Viral At Sixty ll

Поділитися
Вставка
  • Опубліковано 13 жов 2024
  • Viral At Sixty deals with the complexities between a father and a son.
    Viral Sixty also gives a shout out to the Upcoming Assamese Film, "Made In Nalbari" which is going to be released on 2nd Of December.
    Bahi app link
    Baahi app link - baahi.xomoy.co...
    Baahi web link - baahi.xomoy.com
    Tukura Tukur song full audio link
    • Tukura Tukur Official ...
    Screenplay, Dialogues- Bishnujyoti Handique, Bedabrat Borah
    DoP Bismita Borah
    Cast- Mintu Baruah, Bedabrat Borah, Sudarshan Nath, Himashree Saikia, Nihal Thakuria, Bedanta Bezbaruah, Rupjyoti Barua, Kritartha Kanta BArua, Akashi Barua, RJ Raag, RJ Parishmita, Dhritishna, Rahul Nath, Moon Talukdar, Debajit Talukdar
    Editing- Bishnujyoti Handique
    TUKURA TUKUR Song- Jagrat Bhuyan, Dubbing- Umesh Nath @ XOPUN,
    Background Score, Foley, Mixing and Vocal- Siddhant Sagar
    VFX- Rahul Borah
    Color Grading- Tanuj Nath
    Production- Sasanka Raj Nath
    Graphics and Poster Design- Bishnujyoti Handique

КОМЕНТАРІ • 2,6 тис.

  • @himangshudutta2522
    @himangshudutta2522 Рік тому +569

    ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায়, মৰমবোৰ কিমান গভীৰ ❤️

    • @risingsunabhijit5407
      @risingsunabhijit5407 Рік тому +10

      চুই গৈছে অন্তৰ

    • @sanjibsaikia1813
      @sanjibsaikia1813 Рік тому +4

      Xsai ontorot lagi goise ktha xar🥺❤❤

    • @diplinashorts
      @diplinashorts Рік тому +3

      Hosai hridoy sporxo kori goise prosondo vabe❤️

    • @souravray1864
      @souravray1864 Рік тому +2

      Heart touching.. Dialogue etu ❤️❤️❤️

    • @phnindrakaan
      @phnindrakaan Рік тому +1

      ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায়, মৰম বোৰ গভীৰ কিমান। 💞
      ছবিখনৰ ভাল লগা সংলাপ টো। সচাই বহুত ভাল লাগিল।

  • @adityadutta4153
    @adityadutta4153 Рік тому +94

    ব্যতিক্ৰমী Bedabrat দাদা, ব্যতিক্ৰমী Zeroth Drama... প্ৰেম প্ৰেয়সীৰ লগত চালো প্ৰেমৰ পাকঘৰত। প্ৰেম মাতৃৰ লগত চালো ঘৰমুৱাত। বাকী আছিল প্ৰেম পিতৃৰ লগত। বৰ্তমান সেইটো পালো আজি।
    ধন্যবাদ দাদা। অতি সুন্দৰ।❤️

  • @pranitakakati9658
    @pranitakakati9658 Рік тому +58

    "ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায় মৰমবোৰ কিমান গভীৰ" 
    বহুত বেছি ভাল লাগিল । ইমান কম সময়ৰ এটা কাহিনীয়ে পিতৃ মাতৃৰ অব্যক্ত ত্যাগবোৰ উপলব্ধি কৰালে অন্তৰস্পৰ্শী কৰি গ'ল । 
    সঁচাই পিতৃ মাতৃয়ে সন্তানৰ বাবে কিমান ত্যাগ কৰে , অথচ বহু সন্তানে নিজে থিয় হ'ব পাৰিলেই "তহঁতি আমালৈ কি কৰিলি " বুলি প্ৰশ্ন কৰে ! দিব লগা সন্মান নিদিয়ে । সেইবাবেই সন্তানে জনা উচিত পিতৃ মাতৃৰ ত্যাগবোৰ । 
    ❤️❤️

