ৰ লাগি চাওঁ | Row Lagi Xau ( Lyrical ) | Neel Akash | Rekibul Hassan | New Assamese Song 2023

Поділитися
Вставка
  • Опубліковано 2 гру 2024
  • Times Music presents lyrical " Row Lagi Xau", super groovy new Assamese song of 2023 sung by Neel Akash.
    This unique composition and lyrics done by Rekibul Hassan.
    Credits
    Song : Row Lagi Xau
    Singer : Neel Akash
    Lyrics & Composition : Rekibul Hassan
    Music Label : Times Music
    Music Arrangement: Ujjwal Aarong
    Mix & Master : Pinku Das
    Audio Production : Biocine Production House
    Female AI image used in the video .
    Creative design by Working Shadows .
    ৰ লাগি চাওঁ-Lyrics
    ফাগুণে উৰুৱাই বাটৰে ধূলি
    যৌৱনে উৰুৱাই মন আজিকালি
    কিনো হ'ল হঠাতে
    উঠোতে বহোতে
    তোকেহে ভাবিছো মই
    কলিজাৰ এচুকত
    কিয় অনবৰত
    খোপনি পুতিছ তই
    তোক দেখো যেতিয়া ৰ লাগি চাওঁ
    দিন দুপৰতে মই জোন দেখা পাওঁ
    নদী বয় যিদৰে
    বৈ নাভাগৰে
    মৰম আছে তোলৈ
    সেইদৰে
    আবেগৰ ডাৱৰে
    কলিজা আৱৰে
    লৈ যা আহি মোক
    একেবাৰে
    মইতো তোৰে হয়
    তয়োতো মোৰে হয়
    মোৰ মনে সদায়
    তাকে কয়
    কৰা নাই অভিনয়
    দি মিছা পৰিচয়
    বেইমানো নহয়
    মোৰ হৃদয়
    উঠোতে-বহোতে....
    তোক দেখো যেতিয়া ৰ লাগি চাওঁ
    বাকী কথা তেতিয়া পাহৰি যাওঁ
    / @timesmusicaxom
    Like || Share || Subscribe || Love
    For more updates:
    Facebook : / timesmusicassamese
    Instagram : / timesmusicassamese
    Tweet us your favourite videos on : / timesmusiceast
    Website : www.timesmusic....

КОМЕНТАРІ • 370