বহাগৰ ১০১ বিধ শাক (101 varieties of edible herbs , plants, leaves )
Вставка
- Опубліковано 8 лют 2025
- Assam's Bihu ritual of consuming 101 varieties of herbs or plants leaves : The first day of Bohag bihu is called ‘goru’(cow) bihu and in that particular day people of Assam collect 101 variety of plants or leaves and prepare a dish. It is believed that this special dish has some medicinal values, which keeps one healthy till the upcoming year .
বহাগৰ ১০১বিধ শাক-
১.কলমৌ শাক ২.লাই শাক ৩.বৰ মানিমুনি ৪. নেফাফু পাত ৫. বাবৰি শাক ৬. ঢেকীয়া শাক ৭. বৰ টেঙেচি. কোমোৰা পাত ৯. মালভোগ খুটৰা শাক ১০. আৱণি পাণ ১১.লফা শাক ১২. ডালিম পাত ১৩. নৰসিংহ পাত ১৪. দাংবদি পাত ১৫. ধনিয়া ১৬. ফ্ৰেঞ্চ বীনৰ পাত ১৭. বন জালুক ১৮. গাজৰ পাত ১৯.আদাৰ গজালি পাত ২০. তিতাবাহক ২১. চাহ পাত ২২. জালুক আৰু জালুকৰ পাত ২৩. জিকা পাত ২৪. জিলমিল শাক ২৫.জলকীয়া পাত ২৬. জলফাই পাত ২৭. খুটৰা শাক ২৮.ক'লা কচু থোৰ ২৯. কমলা টেঙাৰ কুঁমলীয়া পাত ৩০. কঁণা শিমলু ৩১. কপাল ফুটাৰ পাত ৩২. শেৱালি ফুলৰ পাত ৩৩. কপৌ ঢেকীয়া ৩৪.কচু থোৰ ৩৫. আম পাত ৩৬. ভোল পাত ৩৭. দুপৰটেঙা ৩৮. কঠালৰ মুচী ৩৯. কুন্দুলি পাত ৪০. জাতিলাউ আগ ৪১. বন আমলখি ৪২.হালধি পাত ৪৩. ভাং পাত ৪৪. লেহেতি শাক ৪৫. লচকচি ৪৬. দোৰোণ বন ৪৭. ব্ৰাহ্মী শাক ৪৮. মান ধনিয়া ৪৯. ৰঙা টেঙামৰা পাত ৫০. মাটি কাঁদুৰী ৫১. কল পচলা বা থোৰ ৫২. বেঙেনাৰ ফুল/কুমলীয়া পাত ৫৩. ভেদাই লতা ৫৪. মধুসোলেং ৫৫. মধুৰীৰ কুঁমলীয়া পাত ৫৬. মহানিম ৫৭. মৰিচা শাক ৫৮. মৰলীয়া শাক ৫৯. মছন্দৰী ৬০. নেমুৰ কুঁমলীয়া পাত ৬১. অমৰা পাত ৬২. দহি কচু থোৰ ৬৩. বিলাহী পাত ৬৪. পালেং ৬৫. মটৰমাহৰ আগ ৬৬. ফুটুকলাৰ কুমলীয়া পাত ৬৭. পিয়াঁজ পাত ৬৮. ৰবাব টেঙাৰ কুঁমলীয়া পাত ৬৯. পদিনা ৭০. মাটিকঠালৰ কুঁমলীয়া কুঁহ ৭১. পিৰালি পালেং ৭২. ৰঙালাউ আগ ৭৩. মিঠা আলুৰ পাত ৭৪. ৰচুন পাত ৭৫. চেংমৰা ৭৬. চুকা শাক ৭৭. স্কোৱাচ পাত ৭৮. চজিনা পাত ৭৯. তেজপাত ৮০.টেঙেচি টেঙা ৮১. গঙ্গামূলা ৮২. মৰাপাত ৮৩. মান কচু ৮৪.গৰুখিচ ৮৫. ভেন্দি পাত ৮৬. মেথি শাক ৮৭. তিতাকেৰেলা পাত ৮৮. টিয়হ পাত ৮৯. উৰহী পাত ৯০. অমিতা ফুল ৯১. পূৰৈ শাক ৯২. শিমলু আলুৰ পাত ৯৩. ভাত কেৰেলাৰ আগ ৯৪. ভেঁকুৰি তিতা ৯৫সৰু মানিমুনি ৯৬. বনধনিয়া ৯৭. কৰ্দৈৰ কুমলীয়া পাত ৯৮. নুনী গছৰ কুমলীয়া পাত ৯৯. তৰা গজালি ১০০. সুগন্ধি পদিনা ১০১. বেত গাঁজ ।
Dhuniya Lagise
Dhonyobad.. iman xundor aaru gyanvardhak video upload korar baabe🙏🙏🙏🙏🙏
Hi❤❤❤❤❤
Bohut val video
New generation r babe very important
Nilakantha aru Surat gos dujupa moi sini puwa mote huwa nai..
Thnq
উপকৃত হলো। share কৰিছো।
bhaal lagil video sai.
আমি গৰু বিহুৰ দিনা খাও পাহাৰৰ পৰা বিছাৰি আনো
Parile amar axomot pua wild edible plants names with pic upload koribo na..❤
Pandan gos tuk asomia t ki buli jona jai kobo sun jonale val pam
জহা গছ /জহা কেতেকী। ইয়াৰ পাতৰ গোন্ধ জহা চাউলৰ দৰে ।
@@domyenty thnq rply tu dia babe. Bos gos tu beleg hoi neki?
@@pankajriyanhazarika3518 হয়, বচ গছ বেলেগ। বচ সাধাৰণতে জেকা মাটিত বা কম পানী থকা খাল আদিত হয়। ইয়াৰ পাত আৰু কাণ্ডৰ এটা তীব্ৰ গোন্ধ আছে। Scientific name: Acorus calamus
@@domyenty dhoinyobad bohut khini katha gom palu jonuar babe
নমস্কাৰ,
হেলছী আৰু,কুলেখড়া শাকৰ ফটো দিবলৈ অনুৰোধ জনালোঁ।
ua-cam.com/users/shortsh6x5VZy-ubc?feature=share
Hi❤
সকলোবোৰ গছৰ পাত শাক হিচাপে খাব পাৰি জানো?
কিছুমান পাত-শাক সদায়ে আঞ্জা হিচাবে ৰান্ধি খোৱা নহয়। কিন্তু ব'হাগ বিহুত ঔষধি গুণসম্পন্ন কিছুমান পাত-শাক, ফুল আদি আঞ্জা হিচাবে ৰান্ধি খোৱা হয়।
Modhu sulengtu nhy jn lgise
আপোনাৰ তথ্য শুদ্ধ নহয় । সকলো বোৰ খোৱাৰ উপযোগী নহয় । বিহ হে হব ।
মোৰ ব্যৱহাৰিক জ্ঞানৰ পৰা কব পাৰো যে ইয়াত উল্লেখ কৰা সকলো বোৰ গছ-পাত খোৱাৰ উপযোগী। যদি আপোনাৰ চকুত কিবা দেখা পাইছে তেন্তে অনুগ্ৰহ কৰি অনুপযোগী গছ-পাতবোৰ আঙুলিয়াই দিব।
Bagh asura dibsn
ua-cam.com/users/shortsNh7jMIkk2Ws?feature=share
Colour in blue not yelo
In problem colour