SC,ST Reservation | 'পিতৃয়ে ST SCৰ সুবিধা ললে সন্তানে সেই সুবিধা লোৱাটো অনুচিত'-উচ্চতম ন্যায়ালয় N18V

Поділитися
Вставка
  • Опубліковано 22 жов 2024

КОМЕНТАРІ • 1,2 тис.

  • @DipakBorah-c7y
    @DipakBorah-c7y 2 місяці тому +228

    জাতিগত ভাৱে পিছপৰা মানেই দুখীয়া নহয় ৷ অথ্‌‘নৈতিক ভাৱে পিছপৰা সকল হে Original পিছপৰা৷

    • @prkashkrry9207
      @prkashkrry9207 2 місяці тому +4

      Tarulata babe EWS ase to

    • @MrWankde
      @MrWankde 2 місяці тому

      EWS candidates kuno age extension aru number of attempts, fees exemption napay... ​@@prkashkrry9207

    • @dr.babulchandradas6127
      @dr.babulchandradas6127 2 місяці тому

      Ei raydane samossya samadhan koribo nuware,aru jatilotar he sriti koribo.

    • @anupamborah9726
      @anupamborah9726 2 місяці тому +2

      ​@@prkashkrry9207atia nai. uthai dile

    • @jkarmakar
      @jkarmakar 2 місяці тому

      ❤❤❤

  • @juntiphukan494
    @juntiphukan494 2 місяці тому +22

    এই ৰায়টো গ্ৰহণযোগ্য ৷ অৰ্থনৈতিক ভাৱে পিছপৰি থকা সকলে সুবিধা পাব ৷

  • @Gyaani007
    @Gyaani007 2 місяці тому +294

    উচ্চ জাতিৰ লোকে যে ভুৱা SC,ST,OBC certificate লৈ চাকৰি কৰি আছে। সেইটো কি হ'ব।
    Reservation নালাগে, কিন্তু ভুৱা SC,ST, OBC certificate লাগে।
    আৰু, বহুতো ধনী ধনী, কোটি পতি পৰিয়ালৰ লোকে ভুৱা EWS certificate লৈ যে চাকৰি খাই আছে। লাজ নালাগে।

    • @purabitalukdarbarman2677
      @purabitalukdarbarman2677 2 місяці тому +26

      Sobei bisare xubidha, gotike bindho korile sob xoman

    • @niranjansarma8106
      @niranjansarma8106 2 місяці тому +21

      Xeikaronei tu reservation uthai dbo lge.....SB thik hb

    • @tanumoydas8327
      @tanumoydas8327 2 місяці тому +29

      @@Gyaani007 লাখ টকাৰ কথা কৈছে, মেক্সিমাম জেনেৰেল আৰু OBC কাষ্টৰ মানুহেই SC ৰ certificate বনাই আছে। তেতিয়া সিহঁতৰ লাজ নেলাগে, খালী fb আৰু ইউটিউব ত আহি চিঞৰি ফুৰিব reservation ৰ বিৰুদ্ধে।

    • @sanjayd6686
      @sanjayd6686 2 місяці тому

      ​@@purabitalukdarbarman2677 sob homan nohoi karonei reservation dea hoise. Upper Caste biased hoi amak ketiau uthibo nedea.

    • @ranjansarkar9219
      @ranjansarkar9219 2 місяці тому

      Right ​@@tanumoydas8327

  • @dimplehazarika9609
    @dimplehazarika9609 2 місяці тому +12

    উচ্চতম ন্যায়ালয়ক ধন্যবাদ ।অলপ উশাহ লব পাৰিম ।

  • @hemkantaborah7434
    @hemkantaborah7434 2 місяці тому +150

    আজি ৬০ শতাংশ এচ টি, এচ চিৰ ঘৰত প্ৰায় সকলো মানুহেই চৰকাৰী চাকৰি কৰে। কিন্তু সাধাৰন জাতিৰ ৩০ শতাংশ মানুহ আজি পথৰ ভিক্ষাৰী

    • @burningtopicbodo
      @burningtopicbodo 2 місяці тому +8

      Ak mot hbo nuwarilu.... Olop research korile anondito hom

    • @anupamborah9726
      @anupamborah9726 2 місяці тому +11

      ​@@burningtopicbodoDada.... doridrotar vittit manuhok hubidha dibo lage. dukhia manuhe hubidha pabo lage. he lage ji Jati a nohok.

    • @ArchanaGogoi-wq9sd
      @ArchanaGogoi-wq9sd 2 місяці тому +4

      Ki kotha kobo ahe.... Mur bhaiti Engineering Electric dpt.... Or 1st class hoi.... S. T buli taak tu ajiloike sakori kunu dya nai
      Alap sai meli kotha kole bhal....

    • @P.S-d2p
      @P.S-d2p 2 місяці тому

      ​@@burningtopicbodo Who cares

    • @subhradeepsinha2
      @subhradeepsinha2 2 місяці тому +3

      ​@@ArchanaGogoi-wq9sdMerit domot pabo.. reservation r against t pabo buli kio vabe

  • @amreetkumar7568
    @amreetkumar7568 2 місяці тому +6

    বহুদিনৰ অপেক্ষাত এটি সময়োপযোগী ৰায় ৷ স্বাগতম জনাইছোঁ ৷

  • @pritom21
    @pritom21 2 місяці тому +173

    মই ST হয়। উঠাই দিব লাগে এই চিষ্টেম। আমি কি নোৱাৰিম নেকি general ৰ লগত competition কৰিব। পাৰিম। পাৰিব লাগিব✊✊

    • @PRIYNOJEDITZ
      @PRIYNOJEDITZ 2 місяці тому +4

    • @user-ro7wk3ib7u
      @user-ro7wk3ib7u 2 місяці тому +15

      Toi ani koisa 🤬 toi general hoi pritom

    • @pritom21
      @pritom21 2 місяці тому +19

      @@user-ro7wk3ib7u মই ঠেঙাল কছাৰী হয়। ST
      মই এনেকৈ কোৱাৰ কাৰণ আছে। কিমান লোকৰ কথা শুনি থাকিম, যে তই ST তোৰ একো problem এ নাই, চাকৰি fix

    • @ajaymech5797
      @ajaymech5797 2 місяці тому +15

      ​@@pritom21 gadho tuk st nidile o kobo janajati gahori khai letera buli.. Heibabe reservation diya hoisil jate representation koribo pare.

    • @pritom21
      @pritom21 2 місяці тому +1

      @@ajaymech5797 atcha

  • @DARSHAPRAN-Unofficial
    @DARSHAPRAN-Unofficial 2 місяці тому +33

    এইটো ভাল ৰায় । অন্যথা সুবিধা পোৱাই পায়েই থাকে আৰু নোপোৱাই নাপায় ।

    • @trishnadas7500
      @trishnadas7500 2 місяці тому +1

      @@DARSHAPRAN-Unofficial apuni kenekoi jane hubidha kunbai paise kunbai poa ni .. agor aain mote toh pispora sc st o hubidha pbo logote ji bilake porhi huni educated hoice hihoteo pbo .. apunalokr mote porha huna jone hubidha pabo nalage nk

