Ankitdak dekha powar pisot kuhibar reaction tu sabole bohut excited hoi asu mama 😢.... Eman dinor pisot olaise ankitdai kiman je vl lagise aru moi kuhi bar videot o bohut comment korisu mama je ankitda ketiya ahibo akou ubhoti... Plz mama akou ankit dar lgt a ahibo lage kuhi ba ..... Hoi Gunjon bohut vl lora but jiman ji holeo ankitdar aru kuhibar xosa vl puwa hoi so akha koru ankit dar lgt a kuhiba ahe aru pori bar mak deutakok akou ulabo lge serial khonot aru digonto dak 😊😊😊😊
অংকিতৰ লগতে আকৌ পুনৰ মিলন হব লাগে। যিহেতু তেওঁলোকৰ সচাঁ ভালপোৱা আৰু দেউতাকৰো সেই অৱস্থা।
Thank you so much 🙏
অংকিতৰ লগত কুহিঁৰ পুনৰ মিলন হব' লাগে তেতিয়াহে ধাৰাবাহিক খন এখন সফল ধাৰাবাহিক হব'।
Thank you 🙏
❤❤❤
অংকিত লগত পুনৰ মিলন হোৱা2 বিচাৰোঁ ,
Thank you so much 🙏
অংকিতৰ লগতহে কুঁহি বিয়া হ'ব লাগে 😊❤
ধন্যবাদ 🙏
কুঁহি আৰু অংকিত পুনৰ মিলন হোৱাটো বিচাৰোঁ ।। ❤ ।। আৰু মামাক ধন্যবাদ জ্ঞাপন কৰিলো । 🙏
Thank you so much 🙏
অংকিতৰ জীৱনলৈ ঘূৰি আহিব লাগে
Thank you 🙏
Apunaluke 8:00 bajat dia koribo
Ok, thank you 🙏
Majuli gun gun hoi bauli fagun bohut bhal lage
Thank you so much 🙏
MOJJAALAGeSE❤❤❤❤❤
Thank you 🙏❤️
Ankit❤❤❤❤kuhi
Thank you so much 🙏
Gunjan logot bisari kintu kuhi a ankitok bohut val pai
Thank you 🙏
Ankit Dar lgt Ako homporko tu aguwai nibo lagee ❤
Thank you 🙏
Gunjoror logot biya hole bohut val lagise❤
Thank you 🙏
❤❤❤ami vabisu angkit jetos ulaise tente kuhoi aru gunjnr bia khon job nalage .karn kuhi aru Ankit duyu duyuke bhut val pai .
Thank you 🙏
Ankitor logot ek huwatu bisaru, ❤❤
Thank you 🙏
Ankitor. Logat hole. Val. Hoi
Thank you 🙏
যিজনে নিজৰ মনোকামনাৰ বাবে মনৰ মানুহজনীৰ সুখ দুখৰ কথা নেভাবি বিপদত পৰা নবচাই মাথো পৰীক্ষা চোৱাৰ বাবেই যদি বিপদত পেলাই অকলশৰীয়া কৰি নিসহায় কৰি যায় তেনেহ’লে ? ? ? খালৰ পৰা তুলিবলৈ বিচৰাজন নে খালত পৰা দেখি এৰি থৈ নিৰুদ্দেশ হোৱাজনক বিচাৰিব সেইয়া ভুক্তভুগীয়েহে জানিব ৷
@@nirodabaruah2793 ধন্যবাদ 🙏
Angkit dada logot kuhi baa প milon hobo lage ❤
Thank you so much 🙏
অংকিত 😊😊😊❤অংকিত লাগে❤❤😊😊 অংকিত আৰু কুঁহি ক লাগে😊😊 লাগে গঞ্জনক নালাগে 😂😂😂😅অংকিতক লাগে👌💋♥️🤎🖤💗💟💌❣️💜💙🤍💝😊❤️💞💛💖💚🌺😚😙🤗
Thank you 🙏
Ankit❤
Thank you 🙏
অংকিতৰ হেন্দুৰ কুঁহিয়ে আকৌ লব ।
Thank you so much 🙏
এবছৰ ৬মা চাই আছোঁ মই বহুত ভাল লগা চিৰেইল মোৰ ❤️❤️❤️
Thank you so much 🙏❤️ hodai sai thakibo ❤️
অঙকিত তুমি আৰু দেৰি নকৰিবা কুহিৰ ওচৰলৈ যোৱা সময় একেবাৰে কম গতিকে দুয়ো দেখা দেখি হোৱা কিয় ৰৈ আছা কুহিৰ লগত বিয়াখন হৈ যোৱাটো আমি বহুত আশাৰে বাট চাই আছো
Thank you 🙏
কুঁহিৰ গুঞ্জনৰ লগত বিয়া হব লাগে।
Thank you 🙏
❤
❤️🙏
Very good vl logia sai thnkyou❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊
