Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
পৰিমানুৰ টোপনি❤।। টুপী মেইন ন 👍👍।। পানী লৈ যাব লাগে ,ঝাড়ু নিনিয়াৰ বাবে বহুত বাৰ পষ্টাই থৈছোঁ । এতিয়া সেইবোৰ বস্তু আগেই গাড়ীত লৈ লওঁ । উপাৰ ভিডিঅ চাবলৈ ৰৈ আছোঁ । মৰম দিলোঁ ❤️❤️❤️❤️।। চাফা কৰি অহাটো সচাকৈ নিজৰ কৰ্তব্য হয় । ভাল লাগিল
পোন প্ৰথমে আপোনালৈ নমস্কাৰ দাদা 🙏 এটা কথা জনাবলৈ পাই খুব সুখী যে,, আপোনাৰ ভিদিঅ চাই খুব ভাল লাগে,, আচলতে আপোনালোকৰ পৰিয়ালটোৰ মৰমবোৰ দেখি অভিভূত হওঁ,, ভাল লাগে ❤ কবলৈ গলে বৰ্তমান সময়ত পৰিয়ালবোৰৰ মৰমবোৰ খুবেই থুনুকা কিন্ত উপাসনা বা পৰি নিশা বৌ,, আপুনি, আৰাধনা বা,,, বৰদেউতা বৰমা মী,, আপোনালোক সদায় বুকুৰ আপোন যেন অনুভৱ হয়,,, নিজৰ মানুহ দৰে লাগে,, ডিব্ৰগড়লৈ আহিলে জনাব,, দেই দাদা,, বাকী সদায় কুশলে থাকক ❤❤ ভগৱানে সদায় ভালে ৰাখক ❤
আপোনালোকৰ পৰিয়ালটো সঁচাকৈয়ে এক আদৰ্শৰ পৰিয়াল । য'ত সকলোকে একতাৰ দোলেৰে আৱৰি ৰাখিছে ❤
তোমাৰলোকৰ video বোৰ চাই ভাল লাগে। তোমাৰ পেহীঘৰৰ পৰা হাহঁ কুকুৰা আনিবলৈ যাও। মোৰ ফালৰ পৰা তোমালোকৰ সকলো লৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Val lagil dada video tu ❤porimanu
Aiyo kolija joni hi kobo parisa god bless deha joni ♥️♥️♥️
Bht vl lagil Dada video sai apunak poriyal tiloi bht bht morom 🥰
Pori joni bor morom loga❤❤❤
Bohut bohut morom dada tumaluk ataike..nikha bou k cap tu pndht bor mrm lgse aku dei.
Val lagil video to sai 💐dada, hkolukya bht mrm daii 🫂
Ayoi Porimanu ❤❤❤❤❤.... bohut morom dei tumarloi ....Aru xokoluloike bohut morom , agotiakoi noboborkhor xubhessha jasilu ...❤❤❤❤❤
Val lagil dada video tu . Porimanu❤❤❤❤
2009son mnte jua bhut dhunia jega asel ..eman latera kril dekhi bea lagise...nodi khon to bhut safa asel
Khub val lagil dei vdo sai..hahi thaka xodai tare kamona koru...porimanu hiii koise o❤❤❤
Ba apunak kazirongat dekhi silu❤️❤️
পৰিয়ালৰ সকলোলৈকে আগন্তুক নৱ বৰ্ষৰ শুভেচ্ছা থাকিল ❤❤❤❤
Porimanuu❤❤❤
Aiyo tikli joni sai thakile sai thakibo mn jai oo kalija kon.❤❤
Pori❤❤❤
আমিও গৈছিলো কাজিৰঙা বহুত ভাল লাগিল অৰ্কিত পাৰ্কত হুমালানে তোমালোকে বহুত ধুনীয়া পাৰ্ক
Upasana don't mind others no one can defeat you so be strong to take care of pori maina God will help i love your family members are very loveable. I went along my daughter from tezpur tp Dergoan.