  • @madhusmitakalita2035
    @madhusmitakalita2035 Рік тому +37

    মা দেউতা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ🙏

  • @minakhidevi1331
    @minakhidevi1331 Рік тому +2

    সঁচাকৈ সন্তান বিলাকেও জানিব লাগে.... যে মাক দেউতাকে তেওঁলোকৰ বাবে কি কি ত্যাগ কৰিছে 🥺🥺 ❤️"ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায় মৰমবোৰ কিমান গভীৰ"❤️ খুব সুন্দৰ কাহিনী আগ বঢ়াইছে,🙏❤️🥺 শেষৰ খিনিত চকু পানী ওলায় গল...... অভিনয়ৰ কথাটো কব এ নালাগে 🔥🔥🔥🔥👌💕💞 বহুত বহুত ভাল লাগিছে 🤗

  • @debanjalgogoi
    @debanjalgogoi Рік тому +132

    বেদ দা তোমাৰ দৰেই হবলৈ মন যায় , তোমাৰ চিন্তা ধৰা , তোমাৰ দৃষ্টিভঙ্গীৰেই চাবলৈ মন যায় বস্তু বোৰ, কেনেকৈ ইমান আবেগ ঢালিব পাৰা এটি videot , সদায় আগুৱাই যোৱা ,তুমি বিশেষ ।।❤️

  • @utpalborgohain7765
    @utpalborgohain7765 Рік тому +12

    প্ৰতিটো কাহিনী ইমান অন্তৰ চুই যোৱা কেনেকৈ হয় মানে।।
    কেনেকৈ ইমান আৱেগ সানিব পাৰে বেদব্ৰতে, কেনেকৈ ৰং সানে আশা বোৰত।। কেনেকৈ প্ৰকাশ কৰে অনুভূতি বোৰক।।
    আগৰ বাৰ মা আৰুএইবাৰ দেউতা নামৰ আৱেগ খিনিক ৰঙীন কৰিলে।। প্ৰেম ভাল পোৱাৰ বাহিৰেও short film ত বেলেগ কাহিনী আহিব পাৰে, অন্তৰ চুব পাৰে দৰ্শকৰ, বেদব্ৰতে বাৰে বাৰে প্ৰমাণ কৰিছে।।
    আচলতে বেদব্ৰতে আৱেগ খিনিক অনুভৱ কৰিব পাৰে।।

  • @tiwaboy328
    @tiwaboy328 Рік тому +19

    Thank you Zerotho drama whole team সঁচাকৈ আপোনালোকে যে অনেকুৱা চিন্তা কৰিব পাৰি মই ভবাই নাছিলোঁ । মই মোক নিজকে ৫০ বছৰ পিছত দেখা যেন অনুভৱ হল মই অভিনয় কৰি ভাল পাওঁ কিন্তু ঘৰ খনৰ অৱস্থা বেয়া বাবে কৰিব এৰি দিয়া যেন হল । হয়টো এদিন ভাল দিন আহিলে ৫০ বছৰ পিছত হলেও অভিনয় কৰিম 🥰❤️

  • @ajoyhandique9872
    @ajoyhandique9872 Рік тому +11

    আৱেগিক। ম‌ই সদায়ে সেয়ে ভাল লগা মুহূৰ্তৰে মা-দেউতাক জীয়াই ৰখাৰ কথা আজীৱন বুকুত ৰাখোঁ।। ❤️❤️❤️

  • @chandamikadeka84
    @chandamikadeka84 Рік тому +2

    "মাক দেউতাকে ল'ৰা-ছোৱালীৰ কাৰণে কি কৰিছে, সেইখিনি ল'ৰা-ছোৱালীয়ে দেখক বা নেদেখক, কিন্তু মাক দেউতাকে ল'ৰা-ছোৱালীৰ কাৰণে কি এৰিছে সেইটো ল'ৰা-ছোৱালীবিলাকে জনাটো দৰকাৰ । ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায়, মৰম বোৰ কিমান গভীৰ"
    কথাখিনিয়ে মন চুই গৈছে❤️

