'ট্রায়বেল বেল্ট আৰু ব্লক" উলংঘা আদিবাসীসকলৰ একচনীয়া/ম্যাদী পট্রা মাটি বে-আইনী নামজাৰি নাকচ কৰা।

Поділитися
Вставка
  • Опубліковано 21 жов 2024
  • "#আমাৰ_মাটি"," #আমাৰ_অধিকাৰ" #সুৰক্ষিত_কৰাৰ_আমাৰ_নৈতিক_দায়িত্ব।
    "#Our_Land," "#Our_Rights" #It_is_our_moral_responsibility_to_protect
    আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা লক্ষীমপুৰ জিলা সমিতিৰ একত্ৰিতকৰণ গোট উদ্যানত নাওবৈচা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।
    🔴" ভূমি আৰু ৰাজহ আইন ১৮৮৬" ৰ অর্ন্তগত "ট্রায়বেল বেল্ট আৰু ব্লক'ৰ অধ্যায় ১০ ব নিয়ম অনুযায়ী আদিবাসীসকলৰ ভূমি সুৰক্ষা প্রদান কৰা।
    🔴'ট্রায়বেল বেল্ট আৰু ব্লক"ৰ অধ্যায় ১০ ৰ নিয়ম উলংঘা কৰি নাওবৈচা ৰাজহ চক্র বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত বসবাস কৰা আদিবাসীসকলৰ একচনীয়া/ম্যাদী পট্রা সমূহত অন্তর্ভুক্ত হোৱা বে-আইনী নামজাৰি নাকচ কৰা।
    🔴 নাওবৈচা ৰাজহ চক্র বিষয়া কাৰ্য্যালয়ৰ অন্তর্গত "ট্রায়বেল বেল্ট আৰু ব্লক" ৰাজহ গাওঁ সমূহত অধ্যায় ১০ ব নিয়ম উলংঘা কৰি আদিবাসীসকলৰ ভূমি অবৈধ্য ভাবে দখল কৰা লোক সকলৰ পৰা উল্লেখিত অধ্যায় ১০ ৰ নিয়ম অনুযায়ী আদিবাসীসকলক ঘুৰাই দিয়াৰ ব্যাৱস্থা কৰা।
    🔴 আদিবাসীসকল বসবাস কৰা চাহ বাগিচাৰ নামত থকা "চাহ ম্যাদী" শ্রণীটো কর্তন কৰি আদিবাসীসকলক সেই ভূমিৰ পট্রা প্রদান কৰা।
    🔴 মিচন বসুন্ধৰা ৩.০ ৰ জৰিয়তে চাহ বাগিচাৰ শ্রমিক সকলৰ আৱাস গৃহৰ লগতে সংলগ্ন থকা কিচান গার্ডেন ভূমিটো শ্রমিক সকলক সেই ভূমিৰ পট্ৰা প্ৰদান কৰা।
    সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)
    লখিমপুৰ জিলা সমিতি (একত্ৰিত কৰণ গোট)
    #AASAA_Dibrugarh #adivasi #aasaa #adivasiland #Lokhimpur_circle_office

КОМЕНТАРІ • 8