КОМЕНТАРІ •

  • @tanmaysarmaunique5344
    @tanmaysarmaunique5344 3 місяці тому +42

    জুবিনদা এক ৰাতিৰ ভিতৰত জুবিন গাৰ্গ হোৱা নাই এতা দশক লাগিল । এতিয়াও তেওঁ ৰজা তেতিয়াও ৰজা আচিল।

  • @bidyutbikashsarmah9955
    @bidyutbikashsarmah9955 3 місяці тому +57

    অনামিকা এলবামটো ওলোৱাৰ আগত জুবিন গাৰ্গে জিতুল সোনোৱালৰ লগত কীবৰ্ড বজাইছিল।
    এইখিনিতেই ইউটিউবাৰ জনক এটা কথা জনাও যে জুবিন গাৰ্গৰ আবিৰ্ভাৱৰ আগত জিতুল সোনোৱাল আছিল নৱ প্ৰজন্মৰ এজন উদীয়মান গায়ক। জিতুল সোনোৱালৰ গানে সেই সময়ত শ্ৰোতা ৰাইজক এক নতুন সোৱাদ দিছিল। তাৰ আগলৈকে কিন্ত্ত অসমীয়া সংগীত জগতৰ জনপ্ৰিয়তা লাহে লাহে কমি আহিব ধৰিছিল। কিন্ত্ত এইটো কথা এশ শতাংশ ঠিক যে জুবিন গাৰ্গৰ আবিৰ্ভাৱ সেই সময়তে নোহোৱা হলে জিতুল সোণোৱালে কিন্ত্ত অসমীয়া সংগীতৰ এই ধাৰাবাহিকতাতো বৰ বেছি বছৰলৈ লৈ যাব নোৱাৰিলে হেতেন। কাৰণ তেওঁৰ গান বিলাক আছিল একে সুৰীয়া।
    আনহাতে জুবিন গাৰ্গ আছিল আধুনিক চিন্তাধাৰাৰ আৰু তেওঁৰ সংগীতত আছিল পাশ্চাত্য সংগীতৰ সংমিশ্ৰণ। যিটো অসমীয়া ৰাইজৰ বাবে আছিল নতুন সোৱাদ।

  • @apubora3162
    @apubora3162 3 місяці тому +17

    খুউব ভাল লাগিল ত্ৰিদীৱ .. জুবিন গাৰ্গৰ বিষয়ে এনেকুৱা আৰু এলানী ছিৰিজ হোৱাটো বিচাৰোঁ, ধন্যবাদ । শুভ কামনা

  • @zubeengargjukebox
    @zubeengargjukebox 3 місяці тому +42

    জয় জুবিন দা ❤
    জুবিন অনুৰাগী বোৰে lk কৰক ❤

  • @Das_Academy_
    @Das_Academy_ 3 місяці тому +20

    Love you zubeen daa❤ zubeen daa r eta series lage

  • @imtanmaykalita
    @imtanmaykalita 3 місяці тому +82

    এক সত্ত্বাৰ নাম হ’ল জুবিন গাৰ্গ, এখন আকাশসম অন্তৰৰ নাম হ’ল জুবিন গাৰ্গ❤️‍🔥
    এনেকুৱা ভিডিঅ’/ছিৰিজ বনোৱাটো আৰু বিচাৰো✨

  • @ankurbezbaruah8449
    @ankurbezbaruah8449 3 місяці тому +28

    জুবিন দা নহ'লে হয়টো আজিৰ প্ৰজন্ময় অসমীয়া গান শুনা বাদ দিলে হৈ... হয়টো বাদ দিবলৈ বাধ্য হ'ল হয় 🥺
    জয় জুবিন দা 💝✊🙏

    • @tanmaysarmaunique5344
      @tanmaysarmaunique5344 3 місяці тому +4

      একমত । বিশেষকৈ বিহু গান শুনা বাদ দিলে হয়।

    • @arunavdutta8636
      @arunavdutta8636 3 місяці тому +1

      বিহুৱেই নহৈ বৰগীত,লোকগীত,টোকাৰী গীত নতুন saama নুসুনিলা হতান

  • @mrbairagi3666
    @mrbairagi3666 3 місяці тому +6

    দুখ - সুখত যাৰ কণ্ঠ‌ , আদ্দাত যাৰ গীত , আবেগত - বিবেকত যাৰ গীত , যাৰ গীত শুনি সংগীতক ভাল পাবলৈ শিকিছিলো, গাবলৈ শিকিছিলো ❤ তেওঁৱেই জুবিন দা 🌻btw thanks for the interesting video Tridip Da ❤