  • @jitumoniboro9425
    @jitumoniboro9425 Рік тому +63

    "প্ৰেমৰ পাকঘৰ" "ঘৰমূৱা" ৰ পাছত আকৌ এবাৰ আপোনাৰ কথাবোৰে হৃদয় চুই গ'ল। সচাঁই আমিবোৰে কেতিয়াও মাক -দেউতাকৰ ত্যাগৰ মূল্য বুজিব নিবিচাৰো। Love From Tangla❤❤আগুৱাই জাৱক আৰু বহু দূৰলৈ আপোনি। ভালে ৰাখক নেদেখাজনে আপোন সদায়। ❤❤

  • @madhusmitarecreation2686
    @madhusmitarecreation2686 Рік тому +26

    চকুপানী ৰখাব নোৱাৰিলো 😭।।সচাকৈ ত্যাগ ৰ পৰিমাণ গম পালে হে বুজা যায় মৰমবোৰ কিমান গভীৰ ❤️❤️

  • @rbrinki1898
    @rbrinki1898 Рік тому +20

    সন্তানৰ জীৱনত যেনেকৈ মা-দেউতাৰ সমান কোনো হব নোৱাৰে;ঠিক তেনেকৈ মাক-বাপেকৰ জীৱনতো সন্তানৰ সমান কোনো নহয়।❣️💗💫

  • @Suvisumi
    @Suvisumi Рік тому

    খুউব সুন্দৰ🥰...

  • @debasishdutta425
    @debasishdutta425 Рік тому +5

    কন্দুৱাই দিলা বন্ধু । মাক দেউতাকৰ ত্যাগৰ মহিমা সচাকৈ লৰা ছোৱালীয়ে বুজা উচিত। best script till date ...♥️♥️

  • @nabajyotimedhi8765
    @nabajyotimedhi8765 Рік тому +17

    ২৭ মিনিট ৫৮ ছেকেণ্ড আৰু পিতা-পুত্ৰ উফ্,, ত্যাগৰ পৰিমাণ গ'ম পালেহে বুজা যায়, মৰমবোৰ কিমান গভীৰ ❤️

  • @ankuractivist5809
    @ankuractivist5809 Рік тому +20

    মাজৰাতি মন বেয়া হৈ থকাৰ পিছত এইখন shortfilm sai মন টো ভৰি গল।।। ত্যাগৰ পৰিমাণ গম পালেহে মৰমৰ গভীৰতা বুজা যায় । 💕

  • @trishnapathak4883
    @trishnapathak4883 Рік тому +3

    বেদব্ৰত দাই ইনটাৰভিও এটা কৈছিল যে তেওঁ বৰ এলেহুবা কিন্তু বহুত দিনৰ পিছত হ'লেও যি আমাৰ মাজলৈ দিয়ে সচাকৈয়ে হৃদয় মন মগজুত প্ৰভাৱ পেলায় এক মন জয় কৰিব পৰা ❤️

  • @brajasankarbarman3647
    @brajasankarbarman3647 Рік тому +1

    সময়ৰ সোঁতত মানুহৰ আৱেগ,অনুভূতি, মৰম, দায়িত্ব সকলো হেৰাল।। ধন্যবাদ বেদব্ৰত বাস্তৱক জীয়াই ৰখা বাবে।। শলাগ ল'বলৈ হ'লে ভাষা কমি যাব।। সময়ৰ গতিত সম্পৰ্কবোৰ মচি নাযাওক।
    ❤️"সচাকৈ ত্যাগৰ পৰিমান গম পালেহে বুজা যায় মৰমবোৰ কিমান গভীৰ।।"❤️

  • @miritelivision2004
    @miritelivision2004 Рік тому +1

    সচাকৈ বহুত বহুত ভাল লাগিছে........ love from lakhimpur.

