BHUKOR BHAT || JYOTISHMA CHETIA || LAKSHYAJIT BORUAH || SAURAV SAIKIA || New assamese song 2021
Вставка
- Опубліковано 6 лют 2025
- New Assamese song 2021 By Jyotishma saikia
Song title-Bhukor bhat
Singer-Jyotishma Chetia
Music/mixed-Mastered-Lakshyajit Boruah
Lyrics and tune -Saurav saikia
Additional vocal-Lakshyajit Boruah
Recording Studio- STUDIO OZONE PLUS(SIVASAGAR)
-------------------------------------------------
Special thanks to-Dhiraj deep,Bolin rohan,Arpita chetia phukon,Jun porokh,manash mridul,panab mohan,Neelim akash,And entire team........
Lyrical Video and cover Desighn-Tushar Gohain
© Reserved. By Lakshyajit Boruah Musical(Don't Upload illegally)
সচায় আজি বহু দিনৰ মূৰত এটা বেলেগ সোৱাদৰ গীত শুনিবলে পালো, কথা-সুৰ ৱাও কি আচৰিত ক’ৰ পৰা সৃষ্টি হয় সৌৰভ শইকীয়া দদা ততে আকৌ লক্ষ্যজিত দদাৰ মিউজিক মোৰ ভাষা নাই কি লিখিম তোমালোকৰ টিম ৱৰ্ক Outstanding আকৌ আহিল জ্যোতিস্মা কি ক’ম মই তোমাৰ মাতৰ তোমাৰ কণ্ঠৰ পাগল প্ৰেমিক তোমাৰ প্ৰত্যেকটো গীত শুনিছোঁ প্ৰতিটো গীতেই বহুত ভাল লাগে কিন্তু তাৰে ভিতৰত আটাইতকৈ মোৰ প্ৰিয় হৈ পৰিছে তোমাৰ এই গীতটো, ইমান ধুনীয়াকৈ মিলি গৈছে গীতটোৰ কথা-সুৰ, সংগীত সচাকৈয়ে কৈচোঁ তোমালোকৰ কষ্ট সফলতা দিশত যাওঁক;
মই এতিয়ালৈকে ২০ বাৰ শুনিছো গীটতোৰ Mix মাষ্টাৰ নে কিবা কয় আচৰিত মানে মোৰ গাড়ী sound ত মানে ইমান Soft লাগিছে মানে আছৰিত, তোমালোকৰ এই টিমটো যদি সচাকৈয়ে একগোট হৈ থাকা অসমত আৰু জুই লাগিব, জোতিস্মা তোমাৰ আগৰ গান বিলাক বহুত ভাল লাগে কিন্তু তাৰ ভিতৰত এইটো গীত Top1 ইমান Soft মিউজিক মানে মই বাকী বোৰত নাই পোৱা Actualy লক্ষ্য দাদাৰ মিউজিকটো বহুতত কে বেলেগ extra, সৌৰভ দা কি ক’ম মই মোৰ অনুভৱ বিলাক ক’ব মন গ’ল সেইকাৰণে ইমান লিখিলোঁ বেছি বুলি নাভাবিবা৷ আগলৈ তোমালোকৰ টিমতোৰ হিত গানবোৰৰ কাৰণে ৰৈ আছোঁ
সুন্দৰ সুৰ
তোমালোকৰ টিম তোৰ কাম বহুত ভাল লাগিছে... আগতেও এওঁলোকৰ গান পাইছোঁ মই...ভন্টি তোমৰো গান শুনিছোঁ আগত আগৰ কেইটাতকৈ এইটো বহুত সুন্দৰ হৈছে...তুমি আগুৱাই যোৱা।।।উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
সৌৰভ তোমাৰ লিখনি কবলৈ ভাষা নাই,আৰু আগুৱাই যোৱা তুমি,লগতে জ্যতিশ্মা আৰু আগবাঢ়ি যাওঁক তাৰে কামনা কৰিলোঁ
সুন্দৰ 🔥🔥🔥🔥🔥🔥🔥🔥👌👌👌👌👌👌👌
Hundor hoise val lagil gantu huni saurav daar logote hokoluke dhoynobad jonaisu
mojah ooo mojahhhhh 🥰🥰🥰
সুন্দৰ হৈছে, মুঠতে মজা,
Bondhu dhunia hoise dei
Vl lagil huni❤️
সঁচাই গানটো শুনি বহুত ভাল লাগিল । fb লাইভ চোৱাৰ পৰা বহুত আশাৰে ৰৈ আছিলোঁ শুনিবলৈ ।।।।।।আৰু ভাল ভাল গান উপহাৰ দি যাব বুলি আশা থাকিল আৰু গোটেই টিমটো লৈ শুভেচ্ছা থাকিল আৰু আগবাঢ়ি যোৱা
Hosakoi bht besi Dhuniya lgise gaan 2 huni 🔥🔥🔥🔥 voice 2 mjaa lgise
Nice Jyotisma.....lakhya da tumi jui
A mojaaaaaa
bohut dhuniya hoise gantu hunibole 5 bojar pora roi asilu but time slv koribo nuwarilu hai karone atiya hunixu best lagise👌👍
ভাল হৈছে আৰু আগুৱাই যোৱা
Saurav kotha hur bor val hoise. Kontha dhuniya
বঢ়িয়া লাগচি বানধৈ 😍😍😍
Hundor.vall lagill huni ❤️👍👍😘
Nice song ba mjaa lag huni @ huni thakily hunib mon jai din2t kiman hun aru kob nuware
বহুত ভাল লাগিল দেই গানটো জ্যোতিষমা কন্ঠ বহুত ধুনীয়া
সকলো মিলাই বৰ সুন্দৰ হৈছে।
Hundor 🔥
Mojaaaa ❤️
Lakhyajit Daaar Music very famous . Sbbtkoi blg . Aru Sourav Daa r lyrics 2 kboi nalge Hokoluye jane ♥️ . Sivsagor r hiraaa 2ta . Lakhyajit daa aru vll bll music kori juwaa . Lve frm Dibrugarh
বহুত ভাল হৈছে গানটো .... ❤️☺️ শুনি ভাল লাগিল 👍👍
Bhut bhut dhuniya hoise
ভাল লাগিল দেই
Lyrics mojah hoi se dada
বহুত ধুনীয়া ।
Mojaa hoise o
ধুনীয়া দেই
Nice....keep it up
Bor hundor hoisa ..morom thakil..❤ agbahi jauk hodai ..
