজা ককাইদেউ ❤❤❤
    নিভাঁজ গাঁৱৰ ছবি এখন প্ৰতিফলিত হৈ উঠিছে
    Love you Kussum daa

  • @pgundergrundwarrir338
    @pgundergrundwarrir338 4 роки тому +272

    সুন্দৰ হৈছে কুসূম কৈলাশ দাদা....
    মেঘৰঞ্জনী বাৰ কাৰণে এটা লাইক 👍...
    Hitt Hitt Tammam Hitt...💯💯%...

  • @BasuPegu-gf4yp
    @BasuPegu-gf4yp 5 місяців тому +3

    এই গান শুনিলে,তিনিচুকীয়া জিলাৰ বোকাপথাৰ, ৰতনীপথাৰ, বৰহুোলুং, চিকৰাজান, তৰানি, মহং,বিজুলীবন, ৰহবাৰি, গাওঁলৈ, বৰকৈ মনত পৰে। ৰাস্তাৰ দুয়োকাষৰ চাহ - বাগনৰ সেউজীয়া সৌন্দৰ্য্য, মোৰ বুঢ়ীদিহিঙ পঞ্চায়তৰ চমু কাৰ্য্যকাল, আৰু মৰাণ জনগোষ্ঠী, সোনোৱাল জনগোষ্ঠী, আহোম জনগোষ্ঠী, মিচিং জনগোষ্ঠীৰ মৰম চেনেহ, সমন্বয় বাতাবৰন বৰকৈ মনত আমনি কৰে।

  • @Binaymrn2153
    @Binaymrn2153 4 роки тому +49

    মজা হৈচে লগতে নতুনত্ব পাইচো ৰু সকলোবোৰ মাজত এটা বেচ ভাল লাগিচে হাতত বাঁহ লৈ নচা, বিহু মৰা দৃশ্য কিয়নো গচ তলৰ বিহুত প্ৰায়ে তেনেকৈ মাৰো 👍👍 all the best Kxum da nd all

  • @diptisonowal4116
    @diptisonowal4116 4 роки тому +50

    সোনোৱালৰ সাজযোৰ দেখি ভাল লাগিল আৰু লগতে গানটো 💕

  • @koushiksonowal4952
    @koushiksonowal4952 4 роки тому +1071

    গীতটিত সোনোৱাল কছাৰী সকলৰ দোৱানৰ কিছু শব্দ ব্যৱহৃত হৈছে আৰু সাজ-পাৰ বোৰো সোনোৱাল কছাৰী সকলৰ,হাইদাং ও আছে। বহুত ভাল লাগিছে কুসুম দা💚💛।

    • @digantablogsmixture1mviewe907
      @digantablogsmixture1mviewe907 4 роки тому +10

      ua-cam.com/video/hdAF-lYjMac/v-deo.html

    • @hirenphukanhirenphukan5600
      @hirenphukanhirenphukan5600 4 роки тому +85

      এই সকলোবোৰ ভাষা সংস্কৃতিৰ সংমিশ্ৰনৰ দ্বাৰাই বৃহত্তৰ অসমীয়া জাতি, অসমীয়া ভাষা- সংস্কৃতিৰ সৃষ্টি হৈছে।
      কুসুম দাৰ গীতবোৰৰ দ্বাৰাই তেওঁৰ জাতিৰ প্ৰতি থকা প্ৰেম, ভাল পোৱা, বিশালতা প্ৰকাশ পায়।

    • @ProxyOG
      @ProxyOG 4 роки тому +7

      @@hirenphukanhirenphukan5600 থিক কৈছা ❤

    • @subhajitborah1569
      @subhajitborah1569 4 роки тому +1

      Moja

    • @chaophaatyozzalkonwar7660
      @chaophaatyozzalkonwar7660 4 роки тому +14

      Majote paguri tu Tai ahom oru ase..

