SIRING | NEW MISING VIDEO SONG | TONY DOLEY | Mé:yum Rosy | D SANKAR | MEGHALI BOROKHA | AGAM KUTUM

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • Audio Credits
    Singer:-D Sangkar Gam
    Meghali Borokha
    Lyrics & Tune:- Biswanath Pamehgam
    Music, Mixed Mastering:-
    Bhaskar Neelam Gogoi
    (Studio Tengakhat, Dibrugarh)
    video credits
    cast: Mé:yum rosy, Tony doley, Navadeep kutum, Abhi sagar, Bidyasagar kutum, Numal doley
    Direction, DOP, editing: Agam Kutum
    Cinematography: Agam Kutum, Tinku Sharma
    Colorist: Tinku Shama
    Choreography: Purnima patir
    Make up: Kerolina Bori
    .
    SIRING(চিৰিং)
    চিৰিংকৈ হৃদয়খনে..............
    সদায় তোমালৈহে ভাৱে সোণ
    তোমালৈহে মনত পৰে।
    শুৱ বʼব নোৱাৰাকৈ
    তোমাৰ মৰমে আমনি কৰে
    তোমাৰ হৃদয়ে জোকাই থাকে।
    অভিমান কৰি মন জ্বলালে
    মই ভাৱোক হৈ মৰি যাব খোজো।
    M:- ব'হাগ মাহৰ সময়ে
    নতুন কুঁহিপাত মেলায়
    কুলিয়ে আনন্দত জিৰাবলে।
    তোমাক ভাল পাই থাকোঁতে
    মনটোহে খুব ভাল লাগে
    মলিন হৃদয় যচা যেন।
    F:- ধুনীয়া Erok-ki বাচি বোৱা যেন
    ধুনীয়া চানেকিৰে গথা
    পখিলাৰ পাখি যোৰ ধুনীয়া।
    মৰম পোৱাৰ আশাৰে
    মিঠা মাতেৰে বুলায়
    ভাৱোক হৃদয়খন কাঢ়ি লোৱা যেন।
    F:- মনটোক ভাল নলগাকৈ
    মৰম পাব পাৰে জানো।
    ভাল নোপোৱাৰ নিচিনাকৈ
    জ্বলি যোৱাকৈ নক্সা/ভংগিমা কৰেনে
    M:- পৰিস্কাৰ পৰিছন্ন আকাশখন
    ফৰকাল ডাৱৰে চানি ধৰে
    পাহাৰৰ টিলা যেন চালে আঁতৰৰ পৰা
    মন মতলীয়া কৰিবলে
    তোমাৰ নিচুকনি মৰমে
    দিনত এবাৰ নেদেখাকৈ থাকিম কেনেকৈ
    F:- পকা ধাননি ধৰা
    সোণ গুটি যেন দেখিবলে
    বতাহত হালিলে কেনেকৈনো কাটো।।
    তোমাৰ কথাই ভাৱিলে
    মৰমৰ সাগৰখন ঢৌ তোলে
    হৃদয়ৰ পানী উপচি বৈ যোৱাকৈ।
    .
    ভাৱাৰ্থ:- বিশ্বনাথ পামেগাম,দ্বিপকেশ কামান।
    .
    SPECIAL THANKS-
    Biswanath Pamehgam
    Tanuja pegu
    Janmoni Panging
    Puyneswar chungkrang
    Prosanta pameh
    Manika kaman
    Sankar payeng
    Arup ajon
    Prosad payeng
    Losh Bhai
    .
    This video is a property of the rightful owner of this channel “BILIYAR TONY OFFICIAL”. Please don’t re-upload this video anywhere without the permission of the owner or else legal actions will be taken as per respective law
    Thanks

КОМЕНТАРІ • 996