উৎসৱ পাৰ্ৱনতে ব্যস্ত হৈ থাকিলে পেট ভৰিব নেকি ?
Вставка
- Опубліковано 8 лют 2025
- উৎসৱ পাৰ্ৱনতে ব্যস্ত হৈ থাকিলে পেট ভৰিব নেকি ?
.
Click on the link to read news on the website
👇
reporterne.in/
Click on the link below to watch our news on UA-cam
👇
/ @reporternedigital
.
.
#reporterne #assam #tamulpur #Jitendutta #kumbhmela2025 #sangrakdevsangha
এইখিনি কথাই দূৰ্গা পূজাৰ সময়ত বা কিয় তেখেতৰ মনলৈ নাহিল সেইটোহে নুবুজিলো।
যি জনে কাম বন নকৰাকৈ এনে অনাই বনাই ঘূৰি থাকে,, তেনে মানুহৰহে খাবলৈ ভাত নাথাকে,,, কর্মশীলৰ ঘৰত ভাত কেতিয়াও শেয নহয়,,,
জীতেন দত্ত দেৱৰ কথাবোৰ সম্পূৰ্ণ সত্য৷
আহোম শাসন ব্যৱস্থাৰ দিনত বিহুৰ বাহিৰে একোই উৎসৱ নাছিল । তেতিয়া অসমীয়াই সকলো নিজেই কৰিছিল কোনো বিদেশী নাছিল গতিকে অসমীয়াই অতিৰিক্ত উৎসৱ নকৰি কৰ্মটোকে উৎসৱ হিচাপে লওক । কৰ্মই হব আমাৰ উৎসৱ ।
Right kotha koise jiten Datt
সুন্দৰ বক্তব্য।
বামূণ ৰাজ চলি আছে,
অপ্ৰিয় হ'লেও সঁচা কথা কৈছে
সূন্দৰ বাৰ্তা 🙏
Ekdm right kotha dada ❤
তেখেতৰ কথাবোৰ ১০০ শতাংশই সত্য ।
Right , Maximum assamese organization only for festive mood
সুন্দৰ কথা কৈছে !
365 দিনৰ ভিতৰত 300 দিনেই অসমীয়া জাতি উৎসৱত ব্যস্ত থাকে। কাম কৰে কেতিয়া। সেই কাৰনেতো বাহিৰা মানুহ আহি অসমত থিতাপি লৈছেহি।
Right.
সচা কথা কৈছে অসমিয়া জাতিতোক বুৰ্বক বনাই আছে মন্ত্রী বিধায়ক প্ৰশাসনীক বিষয়া সকলে হাজাৰ কৌটি টকাৰ মালিক হৈছে অসমিয়া মানুহে এসাজ ভাতৰ বাবে হাহাকাৰ কৰি আছে
গৰুৰ আগত টোকাৰী বজাই কিবা লাভ হব জানো, ডাঙৰীয়া !
সূন্দৰ বক্তব্য দাদা
সঁচা কথা কৈছে, ধৰ্মৰ নামত ইমান কোটি কোটি টকা খৰছ কৰাৰ কোনো অৰ্থ নাই,
ভক্তি ভাৱে অন্তৰৰ ভগৱান ৰ নাম ল'লে হ'ল ।
জয় শ্ৰীৰাম
জয় শ্রীকৃষ্ণ
সুন্দৰ চিন্তা
মিছা কথা কাৰ ঘৰত খাবলৈ ভাত নাই ঘৰে ঘৰে দামি গড়ী আই ফোন
Pagol tu he ase
100000000000%Right.
অতি সুন্দৰ বক্তব্য ,
100% socha kotha
সুন্দৰ সুন্দৰ
সঁচাকৈ , ইমান ৰৌজাল বৌজাল কৰি কি লাভ হৈছে , মোৰ মতে এই অনুষ্ঠান বিলাকৰ পৰা প্ৰাকৃতিক পৰিবেশৰ বহুত ধ্বংস হৈছে ।
আলফা কৰি দেশৰ অৰ্থনৈতিক কিমান আগুৱাই নিলে তাৰ উত্তৰ দিব পাৰিবনে😂
1 pagol
He is absolutely right.
সুন্দৰ বাতৰি ।
Absolutely right.