    • @DARSHAPRAN-Unofficial
      @DARSHAPRAN-Unofficial 2 місяці тому

      @@trishnadas7500 হয়, যোগ্য জনে পাব লাগে । যাৰ দেউতাকে ডাঙৰ চাকৰি কৰে তেওঁলোকৰ সন্তানে পঢ়া শুনা কৰাৰ সুবিধা আৰু সমল তুলনাত্মকভাৱে বেছি পায় । অৰ্থাৎ দৰিদ্ৰ নিচলা পৰিয়ালৰ সন্তানৰ দৰে পঢ়া শুনা কৰা বা নিজকে বিকশিত কৰাৰ প্ৰত্যাহ্বান নাথাকে । গতিকে দৰিদ্ৰতাৰ গ্ৰাসত পৰি থকা পৰিয়ালৰ সন্তানতকৈ চাকৰি কৰি থকা অভিভাৱকৰ সন্তান নিয়মিত শিক্ষা তথা প্ৰশিক্ষণেৰে অধিক উপযুক্ত হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা বেছি থাকে । আনহাতে সংৰক্ষণৰ চৰ্ত আছিল ১০ বছৰীয়া পৰিক্ৰমাৰ মাজেদি সকলোকে সবলীকৰণ কৰা যি সম্ভৱ নোহোৱাৰ অন্যতম কাৰণ হৈছে প্ৰচুৰ পৰিমাণৰ সংস্থাপনৰ যোগাৰ দিব নোৱাৰা অথবা সমল আৰু সুবিধা আদায় দিব নোৱাৰা । ইয়াৰ লগতে আনটো কাৰণ হৈছে সুবিধা পোৱাই পাই থকা । যদিও উৎকোচ সমৰ্থন নকৰোঁ তথাপি প্ৰসংগক্ৰমে কব লাগিব আজিও সমাজত চাকৰি, উচ্চ শিক্ষাৰ আসন মনে মনে বিক্ৰী হৈ আছে যাক কিনাৰ ক্ষমতা কাৰ থাকিব ? গতিকে, এবাৰ সুবিধা লাভ কৰাজনৰ ওপৰত আমাৰ হিংসা হোৱা নাই পিছে বঞ্চিত যাতে কোনো নহয় তাক লৈহে চিন্তা ।
      আপুনি তোলা প্ৰশ্নৰ উত্তৰ মই নিশ্চিতভাৱে দিব পাৰিম । অৱশ্যে আপুনি কেইখনমান গাঁৱলৈ গই ভালকৈ চালে নিজেই দেখিব - সুবিধা পোৱাইহে পাই আছে আৰু নোপোৱাই নাই । কিয়নো এবাৰ সুবিধা পালে তেওঁ নোপোৱা সকলৰ তুলনাত শক্তিশালী হৈ পৰে ।
      ধন্যবাদ ।

    • @ayushimanta3141
      @ayushimanta3141 2 місяці тому

      Kosto koribo pora bilake pabo a , June jenke kosto korise teneke paise khubidha lage buli bohi thakile mukhote sob ni dibo Lage nki

  • @letmetry4337
    @letmetry4337 2 місяці тому +18

    সুন্দৰ পদক্ষেপ লৈছে। সঁচা অৰ্থত যিসকলৰ বাবে quota ৰ প্ৰয়োজন তেওঁলোকে সুবিধাখিনি পাওক যেন।

  • @yamunaYtube
    @yamunaYtube 2 місяці тому +7

    St Sc সকলে বেছিকৈ সুবিধা পোৱা কথাটো আচলতে নামতহে ,সঁচাকৈ কবলৈ গলে এই সম্প্ৰদায় ৰ লোকে সুবিধা লাভে কৰানাই আজিলৈকে ......দেশৰ উন্নতিৰ দণ্ডলেখ ডাল পৰীক্ষা কৰি চালে গম পাব st sc ৰ কেইজনে চাকৰি পাইছে কিমান সুবিধা পাইছে।

  • @kritirajtaw8962
    @kritirajtaw8962 2 місяці тому +49

    উচ্চ জাতি বুলি মনত এতিয়াও ধম্ভালি মাৰে আৰু st ,sc বুলি মনে মনে নিশ্চ জাতি বুলি গণ্য কৰা ব্যক্তিয়ে reservation system উঠাই দিবলৈ কয়।উচ্চ নিশ্চৰ মানসিকতা হেৰুৱালে এনেই reservations উঠি যাব।

    • @crystal-lq4eo
      @crystal-lq4eo 2 місяці тому +4

      Exactly kole akou hihhte laj py.😂 Gyan dbo ahe

    • @JUG2023
      @JUG2023 2 місяці тому

      Ghenta usso jati

    • @carshorts7621
      @carshorts7621 2 місяці тому +1

      একমত।

    • @bkp9774
      @bkp9774 2 місяці тому +2

      @@JUG2023 ধৈত কেলা , সিহঁতে চবেই গাহৰি খাই, আমাৰ চাৰিআলিৰ বজাৰত আমি ভাগেই নেপাও,😄😄😄

    • @ajaymech5797
      @ajaymech5797 2 місяці тому

      @@bkp9774 hoxa kotha kobo napai... 😆 hihote mone mone he khai

  • @jemsrabha1083
    @jemsrabha1083 2 місяці тому +37

    We are tribal people. Our population is not that large either. That is where we are lagging behind. In such a situation if the reservation is cancelled, we will fall further behind .
    How many great man have you seen among the tribal people ?
    ST সকলক অইনৰ লগত তুলনা নকৰিব

    • @himakshiboro1155
      @himakshiboro1155 2 місяці тому +1

      Yesssss

    • @MrWankde
      @MrWankde 2 місяці тому +7

      Stop this randiroona.. We all are one and equal,,, we're Indian no tribalism no plainism no such division... This is the era of competition, so be prepare yourself well.. Enough privileges were given now it's time to pull the ropes. Yess to counter income inequality,, there should be only one reservation i.e.purely based on financial basis. Otherwise all must be counted as equal candidates... Article 14...

    • @kuldeep1559
      @kuldeep1559 2 місяці тому

      Thike koisa baaru

    • @kuldeep1559
      @kuldeep1559 2 місяці тому +4

      ​@@MrWankdeLet it be bro,u will never understand that is why u r saying all this,this sentences r nice in book but not in reality,when u have to suffer for something related to this then u will understand

    • @anjimagoyary8559
      @anjimagoyary8559 2 місяці тому +2

      We were deprived from education in first place. Still our places are neglected by government...
      We can't get opportunities which generals do receive..
      How many tribals could go abroad to study..only general do as they financially more sound ..India is nowadays governed by elite Brahmins who are anti reservation.

  • @debendrakumarnath9286
    @debendrakumarnath9286 2 місяці тому +195

    সংৰক্ষণ বহুত হল।এতিয়া এই ব্যবস্থা আঁতৰাব লাগে।অৰ্থনৈতিক ভাবে পিছপৰা সকলৰ বাবে সংৰক্ষণ কৰিব লাগে।

    • @LovelyBeachHammock-lx5se
      @LovelyBeachHammock-lx5se 2 місяці тому +2

      Right

    • @অসমীয়াজোবান
      @অসমীয়াজোবান 2 місяці тому +4

      সংৰক্ষণ উঠাই কোনো দিব নোৱাৰে

    • @MammaToy
      @MammaToy 2 місяці тому +6

      ​@@অসমীয়াজোবান দিব পাৰে আৰু দিলেই। সংবিধানত লিখা আছে কেতিয়ালৈকে সংৰক্ষণ আছিল।

    • @SaikeeDas
      @SaikeeDas 2 місяці тому +6

      কোনোবাই দুখীয়া হলে চাকৰি কিয় পাব লাগে? ফ্ৰী চিকিৎসা আৰু শিক্ষা বিচাৰক

    • @MammaToy
      @MammaToy 2 місяці тому +3

      @@SaikeeDas তাকেই টো কোৱা হৈছে যে কোনোবা দুখীয়া সংৰক্ষণ কিয় লাগে।

  • @jitensarma1210
    @jitensarma1210 2 місяці тому +41

    Most welcome. সঙৰক্ষণ ব্যৱস্থাই জেনেৰেল caste ৰ বহুতো মেধাৱী ল'ৰা ছোৱালী জীৱন শেষ কৰিছে ।

