Exclusive Interview with upcoming volleyball player Mritunjay Mahanta

Поділитися
Вставка
  • Опубліковано 7 лют 2025
  • 💢তেজপুৰৰ সু-সন্তান উদীয়মান ভলীবলাৰ মৃত্যুঞ্জয় মহন্ত
    💢দুবাৰকৈ ৰাষ্ট্ৰীয় ভলীবল শিবিৰলৈ লাভ কৰিছে আমন্ত্রণ
    💢 ৬.৪ ফুট উচ্চতাৰ মৃত্যুঞ্জয়
    💢ওখ হ'লে ভলীবল খেলিবলৈ কি সুবিধা ?
    💢 মাতৃও ভলীবলাৰ হোৱাৰ বাবে ভলীবল পৰিবেশত ডাঙৰ হৈছে তেওঁ
    💢প্ৰশিক্ষণ দিব্যজ্যোতি ভাগৱতীৰ তত্বাৱধানত শিকি গৈছে ভলীবল
    💢 ভলীবলৰ উপৰি সাঁতোৰবিদ হিচাপেও পাকৈত
    💢লক্ষ্য ---- অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা

КОМЕНТАРІ • 7