  • @SHANZGEDITZ
    @SHANZGEDITZ 3 місяці тому +26

    Love you Tridib Da......Joy Zubeen Da ❤❤❤

  • @harekrishnadas4605
    @harekrishnadas4605 3 місяці тому +12

    জুবিন দাক আপোনাৰ জৰিয়তে অনুৰোধ জনাও যে তেওঁ মঞ্চত সুৰাপান কৰি গীত পৰিবেশন নাকৰে ❤ লগতে অনুৰাগী সকলকো সুৰাপান নকৰিবলৈ আহবান জনাই ❤

  • @champakrajbongshi942
    @champakrajbongshi942 3 місяці тому +31

    জুবিন দা আৰু ত্ৰিদ্বীপ দা দুজন মোৰ বাৱে বিশেষ ❤

  • @jastimadhuphukan9885
    @jastimadhuphukan9885 2 місяці тому +1

    Zubeen Garg hodai Zubeen Garg ei hoi thakibo kunu teur jega lobo nuaribo

  • @j.dgaming1728
    @j.dgaming1728 2 місяці тому +3

    Zubeen da friends like ❤❤

  • @Chinmay_Hazarika
    @Chinmay_Hazarika 3 місяці тому +11

    বহুত ভাল লাগে আপোনাৰ ভিদিঅ' দাদা ❤

  • @BibhaDeka-ke1qi
    @BibhaDeka-ke1qi 3 місяці тому +9

    Zubeen dar series lage❤

  • @pranjitdeka1255
    @pranjitdeka1255 3 місяці тому +25

    জুবিন গাৰ্গ এক আবেগ❤

  • @dhirajnath
    @dhirajnath 3 місяці тому +4

    Zubeen Garg namei jar porisoi❤

  • @bedantaborah4868
    @bedantaborah4868 3 місяці тому +2

    সঁচাকৈয়ে এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত আমি পাইছোঁ প্ৰিয় শিল্পীগৰাকীক । সুন্দৰভাৱে বিশ্লেষণ কৰা কথাখিনিৰ সৈতে ভিডিঅ'টো চাই খুব ভাল লাগিল ।

  • @anupamborah5027
    @anupamborah5027 3 місяці тому +2

    Zubeen garg is an institution. ...!! T.Bhagawati is a timid voice of Assam.........! Diction knowledge is infinity....!!

  • @bhairabkakati2127
    @bhairabkakati2127 3 місяці тому +5

    অসমীয়াৰ এক আৱেগ জুবিন গাৰ্গ ❤

  • @prafulladas6597
    @prafulladas6597 2 місяці тому +1

    প্ৰিয় গৰাকী জুবিন গাৰ্গ ❤❤❤ তেওঁৰ গানেই প্ৰেম, ভালপোৱা,মৰমৰ যৌৱন টো উত্ৰাল হৈ পৰিছিল । অনুভৱ কৰোঁ জুবিন গাৰ্গৰ গানৰ মাজেৰে যৌৱন কালছোৱা সুন্দৰ হৈছিল মোৰ বাবে।

  • @alakeshsvlog
    @alakeshsvlog 3 місяці тому +11

    জুবিন গাৰ্গ✨✨💝💝

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 3 місяці тому +2

    'অনামিকা'ৰ অনুভূতি আমাৰো এটা নিজস্ব হৈ আজিও আছে সুন্দৰতাৰে । জে,বি, কলেজৰ কলেজীয়া ছাত্ৰাৱস্থাত কিছুদিন দেখা পোৱা মনত আছে । আজি জুবিন অসমৰ এক সম্পদ ।

  • @assamescuteactorandactress5220
    @assamescuteactorandactress5220 2 місяці тому +2

    Zuben is our emotion😢jai zuben da❤

  • @VlogSR2093
    @VlogSR2093 3 місяці тому +2

    Such kind of videos are important… Thanks for letting the public know abt our legend - ZUBEEN DA ❤️

  • @ManjuPhukon-nc9cn
    @ManjuPhukon-nc9cn 3 місяці тому +12

    ত্রিদীপ তোমাৰ কথা বোৰ বৰ সুন্দৰ ।শুনিলে শুনি থাকিবলৈ মন যায় ।আগুৱাই যোৱা ।শুভেচ্ছা আৰু আশীৰ্বাদ জনালোঁ

  • @jugantamahanta486
    @jugantamahanta486 3 місяці тому +2

    খুব ভাল লাগিল... জুবিন গাৰ্গকলৈ আগলৈ এটা ছিৰিজ বিচাৰোঁ....