Thank you so much 🙏
Aokita.kuhi usorot jabo lagisil tatia val lagibo
Thank you 🙏
বিয়াখন হোৱাটো বিচাৰিছোঁ। কিন্তু অংকিত উলাইছেহি কিবা খেলিমেলি হয় নেকি সেইটোহে চিন্তা হৈছে।
Thank you 🙏
অংকিত ৰ লগতে হব লাগে নহলে অংকিত ৰ ঘৰ খন একেবাৰেই শেষ হব।
ধন্যবাদ 🙏
Thanks mama
Welcome bhagin 🙏❤️
Nohi Ankit kuhi merej happy
Thank you 🙏
Gunjonor logot biya huatu bisaru, kintu badha ahibo ankit ulua babe
Thank you 🙏
@@mgvchannel welcome
Ku hi k bht val lage
Thank you 🙏
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤️❤️❤️🙏🙏🙏
Ankit
Thank you 🙏
Kuhir kothakhini bor val lagil ,usit xidhant loisa
Thank you 🙏
কুঁহিৰ দৰে অঙ্কিতে তাইক গুৰুত্ত দিয়া দেখা নাই।কাৰণ সি বেয়া হৈ গ'ল আৰু কুঁহিৰ এবাৰো খবৰেই লোৱা নাই। আকৌ মিলন হলে কুঁহিয়ে কি শান্তি পাব??
Thank you 🙏
angkitr babe kuhir ai obostra so kuhir biyaxn hbo lge
Thank you so much 🙏
মোৰ বিশ্বাস বিয়া খন নহয় অংকিতৰ লগত হব লাগে কাৰণ তাহাতি স্বামী স্ত্রী আছিল
ধন্যবাদ🙏
Moi sai tahku bauli fagun cereal
ধন্যবাদ 🙏
Ankita biya hbou lagiae
Thank you so much 🙏
❤ বিয়া খনহবলাগগেঅকীতলগতহবলাগে
Thank you 🙏
এতিয়ালৈকে অংকিত মূলত কুহি নামটো শুনা নাই?
Thank you 🙏
Ankitor logte milon hobo lage
Thank you so much 🙏
অঙকিতৰ লগত কুঁহি ৰ বিয়া খন হব লাগে অঙকিত আৰু কুহিৰ ভালপোৱা টো যুগমীয়া হৈ থাকক আৰু ঘৰ খন বাছি থাকক দুয়ো পুনৰ মিলন হোৱাটো বিচাৰো তেতিয়া হে চাবলৈ ভাল লাগিব
Thank you 🙏
গুঞ্জন আৰু জীউক বৰ বেছি ভাল লাগে । গুঞ্জনৰ লগত কুঁহিৰ বিয়া হ'লে বহুত ভাল লাগিল হয় ; কিন্তু ইফালে অংকিত আহি ওলালেহি যেতিয়া কুঁহিয়ে নিশ্চয় এই বিয়াত নবহিব চাগে । ❤
Sai thakibo dei 🙏 thank you so much ❤️🙏
অঙ্কিত ওলাইছে যেতিয়া কুঁহি লগতে হলে ভাল লাগিব।
পলাতকৰ লগত বিয়া হব নালাগে।
ৰাজাৰ চৰিত্ৰটো বৰ্তমান একেবাৰে ভাল নলগা হৈছে । ❤
Thank you 🙏
Ankitor logote milon hobo lage
Thank you so much 🙏
Ankitor logote biya hobo lage
😊😊😊@@mgvchannel
কুঁহি অংকিতৰ লগত পুনৰ মিলন হ’ব লাগে
Thank you 🙏
,
😊😅😮😢🎉😂❤
অঙ্কিত যদি জীয়াই আছিল য়ে কিয় ইমান দিনে অহা নাছিল।কুহিৰ কিয় খবৰ লোৱা নাছিল্।মাক মৰতেও কি কিয় অহা নাছিল। কিয় কুহিৰ ইমান ৰ্্ং্চাইছি।কিবা যদি অসুবিধা আছিল কৈ দিব লাগে
Thank you 🙏
কুঁহি আৰু গুঞ্জন বিয়া হ'ব নে সঁচাকৈ ❤❤❤
Thank you 🙏
কুঁহি আৰু অংকিতৰ পুনৰ মিলন হোৱাটো বিচাৰোঁ ❤
ধন্যবাদ 🙏
কুহি আৰু অংকিতৰ মিলন হব লাগে৷ ধন্যবাদ |
Thank you so much 🙏
অংকিতৰ লগত বিয়া হ'লে চলিহা পৰিয়াল আকৌ জীয়াই উঠিব । গুঞ্জনৰ লগত পৰীৰ বিয়া হ'ব পাৰে
Thank you 🙏
Ankitor logt biya nhole kahinitu adhorua hbo..karon ttahator kahinite serial khon soli asil atia notunke kiba dekhuale serial khon vejal hobo...