কথাষাৰ মিছা নহয় । হলেও "আমি অসমীয়া নহওঁ দুখীয়া " বুলি কথা এষাৰ আছে নহয় -- সেয়ে "ধাৰ কৰি হলেও ঘিউঁ খাবা ।" 😂😢😢😢😮😮😮😮ে😮
১০০শতাংশই সঁচা
কথাতে কয় পাপীৰ মন পিঠাত।বি জে পিৰ মন ভোটত।
Joi jiten dada joi
একেবাৰে শুদ্ধ সঁচা কথা কৈছে আমাৰ অসমৰ হিন্দু বিলাক অতি এলেহোৱা সুৰোপা লোক হয় কাম বন নকৰা অসমীয়াৰ ভৱিষ্যত নাই
মই এই কথাটো সদায় কৈ আহিছোঁ অসমৰ অসমীয়াৰ এই কথাটোৱে এদিন বহুত ডাঙৰ বিপদ মাতি আনিব l😢😢
কেৱল নাচ গান আৰু ভোজ
@@mainadeka314 😂😂😂
একেবাৰেই সত্য কথাই কৈছে ডাঙৰীয়াই " 😔 😟 🙁
Right 👍
100 % true
Right👌 katha bur sunibaloi baya jadi o Ami bhabi sabar hol.
😁😁😁Aji loikee ki goom puwaa nasili neki...aibur hoie thakiboo..Incomee to kori asee korai nuwara bure hee aibur koi thakee
একেবাৰে মনৰ কথা কৈছে । উৎসৱৰ আধিক্যই অসমৰ অৰ্থনীতি শেষ কৰি দিব ।
Yes
100%right
Right bro👍
জলকীয়া এজোপা ঘৰত নোৰোৱা অসমীয়া এইবোৰ কত বুজি পাৱ😂
Right 👍
Right sir,,,
ৰাইজে বস্তুৰ দাম বাঢ়ি বুলি চৰকাৰক সমালোচনা কৰে,, কতা ৰাইজক হিলাবই পৰা নাই,,দিনক দিনে ৰাইজে পইছা গছ পাতৰ দৰে উৰাইছে,,,চৰকাৰে
আকৌ বস্তুৰ দাম বঢ়াব লাগে,,
অৰ্থ সংগ্ৰহ হব
Right
Akdm hosa kotha
চৰকাৰে ঠিকা কৰা লোকক বিল বোৰ পাছ কৰিবলৈ চৰকাৰৰ পুজিত ধন নাই। পৰিয়ালৰ অৱস্থা কি হৈছে কিবা গম পায় নে? জনসাধাৰনৰ তেজ সুহি খায় চে। আমাৰ ভোটৰে ৰজা হব,,,, তাৰ পাছত আমাকে ঠগি দপদপায় থাকে শিয়াল বোৰে।
আলফা হৈ থাকোতে এল পি স্কুলৰ শিক্ষক জনৰ লৈকে ধন দাবী কৰি কিমান টকা ঘটিলি, খাবলৈ থকা মানুহেহে অনুষ্ঠান পাতিব পাৰে।
Good news
Hosa kotha koise👍
Hundor baktabya.eta jatir jetiyaloike arthonitik bhabe
Tanokiyal nohoi teiyaloike anor agot hew hoi thakiba lage.dhormoi pragoti r bat nedekhuwai.
একেবাৰে সত্য
সঁচা কথা কৈছে। সঁচা কথা শুনিবলৈ বেয়া।
Nice
100%
উপদেশত কৈ আৰ্হি ভাল
নিজৰ সত্তা জাতিয়ে নিজে জীয়াই ৰাখিবই লাগিব । অসমলে এনে দিন অহা নাই দত্ত দেৱে ভৱাৰ দৰে মানুহে খাবলে নোপোৱাকৈ যে আছে এনে নহয় ।অসমৰ জনতা ই খাই বৈ পঢ়ুৱাই শুনুৱাই পৰিয়াল ৰ সমস্ত সমষ্যা মুৰ পাতি লোৱাৰ সমাধান কৰি ছে । ইশ্বৰ চিন্তা কৰিব পৰা সামৰ্থ আৰু এটা প্ৰফুল্ল মন লৈ সকলো জাতি জন গোষ্ঠীয়ে দৰিদ্ৰতা নেওচি নিজৰ নিজৰ এই ধৰ্মীয় বা অনান্য উৎসৱ বোৰ ৰং বিৰঙেৰে ৰঙায় তুলি বলে হেপাঁহ কৰাটোও মানৱ সভ্যতাৰ পোঁহৰৰ ছাকি ৰ দৰে নহয়নে ?