    • @rahulbora23
      @rahulbora23 2 місяці тому +1

      Bapor muratu bhim rao ambedkar Kun cast asil sudubhai gom napai niki

    • @aayushpritam7214
      @aayushpritam7214 2 місяці тому

      ​@@rahulbora23 Bhum rao😂

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому

      oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা

    • @crystal-lq4eo
      @crystal-lq4eo 2 місяці тому

      Aru kimn St SCr success hoise .ktha sa

    • @NEXIUSGAMING661
      @NEXIUSGAMING661 2 місяці тому

      Right

  • @learnenglisheasily522
    @learnenglisheasily522 2 місяці тому +14

    যদি ST , SC ৰ কৰিছে তেতিয়াহলে OBC ৰো কৰিব লাগে কাৰণ ST SC ৰ দৰে OBC ৰো প্ৰায় সমানেই সুবিধা দিয়া আছে , অকমানহে ST SC ৰ বেছি ।

    • @monjitmedak3807
      @monjitmedak3807 2 місяці тому

      আন্দোলন লাগে জনজাতি হবলৈ😅

    • @monjitlahon2607
      @monjitlahon2607 2 місяці тому

      ​@@monjitmedak3807htu kotha nhoi ami OBC amr general homan e hoi

    • @ranjitkrgogoi5190
      @ranjitkrgogoi5190 Місяць тому

      Please read and listen carefully, you will come to know there are sub categories in OBC already....

    • @wooodlandd
      @wooodlandd Місяць тому

      already creamy layer, non-creamy layer implementation aase

  • @DipsikhaPhangsu
    @DipsikhaPhangsu 2 місяці тому +1

    মই একমত 😊

  • @premvidyarnavmusical
    @premvidyarnavmusical 2 місяці тому +65

    বহত দেৰি হৈ গৈছে। ৫০ বছৰ আগতে কৰিব লাগিছিল। সকলো সমান হব লাগে।

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому +16

      oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা

    • @premvidyarnavmusical
      @premvidyarnavmusical 2 місяці тому +8

      @@Assamkaladka-01 this is your mentality.we respect all person as a human being.Only boro rabha is not st.

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому +4

      @@premvidyarnavmusical aare bro this is not my mentality this is true 😔 and only st sc realised this And comments are not written just like that we respect everyone in real you can see who does what

    • @Mridupratik
      @Mridupratik 2 місяці тому +4

      ​Apuni ejon hubidhabadi neki​@@Assamkaladka-01

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому

      @@Mridupratik মানে বুজি পোৱা নাই ভাল কে কক

  • @author150
    @author150 2 місяці тому +25

    আজিৰ সমাজতো ট্ৰাইবেলবোৰক লেই লেই চেই চেই কৰে এতিয়া সংৰক্ষনত খিনিলৈ টুপনি নহা হল এতিয়া বাংলাদেশৰ নিচিনা হব যেন পাইছো

  • @usermridul41
    @usermridul41 2 місяці тому +8

    সুন্দৰ ।অথৈনৈতিক ভাৱে পিছপৰা সকলৰ বাদে অন্য সকলোকে আতৰ কৰাটো আজিৰ সময়ত অতি প্ৰয়োজন বুলি ভাবোঁ ।

  • @susilmahato6276
    @susilmahato6276 2 місяці тому +50

    ধন্যবাদ জনাইছো মহা মান্য আদালতৰ ৰায় দানক।

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому

      oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা

  • @MunmiBora-uv8yn
    @MunmiBora-uv8yn 2 місяці тому +51

    ST SC বুলি কোনো কথা নাই।সকলো সমান হব লাগে ।

    • @bkp9774
      @bkp9774 2 місяці тому +6

      @@MunmiBora-uv8yn কথাটো হয় , বিয়া হবা নেকি মোৰ বন্ধু এজনৰ লগত, বড়ো কছাৰী হয়, বড়ো আৰু বৰা আমি চব একেই, সমান সমান।

    • @jzjsjddi
      @jzjsjddi 2 місяці тому

      OBC বিলাকৰ কি হব 😂

    • @ajaymech5797
      @ajaymech5797 2 місяці тому +2

      @@bkp9774 hihotr nakot loga koi dibo napai.. 😂 dukh pai jbo...

    • @yutfufty
      @yutfufty 2 місяці тому

      ​​@@bkp9774 moja disa Bhai.

    • @3rnglish
      @3rnglish 2 місяці тому

      OBC hokoloru reserved seat thake heiburot ST, SC Hokole humabo nuware jiman marks thakilew..hei kothatu kio vabi napai manuh bure... sob homan hole every post general caste a loi jabo heituwe kolu

  • @ajoybarua4288
    @ajoybarua4288 Місяць тому

    বহুত ভাল সিদ্ধান্ত 🙏🏻 আদৰণি জনাব লাগে, দুখীয়া-অতিপিছপৰা অগ্রাধিকাৰ দিব লাগে।

  • @arabindabaro2350
    @arabindabaro2350 2 місяці тому +6

    নকল ST/SC, OBC certificate, EWS certificate লৈ আৰু ধনৰ বলত চাকৰি লোৱা বোৰৰ বাবে মান সন্মানৰ কথা আহি নপৰে। আত্ম সন্মান আৰু সততা অকল সৰু জাতিৰ বাবেহে।

  • @BH19555
    @BH19555 2 місяці тому +16

    Instead of reservation right to education should be introduced. Like national food security act a national education security act should be introduced.

  • @bhaskarsharma2300
    @bhaskarsharma2300 2 місяці тому +27

    সুন্দৰ বিচাৰ।

    • @mukulbaruah1833
      @mukulbaruah1833 2 місяці тому +1

      Bhaskr sarma jetia kebol 3% monubadi, bamunbadi, jatibadi jehadir khilonjian Usswatam ntayalay t bisar khampanna habo tetia tahote kebol sweepwer,Dhubi,Napit, Muchi, Tyre pomcer dukan, mass bepari, mangkha dukan aibilak kariba pabi. Obc,St,Sc(Khilonjia samaj) a Nyapalika,Karyapalika, Bidhaini(Rool sason), khongbad madhyam, Industryr malik,Contact, Sikssa khakal u kebol Obc,St,Sc r hatot thakiba.

    • @Pgamers8698
      @Pgamers8698 2 місяці тому +4

      H​@@mukulbaruah1833 oi bokasuda ki boki aso ha mental tezpur ja toi maksudai

    • @mukulbaruah1833
      @mukulbaruah1833 2 місяці тому

      Bhashkar sarma toi Bamun ne Hindu pratham kheitu spsta kr. Jodi Hindu tenehole ata u jodi Hindu birudhi(Obc,St,Sc) birudhi coment kora tar parinam bikham habo.

    • @kumudbaruah2001
      @kumudbaruah2001 2 місяці тому

      ​@@mukulbaruah1833nonsense comment with endless negativity.