  • @parakhasonowal2452
    @parakhasonowal2452 Рік тому +18

    সোনোৱাল কছাৰী ❤❤❤

  • @bitudas5576
    @bitudas5576 4 роки тому +15

    Costume,cinematography,Direction location Oh my dogs everything is on fire ..one like for kussum daa😍😍😍😍😍😍😍🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @ponchanonborah4291
    @ponchanonborah4291 4 роки тому +74

    ধুনীয়া। সম্পূৰ্ণ এখন গাওঁৰ ছবি তুলি আনিছে

  • @sonowallive3315
    @sonowallive3315 4 роки тому +136

    অভিনন্দন জনালোঁ ।
    ইপং সিপং গীতটো ৰ থকা আসোৱাবোৰৰ বাবে যথেষ্ট সমালোচনা হৈছিল ।
    এই গীতটোৱে আমাৰ মাজত থকা আপোনাৰ প্ৰতি ধাৰণা সলনি কৰিলে । ধন্যবাদ ।সোনোৱাল কছাৰী সকলৰ গাটোং চোলাটো লগতে হাইদাং হুচৰী, লেচাৰী নৃত্য কিছু দৃশ্য সুন্দৰ ভাৱে উপস্থাপন কৰা বাবে

  • @achikboymomin484
    @achikboymomin484 5 місяців тому +2

    Gaon loi monot pori gol aji😢😢😢😢😢😢😢hei kheti pothar ,belot mas dhor ,kolbhur suluwa 😢😢😢😢miss a lots of my village joy aai akhom😢❤

  • @SHRISTIRABHA86
    @SHRISTIRABHA86 4 роки тому +12

    বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো কুসুম দা এই ভিডিঅটোৰ বাবে । বহুত ধুনীয়া হৈছে । আগলৈ আৰু এনেকুৱা ভিডিঅ পাম বুলি আশা ৰাখিলো কুসুম দা ।। এই গানটো মই সদায় শুনো তথাপি আপনি নালাগে । আপোনাৰ প্ৰত্যেকটো গানে মই বহুত ভাল পাও। লাভ ইউ কুসুম দা ❣❣❣❣

  • @trailokyadas336
    @trailokyadas336 4 роки тому +8

    শ্ৰদ্ধাৰ সুমন দুৱৰাদেবৰ কেমেৰা অতুলনীয় । তেখেতেৰ কেমেৰাই প্ৰতিটো দৃশ্যই সোণত সোৱগা চৰাই তুলিছে । ধন্যবাদ জনাইছো ...

    • @studentlife2160
      @studentlife2160 4 роки тому +1

      Nice video ❤️❤️❤️❤️❤️❤️❤️❤️❤️👍👍👍👌👌👌

  • @সবিনৰায়
    @সবিনৰায় 4 роки тому +69

    1ঘণ্টাত 60k view
    7k like
    সঁচাকৈ অসমীয়া শিল্পীসমাজলৈ উন্নতি আহিছে video toh বহুত ধুনীয়া হৈছে ।
    Kusum koillash দাৰ কাৰণে hit like

  • @mrinmoikalita9424
    @mrinmoikalita9424 4 роки тому +17

    সচাকৈ বহুত মনোমোহা দৃশ্য দেখিবলৈ পালো video টোত,এখনি অতিসুন্দৰ গাঁওৰ পৰিবেশ লগত কুসুম দাৰ মন মইনা serese তোৰ মই বহুত ডাঙৰ অনুৰাগী আজিয়ে মই 5 বাৰ চালো ভিডিও টি।

  • @snmixture2596
    @snmixture2596 4 роки тому +92

    ওফ ভাষাৰে বুজাব নোৱাৰি চাই আছো হোতাহ নপলাই।love you kusshum da😍😘

    • @melodymaker6703
      @melodymaker6703 4 роки тому +3

      Atcha হোতাহ তো কি বস্তু আছে 😅

    • @jogenhazarika8559
      @jogenhazarika8559 4 роки тому

      @@melodymaker6703 আচলতে তেখেতে হেপাঁহ নপলায় লিখোঁতে ছাগে ভুলতে হোতাহ হ’ল ৷ একো নাই দিয়ক কেতিয়াবা ভুল হৈ যায় লিখোঁতে

