আঞ্জাত হালধি,নিমখ বা মছলা বেছি হ'লে কি কৰিব ? EP: 2 Santa Sharma

Поділитися
Вставка
  • Опубліковано 29 січ 2025

КОМЕНТАРІ • 307

  • @niruborah1823
    @niruborah1823 Рік тому +62

    হাঁহিমুখীয়া শান্তা শৰ্মা ৰন্ধাত যেনেদৰে পাকৈত কথাকোৱাতো এটা সুন্দৰ শৈলি আছে শুনিলে শুনি থাকিবৰ মন যায়।

  • @jinaborgohain1909
    @jinaborgohain1909 Рік тому +43

    সচাঁকৈয়ে আজিৰ অনুষ্ঠানটো চাই ভাল লাগিল । শান্তা শৰ্মা অসম অসমীয়াৰ এগৰাকী লক্ষিমী বোৱাৰী । বাৰ্তালাপ সদায়ে প্ৰিয় ।

  • @expolresomethingelse8865
    @expolresomethingelse8865 Рік тому +41

    What a personality ❤️
    শান্তা শৰ্মা বাইদেউ। ইমান ধুনীয়াকৈ নিজক presentation কৰিব পাৰে... কথা কোৱাৰ শৈলী ৱাহ 🙏🏻❤️❤️

  • @monditabora7534
    @monditabora7534 Рік тому +176

    Nayanjyoti Saikia u lage adin.......bki bartalap hodai priyo ❤️

  • @babitahazarika4970
    @babitahazarika4970 Рік тому +1

    Santa sarma kotha hunile huniye thakibo mon Jai bohut innocent hoi aaru besi val lage

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Рік тому +116

    ৰন্ধন শৈলীৰ কথা বাদেই তেখেতৰ বক্তব্য শৈলী অতি মোহনীয়।

    • @barashaborah6929
      @barashaborah6929 Рік тому

      hosai de ba goraki kotha bur huni eman vl lge kotha bur huni thakileu amoni nlge

    • @rinidas9124
      @rinidas9124 Рік тому

      @@barashaborah6929 you

  • @kuntalamalakar1005
    @kuntalamalakar1005 Рік тому +2

    অনুষ্ঠানটো বহুত ভাল লাগিল । সুন্দৰ আকৰ্ষণীয় ব্যক্তিত্বৰ শান্তা শৰ্মালৈ বহুতো শুভ কামনা থাকিল

  • @minotichetia9972
    @minotichetia9972 Рік тому +18

    খুউব ভাল লাগিল ।ইমান সুন্দৰ কথন শৈলী। ইমান সময় চাই থাকিও আমনি নেলাগিল।

  • @dharjensaikia9367
    @dharjensaikia9367 Рік тому

    অসমৰ এগৰাকী হুগৃহিনী আৰু বৰ সহজ সৰল লখিমী বোৱাৰী। তেখেতৰ বাৰ্তালাপ বৰ ধুনীয়া। আমাৰ বৰ্তমানৰ বেছি সংখ্যক মহিলাই এনেদৰে সুন্দৰকৈ বক্তব্য ৰাখিব নাজানে। সমস্ত কথাবোৰ জানি খুব আনন্দিত হৈছো। ভগৱানে সকলোকে ভালে কুশলে ৰাখক, এয়ে প্ৰাৰ্থনা।

  • @ParulMoranchetia-uo6mh
    @ParulMoranchetia-uo6mh Рік тому +4

    মানুহৰ ব্যক্তিত্বই আচল পৰিচয়।ইমান ধুনীয়াকৈ সহজ সৰলকৈ বুদ্ধিৰে হাহি মুখুৰে কথাবোৰ কয়।শুনি থাকিবলৈ মন য়ায়।আগুৱাই যাওঅক তাৰে কামনাৰে

  • @HIRANMOYBORUAH
    @HIRANMOYBORUAH Рік тому +34

    মইও ভাবিছিলো যে ১ ঘণ্টা মানে এক ঘন্টাই নে, নে কেমেৰাৰ পাছত বেছি দিয়ে! এই খণ্ডটোও ভাল লাগিল দেই।
    দাদা, আপোনাৰ পদক্ষেপটো শলাগিছো।