    • @suravi23
      @suravi23 2 місяці тому +1

      Akdom ri8 aibor st sc uthai dibo Lage

  • @NirmalChBaro
    @NirmalChBaro 2 місяці тому

    ধন্যবাদ ভাল আইন প্ৰণয়ন কৰিছে।

  • @akashsvideos1166
    @akashsvideos1166 2 місяці тому +43

    স্বাধীনতাৰ 75 বছৰ পিছতো সংৰক্ষণৰ ব্যবস্থা থকাটোৱেই অনুচিত

    • @trishnadas7500
      @trishnadas7500 2 місяці тому +2

      @@akashsvideos1166 then maa deutak kba jaat paat sai bia napatiboloi

    • @KKVlogsMedia
      @KKVlogsMedia 2 місяці тому +2

      ​​@@trishnadas7500indirectly government a manuhok jati ved van monot aniboloi udgoni jonaise reservation system r dyara . Sorkare law ulaik j sob xoman ajir pora ved vab rakhile ba jat Sai jodi bia cancel hoi aain mote sasti pabo tetia amio raji asu karon amar monot jati ved nai . Sorkarehe he udgoni jonai ase reservation system rakhi

    • @trishnadas7500
      @trishnadas7500 2 місяці тому

      @@KKVlogsMedia bia patote manuhe reservation nasai nhoi jat pat he sai ... So jetia ai jat pat gotro sai discrimination kora complete nil hobo tetia kba reservation aibilkr dorkar ni buli bcz reservation is not based on economic conditions its based on discrimination... Moi o Msc korisu middle class hoi but muk o caste r babe reject korise general caster manuhe bujila.. but muk reject koribo logia ako reason nasil blg

    • @ajaymech5797
      @ajaymech5797 2 місяці тому

      @@akashsvideos1166 jati bebosta thoka Tu ho le usit ne... Aami kalita, sarma, pathak higher caste... Pabitra manu 😅

    • @pratimasarma1737
      @pratimasarma1737 2 місяці тому +2

      ১০ বছৰৰ বাবে হে এই ব্যৱস্থা ৰখা হৈছিল, সেই য়াই যুগ যুগ ধৰি ৰাখিব বিচাৰে।

  • @ghanaborah6763
    @ghanaborah6763 2 місяці тому +1

    Goodldls

  • @ranasharma1259
    @ranasharma1259 2 місяці тому +27

    বহুত ভাল সিদ্ধান্ত দিছে মহামান্য আদালতে,, চেলুট জনাইছো

    • @MonjitSaikia-k9p
      @MonjitSaikia-k9p 2 місяці тому +1

      Assam st raijyo Kun hokolor babe nohol jonabosun? Haihokolor babe aagi Assam bidekhir soroniya pother ,

    • @bkp9774
      @bkp9774 2 місяці тому

      বেয়া পৰিস্থিতি হব কিন্তু।

    • @SukanyaBoro-l3g
      @SukanyaBoro-l3g 2 місяці тому +1

      Gahori khowa ne nai tomi sarmah😅😅😅😅😅

    • @NortheastExpress2
      @NortheastExpress2 2 місяці тому

      Etiya gahori mangso khuwa buroku ghin kora baad dibo lagibo. Ajir pora bamun suwali line mara start kori dim karon aami sob ekei etiya 😂😂😂😂

    • @bkp9774
      @bkp9774 2 місяці тому

      @@NortheastExpress2 আৰে ভাই, বামুনৰ ছোৱালীক লাইন মাৰি লাভ নাই, সিহঁতে মিয়া বোৰক হে সুবিধা দিয়ে, তোৰ দৰে চেপেটা নাকৰ মানুহক, নহব ।

  • @lorishsambharalibharali5770
    @lorishsambharalibharali5770 2 місяці тому +17

    Eku nai OBC , SC, ST mili ami sorkar change kori dim tension nai😊

  • @VishnuRavii-vt7ql
    @VishnuRavii-vt7ql 2 місяці тому +52

    বহুত ভাল হৈছে । মোৰ মতে ST/SC এইবোৰ উঠাই দিব লাগে । ST আৰু SC এটা বিকলাংগ প্ৰথা ।

    • @Laskar_king
      @Laskar_king 2 місяці тому +9

      Hmm. General walo ko job, admission milne mein kitna dikkat hota sirf general walo ko pta hai

    • @jitulgogoi8493
      @jitulgogoi8493 2 місяці тому +3

      Right

    • @jogeshkachari880
      @jogeshkachari880 2 місяці тому +3

      Don't worry STs, it will make you competitive.

    • @Samiran93
      @Samiran93 2 місяці тому +10

      Okl sc st he lgi ase je obc to o kobo lge

    • @PRIYNOJEDITZ
      @PRIYNOJEDITZ 2 місяці тому

      🤣

  • @paragthakuria1995
    @paragthakuria1995 2 місяці тому +12

    Reservation policy ৰ কোনো দৰকাৰ নাই। সকলোবোৰ General (UR) category হোৱা উচিত। Always stand for general (UR) category. Support for General (UR) category ###############

    • @ajaymech5797
      @ajaymech5797 2 місяці тому

      @@paragthakuria1995 hoi diyok... Biya babe suwali ase jdi khbr dibo.. Schedule tribe hoi.. Jodihe laj napai

  • @rinakalita927
    @rinakalita927 2 місяці тому +3

    সংৰক্ষণ বহুত হ’ল ৷ উচ্চতম ন্যায়ালয়ক ধন্যবাদ ৷ অৰ্থনৈতিক ভাৱে দুৰ্বলসকল সুবিধা পাব লাগে

  • @kukheswargogoi9117
    @kukheswargogoi9117 2 місяці тому +1

    জাতিৰ সংখ্যা অনুযায়ী সংৰক্ষণ হ'ব লাগে ।

  • @imthareingti-eo4ic
    @imthareingti-eo4ic 2 місяці тому +28

    ST long live

    • @air33-ias53
      @air33-ias53 2 місяці тому +3

      Atia long live koi labh nai 😂😂😂

    • @nishthasteptowardslight7521
      @nishthasteptowardslight7521 2 місяці тому +1

      Ghonta

    • @missionmedico1155
      @missionmedico1155 2 місяці тому +2

      @@air33-ias53 Kiyo lav nai.
      Just subcategory he create kribo koise. Mathat mal nai neki?

    • @jitupegu8209
      @jitupegu8209 2 місяці тому

      Sudirvai​@@air33-ias53

    • @ffpgl5382
      @ffpgl5382 2 місяці тому +1

      ​@@air33-ias53ghrr goi katim laura

  • @dharanidharbasumatary506
    @dharanidharbasumatary506 2 місяці тому +1

    যেতিয়া লৈকে Parliamentত bill পাছ নকৰে তেতিয়ালৈকে courtৰ order implement নহয়!

  • @prachujyasonowal9216
    @prachujyasonowal9216 2 місяці тому +19

    St sc buli nu post katanu dea hoi sorkare ....aji kali ..obc ..t koiu st sc r cut off besi thake General t koi mathu 1 , 2 no kom thake tate post thake ObC r 50 ta thakile st sc r 5 ta 6 ta thake ...tate imn soku ooo ... CASTE SYSTEM EI Uthai dbo lage Sob general hbo lage

    • @ajourneyofathousandmilesak3233
      @ajourneyofathousandmilesak3233 2 місяці тому +5

      Hoi nki kot dekhili toi.. Moha pandit

    • @bjoy304
      @bjoy304 2 місяці тому

      ​@@ajourneyofathousandmilesak3233😂

    • @chandrika.rajbongshi
      @chandrika.rajbongshi 2 місяці тому +3

      Oh bhai...tumi reservation ki bostu buji nopoa neki? 7% reservation mane only ST khinir babe xeikeita seat reserve thake... blg caste r kuneo xeikeita seat lobo nuare...and unreserved seat t o reservation thokakhini a seat lobo pare...so,ki boki asa...5ta seat tako soku 😂😂😂... reservation r meaning tu buji loa komse kom....aru kot SC/ST e generalotkoi 1,2 marks kom paise o....OBC r khetrot he suun anekua... example:NEET t ST(hills)r ata student a 350+ marks pai a MBBS seat pai aru general a 600 pai o kandi thake😂😂😂...moi o OBC hoi but moi reservation uthi joatu bisaru

