Eta Lora |
Вставка
- Опубліковано 18 бер 2023
- AUDIO CREDITS
Song: Eta Lora
Singer: Gitanjali Das
Music: Ujjwal Aarong
Lyrics, Tune & Male Vocal: Kussum Kailash
Mixed & Mastered: Ibson Lal Baruah
Guitar: Koustav Phukan
Flute: Bitupan Konwar
Ukulele: Bikash Gogoi
Recorded @ Srishti the Creative eye by Ujjwal Aarong & @ Studio Orange by Dipankar Baishya (Moon)
Special Thanks to Ramen Danah & Bharat Saikia
VIDEO CREDITS
Direction : Dhruba Rabha
Cinematographer : Uttam Kalita
Cast : Dipankar Roy , Gitanjali Das
Choreographer : Ribrib Das
Makeup : Jayanta Thapa
Still Photographer : Pulak Kalita
Asst. Makeup : Popy
Production & Kitchen: Mridul & Satyajit Tumung
এটা ল’ৰা মৰম লাগে
মোলৈ ঘূৰি চালে
মোলৈ ঘূৰি চালে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
মিচিককৈ হাঁহি এটি মাৰি
কাষেদি পাৰ হ’লে
কাষেদি পাৰ হ’লে
ধিপিঙকৈ কঁপো কলিজাত জানো
কিহে কামোৰ মাৰে
ও মোৰ লাজুকী সপোনৰ
এটি ভাবনা আলাসৰ
কেতিয়াকৈনো হ’ব পূৰ
বুকুত সাজিছে টঙিঘৰ
যৌবনৰে জীয়া আশা পাবলে কাষৰত
ও এটা ল’ৰা মৰম লাগে
মোলৈ ঘূৰি চালে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
ৰাতি বাৰ বাজে
দিনৰ বাৰ বাজে
একেটি কথাকে মুখত ওলাই জানা ঐ
মোৰো ভালেই লাগে
কথাটি সুধিলে
লগৰ সমনীয়াক লগৰ সমনীয়াক কৈ
ও মোৰ লাজুকী সপোনৰ
এটি ভাবনা আলাসৰ
কেতিয়াকৈনো হ’ব পূৰ
বুকুত সাজিছে টঙিঘৰ
যৌবনৰে জীয়া আশা পাবলে কাষৰত
ও এটা ল’ৰা মৰম লাগে
মোলৈ ঘূৰি চালে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
চুচুক চামাক কৰে
মোক দেখি জানা ঐ
মাতো মাতো লাগে কিয় জানো ঐ
আগে পাছে এনে হোৱা নাই মোৰ ঐ
মনে খাইছে ক’ব পৰা নাই হে ঐ
মোৰো ভাল লাগে জানা তাকে ভাবি ঐ
ল’ৰা বহু দেখো
মনে মনে তোলৈ চকু
তই বা কি কৱ
সুধিব মনে যায় তোক
মাতোতে বহুতক মাতো
অন্তৰে তোকেহে ভাবো
তই জানো বুজা নাই
বুজি সোণ পোৱা নাই মোক
ও মোৰ লাজুকী সপোনৰ
এটি ভাবনা আলাসৰ
কেতিয়াকৈনো হ’ব পূৰ
বুকুত সাজিছে টঙিঘৰ
যৌবনৰে জীয়া আশা পাবলে কাষৰত
ও এটা ল’ৰা মৰম লাগে
মোলৈ ঘূৰি চালে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
|| Scocial Platform ||
Instagram: gitanjalida...
Facebook Page: / gitanjalidas13
UA-cam Official Channel: / @gitanjalidas
___________________________________________________________________________________
|| Other Video Link ||
• Gitanjali Das | Gun Gu...
• Video
• Video
• KAJAL SAKUR MONI || Si...
• Latest Assamese Song 2...
• GITANJALI DAS | SOTE G...
• Assamese Latest Bihu S...
• Sote Goye || Gitanjali...
• Chikuti || Gitanjali D...
• Assamese Bihu Stage Li...