    • @snmixture2596
      @snmixture2596 4 роки тому

      হোতাহ তো লিখিত ভাষা নহয় কিন্তু আমি সৰুৰে পৰা কওঁ ।এতিয়া নকলে নহয়🤣sorry guys.🙏

    • @KanaklataSdas
      @KanaklataSdas 4 роки тому +1

      হোতাহ শব্দটো আমাৰ নামনি অসমৰ।।তোনহাই বুজি নাপ্পা পতকে

    • @snmixture2596
      @snmixture2596 4 роки тому +1

      moi নামনি অসমৰ আৰু আমাৰ ইয়াত এনেকৈ কৈ--হোতাহ বুলি

  • @chiranjitreang514
    @chiranjitreang514 4 роки тому +37

    Assamese song is very melody .. love from Tripura

  • @arupjyotihazarika6356
    @arupjyotihazarika6356 2 роки тому +12

    আপোনাৰ এই গানটি শুনিলে খুব আনন্দিত হ'ও।এক গাঁৱলীয়া পৰিবেশ বহিঃপ্ৰকাশ ঘটিছে,সেইবাবেই খুব ভাল লাগে।

  • @bhupalibarman4667
    @bhupalibarman4667 4 роки тому +147

    গানটো অলপ বেছিকৈ ভাল লগিছে সুৰটোও ।10 বাৰমান শুনিলোঁ,হেঁপাহ নপলায়।

  • @axomiyagaming1974
    @axomiyagaming1974 4 роки тому +148

    কুসুম দা আপুনি মহান
    আপোনাৰ প্ৰতিটো গীত বহুত ভাল লাগে
    আপোনি আৰু আগবাঢ়ি যায় তাৰে কামনা কৰিছো love you kussum da😘😘😘

  • @priyangonagonju683
    @priyangonagonju683 4 роки тому +38

    অৱশেষত অপেক্ষাৰ অন্ত পৰিল...বহুত বেছি ধুনীয়া হৈছে...দাদা❤❤

  • @porinitamout6649
    @porinitamout6649 Рік тому +24

    One of the favorite bihu song...❤🥀

  • @zuxefpegu
    @zuxefpegu 4 роки тому +12

    অ চেং কি মৰম লগালি ক..
    সঁচাই বহুত ধুনীয়া kusum দাদা।।
    Luv u from Majuli😘😘

  • @pallabphukan3038
    @pallabphukan3038 4 роки тому +16

    Waww dada কেঁচামাটিৰ সুগন্ধ থকা এই video টো আৰু আগবাঢ়ি যাওক আপুনি 😘

  • @simantabora7072
    @simantabora7072 4 роки тому +173

    বহু দিনৰ পিছত মেঘৰঞ্জনী বা কুচুম দা লগত সুন্দৰ হৈছে গানটি ।।

  • @akshaykalita862
    @akshaykalita862 2 роки тому +20

    কুসুম‌ কৈলাশ দাৰ মাতটো‌ ইমান ধুনীয়া ❤️❤️❤️

  • @parikshitkonwar9847
    @parikshitkonwar9847 4 роки тому +36

    Bhut dinrr murt Meghronjoni bak dykhilu.....vl lgil...fvrt one..ba apuni murr..🔥🔥🔥🔥🔥🔥🔥🔥🔥......hundorr...

  • @panchamkalita6099
    @panchamkalita6099 4 роки тому +23

    What a choreography.. Thanks to Ashim Gogoi da for giving such eye pleasing song..