  • @abinashabinash2611
    @abinashabinash2611 Рік тому +3

    Xosake mon sui goise video2 e. Nijr dewtale mont pori goise soku pani biringi uthise 🙂❤

  • @sabinsaikia3535
    @sabinsaikia3535 Рік тому +4

    ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায় মৰমবোৰ কিমাম গভীৰ ......... ❤️

  • @Mon-fs6cy
    @Mon-fs6cy Рік тому +5

    ত্যাগৰ পৰিণাম গম পালেহে মৰমৰ গভীৰতা বুজা যায়।❤

  • @assamesevlog2534
    @assamesevlog2534 Рік тому +1

    এয়া যেন পাৰ্থক্যতা জীৱন প্ৰণালীৰ

  • @vlogwith_Dutta
    @vlogwith_Dutta Рік тому +9

    "প্ৰেমৰ পাকঘৰৰ" পিছত "ভাইৰেল এট ছিক্সটি" ।। আনাদাৰ মাষ্টাৰপিছ ।। উফ্ ।। 😍 জেৰ'থ ড্ৰামা,, বেদব্ৰত এণ্ড হিজ টিম never disappoint us by giving this kind of masterpieces ।। 👌🔥🔥❤️

  • @hirakpathak2936
    @hirakpathak2936 Рік тому +5

    অতি সুন্দৰ কাহিনী , কিছুমান শব্দৰ শাৰী অন্তৰ চুই যাব লগা ❤️

  • @monjitsarmah2219
    @monjitsarmah2219 Рік тому +8

    মন চুই যোৱা অভিনয়,যেন বাস্তৱ।২৭ মিনিটতে ইমান এটা গভীৰ বিষয় ইমান সুন্দৰকৈ উপস্থাপন কৰা হৈছে।বেদব্ৰত আৰু টিমটোলৈ অভিনন্দন।ভৱিষ্যতে এনে সুন্দৰ বিষয়সমূহ সুন্দৰকৈ এনেদৰে উপস্থাপন হৈ থাকিব বুলি দৃঢ় বিশ্বাস।সঁচা কথা কবলৈ গল চকু সেমেকি গল।পিতৃ মাতৃয়ে এনেদতে কিমান যে ত্যাগ কৰি যায় আমাৰ অজানিতে।

  • @sabitadas1585
    @sabitadas1585 Рік тому +1

    বৰ সুন্দৰ ! উপভোগ কৰা জনৰ চকুৰ পানী উলিয়াই দিব প'ৰা অভিনয় আৰু কাহিনী।

  • @nabanitapatowary3679
    @nabanitapatowary3679 Рік тому

    ত্যাগৰ পৰিমাণ গম পালে হে বুজিব পাৰি মৰমবোৰ কিমান গভীৰ..💝💞চাই বহুত ভাল লাগিল। চকুপানী ৰখাব নোৱাৰিলোঁ।

  • @vagnahriday3074
    @vagnahriday3074 Рік тому +7

    উফ বৰ ভাল লাগিল । শেষৰ ফালে কিবা নিজে নজনাকৈয়ে আৱেগিক হৈ পৰিলোঁ ।
    বেদব্ৰত বান্ধৈ ❤️❤️

  • @garimasaikiaentertainment5997
    @garimasaikiaentertainment5997 Рік тому +5

    কবলৈ ভাষা নাই......দুবাৰ চালোঁ তিনি নম্বৰ বাৰ চাই আছো......নিলিখি নোৱাৰিলোঁ.....খুব ভাল হৈছে..... আগুৱাই যাওঁক ❤️Zeroth Drama long live❤️

  • @barunkumarrajmedhi1038
    @barunkumarrajmedhi1038 Рік тому +4

    হৃদয় চুই যোৱা এটি কাহিনী ! অভিনয়ৰ কথাটো নকলোৱেই ! বহুত বহুত শুভেচ্ছা, ভাল কাম কৰি যোৱা এনেকৈ !