  • @TanayaK
    @TanayaK Рік тому +2

    She is soo well spoken love her personality and her simplicity.. she seem beautiful inside out ❤️❤️❤️❤️❤️proud of her

  • @TanayaK
    @TanayaK Рік тому +1

    Video tur babe thank you bohut bhal lagile Santa baidow ahile buli❤️❤️❤️❤️❤️😍😍😍😍

  • @arunbani
    @arunbani Рік тому +9

    এই সাক্ষাৎকাৰটিৰ 2 nd part ৰ বাবে অপেক্ষাত আছিলোঁ। শান্তা শৰ্মা ! 💚 আপুনি যেন অতি সোনকালেই বাকী ৰোৱা সপোনবোৰ সাকাৰ কৰিব পাৰে - আপোনাৰ অনুৰাগীৰ এয়াই আন্তৰিক কামনা। MasterChef India ২০২৩ ৰ প্ৰতিটো খণ্ডতে আপুনি 'অসম' ক লগত লৈ আগবাঢ়িছিল।কিমান যে আহ্লাদিত হৈছিলোঁ national tv ত অসমক জিলিকি উঠা দেখি! অসমত বুকুত কঢ়িয়াই লৈ ফুৰা মানুহগৰাকী,আপোনাৰ সাফল্য নিশ্চিত। আগবাঢ়ক সপোন পূৰণৰ দিশে।💌 (নয়নজ্যোতি শইকীয়াৰ সাক্ষাৎকাৰৰ বাবেও অপেক্ষা কৰিম।)

  • @Hoskd16
    @Hoskd16 Рік тому +27

    We want Nayanjyoti Saikia as well. Please bring him on Bartalap 🥰🥰

  • @Aditya_Kuntal_Borah17
    @Aditya_Kuntal_Borah17 Рік тому +10

    খুব ভাল লাগিল❤❤
    আচলতে সৰলতাই মানুহক আকৰ্ষণ কৰে যাৰ বাবে প্ৰতিটো কথা ইমান স্বতস্ফূট আৰু আত্মবিশ্বাসী।।
    আগুৱাই যাওক শুভেচ্ছা অলেখ🎉❤

  • @ilabora7943
    @ilabora7943 Рік тому +1

    মনে বিছৰা অনুস্থান এটা ছাবলৈ পাই ভাল লাগিল । এই খেত্ৰত মই নিজেও বৰ আগ্ৰহী । বিভিন্ন ধৰনেৰে ৰান্ধি লোকক খুৱাই ভাল পাওঁ।সান্তা শৰ্মা ৰ সৰলতা খিনি ভাল লাগিল। বহুত ধন্যবাদ জনালো ।

  • @punyamjbora7234
    @punyamjbora7234 Рік тому

    ভাল ৰান্ধনী হিচাপে টো তেওঁ স্বীকৃতি পাইছেই মোৰ মতে তেওঁ খুউব ভালদৰে কথা কব জানে । ভাল লাগিল সহজ সৰল কিন্তু শক্তিশালী নাৰী

  • @dimpibora6436
    @dimpibora6436 Рік тому +1

    বাৰ্তালাপ সদায় প্ৰিয়।বহুত ভাল লাগিল শান্তা বাইদেউক কথা খিনি শুনি। নয়ন জ্যোতি ক মাতিবচোন

  • @arunavburagohain1687
    @arunavburagohain1687 Рік тому +3

    নাৰীয়ে অধিকাৰ পোৱা নাই, নাৰী কেৱল পাকঘৰতেই সোমাই থাকিব লাগে কিন্তু এটা কথা মন কৰিব কোনো কামত নাৰী-পুৰুষ বুলি নাথাকে শুদ্ধ মনে শুদ্ধ চিত্তে যদি কোনো কামত আগ বাঢ়ে তেওঁ সফল হ'বই, আপুনি যে আজি বহুতৰ বাবে আদৰ্শ হৈ ৰৈছে,পাকঘৰত সোমাই থাকি থাকি একো কৰিব নোৱাৰো বুলি কোৱা সকলক কৈছোঁ চাওক আপোনালোকৰ হাতত ৰন্ধনৰ এক যাদু আছে যদি ইচ্ছা কৰে সেই ৰন্ধন যাদুৰে কিন্তু পৃথিৱী জয় কৰিব পাৰে বাইদেউৰ দৰে