  • @BanditaBRAssam
    @BanditaBRAssam 4 роки тому +207

    এনেকোৱা গীত চাই থাকিলে হেপাহে নপলাই দেখোন। খুব ভাল লাগিছে ভিডিঅ টো চাই।কুসূম কৈলাশ দা আৰু মেঘৰঞ্জনী বাৰ বাবে এটা লাইক প্লিজ।

    • @mmvlog9111
      @mmvlog9111 4 роки тому +3

      লাইক আৰু লাইক

    • @kochrajbangshiboys6131
      @kochrajbangshiboys6131 4 роки тому +2

      Really

    • @ranjitkakoti3079
      @ranjitkakoti3079 4 роки тому +1

      Ha I

    • @iamsattyug
      @iamsattyug 4 роки тому +1

      'Hindustan' my latest rap..hindi/eng...do check it out 😇
      ua-cam.com/video/PNjCWmaD9ro/v-deo.html
      Val lagile share koribo..Joi Aai Axom #staysafe ♥

    • @sauravgogoi4257
      @sauravgogoi4257 4 роки тому

      I love kusum da

  • @ProdiporGhoiniyek
    @ProdiporGhoiniyek 4 роки тому +149

    2000 bar man hunilu...bht vl lge o kisumn dar gan huni 😍😍😍😍like toh banta hai😍

  • @khyatisvlog8478
    @khyatisvlog8478 4 роки тому +66

    ধুনীয়া হৈছে।
    সোনোৱাল ক'ছাৰীৰ সোণালীখন সৈতে বঢ়িয়া।
    লগতে সোনোৱাল ক'ছাৰীৰ গাতুম চোলা,টকা,টকামাৰি,সোনোৱাল হুঁচৰি, লেচেৰি,সোনোৱাল শব্দৰ থাচ সুন্দৰ উপস্থাপন...👍
    ধন্যবাদ জনালং..

  • @localvoiceaxom9411
    @localvoiceaxom9411 4 роки тому +42

    মেঘ ৰঞ্জনী বাক বহুত দিনৰ মূৰত দেখিলো
    বহুত বহুত মজ্জা কুসুম দা

  • @dipankargogoi6687
    @dipankargogoi6687 4 роки тому +59

    মজা কুসুম দা ভিদি অ টো ভাল লাগিল একেবাৰে গাৱঁলীৱা পৰিবেশ!"বিহু বিহু লাগিলে গাত" গানটোৰৰ ভিদিঅ বনাব ভাল লাগিব"" ! মৰাণ ৰ পৰা কোনে কোনে চাই আছা লাইক এটা মাৰি দিয়া কুসুম দা কাৰণে।❤️❤️💓💓

  • @redshoe6195
    @redshoe6195 9 місяців тому +4

    কুসুম দা তুৰ গানবোৰ নিভাজ গাঁৱৰ পৰশ থাকে | বৰ ভাল লাগে তুক |
    ২০২৪ এটিয়াও শুনি আছো |

  • @ankurbaishya4643
    @ankurbaishya4643 4 роки тому +89

    বহু দিনৰ মূৰত ভাল‌ গীত এটা শুনিব পালো, এই গীতটো মই তেৰ বাৰ শুনিলো নাজানো কিয় জানো‌ শুনিলে শুনি থাকিবয়েই মন যায়

  • @BTS-ty3sh
    @BTS-ty3sh 4 роки тому +90

    সুন্দৰ হৈছে‌।গীতটোত সোণোৱাল কছাৰী শব্দ আৰু সাজপাৰ পৰিধান কৰিছে

  • @assamff9023
    @assamff9023 4 роки тому +8

    হিট কাইদেউ😍

  • @brishtibhuyan3311
    @brishtibhuyan3311 2 роки тому +6

    kusum koilas sir 💖💕apuni enekei aguai jai jate tare kamona korisu apunar voice amzing hoi 😍

