Mukoli bihut tu tamam gaise e. Tatkeo bhut val lagil aibar .dhnybad anupam bitupan da logote xasipat bihu dol,eman dhunia geet eti amak uphar diar babe ❤❤❤❤❤ aibar uruka hit
Hosai ausol bihur hur. bor val lage ena bihr hur bilak. Moiu adin bihut boliya aasilu janene.ki hobo Dekh 2:302:30 roikhyar babe hokolu arilu. Jai✍️🇮🇳 Hind
২০২৪ৰ শেষৰ টো দিনত বিহু বলিয়া সকলৰ বাবে ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ❤
ধন্যবাদ 😊
Dhnybad sis❤
মনৰ সাঁচিপাত সদাই জিলিকি থাকক ❤ সন্ধিয়াৰ আকাশ গীতটি বহুত ধুনীয়া হৈছে
কিন্তু মই ইমান খিনিৰ যোগ্য হোৱা নাই 🙏🙏বাপুজি দা মনোজ দা ৰুন্তি দাই ইমান ধুনীয়াকৈ গাইছে বহুত ধুনীয়া হৈছে মই ও চেষ্টা কৰিম পিছলৈ গাব ধন্যবাদ🙏শেষত সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ❤
❤❤❤gabo lagibo akui.
Aiya aromvoni he toiu gabo lgibo
তোমাৰ মুখত প্ৰথম দুলাইন হ'লেও থকা হ'লে আৰু ভাল লাগিল হয় সুদৰ্শন।
cover লাগে এটা
@@prasantahatimuria6051সঁচাকৈয়ে দেই দুইলাইন হ'লেও লাগিছিল😢🙏🏼
এটা সপোন সাৰ্থক হল কিবাকৈ ❤ আমাৰ মনৰ সাঁচিপাত সকলোৱে আদৰি লৈ যেন 🙏
❤❤
আমাৰ সকলোৰে মৰমৰ মনৰ “সাঁচিপাত vol1” আপোনালোক সকলোৱে বহুত বহুত মৰম দিব বুলি আশা কৰিলো ❤️😍
আপোনাৰ মাতত বেছি ভাল lgisl 😊
তোমাৰ কন্ঠত হে লাগিছিল ❤
তোমাৰ কন্ঠত বহুত বেচি ভাল লাগিল হেতেন,,,,যা নহওঁক এতিয়াও ভাল লাগিছে………❤
Tomar matt he besi vl lgil heten ❤
এইবাৰ সকলোৱে মিলা মিলি কৈ কৰিছোঁ দেই,, কম দিনত নিশ্চয় এটি নতুন গীত শুনিব পাব,,
Manor xasipat. ❤ amr ata xopun aji bastob hl.
Aibr bihut ai gantu hunutai mi gantu premot porisilu...khub dhunea hoise...monor hasipatot hdi thkibo...hasipat bihu dololoi mrom..❤❤❤
ধন্যবাদ দেই
বহুত বহুত ধন্যবাদ
গানতো সুদৰ্শনৰ পৰা শুনিলে আৰু ভাল পালো হৈ প্ৰথম ২ ৩টা লাইন হলেও
❤❤20bar man sunilo aji aru 20bar man sunim..2025t aru nolab enekua eta
❤❤❤
❤❤
🙏💗 বৰ ধুনীয়া হৈছে গীতটি। প্ৰিয় সকলো শিল্পীলৈ আন্তৰিক অভিনন্দন জনালো।
❤❤
ai borkhor sestho bihu geet.❤❤❤
tnq anupam bitupan da logote xasipat bihu dol eman dhunia gan eti upohar diar babe.
❤
❤❤❤,,agleo চেষ্টা কৰিম
বহুত বহুত ধন্যবাদ
ছিপাঝাৰৰ গৌৰৱ❤
❤
Monar xasipat❤❤ love from sipajhar❤❤
❤❤
ছিপাঝাৰৰ কোন কোন আছা ❤....