Aamar Puwali joni juiii🔥🔥💓💓
মজা সৌৰভ।।।
Val lagil Lakhya da...aguai jua
Hundor hoise jyotisma aru aguai jua😍😘😘
ধুনীয়া লাগিছে ভন্টি আগ বাঢ়ি যোৱা আমি আছোঁ হডাই তোমাৰ লগত, গান টো কথা শুৰ বহুত ভাল হৈছে
Dhuniya hoise laikhya
Pase tmi ngla n
Bohut dhuniya hoise ❤️❤️❤️❤️🥰🥰🥰👈
Oi mojja lagila huni gan to❤️
Mojja lakise 👌❤️
বহোত ভাল লাগিল বা' আগোৱাই জোৱা তাকে কামনা কৰিলো
A moja
Wao kotha aru hur ,,bah bah ❤️❤️❤️
Bohut dhuniya lagise gan tu huni ❤️❤️❤️
সচাই এটি সুন্দৰ গীত সৌৰভ ৰ লগতে সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ ৷ লক্ষ্যজিত ৰ সংগীত সুন্দৰ আৰু জ্যোতিস্মা ভন্তি ৰ কন্ঠ টো কবয়ে নালাগে ৷ ভোকৰ ভাত এইবাৰ হিট ৷
Dhuniya hoisa ❤❤
nice lyrics tune music voice everything is perfect best of luck all of you
Mojaa mojaa vhonti
Hundor hoise ❤️
Bhut dhunia hoise 👍👍
সচাকৈ বহুত ধুনীয়া লাগিছে শুনি 🥰💓
Hundor hundor❤️❤️❤️❤️
সুন্দৰ হৈছে ্্্
বহুত বহুত ভাল লাগিল দেই....❤️❤️
সকলোৱে লাইক কৰি দিব 👍👍👍
সুন্দৰ 👌👌👌💚
Vl lgil dei huni ❤️❤️
Bohut dhunia
Dhuniya🤘
Mjhhh 😍
বহুত দিন ৰখি অাছিলো| তোমাৰ নতুন গান সুনিবলে | বহুত বহুত ভাল লাগিল মৰম লগা ভন্টি জনি|
Mozaa
Dhuniya lagise dada
Khosakoi bohut vall hoise Dada👌👌👌
বহুত বহুত ধুনীয়া সুন্দৰ কণ্ঠ..😍😍😍
Jyotishma, you are also my best singer in youngest side. Your tune is fine. Keep your journey. Best of luck to you.
Bondhu moja dai.. 🥰🥰🥰
Hundar jyuti tumi aaru agbahi juwa🙏🙏🙏
Moja moja kokaii
Val lgesa 💞💞
Very nice brother. My favourite Singer of new generation Prandeep, Meer dip, Ridip Nibir, Rohan shan, Lakshyajit bro, Girl Jyotishma, Vitali, Richa ba..love 💕💕👌👌👌👌👌
বহূত ধুনিয়া লাগিছে ভনতি তোমাৰ গান তো
bohut bhal lagil o tumar gan tu
Dhuniya lagise ❤️
আৰু আগ বাঢ়ি যোৱা তোমালোক আশা কৰো আৰু ধূনীয়া ধূনীয়া গান আমালৈ পেৰণ কৰা ।💐
Nice....keep it up..
Hundar hoise
Dhuniya ❤️
Hundor ❤️❤️❤️
Hundra hoise vonti❤️❤️❤️ tumi aru aguwai juwa
ধুনীয়া হৈছে
Vonti agbhahi juwa bor hundr hoise
মজা ভাল লাগিল শুনি
Mojjja dada aru vonte jone ❤️❤️
সুন্দৰ হৈছে
❤️❤️
Dhuniaaa❤
Lyrics music aru kontho hokolu val lagil dei Saurave
Dhuniya song ❤️
Hundor🥰✨
সুন্দৰ 👌👌
Gaan tu sai bohut val lagil 1000 bar sai ou hepah nopua ata gaan ♥️♥️♥️💝💝💝🔥💯💯👍👍
Dhunia hoise vonti ❤️
Bohut dhuniya lagila huni
Xundor dei ekdom ❤️
Mojhaa ❤️
Jyotisma a moja 😍😍😍
ধুনীয়া 💚💚👌👌
Mojja hoise
সঁচাই গানটি বহুত বহুত ধুনীয়া