    • @NEXIUSGAMING661
      @NEXIUSGAMING661 2 місяці тому

      Tetia gom paba general ki

  • @crazygirl8574
    @crazygirl8574 2 місяці тому +12

    Good discussion

  • @aslamhussain891
    @aslamhussain891 2 місяці тому +9

    Very good done.... Congratulations 🎉

  • @babulrava9706
    @babulrava9706 2 місяці тому +45

    অতি সুন্দৰ পদক্ষেপ

  • @abinathhazarika5636
    @abinathhazarika5636 2 місяці тому +8

    St ,sc, obc, general r bhag botora korat koi eligible canditae r karone sob xoman koribo lage. Plain area aru hikl area hisape rakhibo lage

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому +1

      oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা and amak je কিছুমান লোকে mentally torture কৰা হৈ সেইবোৰ কোনে কব

  • @dilipmandal9523
    @dilipmandal9523 2 місяці тому +1

    st sc মানুহক generalমানুহে পাত্তাই নিদিব ।sc st মানুহ আৰু পিছুয়াই যিভ ।

  • @dhritirekhadas2757
    @dhritirekhadas2757 2 місяці тому +41

    উচ্চতম ন্যায়ালযে সঠিক ৰায়দান কৰিছে ৷ তিনিটা চাৰিটা পুৰুষ ধৰি ST , SC ৰ সুবিধা দিয়াটো এটা বৈষম্যমূলক কথা ৷ আৰ্থিকভাৱে আৰু ভৌগলিক ভাৱে পিছপৰা সকলৰ ক্ষেত্ৰত যিটো ন্যায়সংগত সেইটো সুবিধা দিয়া উচিত ৷ creamy layer ব্যৱস্থা ST , SC সকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হোৱা উচিত ৷

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому +3

      oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা

    • @AIMysticTales
      @AIMysticTales 2 місяці тому

      EWS uthai dibo lage karon FAKE ews ulua moi janu

    • @Pain237_
      @Pain237_ 2 місяці тому +6

      কোনে জোকালে অ ভাই তোক?​স্কুল কলেজ ত নে?তহঁতি সংৰক্ষণ পা।পাব নালাগে কোৱা নাই।কিন্তু তহঁতৰে মাজত যিখিনি আৰ্থিক অৱস্থা একদমেই বেয়া সেইখিনি যদি পাই।ভালহে পাব লাগে তহঁতৰ আৰ্থিকভাৱে পিছপৰা মানুহখিনি উঠিব। আজি Bolero, Fortuner, iPhone থকাখিনিয়েই যদি সংৰক্ষণ পায়েই থাকে লাভ কি? ফলটো সেই মানুহখিনি কাৰণেহে।কিন্তু ধনীকেইটাই খাই থাকে@@Assamkaladka-01

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому

      @@Pain237_ yes bro and মই সকলোকে কোৱা নাই কোৱা বুলি যি সকলে কৈছে সেই সকলক হে কৈছো যোনে caste system to withdraw কৰাৰ কথা কৈছে and I'm talking about perticular people and people torture anywhere

    • @r.aclasses7694
      @r.aclasses7694 2 місяці тому +1

      ​@@Assamkaladka-01sc / st uthai dia e val. Nohole ami sakori e napam

  • @madhavdeka5926
    @madhavdeka5926 2 місяці тому +1

    এটা জনগোষ্ঠীয়ে যুগ যুগ ধৰি এছ টি, এচিৰ সুবিধা প্ৰদান কৰি থকা টো গ্ৰহণযোগ্য বুলি মানি ল'ব নোৱাৰি।

  • @Happygirl94-v6y
    @Happygirl94-v6y 2 місяці тому +20

    Moi nije ST hoi, but moi caste system abolish hua 2 bisaru karon, ami ST hokole jodi general categorit2 pass koru amak ultimately ' Oh, toi ST hoi quotat e sakori2 paiso ba seat paiso buli koi ' , so ultimately ami eke agor dore discrimination face koru. Moi aibur face korisu karone sob atiya unreserved categorit e apply koru aru unreserved't pass o kori ahisu. (P.S- personal point of view)

    • @pritom21
      @pritom21 2 місяці тому +3

      Right..

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому +1

      ​@@pritom21oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা

    • @pritom21
      @pritom21 2 місяці тому +1

      @@Assamkaladka-01 oi moi Thengal Kachari hoii. ST

    • @King12c
      @King12c 2 місяці тому +1

      Gahori khwa jaat , danav okhur buli kole val pai no

    • @crystal-lq4eo
      @crystal-lq4eo 2 місяці тому

      Oh really? Accept nkre hihhte .karon hihhte njk ussho jat buli domvali fure kintu hubidha lble suror nsna nkli certificate ulabo aru jtya successful nhoi joli Puri gali dbo lgle general categoryr a cut off loi pass nkra kio .kintu ktha hunaboi gtike ek hboi nlge .hihhte njr majote kamura kamuri lge aru tribals 😂😂nkou aru

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +1

    Best video.

  • @RupamSenapati14
    @RupamSenapati14 2 місяці тому +55

    উচ্চ-নিচ জাতি ভেদা-ভেদ এইবোৰ আগতে আঁতৰাব লাগে তেতিয়া caste এনে আঁতৰি যাব

    • @mkr123
      @mkr123 2 місяці тому +1

      Hoi xokolu manuhor upadhi atai hobo lage saikia nhole bora jikunu atai hb lage

    • @chandra5578
      @chandra5578 2 місяці тому

      😂😂​@@mkr123

    • @Defencelover-1176
      @Defencelover-1176 2 місяці тому +3

      খৰো শ্ৰেণীৰ মানুহ বুলি হাহে যে সেইটো

    • @priyamT1992
      @priyamT1992 2 місяці тому +3

      ​@@mkr123 saikia borah nhoi mahanta ba sharma hbo lage.. kene

    • @priyamT1992
      @priyamT1992 2 місяці тому +7

      Ji hokol caste a st sc k horu nimno khapor caste buli obohela korisile hei hokole atya st scr suwa selekibo loise kiman gaurvor kotha st sc r babe

  • @KSC9353
    @KSC9353 2 місяці тому +10

    Borhiya khub bhal khbor

  • @Prasenjit-LeoDas5055
    @Prasenjit-LeoDas5055 2 місяці тому +13

    SC & ST ৰ সুবিধাবোৰ থাকোতেও দুৰ্নীতিৰ বাবে প্ৰাপ্য সকলে বঞ্চিত হৈ আহিছে। এতিয়া আকৌ আৰু দুৰ্নীতি হ'ব। OBC ত creamy layer ৰ নামত, General ৰ EWS ত বহুতে ভূৱা চাৰ্টিফিকেট উলিয়াই সুবিধা লৈ আছে । এইবোৰ কিয় ঠিক নকৰে। SC ৰ ১৫%, ST ৰ মাত্ৰ ৭.৫% কিন্তু জনসাধাৰণে এনেকোৱা দেখুৱাই যে অকল ইহতেই সকলো সুবিধা লৈ আছে। আনফালে পিছপৰা শ্ৰেণী বুলি তিৰষ্কাৰ কৰাত পিছত নাথাকে। Govt. এ চাকৰি দিব‌ নোৱাৰে আনফালে, ওপৰত উল্লেখ কৰা দুৰ্নীতিবোৰ ঠিক নকৰে।
    আন উদাহৰণ :Ex-service person এ EWS ৰ চাৰ্টিফিকেট লৈ যে চাকৰি লৈ আছে সেইবোৰ কিয় ঠিক নকৰে।