  • @manashhazarika6769
    @manashhazarika6769 Рік тому

    Zeroth drama জুই , । কাহিনীয়ে অন্তৰ চুই গল , বহুত ভাল লাগিল ।

  • @dipsikhamahanta6550
    @dipsikhamahanta6550 Рік тому +32

    Ending literally bring tears to my eyes♥️
    Zerothdrama never let us down...
    Thank you so much for this masterpiece 🙏

  • @ashamonisonowal5467
    @ashamonisonowal5467 Рік тому +5

    Hurt touching❤আবেগিক হৈ পৰিলো 😢💗💗

  • @dharitrisarkar7448
    @dharitrisarkar7448 Рік тому +35

    "ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায় মৰমৰ গভীৰতা কিমান ।"
    Another masterpiece from zeroth drama. We must say that বেদব্ৰত +বিষ্ণুজ্যোতি সন্দিকৈ = masterpiece.
    Background music is also 👌👌👌👌👌👌

    • @BishnujyotiHandique
      @BishnujyotiHandique Рік тому +1

      Thank You Dharitri Sarkar.. Highly Obliged For your appreciation. 😊😊😊😊

    • @dharitrisarkar7448
      @dharitrisarkar7448 Рік тому

      @@BishnujyotiHandique আগলৈও এনেকুৱা masterpiece পাম বুলি আশা থাকিল আপোনালোকৰ পৰা । Lots of love❤️❤️❤️❤️

  • @jyotiprakashmedhi9180
    @jyotiprakashmedhi9180 Рік тому +4

    ত্যাগৰ পৰিমাণ গম পালে হে বুজা যায় মৰম বোৰ কিমান গভীৰ ....My heart touched this lines ❤️❤️❤️❤️❤️❤️

  • @gojalicreation6669
    @gojalicreation6669 Рік тому +2

    কাহিনী অভিনয় কি বুলি কম মূখৰ ভাষা হেৰাই গৈছে লগতেই direction আচৰিত সুন্দৰ 🌎❤️❤️❤️❤️❤️

  • @mridusmitasharma6181
    @mridusmitasharma6181 Рік тому +1

    Very very touching...sokur pani ulai goise

  • @axomhazarika570
    @axomhazarika570 Рік тому +15

    কৰবাত চুই গল চকুলো নিগৰাই❤
    হৃদয় জুৰোৱা কাহিনী।

  • @ramchaandraa
    @ramchaandraa Рік тому +13

    'দৃশ্যান্তৰ' কবিতাটো প্ৰতিফলিত হৈছে
    সুন্দৰ অভিনয় ❤️

  • @parimitabordoloi8563
    @parimitabordoloi8563 Рік тому +7

    মা-দেউতাৰ ত্যাগৰ সুন্দৰ উপস্থাপন🙏🙏। হৃদয়স্পৰ্শী অভিনয়❤️ চকুলো ধৰি ৰাখিব নোৱাৰিলো। অন্তৰ চুই গ'ল❤️❤️

  • @diplinashorts
    @diplinashorts Рік тому

    😭 হৃদয় চুই যোৱা এটা ভাল কাহিনী❤️ মা দেউতা ই লৰা ছোৱালী ৰ কাৰনে কিমান কি ত্যাগ কৰিব লগা হয় আৰু লৰা ছোৱালী এ এইখিনি বুজি পালে ভাল লাগে 🙏 মা দেউতা এ বিচৰা টো ও কেতিয়াবা কৰি চাবলৈ দিব লাগে 🙏 মানুহে কি কব দৰকাৰী সেইটো নহয়। দৰকাৰী এইটো কি কৰিলে মা দেউতা মনত সুখ পাই... সেইটো কৰা ভাল🙏

  • @akhilaxomiyavlog6986
    @akhilaxomiyavlog6986 Рік тому +1

    বহুতে ধুনীয়া লগা হৈছে

  • @parthabaruahsvlogs4568
    @parthabaruahsvlogs4568 Рік тому +8

    মোৰ জীৱনৰ লগত কিছু মিলে,মালৈ বহুত মনত পৰি গল ,আকৌ যদি ঘূৰাই পোৱা হলে ,দুখবোৰ হয়তো কমিল হয় ,,love u maa ,,💚😔😢