Hodai vale thakok val lagil bht morom ❤❤
Vl lgl babu da🥰
Wait kri asilu video2 babe🎉
মজা। নববৰ্ষৰ শুভেচ্ছা জনালোঁ বা পৰি ❤ আৰু আপোনালোকৰ সকলো লৈকে ।
Apeksha kori asilu dada ❤❤❤ vlog saboloi ❤❤ nalbari ❤❤
Awwwww pori manu❤....xklu vle thakk ❤❤
Vl lagal saiii
Val lagil dei
Vl lagil
তোমালোকৰ পৰিয়ালটো বহুত ভাল লাগে নতুন বছৰৰ শুভেচ্ছা জনালোঁ ❤❤❤❤❤ পৰী লৈ বহুত মৰম লগতে উপাসনা বালে ❤❤❤
ভাল লাগিল চাই নতুন বছৰৰ শুভেচ্ছা জনালোঁ 🥰🥰🥰
Val lagil ❤
Mojaaa lagil dei sai apunak bhut val lage dada ki kom ru sini pai a sage mk😄ktiaba videot nam tu lobo sn mor😊protitu video a Sao apunalokr❤
পৰী উপাসনা নিছা মা দেউতা মি আৰু আপোনাক ❤❤❤ বহুত বহুত ভাল লাগে
Nice video
Vl lagile sai ❤ mur aanai ghrt borhula nogabatot t
❤❤❤❤
ধুনীয়া ❤❤
Eman usoror pora gola he lg koribo pora hole vl axil hoi pori manuk...🥹🥹 Love from Kaziranga..❤
মোৰ কলিজা আৰু এইজনি ❤❤❤
Love you porimanu
Happy new year 2025 to all of your family.. bhgwan e xakaloke vale rakhok
বহুত বেছি মৰম❤❤❤পৰী মানুহ
Mi thoka hole aru val lagil hoi dada
Hi ❤ pori n your fmly
Yes,write
❤❤❤❤❤❤❤
Kaziranga national park
আগন্তুক নৱবৰ্ষৰ শুভকামনা সকলো লৈ ❤
Amar dehamanu blg tuponi marise.😌😌
Porimnu bor morm loga hoise de❤😘
Xosa dei iman letera kori thoi nhoii manhuhh burr
দাদা কেলে video নোবনা😮
তুমালোকৰ ভিডিঅ'সদায় চাও মুৰ ঘৰ গোলাঘাটৰ হয়
আমাৰ ফালে চুঙা চাউলৰ ওপৰত বগা কাগজ খনৰ দৰে চামনি ধৰে | বাহ বিধ বগা | খাটলং বাহ বুলি কয়
পৰি মানো hi কব পৰা হল
Val lagil ❤❤❤❤
❤❤❤❤❤
❤❤
❤❤❤
পৰিমানুৰ টোপনি❤।। টুপী মেইন ন 👍👍।। পানী লৈ যাব লাগে ,ঝাড়ু নিনিয়াৰ বাবে বহুত বাৰ পষ্টাই থৈছোঁ । এতিয়া সেইবোৰ বস্তু আগেই গাড়ীত লৈ লওঁ । উপাৰ ভিডিঅ চাবলৈ ৰৈ আছোঁ । মৰম দিলোঁ ❤️❤️❤️❤️।। চাফা কৰি অহাটো সচাকৈ নিজৰ কৰ্তব্য হয় । ভাল লাগিল
পোন প্ৰথমে আপোনালৈ নমস্কাৰ দাদা 🙏 এটা কথা জনাবলৈ পাই খুব সুখী যে,, আপোনাৰ ভিদিঅ চাই খুব ভাল লাগে,, আচলতে আপোনালোকৰ পৰিয়ালটোৰ মৰমবোৰ দেখি অভিভূত হওঁ,, ভাল লাগে ❤ কবলৈ গলে বৰ্তমান সময়ত পৰিয়ালবোৰৰ মৰমবোৰ খুবেই থুনুকা কিন্ত উপাসনা বা পৰি নিশা বৌ,, আপুনি, আৰাধনা বা,,, বৰদেউতা বৰমা মী,, আপোনালোক সদায় বুকুৰ আপোন যেন অনুভৱ হয়,,, নিজৰ মানুহ দৰে লাগে,, ডিব্ৰগড়লৈ আহিলে জনাব,, দেই দাদা,, বাকী সদায় কুশলে থাকক ❤❤ ভগৱানে সদায় ভালে ৰাখক ❤
আপোনালোকৰ পৰিয়ালটো সঁচাকৈয়ে এক আদৰ্শৰ পৰিয়াল । য'ত সকলোকে একতাৰ দোলেৰে আৱৰি ৰাখিছে ❤
তোমাৰলোকৰ video বোৰ চাই ভাল লাগে। তোমাৰ পেহীঘৰৰ পৰা হাহঁ কুকুৰা আনিবলৈ যাও। মোৰ ফালৰ পৰা তোমালোকৰ সকলো লৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Val lagil dada video tu ❤porimanu
Aiyo kolija joni hi kobo parisa god bless deha joni ♥️♥️♥️
Bht vl lagil Dada video sai apunak poriyal tiloi bht bht morom 🥰
Pori joni bor morom loga❤❤❤
Bohut bohut morom dada tumaluk ataike..nikha bou k cap tu pndht bor mrm lgse aku dei.
Val lagil video to sai 💐dada, hkolukya bht mrm daii 🫂
Ayoi Porimanu ❤❤❤❤❤.... bohut morom dei tumarloi ....
Aru xokoluloike bohut morom , agotiakoi noboborkhor xubhessha jasilu ...❤❤❤❤❤