  • @JantuChetia
    @JantuChetia 4 роки тому +23

    কেতিয়া শেষ হ’ল গমেই নাপালোঁ দে😊 সুন্দৰ ৷

  • @arneeadriyan4033
    @arneeadriyan4033 4 роки тому +5

    Bohut val hoise video tu👌👌বিশেষকৈ গাঁৱলীয়া দৃশ্যবোৰ দেখিলে video বোৰত হিয়া মন জুৰ পৰি যায়❤💚💚💚

  • @goutamsonowal9588
    @goutamsonowal9588 4 роки тому +44

    সুন্দৰ ককাইদেউ,আপোনাৰ সকলো গীত মোৰ ভাল লাগে।
    ------❤️❤️❤️❤️----

  • @yashwanthyash6364
    @yashwanthyash6364 2 роки тому +74

    For indians Cow dung never be shit!!!
    I love how cherograghy represents such beautifully !!!
    A big love from Andhrapradesh!!

  • @sewaligohain5043
    @sewaligohain5043 4 роки тому +70

    আজিও শুনি আছো ,,,এইটো গীত ,,,বহুত বাৰ শুনিলো ,,কি যাদু আছে নাজানো শুনি শুনি হেপাহ নপলুৱাই👌👌👌👌🙏🙏🙏🙏💕💕💕

  • @karishmabora3508
    @karishmabora3508 4 роки тому +7

    Kussum dar xokolu gan mur favorite..ai gan tu mur bohut besi Val lagise jiman xunileu amoni nelage..meghronjani baak bohut dinor pisot dekha paisu..bohut Val lagise..🥰🥰👌👌👌

  • @Jessearts27
    @Jessearts27 7 місяців тому +4

    নগাঁও জিলাৰ পৰা কোনে কোনে চাই আছে কুসুম দা লৈ লাইক এটা

  • @SandipDas717
    @SandipDas717 43 хвилини тому

    Kusum kailash is underrated bruh ❤❤ he is pure song writer and singer ...

  • @roktim_ranjan_borah
    @roktim_ranjan_borah 4 роки тому +11

    কৈলাশ দা আপোনাৰ গানবোৰ বহুত ভাল লাগে 🔥🔥🔥🔥

  • @anupalgogoi8417
    @anupalgogoi8417 4 роки тому +6

    সোনোৱাল কছাৰীসকলৰ কৃষ্টি আৰুসাজ পাৰ সংযোজন কৰা বাবে আহ্লাদিত হলো ৷শিল্পী গৰাকীলৈ অশেষ ধন্যবাদ

  • @princejaduofficial4489
    @princejaduofficial4489 4 роки тому +1224

    কুসুম দাৰ বাবে এটা হিট লাইক মাৰি দিয়া 🔥🔥🔥🔥🔥🔥🔥🔥👇👇👇👇👇👇👇👇👇👇👇👇

  • @World_Tour_07
    @World_Tour_07 2 роки тому +11

    Wow what a song and videography 🥰✨🔥

  • @jyotishmitasaikia3587
    @jyotishmitasaikia3587 4 роки тому +9

    Bohut vl lgse❤😘my favourite singer kusum da😊

  • @himadrisonowal9372
    @himadrisonowal9372 4 роки тому +6

    আমাৰ কছাৰী কছাৰী লাগিছে দেই সাজ পাৰ❤️😊 মজ্জা

  • @abhijitchangmai7253
    @abhijitchangmai7253 4 роки тому +164

    মৰাণৰ পৰা কোনে কোনে চাই আছে এটা লাইক মাৰক,,,কুসুম দা বাবে!!!!!!

  • @apurbaassam7520
    @apurbaassam7520 Рік тому +3

    Kusum da one of the best singer of Assam...and this song is ..juxt..juxt .. oh my god ...koliza par hoi jai hunile ..