Bor dhuniya dei monor xasipat
❤❤
ধন্যবাদ
নামনি অসমৰ বুলি ❤
❤❤❤
আমাৰ মঙলদৈ অঞ্চলৰ গৌৰৱ 🎉
❤❤
Xapon ata dithokot porinoto 💖💖💖❤️❤️❤️❤️
সাচিপাত Oi মোক বৰলা কৰিহে এৰিবি আৰু ❤❤
মনৰ সাঁচিপাত ঐ ♥️
মুকলি বিহুত শুনি বেছি ভাল লাগিছিল, মুকলি বিহুৰ বিহু নামফাঁকি গোৱা বিহুৱা জনে গালে ও ইমান খিনি মৰম আদৰেই পালে হয় 👍👍👍
পৰৱৰ্তী সময়ত বিহুতলীৰ বিহুৱা সকলক দেখা পাম বুলি আশা কৰিলো ❤
Nissoy nissoy.aibar enekeye kra goise
Atiyao emn dhunia hoise emn dhuniyake runti da bapuji da manuj dai karise emn dhuniya hoisr tak loi ami vl he pb lage
@@SudarsanBania-nb3zt bea nu Kune pale hoi, kintu oruginal বিহুতলি ৰ tu 👍😍
Love from❤️❤️ FORT BRAGG ,North Carolina USA.....
Finally release hl.....Monor Xasipaat
#teamxasipaat ❤
🥰
সুন্দৰ...বাপুজি দাই কণ্ঠদান কৰা বিহু নাম বোৰ সঁচাকৈ শুনি বৰ ভাল লাগে...কিন্তু সন্ধিয়াৰ আকাশত বিহু নাম ফাকি সুদৰ্শন দাৰ কণ্ঠত কোনোবাখিনিত চাগে বেছি ভাল লাগিল হেঁতেন..❤👍
❤❤
একমত😢🙏🏼
মনৰ সাঁচিপাত সদায় জিলিকি থাকক ❤️❤️ বহাগ ত তুষাৰ নাথ এ কণ্ঠদান কৰা এইটি গীতৰ প্ৰেমত পৰি গৈছিলো ❤️❤️❤️
❤
❤❤khub sundar geet ati upohar dile
ধন্যবাদ
Bor sundor dei
ধন্যবাদ
❤ মনৰ সাঁচিপাত ❤️ দলটিৰ সকলোলৈকৈ শুভেচ্ছা জনালোঁ , সুন্দৰ
বহুত বহুত ধন্যবাদ দেই
তোমালোকৰ কণ্ঠত বেচি ভাল পাওঁ 😢❤❤❤
Bapuji Kai.... Mojjahhhh
Mojaa🎉
Mon sui jowa namxari bhut dhuniya
গীতটো খুব সুন্দৰ হৈছে,,,,,কিন্তু যি দুজন বিহুৱাই গীতটি বিহু দলত কণ্ঠদান কৰিছিল,,,,,
1/ সন্ধিয়াৰ আকাশত = সুদৰ্শনে
2/ বহাগৰে শুৱনি = তুষাৰ দাই,
এই দুজন বিহুৱাৰ কণ্ঠত শুনিব পালে আৰু বেছি ভাল লাগিল হয়,❤❤❤❤
ধুনীয়া হৈছে 🥰 সঁচাকৈ মনৰ সাঁচিপাত সদায় জিলিকি থাকক।❤
ধন্যবাদ
অতি সুন্দৰ গীতটি... শুনি বহুত বেছি এ ভাল লাগিল... আগুৱাই যোৱা ❤❤❤
ধন্যবাদ 😊
Love from xasipat bihu dol .....sipajhar❤️
❤
Val lagil❤
মনৰ সাঁচিপাত জিলিকি ৰওঁক সদায় এনেকৈয়ে ❤❤❤❤
সাঁচিপাতে মনত সাচ বহুৱাইছে...❤❤
Dhnyabad