  • @purveekalita8092
    @purveekalita8092 Рік тому +1

    Eman dhunia personality..kotha bur xunile xunile thakibo mon jai

  • @navajyotisaikia6698
    @navajyotisaikia6698 Рік тому +1

    অনুষ্ঠানটো চাই খুবেই ভাল লাগিল।ইমান ধুনীয়াকৈ কথা খিনি উপস্থাপন কৰিছে খুবেই ভাল লাগিল।।।

  • @manjirachowdhury667
    @manjirachowdhury667 Рік тому +2

    শান্তা শৰ্মা এগৰাকী খাঁটি অসমীয়া সহজ সৰল ছোৱালী। ভগৱানে তোমাৰ মঙ্গল কৰক। আকৌ মাতিবা দেই মৰমৰ @Chakrapani Parasar! সাক্ষাৎকাৰটো চাই মন ভৰি গ'ল। ❤👌🤞👏👏👏

  • @bobitabaruah9830
    @bobitabaruah9830 Рік тому

    বৰ ভাল লাগিল সুন্দৰ কথাখিনি জানি শুনি আপ্লুত হলো। শান্তা শৰ্মা লৈ আন্তৰিক অভিনন্দন জনালোঁ ❤🎉

  • @lijabhuyan2131
    @lijabhuyan2131 Рік тому

    Hridoy sui gol💝🤗xosai kunu flr pora kunu gune kom💝💝anekwa lgise jen kst bohai ure jibon ktha xuni jm😍😍😊

  • @jimidas7050
    @jimidas7050 Рік тому +1

    মাত আৰু কথা বৰ ধুনীয়া ❤️

  • @prakitishgogoi4103
    @prakitishgogoi4103 Рік тому

    খুওব সুন্দৰ। বহুত ভাল লাগিল।বাইদেউ ৰ ব্যক্তিত্ব অতুলনীয় 🙏

  • @tulumonigogoi59
    @tulumonigogoi59 Рік тому +1

    বহুত ভাল লাগিল । শান্তা শৰ্মা ইমান অমায়িক মাত কথা ইমান ভাল শুনিলে শুনি থাকিব মন যায় ভগৱানে তোমাৰ মঙ্গল কৰক সদাই এনেদৰেই থাকিবা ।

  • @hiraktezpur3420
    @hiraktezpur3420 Рік тому

    Manuh goraki emn simple ....bht val lagil ....moiu bonai val ppua manuh so baidow r logt joritto vedio hokolu sam ...aru bartalap mur otikoi priyo ...

  • @minaakshipoojariphukoon8817
    @minaakshipoojariphukoon8817 Рік тому +7

    SANTA SHARMA..has become a star..so simple..so clear..and host also so nice

  • @babitadas2630
    @babitadas2630 Рік тому +19

    ৰাতিপুৱাই পুৱাই আপোনালোকৰ অনুষ্ঠান চালোঁ , বহুত বেছি ভাল লাগিল । 🙏🙏

  • @drpunamsharma4228
    @drpunamsharma4228 Рік тому

    প্ৰতিযোগিতা ত জয়ী হোৱাটো অত্যন্ত সুখৰ খবৰ। কিন্তু তাৰ লগতে শান্তা শৰ্মা এগৰাকী নিজৰ শিপাৰ লগত জড়িত সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী গৃহিনী।

  • @renuborah8910
    @renuborah8910 Рік тому +4

    Santa mam apunar voice tu so sweet kothabur hunile huni thakibo mon jai

  • @sunishakalita3615
    @sunishakalita3615 Рік тому

    Khub bhal lagil tekhetr personality. Specially tips keita.