Ahumok thogi bamunor ai bilak kam
Ghanta হৈছে I
Lengetha baba k loi eku nokole je... 😂😂😂😂
Nice saying,,,,, Jiten dutta
দেশৰ অথনীতিত কমিহাৰ ভঙা মানুহ কোন ৰাইজে জানে ?
Ji koise hosatu koise akdom right
সচা,কথা,কৈছে,দাদা
I am full saporting for jiten sir
100% correct .
Right koise dada
200% right
প্ৰতি বছৰে শংকৰ সংঘৰ অধিবেশন পতাৰ কোনো প্ৰয়োজন নাই।
আমি আমাৰ জামুগুৰিহাটৰ বৃহৎ অনুষ্ঠান বাৰেচ হৰীয়া ভাওনা প্ৰতি 5 বছৰৰ মূৰে মূৰে পাতো।তেনেকৈ সাহিত্য সভাওঁ প্ৰতি বছৰে পতাৰ কোনো প্ৰয়োজন নাই
Nijor ghorot sun 12 mahot 13 ta puja pata
@HemantaBorah-rm4hh আমি 12 মাহত মাত্ৰ 1 টা পূজাই পাতো, সেইটো হল,নাৰায়ণ পূজা।
লগতে সকলো ধৰ্মৰ প্ৰতি আমাৰ সমান শ্ৰদ্ধা আছে কাৰণে আমি ভাগৱত পাঠ অনুষ্ঠান টো শৰাই দিওঁ।
Right.........
ককাই, আপোনাৰ উপস্থাপনে , আপোনাৰ উপস্থিতি দিলে ।
Right...
You have revealed the truth ...
সঁচা কথা কৈছে জিতেন দত্ত ডাঙৰীয়াই
Barhia baat bala sir❤❤❤❤❤❤❤
Thik kotha koise
Right.
Love you jiten da
Right dada, ji tu jatir 12 maheai utsob parbont besto thake free bostur pasot dore thake, neje aku kormo nokore Hai Jatir katiau katiau unnoti nohoi, gulam hoi thakibo
Thik koise apuni haikhini Toka dukhiak dile val asile. Hoi
Ekebare hosa kotha, dada .
Hosa kotha koise
Right Katha
Ki korbo ei gal assamia .right.
Amak enekoi besto kori rakhi politics kora khokole moja pai ase...
Era
😂dada kothabur Val laggill
Ai pordhan montiri hwaar juigo ki yo nu eaar kotha te dehk prem kotoibo nista lagise ❤❤❤
Jiten duttei tar paketar pora dise neki
Kotha tu moyu notice koriso. Sob HBS Mama'r instruction mote hoi aase.
Sorkari poisa loi khap pati thoka manuh aami
Utsav patise patak kin2 collection kia lge...sdy koi ahisu usar pajarar manuh bilk'k ...ki luv ase eiblk utsav pti...Only BIHU hba lge Axom't bki pti luv nai bki blg amr nhy e
সঁচা কথা
Moja kotha kaise jiten dai
Arunoday ase . Aru ki lage...,
মদ আৰু গাহৰি মঙহৰ কথা নকলি যে। সেই বোৰ নামত কিমান খৰছ।
Dharmo arth kam mukhya ki bukji paise mhasai bujiboloi. ...
Bohag bihu j gutai maah Tu bihu pati haibur dakhi napaw neki.. Lakh lakh toka j khoros kori gayak burok j diyo.. Tatiya bhat khabola tha k nai ghrt ha.. Adhibekhn Tu dhuniya k dakhi pali.. Taku 4 diin ha..1january j mod r dukan burot j lakh lakh toka di mod khai j haibur ru magh bihut j khai haibur.. Kola dhai kotha ulai jai bujili.. Dom ase jodi bondho kori dakha haibur r..
সঁচা কথা