  • @somnathmandal5771
    @somnathmandal5771 Рік тому +104

    1000 times better than the bollywood movies, of recent times.
    Lots and lots of love and best wishes for the entire team ❤️💐

  • @princeborah5813
    @princeborah5813 Рік тому +82

    This short film should have been sent to film festivals. Bro you're a storyteller par excellence... Thank you for entertaining us.. love you.

  • @barundehingia2272
    @barundehingia2272 Рік тому +675

    I truly want our upcoming generation to watch talented gems like bedabrat..rather than watching so called nibba nibbi videos of UA-camrs like rabbani !

  • @dipsikhachetia111
    @dipsikhachetia111 Рік тому +1

    আশাৰ বতৰা কঢ়িয়াই আনিছে ♥️ ইমান‌ মৰম আবেগে পৰিপূৰ্ণ 😍😘🥰

  • @DeepjyotiSonowal-zx4so
    @DeepjyotiSonowal-zx4so Рік тому +2

    একক,পৃথক আৰু অনন্য।
    কৃত্ৰিম জগত খনৰ কাহিনীৰ পৰা সদায় পৃথক।
    ❤️

  • @NIBIRBORA_
    @NIBIRBORA_ Рік тому +3

    What a concept ,dialogues,caste,direction,music,screenplay and most beautiful acting Bedo da really you are a true gem 💎 (laz he lge nijoke UA-camr bli kbole enkua video dkhile)

  • @hemantasaikia1192
    @hemantasaikia1192 Рік тому +6

    বহুত ভাল লাগে তোমাৰ ভিদিঐ বোৰ হৃদয় চুই যায় কাহিনী বোৰে

  • @rituparnakalita8744
    @rituparnakalita8744 Рік тому +3

    Janisilo চকুৰ পানী ওলাব seikrne gote tu sua nasilu kintu aji xahokh kori salo চকুৰ পানী olai gol last time t❤️❤️❤️

  • @r.k.9499
    @r.k.9499 Рік тому +1

    Wow excellent 👌👌👌 mojaa lagilll

  • @abinashdeka1574
    @abinashdeka1574 Рік тому

    কাহিনীটোৱে সঁচাকৈ হৃদয় চুই গ'ল

  • @dxntthings9046
    @dxntthings9046 Рік тому +7

    Only two main character and he make the short film with a deep emotion🥺🥺..... What a storytelling and acting is ....just goosebumps 😫

  • @lostvibeee
    @lostvibeee Рік тому +5

    আবেগিক হৈ গৈছিলো কিছু সময়ৰ বাবে 🥺❤️💕।।

  • @jintimonisonowal807
    @jintimonisonowal807 Рік тому +3

    Bohut basi vl lgil sai🥺♥

  • @dimpulgogoi8488
    @dimpulgogoi8488 Рік тому +1

    ভাল লাগিল আৰু এনেকৈয়ে আহিব বুলি আশা কৰিলো ধন্যবাদ।

  • @parthabahak6235
    @parthabahak6235 Рік тому +1

    অন্তৰ চুই গল," মাক দেউতাকৰ ত্যাগ বোৰ দেখিলে হে বুজিব পাৰি মৰম বোৰ কিমান"

  • @hirakgoswami2592
    @hirakgoswami2592 Рік тому +3

    Bedabrat bora...a true gem... What a wonderful acting and script.... Speechless.....

  • @paradox2347
    @paradox2347 Рік тому +17

    Brought tear into my eyes..
    Bedabrat you are a precious gift to the Assamese acting industry...❤️
    May God bless you to provide such beautiful art pieces..💓

  • @nangkarabidehingia745
    @nangkarabidehingia745 Рік тому +7

    Heart touching story.
    We as a children knew what our parents have given us, but we barely knew what they had to sacrifice for our dreams to be fulfilled. And as a new mother I now know what SACRIFICE actually means. The only love that is unconditional is Love between parents and children.