বহু অপেক্ষাৰ অন্তত সাঁচিপাত🥰🙏❤️
❤❤❤
বহু অপেক্ষা ৰ অন্তত আমাৰ মৰমৰ সাঁচিপাত কি কম আৰু শব্দ বিচাৰি পোৱা নাই ❤️❤️❤️❤️❤️❤️❤️
❤
বহুত দিন পিচত তৰালী বাইদেউ বিহু শুনিব পালোঁ। ভাল হৈছে গীতটো🎉
❤❤
ধন্যবাদ
আমাৰ সকলোৰে মৰমৰ সাঁচিপাত 🥰বহুত ধুনীয়া লাগিছে 🥰
ধন্যবাদ 🥰
Moja
সুন্দৰ ❤মনৰ সাঁচিপাত আৰু আগবাঢ়ি যাওঁক
বহুত বহুত শুভেচ্ছা
দৰঙৰ গৌৰৱ
সাঁচিপাত❤
বহুত বহুত ধন্যবাদ দেই
Amr sipajhar r xasipat ..xadai 🔥😍
❤
ইমান সুন্দৰ হৈছে ❤❤❤❤ প্ৰত্যেকৰে মনৰ সাঁচি পাতত দ কৈ সাঁচ বহুৱায় যাওঁক, ❤❤❤❤❤❤
❤
❤❤
সকলো ফালৰে পৰা ভাল হৈছে ❤
বৰ ধুনীয়া দেই গীতটোৰ কথা সুৰ ❤️
ধন্যবাদ ককাইদেউ ❤️🌼
😍
তাতে তৰালি বাৰ কণ্ঠ , সোনত সোৱাগ চৰাই❤❤❤
❤❤
Tnq
মনৰ সাঁচিপাত😍....এটি ভাল লগা বিহুগীত❤খুব ধুনীয়া হৈছে।
এইবাৰ বিহুত তুষাৰ দাৰ কণ্ঠত ভাল লাগিছিল গীতটি।
ধন্যবাদ দেই ❤❤
Dhunia ❤️😍
Mukoli bihut tu tamam gaise e. Tatkeo bhut val lagil aibar .dhnybad anupam bitupan da logote xasipat bihu dol,eman dhunia geet eti amak uphar diar babe ❤❤❤❤❤ aibar uruka hit
বহুত বহুত ধন্যবাদ
❤❤❤ বহুত বহুত সুন্দৰ ভাল লাগিল,,অতি মৰমৰ ধুনীয়া বিহু গীত শুনি বৰ ভাল লাগিছে দেই,,লগতে সকলোটিলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ
ধন্যবাদ
মনৰ সাঁচিপাত সদায় মনতে থাকিব❤ বহুত ভাল লাগিল শুনি tukhar দাৰ কণ্ঠত আৰু ভাল লাগিলে হয় 🎉 শুভকামনা থাকিল ❤
ধন্যবাদ দেই ❤❤
এইবাৰ এনেকৈ কৰা গ'ল আহাবাৰ পৰা আমাৰ সকলো ওলাব
মৰমৰ সাঁচিপাত ধুনীয়া লাগিছে গান 🎉🎉🎉🎉🎉❤❤❤❤
ধন্যবাদ
Dhuniya 💕
Bor dhuniya bihu
Very nice❤😊
Thanks 🤗
মনৰ সাঁচিপাতক সকলোৱে আদৰি লৱদেই ৰাইজ ❤🤟🙏
অতি সুন্দৰ ♥️ সকলো লৈ নুতুন বছৰৰ শুভেচ্ছা থাকিল ❤🎉
❤
Dhuniya hoise
❤❤
বহুত ধুনিয়া হৈছে আগুৱাই যাওক তাৰেই কামনা কৰিলো❤❤ তুষাৰ দাৰ কণ্ঠতো ভাল লাগে গানতো শুনিবলে❤❤❤❤❤
ধন্যবাদ
@tusharnath3031 ❤️❤️
সাঁচিপাত ঐ ❤ ৰাইজক কন্দুৱাই পেলাইছা । 😭🥺
😍
Bohut dhunia hoisa.. Dhul to 🎇 dhamaka guli bojisa
সুন্দৰ মনৰ সাঁচিপাত ❤️
Xosakoi iman dhunia lage ai gan to ❤