  • @suvadrasutradhar2787
    @suvadrasutradhar2787 Рік тому +5

    সঁচাকৈ বহুত ভাল লাগিলে বাৰ কথা খিনি শুনি আৰু যেন শুনি এই থাকিম লাগি থাকিলে আমনি নালগিলে চাই ❤️💞💞

  • @hiramedhi8731
    @hiramedhi8731 Рік тому

    Bahut val lagil Baidew....Aponar kathabor xuni thakibor mon jai....

  • @tanayachutia8671
    @tanayachutia8671 Рік тому +4

    নয়নয্যোতি শইকীয়া আৰু শান্তা শৰ্মা একে লগতে পোৱা হ'লে বেছি ভাল লাগিল হয়

  • @nangarundhatihandique6961
    @nangarundhatihandique6961 Рік тому +3

    Eman dhunia k kotha khini koi gol, ru olop hunibole mon asil❤❤❤ Dhanyabad Baartalaap.

  • @binitadeka8799
    @binitadeka8799 Рік тому +1

    কথাবোৰ কেনেকুৱা ধুনীয়া অ 😘

  • @Rimadutta.
    @Rimadutta. Рік тому

    Khub dhunia kotha kole.Interview tu bhal lagil

  • @rsaikia7525
    @rsaikia7525 Рік тому

    Oti sundor....tekhet agaraki lakhi buwari....tekhet aguwai jauk,..

  • @bondanadas7407
    @bondanadas7407 Рік тому +2

    বাইদেউ কথা বাৰ্তা খিনি খুব নম্ৰ আৰু ভাল মনৰ অধিকাৰী যেন অনুভৱ হৈছে।। তেখেতৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।।❤❤🙏🙏

  • @Nalinideka-pl6eo
    @Nalinideka-pl6eo Рік тому

    বহুত ভাল লাগিলে বাইদেউ আপুনাৰ কথা চিন্তা ধাৰা বোৰ শুনি

  • @nayanmoniborchetia5634
    @nayanmoniborchetia5634 Рік тому +2

    খুব ভাল লাগিল অনুষ্ঠানটো চাই ।

  • @purobeegogoi1343
    @purobeegogoi1343 Рік тому

    Bohut bhal lagile, thank you so much barttalaap

  • @simantadeka1191
    @simantadeka1191 Рік тому +3

    সুন্দৰ অনুস্থান..বহুত ভাল লাগিল

  • @manibankalitanath3648
    @manibankalitanath3648 Рік тому +1

    অতিপাত ভাল লাগিল দেই 👌
    কথা আৰু হাহিঁটি,,, খুবেই মৰমলগা ব্যক্তিত্ব তেখেতৰ 🙏

  • @rupadevi223
    @rupadevi223 Рік тому

    বহুত সুন্দৰ বাৰ্তালাপ। এগৰাকী লখিমী বোৱাৰী।

  • @artandculturemonalishapbcr9878

    খুবেই ভাল লাগিল 👌

  • @rumidas4087
    @rumidas4087 Рік тому

    এই অনুস্হানটো চাই বহুত ভাল লাগিল৷

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому

    ❤🎉❤ grand salute to him. We're proud of you. Go ahead way to your journey. God bless you. Always be positive and happiness. ❤🎉❤

  • @banashriborah1984
    @banashriborah1984 Рік тому

    Val lagil santibar kothabur.

  • @dipalidevi1323
    @dipalidevi1323 Рік тому +3

    Really you are brilliant lady

  • @dipanjalikakoty7328
    @dipanjalikakoty7328 Рік тому +4

    শান্তা শমালৈ অভিনন্দন জনালো।তেখেতৰ কথা কোৱাৰ শৈলী বহুত ভাল লাগিল।তেও আৰু আগুৱাই যাওক,শুভকামনা যাচিলো

  • @mayamahanta5908
    @mayamahanta5908 Рік тому

    কথাবোৰ শুনি বহুত ভাল লাগিল।

  • @rinjugogoi5969
    @rinjugogoi5969 Рік тому

    Congratulations baideu. Khub val lagil. Vobishyat porikolponar babe hubhesy thakil.