  • @Santanu_zazabori
    @Santanu_zazabori Рік тому +1

    Kisu story, acting & dilouge...ultimate hoise

  • @kongkonaborah2580
    @kongkonaborah2580 Рік тому +1

    আপোনাৰ চিন্তা সচাই পৃথক।

  • @paragdeka317
    @paragdeka317 Рік тому +39

    Literally, felt a ton of emotion at the ending 💞 Masterpiece..This production never let us down. The whole narrative is so so touching

  • @gauravgogoi5240
    @gauravgogoi5240 Рік тому +41

    The story was going ordinary at the initial stage! during the last 5 mins it was emotional, on the last minute eyes got filled with tears!🥺🥺
    "Fathers never tell their sacrifices for their sons and daughters in front of them"

  • @bishalborah8582
    @bishalborah8582 Рік тому +73

    If my tears were colours then after watching this masterpiece I would have made a great art... Literally no words to explain how good this is... Assamese industry is boosting 😍❤

  • @trinayankalita6505
    @trinayankalita6505 Рік тому +1

    Soku pani olai gol, Nice 👍 👌 ❤️❤️❤️💙💙💙

  • @Lachit_krishna18
    @Lachit_krishna18 Рік тому

    কি ধুনীয়া ! কনচেপ্ত, পৰিৱেশন mindblowing ♥️

  • @anatomicalthoughts6197
    @anatomicalthoughts6197 Рік тому +6

    The last time I cried was watching ghormuwa and now this damn he just knows whats to place where how and with what proportion ...Its beyond the best ❤️

  • @Moinali1234
    @Moinali1234 Рік тому +5

    Mur chokur Pani ulai he gol aru 😭 ! Love u papa 💜

  • @pallavgogoi2410
    @pallavgogoi2410 Рік тому +7

    Till Pehi's monologue I was already teary-eyed and relating how I was too treating same to my dad, until deuta called 'tuku' at 24:19 which is also my name and after hearing a single word, tears busted and got strucked with instant realisation.

  • @saniaboruah7011
    @saniaboruah7011 Рік тому

    কি কম,,! ইমান যে ধুনীয়া কাহিনী,, বহুত বেছি ভাল লাগিল।❤️❤️❣️❣️❣️

  • @alangkritadutta7994
    @alangkritadutta7994 Рік тому +1

    সদায়েই আকৰ্ষণীয়। ভাষা নাই আচলতে বৰ্ণনা কৰিবলৈ ইমানেই হৃদয়স্পৰ্শী ❤

  • @ashwiniborpatragohain4352
    @ashwiniborpatragohain4352 Рік тому +7

    It's so beautiful.. actually it made me cry.. Mintu Baruah da is great..I always love his acting ❤️❤️❤️ and Beda u r too good.. best wishes...

  • @manabjyotitalukdar376
    @manabjyotitalukdar376 Рік тому +15

    A beautiful message to all the sons & also a masterpiece story... Lot's of love to the entire team...💚💚

  • @NakiburHealthtips58
    @NakiburHealthtips58 Рік тому +3

    The story is ultimate and heart touching , realistic....I was in totally forgotten that this is a short film. I was feeling that I am watching 90s good movie.... Should be a lesson for new generation 🙏...Wahh bro mojahh bonisa

  • @swaggerworld6545
    @swaggerworld6545 Рік тому +2

    Hosakoi bohut val lagil... Mur deutar ktha monot pori gol.... Plz 2nd Part lage plz 🙏🏻
    1 year pisot holeu 2nd part lage 🙏🏻🙏🏻🙏🏻