Otikoy Dhuniya Hoiche Aponalokor Bihur Song
Khundor bihu git mn sui goise
ধুনীয়া
Sudarsan dar kanthat besi val lag hoi haleo vl lagise
শুভেচ্ছা থাকিল সাঁচিপাত দলটিলৈ❤ সদায় জিলিকি থাকক মনৰ সাঁচিপাত ❤
❤
Love from mangaldoi ❤ ( সাঁচিপাত আমাৰ বাবেগ ❤
ধন্যবাদ
সুন্দৰ গীত ককাই
Dada ganti al lsgise❤❤❤
সুন্দৰ
ধুনীয়া বিহু গান ❤❤
ধন্যবাদ
Monor xasipat prio xodai prio hoi thakibo ❤
ধন্যবাদ
Bor val lagil
Sudarshan a jetia live galli gaar num xiyori jaii❤❤❤
❤❤
সাঁচিপাত সদায় প্ৰিয়।।।♥️
😍
bohut dhunia❤
Ufff❤❤❤❤
দ'লত গোৱা গায়ক কেইতাৰ মতত গান কেইতা মই বেচি ভাল পাইছো ❤সাচিপাত
❤❤
Dhuniya lagise gantu❤❤
Group tot gowa singer keitar voice tore gan to besi val lagisil.
...jai sashipat ❤
বহু অপেক্ষা ত আছিলো ❤
খুব ভাল লাগিল শুনি❤
আশা কৰো এই বৰ্ষৰ শ্রেষ্ঠ বিহু গীত হব মনৰ সাঁচিপাত❤❤❤❤
Ohabr bihut akow dhunea bihu nm hunibola pm hasipat bihu dolor pora❤❤
নিশ্চয় চেষ্টা কৰিম
Dhunia🎉❤
❤
Torali baa bapuji da duiujonok ❤
❤
Vle lagise suni kin2 sudarsan dai gale aru alp vl lagil hoi
❤❤
সাঁচিপাতলৈ শুভেচ্ছা থাকিল ❤
❤
আমাৰ মনৰ সাঁচিপাত ❤
You miss broo.....😢
Hosai ausol bihur hur. bor val lage ena bihr hur bilak. Moiu adin bihut boliya aasilu janene.ki hobo Dekh 2:30 2:30 roikhyar babe hokolu arilu. Jai✍️🇮🇳 Hind
Sudarshan r kanthat besi val lagil hoi ako ni hleo vale hoise 👍
Sudarsan a gali aru besi a vl lgil hoi.......
Thik koisa bondhu jiman val gayak holio sudarshan hote gale besi val lagile hoi
Um
এইবাৰৰ babe ক্ষমা কৰিব
Take Sudarshan da hit 🔥
Xasipat❣❣❣
যিজনৰ কণ্ঠত প্ৰথম শুনিব পাইছিলোঁ তেওঁ বেছি ফুলাব পাৰিলে হৈ হৈতো 😢❤ একো নাই ভালে লাগিল.......🙏 শেষত সকলোকে বহুত বহুত ধন্যবাদ , ইমান সুন্দৰ গীত টি আগবঢ়াই দিয়াৰ বাবে 🥳
Xasipat xodai xasipat hoi e thakibo ❤❤❤
বহুত ধুনীয়া❤
❤
mojja❤
Love from Sipajhar ❤
Mojjahh hoise❤
Vl lagise