  • @kalyaniborah9217
    @kalyaniborah9217 Рік тому

    Baidewk vogoban ye vale rakhok ru jen tew hopun bur pur hoi❤❤❤❤❤

  • @shehnazparbin4003
    @shehnazparbin4003 Рік тому

    Khub val lagil sai baideo khosai bhut positive mind r

  • @sunnewar1726
    @sunnewar1726 Рік тому

    Sir apunar video tuk saai bor vaal lageh ..
    Best youtuber of Assam

  • @juliranisarmajuli5031
    @juliranisarmajuli5031 Рік тому

    বৰ ভাল লাগিল দেই অনুষ্ঠানটি চাই, ইমান ধুনীয়া আৰু মৰম লগা কৈ কথা খিনি কৈছে তেওঁ, অভিনন্দন জনালোঁ তেঁওক।

  • @bitumoniborah4401
    @bitumoniborah4401 Рік тому

    Kotha kita imn dhunia hahi tu bor mormloga baa joni agbarhi jwa❤️❤️❤️

  • @reetalahkar8132
    @reetalahkar8132 Рік тому

    She is so nice, simple and clear. Really l enjoyed the program

  • @padmabaro683
    @padmabaro683 Рік тому

    Bhot njona kotha hikilo de bha 👏👏👏😘😘😘

  • @jitumonibharali7946
    @jitumonibharali7946 10 місяців тому

    সছাকৈ য়ে আজি বৰ ধুনীয়া লাগিল

  • @paparidekaofficial
    @paparidekaofficial Рік тому

    তেখেত কেৱল এগৰাকী ভাল chef নহয় .. সহজ সৰল, খুব মৰমীয়াল, খুব confident এগৰাকী মহিলা। আৰু এইয়া তেখেতৰ কথনশৈলীত খুব ধুনীয়াকৈ প্ৰকাশ পাইছে। বহুত বেছি ভাল লাগিল এই খণ্ডটি চাই। চাৰিবাৰ চালো এতিয়ালৈকে😀। তেখেতক চাই এনেকুৱা লাগিছে,ক'ৰবাত লগ পাব পাৰিলে🥰🥰!!!! ৰন্ধাৰ প্ৰতি দূৰ্বলতাটো আছে কাৰণেই নেকি কিবা বেছিয়েই আপোন আপোন লাগিল🥰🥰।
    আৰু চক্ৰপাণি দাক বহুত বহুত ধন্যবাদ দেই😊 আপোনাৰ কথাবোৰ খুব ভাল লাগে।
    love from Nalbari🥰🥰🥰.......

  • @anuradhagogoi8381
    @anuradhagogoi8381 Рік тому

    বৰ ভাল লাগিল সাক্ষাৎকাৰটো । বৰ সুন্দৰকৈ তেওঁৰ অভিজ্ঞতাখিনি ক'লে

  • @kobitakalita8308
    @kobitakalita8308 Рік тому +1

    Bohut vl lagil video to sai baideur kotha bor huni emn vl palu bhakhare bujabo nowarim Chacrapani da k bohut bohut dhanyawad baideuk amontron kora babe 🙏🏻🙏🏻❤️❤️❤️

  • @sharmarumi
    @sharmarumi Рік тому

    Pratitu task ot jiman possible ximan santa i assam r dish k prastut korise. Eman Assamese cuisine bonaise aru all over india r aagot sinaki koraise aamar Assamese cuisine k. So, bohut bohut dhanyawad santa loi.

  • @Whit_e99
    @Whit_e99 Рік тому

    বহুত ভাল লাগিল চাই

  • @manjitchamuah4212
    @manjitchamuah4212 Рік тому

    Wow... What a personality.... Bohut Val lagil

  • @rupanjalibordoloi4986
    @rupanjalibordoloi4986 Рік тому +6

    ৰন্ধাই নহয় শান্তা এগৰাকী সাদৰী বোৱাৰীও।কথা বতৰাও বৰ নম্য।তেখেতৰ প্ৰতিটো সাক্ষৎকাৰে চাও ।