  • @debajyotisaikia555
    @debajyotisaikia555 Рік тому

    কিছুমান কথাই হৃদয়ত চুই গৈছে

  • @jahnuborah5074
    @jahnuborah5074 Рік тому +5

    This is amazing 😍 .......hosai bht Val lgil short film anekuai hbo lge n msz tu vl lgil.....❤️❤️❤️🤗

  • @hrishikeshparashar3113
    @hrishikeshparashar3113 Рік тому +8

    Literally a masterpiece 😭❤️.... thanks bedabrata dada for this 🤧❤️

  • @Nitengohain
    @Nitengohain Рік тому +62

    This production never let us down 🤎

  • @birajkrpatar6065
    @birajkrpatar6065 Рік тому +1

    Aji prothom salu,,dil Sui gol oo.. love you Bedo bhai..

  • @kaishyapgogoi9675
    @kaishyapgogoi9675 Рік тому +1

    সুন্দৰ হৈছে

  • @punamnath7354
    @punamnath7354 Рік тому +12

    Brought tears into my eyes 💜what a masterpiece 🤗

  • @memeswor7d
    @memeswor7d Рік тому +5

    I really got tears in my eyes and this background music is heart 💖 touching....
    Well done....❤️❤️

  • @uddiptanath6055
    @uddiptanath6055 Рік тому +4

    Zeroth drama, thank you for bringing this love short film. Thank you so much. You guys are awesome! Such contents are really a matter of appreciation. Lots of love to you guys and all the artists involved in this film. Love you bedabrat. Remember we met one day while you were traveling to Guwahati in pranjit travels.😊 You are an amazing actor. May you grow more bro!

  • @jyotibora4650
    @jyotibora4650 Рік тому

    সুন্দৰ কাহিনী।সচাকে ভাল লাগিল বেদ্ৰবত দা

  • @champakjyotisaikia8935
    @champakjyotisaikia8935 Рік тому

    কন্দুৱালা... বহুত ভাল লাগিল ৷ সীমাৰ পৰিধি ভাঙি বিশ্ব দৰবাৰত উজ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকক Zeroth Drama ৷ মোৰ মুৰৰ চুলিৰ সমান আয়ুস হওঁক Zeroth Darama ৰ ৷

  • @A2tzdxN
    @A2tzdxN Рік тому +3

    Always a good message through Zeroth Drama short films . Really appreciated ❤️

  • @trilukbijoy8785
    @trilukbijoy8785 Рік тому +4

    Combination of bedabrat and Bishnu Da .what a presentation.salute

  • @banajitsarma6816
    @banajitsarma6816 Рік тому +9

    This shortflim really touched my heart ❤️ Hats off to the whole team 🙌 This is such a huge masterpiece ✨Story is such a nice one 🌼These are called real actors 🌟

  • @krishnadss9119
    @krishnadss9119 Рік тому +1

    Heart touching vedeo ❤️ derikoi saisu kintu bhut vl lagile

  • @moonmedhi3445
    @moonmedhi3445 Рік тому +1

    Bohut hundor bohut hundor
    ❤️❤️4m Dibrugarh

  • @amlansaikia01
    @amlansaikia01 Рік тому +4

    Excellent script and justified act both father and son !!!! Best wishes to the team of Zeroth Drama! Long way to go.

  • @ishanigogoi599
    @ishanigogoi599 Рік тому +7

    Hands down, the best video of 2022❤. We are so lucky to have you guys.

  • @attobarman5640
    @attobarman5640 Рік тому +5

    Truly relatable to me
    I too don't have mother and my father have sacrificed alot, he have worked hard alot for us for our family of four. I've to worked hard for my father ❤.
    Kudos to the team such a great work❤.
    Literally got goosebumps in the ending scene 😢❤❤❤

  • @tinahazarika8735
    @tinahazarika8735 Рік тому +1

    Xosakoi e bht vl lgl...
    Xexot mukhot misikia hahi ata r lgte sokur pani ulai gl....❤❤❤

  • @debagogoi7680
    @debagogoi7680 Рік тому +1

    Bohut Val hoise..emn dhunia sinta..a