Assam Bypolls 2024: উপ-নিৰ্বাচনক লৈ পুনৰ অসম সন্মিলিত মৰ্চাৰ বৈঠক

Поділитися
Вставка
  • Опубліковано 21 жов 2024

КОМЕНТАРІ • 25

  • @rajendraupadhyaya5336
    @rajendraupadhyaya5336 3 години тому +3

    বিহালীত বি জে পি য়েই জিকিব

  • @BenuDevnath
    @BenuDevnath 4 години тому +3

    আগতে জিকা পাৰ্থীক হে টিকট দিব লাগিব বুলি ক'ত লিখা আছে, সাংঘাতিক বন্ধু

    • @BenuDevnath
      @BenuDevnath 4 години тому

      সৰ্বানন্দ সোণোৱালৰ চেনেলত ৰাইজক বিভ্ৰান্তি কৰা বাতৰি প্ৰকাশ কৰে

  • @pranjaldas3081
    @pranjaldas3081 5 годин тому +3

    Jayanta Borah zindabad Indian national congress party zindabad

  • @RufiyaBegum-sq3us
    @RufiyaBegum-sq3us Годину тому +1

    বিবেক দাস টিকট নিদিব

  • @umeshkardong6116
    @umeshkardong6116 4 години тому +1

    2026 ৰ নিৰ্বাচনটো কংগ্ৰেছৰ বাদে অন্য প্ৰতিটো দলক এটাকৈ হে দিব ।ই স্পষ্ট

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 3 години тому +1

    Cam ni

  • @PrasantaDas-o9f
    @PrasantaDas-o9f 4 години тому +2

    Behalit aibar bjp nathakibo

  • @swargiaryinfo.8085
    @swargiaryinfo.8085 4 години тому +2

    Bai dia he aneo BJP jikatu katang behalit

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj 2 години тому

    Akhil Gogoi is right.

  • @khargeswarkalita4630
    @khargeswarkalita4630 4 години тому

    ভূপেন বৰা ক দি দিয়ক

  • @AtikurRahman-y5j
    @AtikurRahman-y5j 2 години тому

    চি পি আই এৰি দিলে বিজেপি zindabad

  • @nijeshray2303
    @nijeshray2303 47 хвилин тому

    বিবেক দাস আৰু জয়ন্ত বৰাক বাদ দি বেলেগ এজনক টিকট দিব লাগে ৷ বাৰে বাৰে পৰাজয় কৰা ব্যক্তিক টিকট দিব নালাগে ৷

  • @7gc970
    @7gc970 55 хвилин тому

    বিৰোধীৰ কাম নাই বি জে পিক ৰোধিব পৰা শক্তিৰ বিৰোধীৰ নাই । বিৰোধীৰ দলৰ নাটক বোৰ চাই আমনি লাগিছে লোকৰ সভাত ইয়াৰ উদাহৰণ আমি দেখিলু ।

  • @dblearning.5144
    @dblearning.5144 3 години тому

    Hoi BJP hobo lage nohoi Congress hobo lage.Axupa Dol hoi lav nai.

  • @rjvlogs7189
    @rjvlogs7189 5 годин тому

    Vat khowa aru hat sapori mora manhu lusan aru akhluddin congressa varat ane

  • @niordutta7815
    @niordutta7815 3 години тому

    Hora jon hariboi aru .

  • @rjvlogs7189
    @rjvlogs7189 5 годин тому

    😅😅😅

  • @ashokdey1100
    @ashokdey1100 4 години тому +4

    Bjp jindabad

  • @NirmolRay1996
    @NirmolRay1996 4 години тому +1

    বিহালীত বিজেপিয়েই জয়ী হব।কংগ্ৰেছে আঞ্চলিক দলবোৰক তলতীয়া কৰিব বিচাৰি আছে।সেইবাবে এখন আসনো এৰি নিদিয়ে।চিদলীত বিপিএফ আৰু কংগ্ৰেছ দুয়োটা দলে খেলিব নেকি??সেইটো চীট বিপিএফকো এৰি দিব পাৰিলেহেতেন ???
    অখিলে কি কৈ আছে??চাৰিখন কংগ্ৰেছক এৰি দিছো বুলি।অখিলে বা কোনোবাই এৰি দিলেও নিদিলেও কংগ্ৰেছে পাচটা সমষ্টিত প্ৰাৰ্থী দিবই।।।

  • @biki456
    @biki456 4 години тому

    42+52+99