  • @saumitranjandas7322
    @saumitranjandas7322 4 роки тому +6

    সুন্দৰ মনপৰশা হৈছে গীতটি।

  • @padmakantagogoi578
    @padmakantagogoi578 4 роки тому +10

    আৰু অলপ পিছতেই 300k subscriber hbo.....pls hit like for kuusum daa

  • @ranjanbharali26
    @ranjanbharali26 4 роки тому +10

    Kusum daa apunar hokolu Gaan mur bohut vl lage...emn dhuniya gai apuni. Enekuwa ru ata gaan gabo sn...👍👍😘😘😘😘😘😘😘😘😘😘😘😘😘

  • @pulakray7
    @pulakray7 2 роки тому +1

    Obhimani hoi mur jaan joni oi 🤩🤩nkbi dei nkbi dei ari jame goi🤩

  • @palashbhuyan1503
    @palashbhuyan1503 4 роки тому +30

    কুসুম দাৰ এইটো গান মোৰ আটাইতকৈ প্রিয়

  • @DiprajTube
    @DiprajTube 4 роки тому +145

    Kussum da r babe ata like di juwa

    • @bhagyashreeofficial6005
      @bhagyashreeofficial6005 4 роки тому +1

      I love you kk daa.

    • @DiprajTube
      @DiprajTube 4 роки тому +2

      Ear joriote kou mur ata youtube channel ase hokolue video bur saba buli akha rakhisu video bur val lagile channel to subscribe koribo dei plz
      ua-cam.com/video/HCWyOiE0jTs/v-deo.html

    • @bhagyashreeofficial6005
      @bhagyashreeofficial6005 4 роки тому

      @@DiprajTube ok

  • @bhuminathentertainment6797
    @bhuminathentertainment6797 4 роки тому +6

    বহুত মৰম লগাইছো কুসুম দা এনেকুৱা গান এটি দিয়াৰ বাবে আমাক ❤️❤️❤️❤️

  • @ns.prantaamsong6504
    @ns.prantaamsong6504 3 роки тому +18

    মোৰ প্ৰিয় সংগীত। বহুত ধুনীয়া লাগে গান টো শুনি। শুনি থাকিলে শুনি থাকিব মন যায়।

  • @pritomnath2287
    @pritomnath2287 4 роки тому +8

    আমি সদায়ে আপোনাৰ পৰা এনেকুৱা কিছু ব্যতিক্ৰমী গীত... আশা কৰোঁ.. কৈলাস দা.. আৰু ঠিক তেনেকৈ আপুনিও অসমবাসী ৰাইজক বহুত ধুনীয়া ধুনীয়া গীত উপহাৰ দি আহিছে... আশা মাত্ৰ এটাই... আপুনি আৰু আগুৱাই যাওঁক... আমি সদায়ে আছোঁ... আৰু চিন্তা নকৰিব....
    আপোনাৰ জান জনীয়ে কেতিয়াও অভিমানীও নহয় আৰু আতঁৰিও নাযায়...😊keep it.....❤❤❤❤

  • @murchanaburagohain745
    @murchanaburagohain745 4 роки тому +31

    Kushum da on top 🔥 with acting n meghranjani is so graceful 💝 ...song is so sweet... At last Ashim Gogoi this tym came with few new ideas.. Luved it!

  • @biswajitscreation887
    @biswajitscreation887 4 роки тому +15

    ককাইদেউ মজা❤❤❤❤❤

  • @Vijayaryan100
    @Vijayaryan100 3 роки тому +200

    I don’t understand even a single word of this song, Still listen it so many times, Love From Uttarakhand ❤️💙
    Pls add English Subtitles so that the people belongs to out of Assamese Language also can understand this loving song 🎵

    • @mrjunMoni
      @mrjunMoni 3 роки тому

      Umm

    • @croscogamer.9350
      @croscogamer.9350 3 роки тому

      @Barbell Lover you ooooo 😟😟 ooooooooooooooooooooooooooo you oooooooooooooooooo ooooooooooooooooooooooooooooooooooooooooojjkko

