প্ৰশ্ন-নাৰায়ণ তত্ব কি||কেতিয়া কেনেকৈ ভগৱানক লগ পাব পাৰি||Rantu Saikia||

Поділитися
Вставка
  • Опубліковано 30 лис 2024

КОМЕНТАРІ • 25

  • @pallabikagohain5720
    @pallabikagohain5720 День тому +1

    কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ

    • @ikklive5333
      @ikklive5333  День тому +1

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @pallabikagohain5720
    @pallabikagohain5720 День тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🙏🙏🙏🙏

    • @ikklive5333
      @ikklive5333  День тому +1

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @ronjitborah1997
    @ronjitborah1997 День тому +2

    Pronam❤❤❤❤

  • @SaminKalita-qo3mp
    @SaminKalita-qo3mp День тому +1

    কৃষ্ণ।

  • @NabaKakoty
    @NabaKakoty 11 годин тому +1

    ❤❤❤❤

  • @Harikrishna63G
    @Harikrishna63G День тому +1

    বাপ 🙏 কৃষ্ণ 🪷 কৃষ্ণ 🙏 কৃষ্ণ 🪷 কৃষ্ণ 🙏

    • @ikklive5333
      @ikklive5333  День тому

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @IndrakamalKakoty
    @IndrakamalKakoty 2 дні тому +3

    কৃষ্ণ কৃষ্ণ বাপ❤❤❤

    • @ikklive5333
      @ikklive5333  2 дні тому +1

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @mijushreebhuyan3746
    @mijushreebhuyan3746 2 дні тому +1

    Krishna ❤❤❤❤

    • @ikklive5333
      @ikklive5333  2 дні тому

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t День тому +1

    প্ৰভু আপোনাৰ ব্যাখ্যা শুনি বহুত জ্ঞান লাভ কৰো।আপুনি এজন চাকৰিয়াল বিষয়া হোৱাৰ পিছতো ভাগৱত, গীতা,শাস্ত্ৰ আদি সলসলীয়াকৈ মুখস্থ।ইমান সুন্দৰকৈ কয়। আপোনাৰ ব্যাখ্যাই মন আপ্লোত কৰে।আপুনি কেতিয়া মানে কেনেকৈ প্ৰথমে আৰাম্ভ কৰিছিল।আপোনাৰ পৰা অলপ জানিবলৈ মন যায়।অলপ কৃপা,দয়া কৰিবনে প্ৰভু।কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত , দায় দুখ নধৰিব।

    • @ikklive5333
      @ikklive5333  22 години тому

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @pollakgoigoi6455
    @pollakgoigoi6455 2 дні тому +2

    কৃষ্ণ .. শইকিয়া বাপ জনাৰ চৰণ কমলত ভক্তি ভৰা সেৱা নিবেদিছোঁ ...
    আমাৰ মনতে অকণমান এভাগি সংশয় হৈ আছে বাপজনাই কৃপা কৰি সংশয় দূৰ কৰিলে বৰ উপকৃত হলোঁ হেতেন মানে ... ভাগৱত শাস্ত্ৰ ভাগি ভকত বৈষ্ণৱৰ দ্বাৰা নীতি নিয়মেৰে চৈতন্য নকৰাকৈ এনেয়ে মানে অধ্যয়ন কৰিব পৰা যাব নাই বাৰু ..! আমাৰ গৃহত সুকীয়াকৈ গুৰুগৃহ ভাগিৰ ব্যৱস্থা হোৱা নাই বর্তমানলৈকে ..গতিকে ...বুজি পাইছে নিশ্চয়

    • @ikklive5333
      @ikklive5333  2 дні тому

      কৃষ্ণ কৃষ্ণ❤️❤️

    • @pranabdas7121
      @pranabdas7121 2 дні тому

      বাপ সেৱা ধৰিলো ,,বেয়া নেপাৱ,,যেতিয়া ভাগৱত শাস্ত্ৰ দোকানত থাকে ,তেতিয়া চৈতন্য হৈ নেথাকে, তেতিয়া মোৰ দৰে মহা মূৰ্খ ও অধ্যয়ন কৰিব পাৰো,,যদিহে নীতি নিয়মৰে একশৰণীয়া ভকত বৈষ্ণৱৰ দ্বাৰা কীৰ্ত্তন কৰা হয়,ভ্ৰমণ কৰা হয় ,তেতিয়াহে ভাগৱত চৈতন্য হয়, ভূল হলে ক্ষমা কৰিব

  • @birenmedhi9272
    @birenmedhi9272 2 дні тому +1

    পাৰিলে বাপ চন্দ্ৰ মোহন শৈৱৰ বিষয়ে অলপ কবচোন। জানিব বিচাৰিছে। কৃষ্ণ

    • @ikklive5333
      @ikklive5333  2 дні тому

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @rajibrajkhowa8111
    @rajibrajkhowa8111 2 дні тому +1

    শইকীয়া ডাঙৰীয়া, আমি অভাজনে এটি কথা থাৱৰ কৰিব নোৱাৰিছো, দয়া কৰি সন্দেহ ভঞ্জন কৰিবচোন। সত্য যুগৰ সূচনা ৰে পৰা ভগৱানে তেইশ বাৰ অৱতাৰ ধাৰণ কৰি দুষ্টক দমন কৰি ধৰ্মক স্থাপন কৰি আহিছে যদিও শাস্ত্ৰৰ বিৱৰণ অনুসৰি সত্য যুগত অক্ষুণ্ণ থকা ধৰ্মৰ চাৰিটা ভৰি ভাগি ভাগি আহি কলিৰ সন্ধিক্ষণত মাত্ৰ এটাহে অৱশিষ্ট আছেগৈ বোলে? এনে বিসংগতিৰ কাৰণ কি হ'ব পাৰে বুলি আপুনি বিশ্বাস কৰে?

    • @ikklive5333
      @ikklive5333  2 дні тому

      কৃষ্ণ কৃষ্ণ❤️❤️