  • @himashreedas9513
    @himashreedas9513 Рік тому

    ভাল লাগিল কথা বোৰ শুনি🎉

  • @santimoni7949
    @santimoni7949 Рік тому

    বৰ ধুনীয়া লাগিল ।

  • @minakshmahanta2116
    @minakshmahanta2116 Рік тому

    বৰ ভাল লাগিল সুন্দৰ বাৰ্তালাপ

  • @diptibhattacharyya1276
    @diptibhattacharyya1276 Рік тому

    Enjoyed this bartalap....thanku sir

  • @smritisaikia7099
    @smritisaikia7099 Рік тому

    কেইবাবাৰো চালো আমনি নালাগিল খুবেই ভাল লাগিল।অভিনন্দন বাইদেউ

  • @indiannortheastkitchen
    @indiannortheastkitchen Рік тому

    ভাল লাগিল জানিব পাৰি বেছি হলে কি কৰিব লাগে ❤❤❤

  • @pritamdutta2038
    @pritamdutta2038 Рік тому

    Eman besi val lagil kotha khuni huni.....❤❤Santa baideo, u will always remain in our heart❤

  • @dipasribaishya3657
    @dipasribaishya3657 Рік тому

    Xodai sau kunodine cmnt diya nasilu aji kintu sai nediya koi thakibo nuarilu mon sui gol tor kotha khini e...... ❤xekhot bohut bohut obhinandan teuloi❤

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 Рік тому

    ভাল লাগিল দেই❤️❤️❤️❤️

  • @bablubhuyan9067
    @bablubhuyan9067 Рік тому

    বা ৰ কথাবোৰ ভাল লাগিছ 🙏🙏❤️

  • @manjuranibrahma2293
    @manjuranibrahma2293 Рік тому +2

    বহুত শিকিব পাৰিলো ধন্যবাদ

  • @leezapathak
    @leezapathak Рік тому

    Bhut vl lgile 😍❤️

  • @dipaligohain3788
    @dipaligohain3788 Рік тому

    বহুত ভাল লাগিল ।বাৰ্তালাপ চাই

  • @monikagogoi6388
    @monikagogoi6388 Рік тому

    Hosakoi Bohut val lagil.. Kotha khini jen huni a thakim..

  • @KaSiYali
    @KaSiYali Рік тому +4

    Her personality is really great ❤

  • @rimasreebora
    @rimasreebora Рік тому

    Apuni bohut lucky enekua ajoni sahu paise....

  • @PabitraGogoi-ch4ye
    @PabitraGogoi-ch4ye Рік тому

    Bhut bahut bhal lagil sai

  • @BajarangBali-m3q
    @BajarangBali-m3q Рік тому

    Santa di 😍😍❤️❤️❤️❤️❤️❤️

  • @anushikhaborah2900
    @anushikhaborah2900 Рік тому +2

    Bhut bsi vl lgil
    Nayanjyoti dadak u lge edin

  • @axomiyaloradipankarbania6751

    Kotha botara eman khundor, voice to eman dhuniya, hahito eman dhuniya xsai bht vll lagile .. proud of Baa ❤❤

  • @chumibora6485
    @chumibora6485 11 місяців тому

    Xosake bhut vl lgil

  • @gitashri_das-
    @gitashri_das- Рік тому

    Hosakoi bohut val lgil

  • @Nalinideka-pl6eo
    @Nalinideka-pl6eo Рік тому +1

    বহুত ভাল লাগিলে

  • @dwipluckybaruah5060
    @dwipluckybaruah5060 Рік тому

    Teu eman cute hoi kotha bur bor bhal lagey ❤

  • @Sankarjitcreation
    @Sankarjitcreation Рік тому

    গৃহিনীসকলে একো নাজানে বুলি আপোনাৰ দৰে ঠৈক মনৰ মানুহে কয় । এজন চাকৰিয়ালতকৈ 100 গুণ কষ্ট কৰে গৃহিনীসকলে।

  • @munmisaikia2298
    @munmisaikia2298 Рік тому

    Bohut val episod.thanku

  • @dipanditaborah1913
    @dipanditaborah1913 Рік тому

    Kothbur xni thakibole mon jai,Hahitu iman dhunia dekhiboloiu bor dhunia

  • @archanakalita830
    @archanakalita830 Рік тому

    Santa Baido r Kotha bor emn val Lage....once again congratulations

  • @pallabsarmah5458
    @pallabsarmah5458 Рік тому

    Lovely woman and talking style is Fantastic