    • @sabiuls31bro71
      @sabiuls31bro71 2 місяці тому +2

      Kio tumalukor free free job lage neki generl or kunubai 75% pai job napai aku sc,st r 55 pai job pai reservation system uthai dele tumar t kunu xubida nohoi

    • @Prasenjit-LeoDas5055
      @Prasenjit-LeoDas5055 2 місяці тому

      @@sabiuls31bro71 free.....kuntu logikot kotha koise

    • @Prasenjit-LeoDas5055
      @Prasenjit-LeoDas5055 2 місяці тому

      @@sabiuls31bro71 Aru tumaluke jodi SC,ST e free te soli ase buli vaba pise tumaluke job lua pisotu tene lukor val kaam ketiao nokora.Already mind t set kori loisa j ihot bur jugya nohoi lagile tar major pora val deserving candidate,hardwork kora nulai kio. Amar yar ZPC joniye moi matric t val result korute ZPC fund r pora 400/- rupees d koisil tur bapere tuk podhabo paribo janu. Athoso 5000-10000Rs r minimum fund eta asil bakikhini toka tai khai thole. But apunar dore mentality thoka manuhor karone ami hubidha napao.Tar pasot ako Bangladeshi hundu burok nijor bonai yat saran diye.

  • @Bitupan228
    @Bitupan228 2 місяці тому +10

    ST long live, amak lagiboi reservation & relaxation ✊

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 2 місяці тому

      Nijor uport bissakh nai nkn..mori nja kyo

    • @Assamese932
      @Assamese932 2 місяці тому

      Moi tuk stmrni buli kom mak sudai.. Dom ase jdi competition kor st certificate loi kla hibidha nhoi

  • @biman.CISF.lover.sonowal3617
    @biman.CISF.lover.sonowal3617 2 місяці тому +9

    আগতে যেনেকৈ আছে তেনেকৈ থাকিব লাগে

    • @b17212
      @b17212 2 місяці тому +2

      Apuni st, sc cast r hoi sage..hei karone aneke koise

    • @PRIYNOJEDITZ
      @PRIYNOJEDITZ 2 місяці тому +2

      Yes 🙃

    • @Pharmacist_for_vilagers
      @Pharmacist_for_vilagers 2 місяці тому +2

      ​@@b17212aru apuni general hoi sagey kheibabey vukiii ase

    • @b17212
      @b17212 2 місяці тому +3

      @@Pharmacist_for_vilagers obc..beyake kbole mn nasile koisu tothapiu.. reply 2 dekhi..apunalukor general,obc r lgt homane bohible juigota ny..ami kua ny system a niom bonaise..uporor jati,tolor jati..biya hokamot logot bohi nakhau uthi dim

    • @MonjitSaikia-k9p
      @MonjitSaikia-k9p 2 місяці тому

      Hoi too

  • @nabajyotisarmah9027
    @nabajyotisarmah9027 2 місяці тому +6

    If it is really implement then India will definitely super power ...,I request Government to follow the verdict.

    • @mukulbaruah1833
      @mukulbaruah1833 2 місяці тому +1

      Navajyoti sarma tum pehle ye tai karo tum Brahmon ya Hindu. Agar tum Hindu hw tw ek bhi Hindu virudhi(Obc,St,Sc virudhi coment mot karo, worna bahot bura haal hoga.

    • @hkb964
      @hkb964 2 місяці тому

      First uderstand the verdict.Reservion will continue,only a percentage of reservation will be given to more backward sc,st.

  • @MajidulIslam-u7y
    @MajidulIslam-u7y 2 місяці тому +10

    General বিলাকে 80%পায় ও চাকৰি নাপায় আৰু ইফালে মাত্ৰ 50বা55%পায় চাকৰি কৰে sc st obc বিলাকে

    • @angana3955
      @angana3955 2 місяці тому

      Don't say about Obc as obc and general has not much difference. If General need 80% obc need 75-78 % You should not compare Obc with Sc/St.

  • @guliathasda8786
    @guliathasda8786 2 місяці тому +2

    পোনপ্ৰথমে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক আদৰণিৰ জনাইছো। ST, SC ৰ মাজত শ্ৰেণী বিভাজন হব লাগিব। অসমৰ ক্ষেত্ৰত ST ৰ মাজত শ্ৰেণী বিভাজন অতি দৰকাৰ আছে। কিয়নো ৭০ বছৰ ধৰি সংৰক্ষণত থকা সত্বেও কিছুমান জনগোষ্ঠী একেবাৰেই পিছ পৰি আছে আৰু কিছুমানে জনগোষ্ঠীয়ে সকোলো ক্ষেত্ৰতে বহুতো আগবাঢ়িছে। পিছ পৰি থকা জনগোষ্ঠী সকোলক সামাজিক ব্যৱস্থাত উন্নত আৰু মূল সুতিত আনিবলৈ চৰকাৰ আৰু উচ্চ ন্যায়ালয়ক দায়িত্ব আছে। উক্ত ৰায়দানৰ বাবে গভীৰ অন্ত কোণৰ পৰা উচ্চ ন্যায়ালয়ক ধন্যবাদ দিছোঁ।ST ত Creme layar হব লাগে আৰু উন্নত জাতি বিলাকক জনজাতি মৰ্যদাৰ পৰা কৰ্তন কৰিব লাগে। আৰু পিছ পৰা জনগোষ্ঠী বিলাকক অন্তৰ্ভূক্ত কৰিব লাগে।

  • @KNBasu
    @KNBasu 2 місяці тому +16

    Reservation for SC and ST is not poverty alleviation measure. It's a measure to protect the backward communities from exploitation by dominant higher castes and for better representation. It's irony that despite reservation till now all important positions are held by higher castes. There is still and will always be discrimination on the tribals for being tribals.

    • @MrWankde
      @MrWankde 2 місяці тому +3

      In a family starting with Grand father to grandchild all using the same SC certificate and availing reservation in UPSC exam, getting selected despite having low score, enjoying 5 years age extension, number of attempts, and fee exemption, earning a very decent 6 digit salary and living a fantastic life... And the irony is that still they cry for caste discrimination 😂😂😂😂😂😂😂😂..

    • @hridaykalita2959
      @hridaykalita2959 2 місяці тому

      ​@@MrWankdecorrect bro they don't want to compete with general cuz they know. They will fail.... Reservation must be in basis of income

    • @Neetasp240
      @Neetasp240 2 місяці тому +2

      Really, it's an irony that despite of reservation you are lagging behind. NEET mai gen ko 600 main seat nahi mil raha and sc St ko 450 main mil jayega, 450 marks uthane k liye thoda padhne se hi hota hai, tab bhi agar you are lagging behind that's not the lookout for general candidates. It's your FAILURE.