    • @nayangogoi1684
      @nayangogoi1684 3 роки тому

      Tu ju p c
      Regards u16/

    • @nabagogoi1915
      @nabagogoi1915 3 роки тому

      Hi

    • @nabagogoi1915
      @nabagogoi1915 3 роки тому

      😘😘😘😘😘😍

  • @Pallab-tb9sh
    @Pallab-tb9sh 4 роки тому +11

    মজা বুলিহে কলুং আৰু😍😍😍

  • @paragsway
    @paragsway 4 роки тому +194

    কুসুম দাৰ গানৰ ভিতৰত এই গানটো মোৰ সকলোতকৈ প্ৰিয়.... আপোনালোকৰ ???

  • @sapunvlogs2516
    @sapunvlogs2516 4 роки тому +18

    নীল দাৰ বগী বগী ছোৱালী ভিডিঅ'টোত কৈ বহুত ভাল হৈছে, মিছা কলে কিডাল হৱ । মজা লাগিল ককাইদেউ ।

    • @bouabadahamid
      @bouabadahamid 4 роки тому

      ua-cam.com/video/y6tqvrTmgwc/v-deo.html

  • @mixervlogs8795
    @mixervlogs8795 2 роки тому +2

    সচাই বহুত মৰম লগা video কুচুম দা !

  • @drmanashjyotiphukan8075
    @drmanashjyotiphukan8075 4 роки тому +4

    best video of 2020..kussum da rocks...ashim gogoi rocks...love u meghranjani baa....

  • @ndutta7574
    @ndutta7574 4 роки тому +12

    সুন্দৰ কুসুম দা আৰু মেঘৰন্জনী বা.....😊😊

  • @xibusunitedassam6626
    @xibusunitedassam6626 4 роки тому +13

    ভাল লাগিল kushum দা 💕 😍
    যদি তুমি অসমীয়া, Like 👍 এটা দিয়ক
    জয় আই অসম ❣️

  • @bindassjibon5756
    @bindassjibon5756 Рік тому +4

    Toi jaan moina mur ❤
    Moromloga gaan 😍🙂
    Love from dibrugarh 🤘

  • @simpikalita6883
    @simpikalita6883 4 роки тому +9

    Birat dhuniya hoise...ashim da 🤩🙏👌

  • @amritgogoi3991
    @amritgogoi3991 4 роки тому +9

    কুচুম দা , কি কম । বহুত বহুত সুন্দৰ অনভূতি লাগে যিমান বাৰ ঐ চেং শুনো ।

  • @jknabra308
    @jknabra308 4 роки тому +36

    gaonliya puribekh karone moja lagise kusum da mor falor pora 100ta like aru anekuwa gaan lage amak

  • @FMarandi
    @FMarandi Рік тому +10

    Beautiful love from Kokrajhar district Assam❤️❤️❤️

  • @dibyaachannel1149
    @dibyaachannel1149 4 роки тому +20

    অতি সুন্দৰ👌👌কৰিঅ'গ্ৰাফ মানিছো কিন্তু...😘💝

  • @nayangogoi4024
    @nayangogoi4024 4 роки тому +29

    মজা লাগিছে দাদা 💙💙💙💙

  • @bitusonowal6417
    @bitusonowal6417 4 роки тому +1033

    Commen পঢি. পঢি. কোনে কোনে গানটো সুনি আছা Like দিয়া ..কুসুম দা💕

  • @bhupennath1542
    @bhupennath1542 4 роки тому +85

    বৰ ধুনীয়া গান উপহাৰ দিছা we love you 👌👌👌👌Kusum bro...

  • @kiddlynikha
    @kiddlynikha 4 роки тому +462

    অসমৰ সকলোতকৈ পৰিস্কাৰ ঠাইখনৰ কাৰনে হিট লাইক দিছো😘😘😘😘😘😍😍😍ৰাংচাপাৰা গোৱালপাৰা |

    • @styjitb824
      @styjitb824 4 роки тому +9

      Sister # Tezpur khon hoi neki 😂

    • @kiddlynikha
      @kiddlynikha 4 роки тому +8

      @@styjitb824 first r khni Goalpara....

