Mojjah...
অতি সুন্দৰ
ধন্যবাদ ইমান ভালকৈ শিকোৱাৰ বাবে
Enam hohoj koi hikaise ..bohut Val lagil ..aji 1st sixu apunar vedio... from titabor 🙏
Pretty craft.
বৰ ভাল প্ৰদৰ্শন! বাকী সকলোবোৰ অসমীয়া বাঁহ শিল্পৰ নিৰ্মান কাৰ্য দেখুৱাবচোন। আমি বৰ উপকৃত হ'ম।
সুন্দৰ হৈছে ভাইটি,
Lastr bowa tu spostokoi dekhuaba
Val lagisa🐭🐹
Muk kintu kua nai subscribe kribo nije krisu... Great work bro.....
তপা বনাই দেখূৱাব নেকি।
Saloni bobo sun dada tenkoi
Mojjah👌👌👌👌👌👌👌👌👌👌👌👌