КОМЕНТАРІ •

  • @alexoficial4259
    @alexoficial4259 3 роки тому +2

    বহুত দুখ লাগিছে ভাষাৰে তুলনা কৰিব নোৱাৰি এই বিষয়ে । মৰম লগা পৰিনিতাৰ আত্মাই যেন যতে আছে চিৰশান্তি লাভ কৰে 🙏🙏

  • @assamjokingupdates6740
    @assamjokingupdates6740 3 роки тому +3

    বহুত বেয়া লাগিছে ।হে ভগৱান সকলো তোমাৰ লীলা ।সকলোকে ৰক্ষা কৰা ।

  • @priyagaming8309
    @priyagaming8309 3 роки тому +12

    প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ উন্নয়নৰ কৃতিত্ব এইয়া, তাতে দেখোন সন্তুষ্ট মাজুলীবাসীয়ে সৰ্বানন্দৰ জয়গুন গাই। এতিয়া সেইজনৰ গুন গায় বন্তি এগছি জ্বালায় তালি বজায়।

    • @lakhisaikiakhanaguri1941
      @lakhisaikiakhanaguri1941 3 роки тому

      00

    • @eyakubali336
      @eyakubali336 3 роки тому +1

      মৃতকৰ সকলো আত্মাৰ সদগতিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ হে আল্লাহ , মৃতকৰ সকলো আত্মাই শান্তি পাওক , হে আল্লাহ , তেওঁ লোকক বেহেসত অকনমান ঠাই দিয়ক , আমিন । সকলোৰে পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিলোঁ । জয় আই অসম । শেষত চৰকাৰে অতি সোনকালেই দলং নিৰ্মাণ কৰা ৰ কাম হাতত ল'বলৈ অনুৰোধ জনালোঁ ।

  • @bhaskarjnath3637
    @bhaskarjnath3637 3 роки тому +1

    বহুতে দেখোন দুৰ্ঘটনাৰো ৰাজনীতিকৰণ কৰে।

  • @bwhwigoyary8751
    @bwhwigoyary8751 3 роки тому +3

    May God bless all of them.❤️❤️❤️

  • @pranitakonwar1413
    @pranitakonwar1413 3 роки тому +1

    বৰ দুখ লগা ঘটনা

  • @kennedykerketta401
    @kennedykerketta401 3 роки тому +1

    All of us are very sorry .

  • @mafizurrahman3144
    @mafizurrahman3144 3 роки тому +1

    Very sad

  • @mriduldas1114
    @mriduldas1114 3 роки тому

    God blees

  • @juribhuyan7403
    @juribhuyan7403 3 роки тому

    🙏🙏🙏😭😭😭😭

  • @sultanabegum2556
    @sultanabegum2556 3 роки тому

    Allah hohai hok

  • @begumsahnaj5464
    @begumsahnaj5464 3 роки тому

    😭

  • @hasanjahangir1283
    @hasanjahangir1283 3 роки тому

    He Allah bhale uddar hak aru jiman manush dobi ase.. Duwa koro..

  • @melancholicpotato4411
    @melancholicpotato4411 3 роки тому +1

    I can't even imagine the level of PTSD this woman will be going through in the future.

  • @biswakarmamulticreation2830
    @biswakarmamulticreation2830 3 роки тому

    Rip

  • @bhabanisaud4194
    @bhabanisaud4194 3 роки тому

    😂