  • @MigamDoley-wt7bq
    @MigamDoley-wt7bq 3 місяці тому +3

    Joy zubeen da.Always best zubeen daa.There is no world to exactly explain about zubeen garg.

  • @pinakidas3797
    @pinakidas3797 3 місяці тому +2

    বহুত ধুনীয়াকৈ গৱেষণা কৰি কথাখিনি কৈছা দেই।বৰ ভাল লাগিল

  • @dipranjanboruah778
    @dipranjanboruah778 3 місяці тому +3

    ত্ৰিদ্বীপ দা আপোনাক বাৰু ভাল লাগেই এনেও তাৰ ওপৰিও আকৌ জুবিন দা'ক যিমান ভাল পাও মানে কি কম আৰু❤❤❤ আপোনালোক দুয়োয়ে অতিকৈ বিশেষ মানে মোৰ বাবে অ ❤️
    আৰু ত্ৰিদীপ দাদা আমাক আগলৈ এনেকৈ জুবিন দাদাৰ ভিদিঅ দি থাকিব চোন অন্তৰৰ পৰা ভাল লাগিব অ !

  • @quizwithshubham5905
    @quizwithshubham5905 3 місяці тому +1

    জুবিন দাৰ জীৱনৰ বিস্তৃত অকথিত কাহিনীৰ বাবে অপেক্ষা কৰিলোঁ........❤

  • @dhrubanath6058
    @dhrubanath6058 3 місяці тому +2

    ❤❤❤❤zG

  • @harendoley2957
    @harendoley2957 3 місяці тому +2

    সুন্দৰ অতীত আৰু বৰ্তমানৰ পৰ্যালোচনা।❤

  • @Prabhashfans2024
    @Prabhashfans2024 3 місяці тому +2

    Only Zubeen Daa baki sab nothing ❤❤❤🥰😘

  • @sumandeka4324
    @sumandeka4324 3 місяці тому +1

    Aapunar lgt ghota Zubeen dar story tu huni really val lgil.... This is Zubeen Garg....

  • @reetabegum3237
    @reetabegum3237 3 місяці тому

    Tumar kothabur huni bohut val lagise agoloi anekua topic pam buli hope rakhilu thanks 🙏🙏🙏

  • @BiplabPratimDeka-nf2fs
    @BiplabPratimDeka-nf2fs 3 місяці тому +2

    Zubeen daa...it is a emotion 🔥

  • @RuhitManki-ex3vo
    @RuhitManki-ex3vo 3 місяці тому +2

    Zubeen da king

  • @nripensarma171
    @nripensarma171 Місяць тому

    Zubeen Garg is ❤❤❤

  • @ratulsaikia7540
    @ratulsaikia7540 2 місяці тому

    Hundor Video Dada 🎉🎉🎉🎉

  • @rupjyotiduttadhun8405
    @rupjyotiduttadhun8405 3 місяці тому +5

    Val kam korise zubeen dar kotha bur janiboloi mon jai zubeen da nothoka hole asomia gaan jiai nathakile heten . Joy zubeen da

  • @champakrajbongshi942
    @champakrajbongshi942 3 місяці тому +6

    জয় জুবিন দা ❤

  • @chandanneog1965
    @chandanneog1965 2 місяці тому

    ❤❤বহুত ভাল লাগিল❤

  • @NitumoniSarma-mp9tz
    @NitumoniSarma-mp9tz 3 місяці тому +3

    Good. Series lage. Joy zubeen da.

  • @user-eq1jd6vu8h
    @user-eq1jd6vu8h 3 місяці тому +2

    Bhut val lagile dada, parile zg dar series bonabo.

  • @pallabborah3535
    @pallabborah3535 3 місяці тому +2

    Zubeen daa❤

  • @reetasonowal7845
    @reetasonowal7845 3 місяці тому +1

    জুবিন আমাৰ গৌৰৱ

  • @dr.p.hazarika500
    @dr.p.hazarika500 3 місяці тому +2

    Those who like song ,also like a singer like Jubin Gurg.
    Jubin gurg speaks frankly and truly as a singer this is the nature.
    What ever his limitations he has contributed a lot for the people of assam at the present time.
    Those who dislike him , they ignore his dedication. Song is a song not playful.