    • @praneswarsutradhar2167
      @praneswarsutradhar2167 4 роки тому +5

      Poriskar gaon kobo lagisil

    • @kiddlynikha
      @kiddlynikha 4 роки тому +3

      @@praneswarsutradhar2167 my ki koixng Teee poriskarrrr past...... 😡😡😡

    • @alakeshdeka8606
      @alakeshdeka8606 4 роки тому +4

      Yes

  • @assamchoice9264
    @assamchoice9264 4 роки тому +81

    Kussum dak je val pai ata like

  • @DipankarBora
    @DipankarBora 4 роки тому +5

    Bor hundor video dei hompurno axomiya poribekh

  • @itsmekalu8820
    @itsmekalu8820 3 роки тому +5

    How romantic this song is
    My favourite ❤
    Ek like tu banta hain bhai 👍

  • @krishnagogoikg2162
    @krishnagogoikg2162 4 роки тому +8

    ধুনীয়া হৈছে ককাইদেউ
    কুসুম ককাইক ভাল পোৱা সকলকে
    লাইক কৰা👇👇
    👍👍👍
    🔥🔥🔥

    • @mmvlog9111
      @mmvlog9111 4 роки тому +1

      গানটো ধুনীয়া হৈছে

  • @luitneel586
    @luitneel586 4 роки тому +124

    ভাল লাগিল মোৰ আপোনৰ লগত প্ৰথম কাম। যিমান পাৰো চেষ্টা কৰিছো লিখিবলৈ ।সকলোৱে আৰ্শীবাদ কৰিব।

    • @nabadekamanshi5312
      @nabadekamanshi5312 4 роки тому +2

      hello kusum da

    • @RDJVlog
      @RDJVlog 4 роки тому +2

      Ei video song tu joldi like comment paise ek ratite bohut Val lagise

    • @chowlengdonahom1105
      @chowlengdonahom1105 4 роки тому +1

      Kussum da apuar hokolu ganei huni val lage, love you🤟

    • @archanabaishya270
      @archanabaishya270 3 роки тому +1

      Nice kusum da

    • @thebzl8019
      @thebzl8019 3 роки тому

      @@nabadekamanshi5312 kkkkkkkkkkķkkkkkkkkkkķkkkkkkkkkkkkkkkkkkkkkkkkkkk

  • @kangkanbaishya4686
    @kangkanbaishya4686 4 роки тому +7

    Bahh lyrics and acting kusum daa 🤩

  • @harshitatalukdar5717
    @harshitatalukdar5717 2 роки тому +28

    Kussum da you are absolutely fantastic!
    Good composition and beautiful lyrics...❤️❤️

  • @rintukalita1980
    @rintukalita1980 4 роки тому +32

    কুসুম দা জিন্দাবাদ।।✊✊✊

  • @ajoyeditions8471
    @ajoyeditions8471 4 роки тому +21

    সুন্দৰ কুসুম দা ❤❤❤

  • @dipankarchangmaiaxom1299
    @dipankarchangmaiaxom1299 4 роки тому +12

    অভিমানী হৈ মোৰ জান জনী ঐ
    নক’বি দেই নক’বি এৰি যামেগৈ
    বহুত মন পৰশা

    • @manashnibir
      @manashnibir 4 роки тому

      Muru favorite hoi heei line kaita

  • @sonowalboy8552
    @sonowalboy8552 10 місяців тому

    সাজ-পাৰ বোৰ সোণোৱাল কছাৰী বহুত ভাল লাগিছে ❤❤

  • @GitarthaGogoi_Original
    @GitarthaGogoi_Original 4 роки тому +27

    সুন্দৰ ভিডিঅ'..... ভাল‌ লাগিল চাই