সুন্দৰ ভাগৱত পাঠ//কমলা গগৈ আৰু পৱনৰাজ ফুকনৰ কণ্ঠত//Bhagowot path//Kamala Gogoi//S Assam World

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • নমস্কাৰ🙏
    শিৱসাগৰ জিলাৰ দৰিকাপাৰত অনুষ্ঠিত হোৱা ভাগৱত অনুষ্ঠানত দিহাৰত্ন কমলা গগৈ দেৱ আৰু নামাচাৰ্য পৱনৰাজ ফুকন দেৱে পাঠ কৰা সুমধুৰ ভাগৱতৰ কিছু অংশ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ।
    সকলোৱে শুনিব চোন আৰু like , comment & share কৰাৰ লগতে চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ ।
    ধন্যবাদ
    🙏🙏🙏
    #kamalagogoi
    #Bhagowotpath
    #ভাগৱতপাঠ
    #Pabanphukon
    #sassamworld

КОМЕНТАРІ • 77

  • @ujjalmili7058
    @ujjalmili7058 16 днів тому +2

    জয় জয় শঙ্কৰ, কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻

  • @lakhikalita8394
    @lakhikalita8394 7 місяців тому +3

    কৃষ্ণ সেবাহে জনালোঁ

  • @tapandutta2262
    @tapandutta2262 2 місяці тому +1

    JOY KRISHNA NAMASTE 🙏 💖 ❤️ ✨️

  • @puspanjalimahanta5966
    @puspanjalimahanta5966 11 місяців тому +4

    কৃষ্ণ কৃষ্ণ।🙏🙏🙏🙏🙏

  • @lxdibya1509
    @lxdibya1509 5 місяців тому +2

    বহুত ভাল লাগিল🙏🥺

  • @krishnasaharia1615
    @krishnasaharia1615 5 місяців тому +1

    কৃষ্ণ🙏🙏🙏

  • @user-js2ze6jr9c
    @user-js2ze6jr9c 10 місяців тому +2

    Krishna.krishna krishna ❤❤

  • @gitalineog930
    @gitalineog930 Рік тому +2

    কৃষ্ণ বৰ সুন্দৰ দুয়োজন বাপকে ভগৱন্তই কৃপা কৰক।আমাৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰভু দুয়োজনলৈ কৌটি কৌটি প্ৰণাম কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 4 місяці тому +1

    হৰি অধিকাৰী মানে পৰম ব্ৰহ্ম পৰম আত্মা। জীৱ বা জীৱাত্মা বা চেতনা ই নিজে দেহৰ অংশ বুলি ভাবি অহম বা অহ্ঙকাৰ হোৱাৰ বাবে চেতনা ই। আত্মাৰকথা নাজানে। পৱিত্ৰ চেতনা ই আত্মা। জীৱ ই তেতিয়া ব্ৰহ্ম জ্ঞান বা আত্ম বোধ লাভ কৰে তেতিয়া জন্ম মৃত্যু বন্ধনৰ চক্ৰৰ পৰা জীৱ মুক্তি লাভ কৰিব পৰা যায়। ধন্যবাদ। প্ৰদীপ গগৈ।

  • @user-yx1kc3qt3p
    @user-yx1kc3qt3p 8 місяців тому +1

    Pronam probhu

  • @manjulabhuyan5676
    @manjulabhuyan5676 8 днів тому +1

    👍👍🙏🙏🙏

  • @pradipdutta3332
    @pradipdutta3332 Рік тому +2

    কৃষ্ণ কৃষ্ণ •••••• অতি সুন্দৰ কন্ঠ •••• প্ৰণাম জনালো ••••• প্ৰভুৱে মঙ্গল কৰক ••••••

