মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 5 # PratidinTimeLIVE
Вставка
- Опубліковано 28 лис 2024
- শপত ল’লে নৱ-নিৰ্বাচিত ৫গৰাকী বিধায়কে
একমাত্র মহিলা বিধায়ক ৰূপে শপত গ্রহণ দীপ্তিময়ী চৌধুৰীৰ
বিহালী, চামগুৰিৰ পিছত চৰ্চাত আছিল বঙাইগাঁও
প্রাৰ্থিত্বক লৈ প্রথমে দলীয় বিদ্রোহৰ সন্মুখীন হৈছিল চৌধুৰী
ফণীভূষণ চৌধুৰীৰ সোঁৱে-বাঁৱে থকা নেতাই এৰিছিল দল
বিসম্বাদ ওফৰাই বিধানসভালৈ নিৰ্বাচিত হ’ল দীপ্তিময়ী চৌধুৰী
বিধানসভা আৰু লোকসভাত প্রতিনিধিত্ব কৰা অসমৰ একমাত্র পৰিয়াল
দিল্লীত ফণীভূষণ চৌধুৰী, দিছপুৰত পত্নী দীপ্তিময়ী চৌধুৰী
অগপতো আৰম্ভ হ’ল নেকি পৰিয়ালকেন্দ্রিক ৰাজনীতি
স্বামীয়ে কৰিব নোৱৰা কি কাম কৰিব দীপ্তিময়ী চৌধুৰীয়ে?
বিধানসভাৰ পৰা পোনে পোনে প্রতিদিন টাইমৰ ষ্টুডিঅ’ত বিধায়িকা দীপ্তিময়ী চৌধুৰী
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 5 # PratidinTimeLIVE