#gitanjalidas #etalora - Розваги
বহুত বহুত শুভেচ্ছা মৰম বাইদেউ লৈ চৰাইদেউ জিলাৰ পৰা আগ্গৱাই যোৱা
Dhuniya ba ❤❤😍😍
সকলোলৈ বহাগ বিহুৰ আগতীয়াকৈ ওলগ যাচিলো। গানটো শুবেই ভাল লাগিল❤️
অতি জনপ্ৰিয় গীতাঞ্জলি বা আপোনাৰ গান শুনি থাকিবলৈয়ে মন যায়।
বৰ্তমান গায়িকা সকলৰ ভিতৰত ভাল লগা মাতষাৰ।
অতি সুন্দৰ👌 গীতটোৰ কথা, সুৰৰ ব্যৱস্থাপনা কৰা কুসুম কৈলাসলৈও ধন্যবাদ।
1
সচাকৈ গিতাজ্ঞলীৰ গান বোৰ সুনি বহুত ভাল লাগে |কোনোঅশ্লিল শব্দ নাই | ভষা নাই কবলৈ |হওক এনেকৈ অসমত ভাল ভাল শিল্পীৰ জন্ম হওক ।
FROM TOমঙলদৈ একে একে দুই আমাৰ গিতাজ্ঞলী বা জুই🔥🔥🔥
আমাৰ মঙলদৈৰ ফালৰপৰা আপোনালোক সকলো লৈ শুভেচ্ছা জনালোঁ
গানটো টো বহুত ধুনীয়া লাগিছে।। আপোনাৰ ইমান ধুনীয়া কণ্ঠ শুনিয়েই থাকিব মন যায়
From mangldai
From mngldoi ❤❤
Baap re❤❤Gitu Baaaaa❤🙏❤যেতিয়া কোনো এজন গায়ক বা গায়িকাই মানুহৰ মন জয় কৰিব পৰাকৈ এটা গীত আমাক উপহাৰ দিয়ে তেতিয়া বুজাবলৈ একো ভাষা নাথাকে যে কিমান ভাল লাগে,,অথচ কথা আৰু সুৰ শুনি গাৰ নোম শিয়ঁৰি উঠে যে কেনেকৈ ইমান ধুনীয়া কৈ এটা গান লিখিব পাৰে,সুৰ কৰিব পাৰে আৰু গাব পাৰে,,তাৰেই এক উদাহৰণ আপুনি গীতু বা❤🙏❤সদায় এনেকৈ জনপ্ৰিয় হৈ ৰওঁক তাৰেই কামনা,,।।যোৰহাটৰ পৰা বহু বহু মৰম শুভেচ্ছা❤🙏❤
গানটো বহুত বেছি ভাল লাগিছে। বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো বা।❤️
Mojja mojja❤️😍
Bht dhuniya lgise gaan tu 10 br mn xunilu moi😌💘 love from nalbari ❤️
Really unique voice.... Nice voice geetanjali
Moja lagila gan2..
মৰিগাওঁ কুসুম কৈলাস ফেন ক্লাৱৰ তৰফৰ পৰা এগালমান মৰম❤
Tammam buli kolu 😍
আপোনাক, আপোনাৰ ফাৰ্ষ্ট গান টোৰ পৰাই বহুত ভাল লাগে বা।।।মোৰ প্ৰিয় গায়িকা আপুনি।।।love u so much ba😍😍😍
Moja gan dei hosakoi.
Dhuniya❤
Kussum da xodaie priyo......and Gitanjali baa apunar ktha tu koboi nalagee
Baki husori tune tu bhut bhal lagise........❤❤
Love frm Kaliabor❤
Nice song bay mojaa lg ❣️❣️ happy 🥰🙂👍
Ultimate ❤ ....bohu val lage Apunar khokolu giteii....baa loi Aiii morom khodai thakib❤
❤❤ Ba
One of my Favorite Voice 🔥🔥🔥❤️❤️❤️❤️❤️❤️❤️❤️❤️
You're always unique BAA ❤️🌿 Priyo apuni ❤️
Dhuniya lagise gan to❤
So sweet voice baa and lovely song ❤️❤️❤️
❤❤🎉🎉🎉🎉
Jui💥.Baa
The bold singer of assam ❤❤🎉
Bor dhunia hoise gaan tu, bhal lagil dear 💕💕💕
Masterpiece of assamese music industry
Mojjah,,,, Lagise Oi,, Song 2 ❤️👌👌
One of my favourite female singer ❤❤🎉🎉
বাইদেউৰ কণ্ঠই পাগল কৰি দিয়ে... 🔥🔥🔥
The more you will hear the song, the more you will fall for it, this song deserves all the love and appreciation!