  • @KamalaBorgohain
    @KamalaBorgohain Рік тому +1

    Tonei.is.very verygood

  • @arundutta1448
    @arundutta1448 8 місяців тому +1

    🙏🙏🙏

  • @dulaprabhaphukon3201
    @dulaprabhaphukon3201 Рік тому +1

    পনাম জনাছো প্ৰভু জয় হক

  • @dilipkalita5254
    @dilipkalita5254 10 місяців тому +1

    🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 4 місяці тому +2

    আমাৰ জনা মতে ৰামায়ণ আৰু মহাভাৰত দুখন মহাকাব্য। কাব্য মানেই কবিতা। মহাকাব্য মানে ডাঙৰ কবিতা পুথি। মহাকাব্য সমূহ প্ৰাচীন ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। মহাকাব্য ৰামায়ণ মহাভাৰত দুখন মহাকাব্য ৰচনা কালৰ দেশ কাল পাএ সময় আৰু ৰজা মহাৰজা সামাজিক সাংস্কৃতিক ৰাজনৈতিক ভৌগোলিক ঐতিহাসিক পৰিবেশ পৰিস্থিতি ৰীতি নীতি খাদ্য প্ৰণালী ইত্যাদি হুবহু বাস্তৱ কাহিনীৰ দৰেই ৰূপক দি সকলো সময়ৰ সকলো বয়সৰ লোকৰ উপকাৰ আৰু মনোগ্ৰাহীকৈ বৰ্ণনা থকা আধ্যাত্মিকতাবাদৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সকলো ৰস মুক্ত মহান কাল্পনিক কাহিনী প্ৰয়োগ কৰা মহৎ কাব্য মানেই মহা কাব্য। ৰামায়ণ লিখিছিল মহিষী বাল্মিকীয়ে। মহাভাৰত লিখিছিল মহিষী বেদব্যাসে। দুই খন মহাকাব্য কাল্পনিক চৰিত্ৰৰ কাহিনীৰ আধাৰত ৰচিত হয় যদিও চৰিত্ৰ আৰু কাহিনীভাগ চিৰন্তন মহা সত্য যেন লাগে। মানুহে কিন্তু ইতিহাসৰ কাহিনী বা বুৰঞ্জী বুলি ভাবিব। ভাৰত খন অতি প্ৰাচীন দেশ। ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে উক্ত ৰামায়ণ মহাভাৰত মহাকাব্য দুখন ও বাজিকত কাহিনীৰ দৰেই সুখ দুখ আনন্দ সকলো বিলাক থাকিলেও ই এক আধ্যাত্মিকতাবাদী দৰ্শন। ই এক জগতৰ সৰ্বকালৰ সুমঙ্গলৰ বিষয়বস্তু আৰু মানৱ কল্যাণৰ হকে আধ্যাত্মিক বোধ আৰু আধ্যাত্মিক জ্ঞান উপলব্ধি ধ্যান ধাৰণাৰে পৰিপুষ্ট মহান শান্তি সমন্বয় ক্ষেত্ৰত পক্ষপাতী আছিল । বহুতো ধৰ্মীয় দিশত এই মহা কাব্য দুই খন সত্য বুলি ভাবি লয়। কিন্তু জীৱ শ্ৰেষ্ঠ মানৱৰ পৰা ক্ৰমবিকাশ হৈ মহাপুৰুষ অতি মানৱ দেৱী দেৱতা ঈশ্বৰ ঈশ্বৰী দৈত্য দানৱ সকলো বিলাক অগ্ৰগতি লাভ কৰে আৰু অবনমিত ও হয়। কিন্তু ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম বা আত্মাৰ পৰাই উৎপত্তি হৈছে পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ। পৰাৰ প্ৰেম বা আত্মা । অপৰাৰ পঞ্চ ভৌতিক মায়া ময় দেহ বা বিনাশ শীল। অনন্ত কোটি ব্ৰহ্মাণ্ডত অগনন অলেখ অনাদি অনন্ত বিস্তিন্ন একো নাই মাএ ব্ৰহ্ম হে সত্য ।এক ব্ৰহ্ম এক সত্য এক ধৰ্ম । প্ৰদীপ গগৈ অসম

  • @dipaligogoidipaligogoi3633
    @dipaligogoidipaligogoi3633 Рік тому +1

    Oti hun dor ❤❤❤

  • @kalpadas5723
    @kalpadas5723 11 місяців тому +2

    ৰাম কৃষ্ণ ❤

  • @pranabjyotigogoi417
    @pranabjyotigogoi417 Рік тому +1

    সমীৰণ দা বহুত ভাল লাগিল শুনি 👏👏👏👏👏

  • @jintudutta278
    @jintudutta278 Рік тому +1

    Krishna Krishna bapjana amritmoi bani

  • @tayungofficials4483
    @tayungofficials4483 Рік тому +1

    বৰ ভাল লাগিল বাপ্ সকল কৃষ্ণ

  • @user-oc8kc2iy4q
    @user-oc8kc2iy4q 10 місяців тому +1

    😮namskar

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og 8 місяців тому +1

    কৃষ্ণ কৃষ্ণ

  • @bondonaphukon6994
    @bondonaphukon6994 Рік тому +1

    Hundor🙏🙏🙏❤❤

  • @bobynath4148
    @bobynath4148 Рік тому +1

    কৃষ্ণ কৃষ্ণ।🙏🙏🙏

  • @ritakalita6066
    @ritakalita6066 Рік тому +1

    কৃষ্ণ 🙏

  • @ankur3360
    @ankur3360 Рік тому +1

    কৃষ্ণ প্ৰভু

  • @junumech7558
    @junumech7558 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ মধুৰ ভাগৱত আৰু সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল লাগিছে কৃষ্ণ সেৱা জনাইছে কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ কৃষ্ণ

  • @robinphukan
    @robinphukan 10 місяців тому +1

    ইমান মিঠা মিঠা কণ্ঠদান দাদাহঁতৰ। মৰাণ দলপা। ধন্যবাদ থাকিল ,

  • @dhrubajyotidutta5274
    @dhrubajyotidutta5274 Рік тому +2

    সুন্দৰ কি কম আৰু কৃষ্ণ

  • @kabyashreesaikia9458
    @kabyashreesaikia9458 Рік тому +1

    Xundr

  • @monujkumargogoi2013
    @monujkumargogoi2013 Рік тому +1

    🙏🙏🙏🙏🙏❤️❤️❤️ কৃষ্ণ, কৃষ্ণ, বাপ শ্ৰবন কৰি ভাল লাগিল ❤️ আপোনালোকৰ লগতে তাত উপস্থিত আটাইৰে চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো ❤️ ঈশ্বৰে সকলোকে কুশলে ৰাখক ❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏❤️❤️

  • @dhrubajyotidutta5274
    @dhrubajyotidutta5274 Рік тому +1

    লগৰীজনৰ নামটোও জানিব ৱিছাৰো

  • @rubigogoi5227
    @rubigogoi5227 Рік тому +1

    কৃষ্ণ🙏

  • @nipangogoi4063
    @nipangogoi4063 Рік тому +1

    🙏🙏

  • @palashbcreation7513
    @palashbcreation7513 Рік тому +1

    কৃষ্ণ🙏

  • @bituponboraassam9322
    @bituponboraassam9322 Рік тому +2

    কৃষ্ণ 🙏