  • @swastikaborborah2521
    @swastikaborborah2521 2 місяці тому +2

    সুন্দৰ পদক্ষেপ ...👍💯

  • @JoyHonumanji123
    @JoyHonumanji123 2 місяці тому +18

    সুন্দৰ পদক্ষেপ

  • @dineshgoyari9545
    @dineshgoyari9545 2 місяці тому

    Outstanding explanation 👍🌟🌟🌟🌟🌟

  • @nkvlog8919
    @nkvlog8919 2 місяці тому +47

    General cust বিলাক মৰি জোৱাই ভাল

    • @Ishubaa
      @Ishubaa 2 місяці тому +1

      😂

    • @lifeofpritam6436
      @lifeofpritam6436 2 місяці тому +6

      Cast r spelling njona xokole ST holeu ekudal kribo nware 😅😅😅😅😅

    • @aneswaripawe440
      @aneswaripawe440 2 місяці тому

      Mori jaa

    • @JakariaAhmed-oy2kr
      @JakariaAhmed-oy2kr 2 місяці тому

      Andolon krbo lge catagory sob uthyai dibo lge,nohole reservation % komai dyaa ,

    • @Vahhajjk
      @Vahhajjk 2 місяці тому +3

      @@nkvlog8919 caste word tu lkhb njna jne 90% reservation dleo life t aku ghotitu krb nuare🤣

  • @dilumonibaruah1741
    @dilumonibaruah1741 2 місяці тому +5

    ঠিকেই সকলোৰে কাৰনে সমান সুবিধা পাব লাগে।

  • @dusmantasaharia9883
    @dusmantasaharia9883 Місяць тому

    এতিয়া তেওঁলোক বহুত আগুৱাই গ"ল। এইবিলাকে ছাত্ৰ ছাত্রীৰ মন ভাঙি দিয়ে।

  • @777-j2q
    @777-j2q 2 місяці тому +7

    ST, SC reservation tu Economic survey uport hbo lage..Arthat jodihe teu economically low and ST Sc belongs kore dn xubidha pabo lage..Nhole ST,Sc r xujug pai xakalu xubidha ekanxo dhani xreniye upavug koribo pai..

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому

      oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা

  • @rumivlogs2373
    @rumivlogs2373 2 місяці тому

    খুব ভাল পদক্ষেপ।

  • @mubashirahmed4600
    @mubashirahmed4600 2 місяці тому +3

    ST.. father IAS.. MOTHER IAS, 2 SISTERS IAS 😂😂😂 malai khao 😂😂

  • @priyachakraborty3125
    @priyachakraborty3125 2 місяці тому +2

    Sc,st,OBC,General buli differentiate nokori soboke nijor talent aru education or uporotei chakori dibo lage.

  • @dhanjitkalita9791
    @dhanjitkalita9791 2 місяці тому +10

    Good step

    • @priyamT1992
      @priyamT1992 2 місяці тому +1

      Khela hobe atya... Valei hbo diya aneu st r post bohut kom hoi so obc general post t besi vacancy pam... Competition hbo.. jiye nokorok voi nokoru.. asli mard ji kunu situation handle kore.. tribals always tiger ban k rahega

  • @hiragoswami4636
    @hiragoswami4636 Місяць тому

    Yes thanking

  • @bijoylaxmikakaty
    @bijoylaxmikakaty 2 місяці тому +4

    আজিৰ যুগত জাতিৰ ভিত্তিত অস্পৃশ্যতা আৰু অন্যায় নহয় ধন সম্পত্তিৰ ভিত্তিত হে হয়। যাৰ হাতত ধন আছে তেওঁৰ এ শক্তি আৰু সন্মান আছে।।

    • @ajaymech5797
      @ajaymech5797 2 місяці тому

      @@bijoylaxmikakaty hoi ne.. Apuni kot ase o... Bad diyok apuni family kunuba suwali thakile kobo.. Single o hoi ase.. Higher caste ajoni pale... Hamu olop hbo kakati biya korale koi.. 😂

  • @rony5584
    @rony5584 2 місяці тому +1

    সুন্দৰ পদক্ষেপ।🎉 নহলে আমাৰ general/obc বিলাক পিছ পৰি গৈছে ।

  • @dharanipam2854
    @dharanipam2854 2 місяці тому +27

    এই সিদ্ধান্ত দিয়া সাত জন বিচাৰকৰ ভিতৰত কেইজন SC,ST সম্প্ৰদায়ৰ হয় তাকো জানিব পাৰিলে ভাল। সেই বিচাৰপীঠত SC,ST সম্প্ৰদায়ৰ প্ৰতিনিধি বিচাৰক থকাটো বাঞ্চনীয় বুলি ভাবোঁ।

  • @MiraKalita-cz9gn
    @MiraKalita-cz9gn 2 місяці тому +1

    Very good

  • @JakariaAhmed-oy2kr
    @JakariaAhmed-oy2kr 2 місяці тому +3

    Very gd discussion and thnk u SC ,final aito krbo lge ST/sc jodi father and mother government job pai ttia hole ter family SC or ST catagory uthyai dibo lgee

  • @nabakalita7252
    @nabakalita7252 2 місяці тому +1

    হয়

  • @anupkrdas6798
    @anupkrdas6798 2 місяці тому +6

    SC আৰু ST কোটা উঠাই নিদিলে সাধাৰন শ্ৰেণীৰ লোকৰ অবস্থা একেবাৰে শোচনীয় । এচ চি আৰু এচ টি মানুহৰ ঘৰে ঘৰে চাকৰী । তাতকৈ বিপদজনক কথাটো হৈছে স্বাস্থ্য বিভাগত সাধাৰন শ্ৰেণীৰ বাবে যদি ৯৫ % লাগে তেন্তে SC আৰু ST ৰ বাবে 55 - 60 % পালেই Medical পাই । ভাবক ৯৫% পোৱাটোৱে ভালকৈ বেমাৰ ধৰিব পাৰিব নে 55-60% পোৱাটোৱে পাব । ব্ৰেনৰ catching capacity বোলা এটা কথা আছেই নহয় । এনে ক্ষেত্ৰত ৰোগীৰ জীয়াই থাকিব নে মৰি যোৱাৰ আকাংক্ষাই অধিক ।

    • @Monelasink
      @Monelasink 2 місяці тому

      Tur bapere koisil 50-60 t st. Sc ye sit pai buli

  • @rajashreechoudhury7155
    @rajashreechoudhury7155 2 місяці тому

    Excellent judgment ❤

  • @pgoswami5378
    @pgoswami5378 2 місяці тому +7

    অবিচি ৰ মাজতো কেইবাটাও জাতি/ উপজাতি সোমাই আছে।
    এই ক্ষেত্ৰত এচটি আৰু এচচি ৰ
    দৰে একে নিয়ম খাটিব নে?ভাল বিচাৰ হৈছে। তেলিৰ মূৰত তেল বুলি কথাষাৰৰ কিছু পৰিৱৰ্তন হব
    পাৰিব।

    • @mukulbaruah1833
      @mukulbaruah1833 2 місяці тому

      P Goswami tahot 3% monubadi, bamunbadi, jatibadi jehadi khilonjiar babe British bidekhitkoi Lakh goon a maratmak khingkhatmak bidekhi. Samay bor bisthur, sudhari ja. 90% r babe 3% chatni u nahobi. Mondirat 100% resurvesion kune loi thoise. Collegium sysytem kari kebol 300 Bamun parialrpora he judge hoi khakalu khilonjiar biruddhe ji rai di asey, aitu adin khandodaholoi rupantr habo.

    • @mukulbaruah1833
      @mukulbaruah1833 2 місяці тому

      P Goswami toi Bamun ne Hindu kgeitu spsta kr. Jodi Hindu tente atau Hindur birddhe coment karibi tar parinam bikhom habo. maksudu Obc,St,Sc kebol vote diboloihe Hindu niki?

