লোকেল আৰু উন্নত প্ৰজাতিৰ ছাগলীৰ ফাৰ্মৰে স্বাৱলম্বী বিশ্বনাথ চাৰিআলিৰ এজন যুবক | Goat farm In Assam

Поділитися
Вставка
  • Опубліковано 26 вер 2021
  • লোকেল আৰু উন্নত প্ৰজাতিৰ ছাগলীৰ ফাৰ্মৰে স্বাৱলম্বী বিশ্বনাথ চাৰিআলি এজন যুবক
    about video
    আজি মই বিশ্বনাথ চাৰিআলিৰ এখন ছাগলীৰ ফাৰ্মত আহিছো । ফাৰ্মৰ দাদাজনৰ নাম Sandip Chhetri ,তেখেতে B.com পাছ কৰি private চাকৰিৰ নকৰি উন্নত প্ৰজাতিৰ ছাগলী আৰু লোকেল ছাগলীৰ ফাৰ্মৰ এখন আৰম্ভ কৰে 2019 চনত । বছৰত ফাৰ্মৰ পৰা উপাৰ্জন 4 লাখ টকা উপাৰ্জন হয় । 4 লাখ টকা উপাৰ্জন কৰি দিয়ে মাত্ৰ 50 টা ছাগলীয়ে । 50 টা ছাগলীৰ বাবে মাহত 10 /12 হাজাৰ টকা খৰচ হয় ।বৰ্তমান সময়ত ফাৰ্মত 25 টা লোকেল ছাগলী , 15 টা Beetal goat , 5 টা sirohi, gujri ,barbari goat আছে ৷
    sandip Chhetri
    6363165783
    Assam farmer
    priyanku choudhury
    8638968646
    ধন্যবাদ
    #goatfarmregistation
    #govermentloanapplyprocess
    #govermentloansubsidy
    #goattraninginassam
    #goatfarmingloan
    #goathousedesign
    #goatvaccine
    #goatbigmarketinassam
    #govement_yojana
    #sirohigoatfarminassam
    #barbarigoat
    #totapari
    #goattradingbusiness
    #blackbengal
  • Домашні улюбленці та дикі тварини

КОМЕНТАРІ • 111