Hi
6
😊@@mintu_m_s_123 j 0:36 sgkzvz😮aaldh 0:47
Moza lage aponar gan baa ❤
Fg
বহুত ভাল লাগিল গানটো শুনি ❤❤
Lllio) 500Olly knitml9oi c
Uncommon voice ❤️❤️👍👍👍 Love you gitanjali baa
Mojjjaa ..bor val lagise gantu❤❤❤❤thank you gitanjali baidew❤
Voice tu bohut bhal lge❤️❤️
Hundor অভিনয়❤
Ai gantu bhut bhal lage....❤️
bht dhuniya gai...
Bohut val.Lagise gaan tu gitanjoli ba❤❤Dipankor daa love you 💞😘😘
❤❤❤
Very very beautiful song ba 🥰😘😍🔥 tumi aru aguai jua ❤️❤️❤️❤️❤️
অসমৰ সুনিধি চৌহান ❤
The Bold singer of Assam ❤️
Right 👍
Right ✅️
@@Tezpur-boys😢
ঠফফছ
ঠব্্ঃ।গডড1গঠ1ই0ৰঞ্জিতক্ষান
।
Githanjoli hosake god hoi dei love from tsk💕💕💕💕💕💕❣️❤️❤️❤️❤️❤️
ভাল লাগিল ❤️
Heart touching shong. I liked it.💖
সুন্দৰ 💞
Beautiful video baa
❤️😊
High energetic song ❤
Bohut dhuniya gan baa ❤️😍🥰
Moja hoise de..mor popy frnd frst taime album... xhosake oti xhondor hoise...
Gan tu kussum koilash dai lekhise moja kussum da love from golaghat ❤
Khub hundor
Bohut moja😍👍👍
Always favourite ❤️❤️
One of my favourite singer ❤️❤️
Hit ❤❤
কি সুন্দৰ কণ্ঠ আপোনাৰ শুনি থাকিলেও আমনি নলগা।
Val lagil video2 sai
Nice song 🎶🔥 love from morigaon ❤
Amezing
Ami husori gaisilu...like ey ghor manuh kole gol soray dhan khale...nice fell nostalgic
Moja lagil
Moja boom
বহুত ধুনীয়া ❤️👌🏻
Ba majjhh.
Ehh maza❤.
Baa ki hur and mat koisu n jui 🔥😍❤️
Mind blowing, Excellent.... God bless you all
Moja😊
Bohuat vl lagil video2 milise dada logt gantu
Dhuniya lagisa ba❣️
1St view love this song 😍❤️
One of my favorite singer ❤
Superb mind-blowing
Beautiful romantic song, moja.
Ajir full album video sai bohut val palu 🙏👌👌👌😘
Bhut val lagil
Mojaaa❤❤❤
Mojia
Uff ba 🔥🔥🔥 Dipankar da 🔥
সুন্দৰ গীত ভাল লাগিল দেই 💓👍
Val lagi bhut
সুন্দৰ উপস্থাপন 💜💜💜👍🏻
Lots of love from Guwahati ❤️
❤❤
Lovely voice ❤
Guinness World records book world no 1 best song video, my favourite song, Awesome, superb, evergreen, world no 1 best song video, marvelous, superb, evergreen, world no 1 best song video
Moja ❤
Love form Rangia 💓🖤
Dhuniya gan baa
The way the presenter breaks down complex topics is so helpful. 🧱
Wow best song video.
Beautiful song😍
Mojaaa Gitanjali baa....👌👌👌👌👌 Tumi jui....❤️🔥❤️🔥❤️🔥