  • @adilhussain5468
    @adilhussain5468 3 місяці тому +3

    একক অনন্য অদ্বিতীয়❤

  • @ironspaidy162
    @ironspaidy162 2 місяці тому

    zubeen dar. series lage❤

  • @monalisaboruahsaikia2916
    @monalisaboruahsaikia2916 3 місяці тому

    Val lagil 👏🏼👏🏼🍁🍁

  • @bikesofhs2414
    @bikesofhs2414 3 місяці тому +1

    Next( part)Series lage❤
    Hundor hoise
    Love you zubeen daa❤

  • @rantuboro1404
    @rantuboro1404 3 місяці тому +3

    Amar zubeen da ❤❤❤❤❤

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 3 місяці тому +1

    Zubeen eta namei nhoi...eta xobdo... ... Ji xobdo ❤❤❤hajar hajar sroter hridoior... Majot ase... ,

  • @Kattar-hindu274
    @Kattar-hindu274 3 місяці тому +6

    Living legend. ...❤❤❤

  • @monjaiofficial8340
    @monjaiofficial8340 3 місяці тому +5

    Aibur ami zubeen dar agor interview bur saote goom paisu dekhun

  • @sasankaborah9347
    @sasankaborah9347 3 місяці тому +6

    Jai zubeen da ❤

  • @ramenbaruah4901
    @ramenbaruah4901 6 днів тому

    সুন্দৰ

  • @jakirgamingyt7094
    @jakirgamingyt7094 3 місяці тому +21

    ভগৱানৰ আন এটা অৱতাৰ জুবিন গাৰ্গ ❤❤❤

    • @user-et5tq1em6o
      @user-et5tq1em6o 3 місяці тому +5

      ঐ তোৰ বাপেৰে জুবিনে কৈছে যে “মানুহ ভগৱান নহয়”

    • @chinmoyeeboruah7883
      @chinmoyeeboruah7883 3 місяці тому

      নহয় ভগৱানৰ অৱতাৰ।

    • @medhilogichouse7859
      @medhilogichouse7859 3 місяці тому

      Zubin এতিয়া আগৰ জুবিন হৈ থকা নাই।

    • @SimantaKakati-mp3vp
      @SimantaKakati-mp3vp 3 місяці тому

      mura

    • @Eshaggination
      @Eshaggination 3 місяці тому

      Ghenta hoi

  • @Your-Lover
    @Your-Lover 3 місяці тому +2

    ভাল লাগিল ।
    জুবিন দাৰ ওপৰত আৰু ভিডিঅ
    বনাব দাদা ।

  • @manjitsutradhar-sl1dn
    @manjitsutradhar-sl1dn 3 місяці тому +3

    Vl lagil kothatu xuni

  • @user-gi7dg4pm4m
    @user-gi7dg4pm4m 3 місяці тому +6

    Z king👑👑👑

  • @kaberimoran5496
    @kaberimoran5496 23 дні тому

    মই যেতিয়াই পৰা জুবিন দাকজানু তেতিয়া পৰা জুবিন দাক ভাল লাগে।

  • @manashentertainment4834
    @manashentertainment4834 3 місяці тому +1

    জুবিন গাৰ্গ আমাৰ প্ৰজন্মৰ বাবে আৰ্শীবাদ
    ভালে থাকক

  • @narenkumarsinging25881
    @narenkumarsinging25881 2 місяці тому

    Bohut val lagise

  • @pallavisharma40574
    @pallavisharma40574 3 місяці тому +2

    গল্ডিৰ শৈশৱৰ পৰা এতিয়া লৈকে তাৰ সম্পৰ্কীয় বহু কেইখন ঘৰ আৰু বহুত সাধুৰ দৰে কাহিনী আছে,, বিচাৰিলে খুচৰিলে ওলাব

  • @sharifahmed8568
    @sharifahmed8568 3 місяці тому +5

    Zubeen da great man.

  • @kabitasarma1935
    @kabitasarma1935 Місяць тому

    Tridib Zindabad.