    • @chandrika.rajbongshi
      @chandrika.rajbongshi 2 місяці тому

      OBC r babe last 5 years r pora NCL certificate compulsory hoise,najana neki bamun bhokot 😂

  • @urmiladas8322
    @urmiladas8322 2 місяці тому +1

    The concession of Sc.and St should continue as before

  • @mkr123
    @mkr123 2 місяці тому +8

    Jikunu sakorit amar sc r pod bohut komai die 7%,5% thake kintu blg cast r bohut thake amarpod bur bohai dibo lage

  • @tuhinahmed6483
    @tuhinahmed6483 Місяць тому

    Moja 👌🏻👍🏻

  • @NirmolRay1996
    @NirmolRay1996 2 місяці тому +16

    সকলো এক হব লাগে।।।সংখ্যাগুৰু আৰু সংখ্যালঘুহে থাকিব লাগে।।।বাকী একাকাৰ কৰিব লাগে।।।

    • @Assamkaladka-01
      @Assamkaladka-01 2 місяці тому +1

      oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা

  • @jungleftness
    @jungleftness 19 днів тому

    এই মজা 👌👌👌

  • @bikashbaishya-bl5fr
    @bikashbaishya-bl5fr 2 місяці тому +8

    100℅ right..... Bahut bhal lagise xuni palai ❤❤❤❤❤❤......

  • @vinaydaimari3571
    @vinaydaimari3571 2 місяці тому

    Bykhyar karone dhoynobad !

  • @mukutbora6706
    @mukutbora6706 2 місяці тому

    Verry good. Done

  • @gunamonibordoloi5613
    @gunamonibordoloi5613 2 місяці тому +3

    নানত হে সংৰক্ষণ আছিল কামত নাই যিকোনো এটা খালি পদত ৬, ৭,১২, এনেকৈ সংৰক্ষণ থাকে এটিয়া ভাল হৱ।

  • @probinkumarbora2740
    @probinkumarbora2740 2 місяці тому

    বহুত দিনৰ এটা চিন্তাৰ উত্তৰ পালো

  • @BODOiq747
    @BODOiq747 2 місяці тому +3

    Only Assamese people are against to ST & SC reservation in India....They don't know Reservation is that Equality but they think opposite to it...

  • @prabirkumarsrutikar6297
    @prabirkumarsrutikar6297 2 місяці тому

    Very nice.. Thanks

  • @pkbora345
    @pkbora345 2 місяці тому +2

    Indian public are equal in all side. Equality is our foundamental right according to constitution. One India one Tax etc. Then why the reservation for some caste of India?

  • @bjpatowary2780
    @bjpatowary2780 2 місяці тому +4

    Very good👍

  • @PriyoPratimDas
    @PriyoPratimDas 2 місяці тому

    Sir, mohan raidan. Iyak oti xonkale implement koribo Lage. Dhannyabab.

  • @artworld6596
    @artworld6596 2 місяці тому +2

    Subclassification a equal nokore besi tolot he pelabo aru tolor caste r manuh burok

  • @Dipa-z9x
    @Dipa-z9x 2 місяці тому +8

    Good
    SC/ ST. News update Kora baby

  • @dipjyoti5216
    @dipjyoti5216 2 місяці тому +2

    Welcome the verdict of honourable supreme court decision

  • @nasir123mandal
    @nasir123mandal 2 місяці тому +9

    মেধাৰ পৰিচয় দিয়ক। Reservation এ দেশখনৰ মানুহক পঙ্গু কৰিছে।sc,st ৰ মানুহ বোৰ লাখ পতি কেতিয়াই হল।

    • @bkp9774
      @bkp9774 2 місяці тому

      @@nasir123mandal বাপেৰৰ মূৰটো কেলা মণ্ডলৰ জাত, ঘোষ খোৰ মণ্ডল, তই যে ঘোষ খাই কোটি পতি হলি সেইটো নকও

    • @sashidhar555
      @sashidhar555 2 місяці тому

      Kr pra ai data tu pali 😂

    • @bkp9774
      @bkp9774 2 місяці тому

      @@nasir123mandal 1977 ত মেট্ৰিকত 1st division লৈ চু, তেতিয়া PU ত 2nd division লৈ BA 2nd class পাইছিলো , 2nd division পোৱা লগৰ প্ৰদীপ মহন্ত ডাক্তৰ হল , বহুত কষ্ট কৰি মহন্ত চৰকাৰৰ দিনত LP স্কুলৰ মাষ্টৰ এটা হলো, আমাৰ গাঁওৰ 120 ঘৰ মানুহৰ 18 জন গ্ৰেজুৱেট আছিল, কোনেও পিয়নৰ চাকৰি এটাও নেপালে। কাৰণ আমাৰ গাঁওৰ মানু্হ বোৰ ট্ৰাইবেল। এইবোৰ পলিটিকেল extortion হয় নে নহয়।

  • @herokbora3916
    @herokbora3916 2 місяці тому +2

    ST আৰু SC ৰ নামত সুবিধা লৈ আছিল ।
    ST SC মানেই দুখীয়া নহয় ।

  • @IRakeshVlogs
    @IRakeshVlogs 2 місяці тому +10

    ST t jiman post thake ST under t aai competition hoi so balg caste r kita tika kio fate

    • @PRIYNOJEDITZ
      @PRIYNOJEDITZ 2 місяці тому +1

      Thik koisa bhai police running korib gole st st vitorote competition korai karone jane je belege bole nuware buli

    • @AmritjyotiRajbongshi
      @AmritjyotiRajbongshi 2 місяці тому

      Free te je sob pau amar horu horu kiba eta purabole u 100.150lage । Hetu ki amar ghrt hunor chamus ase neh ki

    • @ajourneyofathousandmilesak3233
      @ajourneyofathousandmilesak3233 2 місяці тому

      Kiman aru ST/SC kori advantage loi thakibi.. Tumar jodi capacity ase eneo job ba jikunu khetrot success hobai..

    • @IRakeshVlogs
      @IRakeshVlogs 2 місяці тому

      @@ajourneyofathousandmilesak3233 te tumi loi thaka tumar jegat amar jegat amar ST t aai competition besi nijor majot aai nije, agot bahir r manhu k dhor

    • @ajourneyofathousandmilesak3233
      @ajourneyofathousandmilesak3233 2 місяці тому

      @@IRakeshVlogs hei aakha batde aru reservations r xubida bohut khini pai aahisa kintu aahibo logiya dinot napao aru..Nijor majot competition kori bohut khini xubida loli, etiyao lahe lahe sob uthi jabo..

  • @gitarthahandique1325
    @gitarthahandique1325 2 місяці тому

    Mozaaa

  • @ansumannarzary1233
    @ansumannarzary1233 2 місяці тому +32

    Eku laabh naai SC and ST must be kept only 8% population taatu soku

    • @ajaymech5797
      @ajaymech5797 2 місяці тому +4

      Bhai sinta nokoribi kune implementation koribo amar jagat ahile pitim..

    • @pjdasivlogs7376
      @pjdasivlogs7376 2 місяці тому +6

      Oi ball kela tohotor chakorir babe extra 5 bosor pay aru ami OBC bilak 3 bosor

    • @ansumannarzary1233
      @ansumannarzary1233 2 місяці тому +3

      @@pjdasivlogs7376 eku naai 3 years dse tu baall kla

    • @raankterang6906
      @raankterang6906 2 місяці тому

      Etiyar pora handicap bilakok police t douri fibo lage

    • @dineshdaimary6126
      @dineshdaimary6126 2 місяці тому +4

      Sc st khoru jati buli tushow tasilow kore 😢😢 aro etiya 8% Rejavation t o soku kore😢😢 aitu ketiyaw mani nolow

  • @akankumarsarma9350
    @akankumarsarma9350 2 місяці тому

    Very fine