  • @2idiots687
    @2idiots687 3 місяці тому

    ZUBEEN GARG is a brand 🎉

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 3 місяці тому +5

    Jai zubeen da💖🥺

  • @bitumoniburagohain732
    @bitumoniburagohain732 3 місяці тому

    Vl lgil dada❤❤❤

  • @TridipDoley-ro3rr
    @TridipDoley-ro3rr 3 місяці тому

    Yes.Very informative🙏 !

  • @Rita_Borah
    @Rita_Borah 3 місяці тому +3

    জুবিন দাৰ গীত শুনি বৰ ভাল লাগে।

  • @ashimborah3706
    @ashimborah3706 3 місяці тому +1

    Bhal lagil Tridip da khubei besi val lagil❤️

  • @anupkalita5311
    @anupkalita5311 3 місяці тому +1

    ভাল লাগিল।

  • @sasankadas4588
    @sasankadas4588 Місяць тому

    Zubeen gargr series ahibo buli akha korisilu

  • @BimalPatar-ev3rw
    @BimalPatar-ev3rw 3 місяці тому +5

    Joi zubeen da ❤❤❤

  • @hirakkalita3559
    @hirakkalita3559 3 місяці тому

    Mojaaaa brathar. And joy zubeen da

  • @pallabdas4956
    @pallabdas4956 3 місяці тому +6

    Zubeen daa

  • @Artist_Mousom_Bharadwaj
    @Artist_Mousom_Bharadwaj 3 місяці тому +1

    Joi zg da

  • @HrishikeshHazarika-tb4xu
    @HrishikeshHazarika-tb4xu 3 місяці тому +1

    Tridip Da Thank you ❤❤❤Thnk you so much ei vdeo tur babe ❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹

  • @JatinDoley-rs3qy
    @JatinDoley-rs3qy Місяць тому

    Zubeen Kokaidiu aru Jitul kokaidiu gaan hunibo goi kaziranga pora Bokakhat 30 km khuj kahi ghor ahisu 7 bondhu 😊❤ Bhal loga ata din mon pori gol o

  • @nijansarmah3706
    @nijansarmah3706 3 місяці тому +2

    Zubeen Da series tule baat saam🙌😌

  • @dhanjitzg1022
    @dhanjitzg1022 3 місяці тому

    Moja tridip da..Jay Zubeen da

  • @randeeptamuliphukan6288
    @randeeptamuliphukan6288 3 місяці тому +3

    Love From Lanka ❤ I am a Zubeen Fan ❤❤❤

  • @Jiiintu
    @Jiiintu 3 місяці тому +6

    Zubeen ❤

  • @Sameer2023-h3n
    @Sameer2023-h3n 3 місяці тому +1

    Zubeen garg--- naam tu xolunilei xomoi roi jai,,

  • @Zgassamking
    @Zgassamking 3 місяці тому +4

    Joy Zubeen Da ❤❤❤
    Love you Zubeen Da ❤❤

  • @bishajitdas4986
    @bishajitdas4986 3 місяці тому

    Dhuniya lagil kothagita huni.

  • @firoxali2852
    @firoxali2852 3 місяці тому +3

    Next episode lage ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ love from Dhubri 🎉

  • @shymantajyotidas4929
    @shymantajyotidas4929 3 місяці тому

    Tridip,tumiu aan ek dhumuha,aguwai juwa!

  • @bhupenkalita4874
    @bhupenkalita4874 2 місяці тому

    joi zubeen da love you❤❤

  • @plabanjyotisharma7534
    @plabanjyotisharma7534 3 місяці тому +4

    Jubin and Tridib Jindabad.

  • @lakhyajitapatir5474
    @lakhyajitapatir5474 3 місяці тому +4

    Love from majuli❤❤

  • @riikikashyap6322
    @riikikashyap6322 3 місяці тому +6

    জুৱিন দাৰ বাবে এটা চিৰিজ বনাওঁ‌ক দাদা please

  • @Rahul_Mon_Jai.
    @Rahul_Mon_Jai. 3 місяці тому +1

    Joi zubeen da 😍

  • @mjitkoch6917
    @mjitkoch6917 3 місяці тому

    Jai Zubeen da

  • @bikashkonwar2301
    @bikashkonwar2301 3 місяці тому

    Val lgil. Jai zubeen da

  • @Zacksrahul.musician
    @Zacksrahul.musician 3 місяці тому +1

    ভাল লাগিল অতীতৰ কথা বোৰ শুনি লগতে আপোনাক ও❤❤

  • @mysticassam102
    @mysticassam102 3 місяці тому +1

    Great