Thank you 🙏
Ankitor logote milon hobo lage kuhi ❤
Thank you so much 🙏
Ankit jetia ulale kuhik kho khonmanere Gunjone Ankitoke di dibo Lage.. Ginjonak beleg suwali sai biya pati dibo Lage .kaam ata koribo pare motamot khapekhey .porik Gunjonor logote biya pati dibo pare. karon Gunjonor ajon jugay lora .
Thank you 🙏
Ami kuhi bia khan Ankitor logot huatu bohut besi bisarisu ,
Karon Ankit aru kuhir premok oshikar koribo nuari , aru kuhie Ankitok ketiau kunu porishtite Aghat ddibo nuare buli Amar bissah ? Karon kuhi suali joni. Oiniya sualitkoi bohut beleg , kuhir khali thai Ankitor bahire jate kuneu purabo nuare tar babe Anurudh jonalu , karon Ankit kuhir bottoman u vobisyat u
Thank you so much 🙏 sai thakibo dei ❤️🙏
কহি আৰু অঙকিত মিলন নহ'লে বহুত ভালাগিব নহ'লে ছিৰিয়েল সন ভালনালাগিৱ গুঞ্জন আৰু কুঁহি বিয়া শুনকালে নহ'লে ভাল হ'ব কুঁহি কান্দ থকাৰো ভাল লাগে
Thank you 🙏
অংকিতৰ লগত কুহিঁৰ পুনৰ মিলন হব' লাগে তেতিয়াহে ধাৰাবাহিক খন এখন সফল ধাৰাবাহিক হব'।
Thank you 🙏
অঙ্কিত মদাহী।মাক দেউতাকৰ খবৰ লবলৈ তাৰ সময় নাই। কুঁহি লৈ এটা ফুন কৰা নাই।
ধন্যবাদ 🙏
Kuhir bia khon Gunjanor logot hua hole sukhi hoi thakibo parile heten karon Gunjan bht lora - - Kintu Ankit atia bortoman jibito obosthat ase sei babe kuhi bidhoba nohoi ru atia divorce nuhuake 2. Bia hobo nuare 😍
Thank you 🙏
Angkitr lgt punor milon hyatu bisaru kuhi
Thank you 🙏
Angkitok besikoi dekhabo olop. bohut val lage serial khon
Thank you 🙏
Angkit daa logot kuhi baa milon hobo lage❤
Thank you so much 🙏
Gunjon Aru jiu Bohut vall Lage.Gunjon Aru kuhi Biya Holeu Vall Lagileheten .kintu Ankit Ahi ulalhe Milon Huwatu Vall Hobo.
Thank you 🙏
Angkitr lgte bhobiswat thokatu a bisarisu
Thank you so much 🙏
Gunjonat lgot biya hbo nalage karn all ready ankit jiyai ase n
Thank you 🙏
বিয়া হোৱাটো বিচৰো গুণ জনৰ লগত। কাৰণ অঙ্কিত আহি মনে মনে ঘৰত সোমাই আছে। আৰু গুণ জনৰ চৰিত্ৰ বহুত ভাল।
ধন্যবাদ 🙏
Ankitdak dekha powar pisot kuhibar reaction tu sabole bohut excited hoi asu mama 😢.... Eman dinor pisot olaise ankitdai kiman je vl lagise aru moi kuhi bar videot o bohut comment korisu mama je ankitda ketiya ahibo akou ubhoti... Plz mama akou ankit dar lgt a ahibo lage kuhi ba ..... Hoi Gunjon bohut vl lora but jiman ji holeo ankitdar aru kuhibar xosa vl puwa hoi so akha koru ankit dar lgt a kuhiba ahe aru pori bar mak deutakok akou ulabo lge serial khonot aru digonto dak 😊😊😊😊
ধন্যবাদ🙏
প্ৰকৃততে অংকিত নোহোৱা অৱস্থাত কুহিঁয়ে বহুদিন অংকিতৰ বাবে অপেক্ষা কৰি কৰি অৱশেষত তেওঁ কপালৰ সেন্দুৰ মচি পেলালে। গতিকে গুঞ্জনৰ লগত বিয়া হোৱাটো পক্ষপাতি। যদি অংকিতৰ ফালে কুহিঁ ঘুৰি যায় তেন্তে script টো ভুল হ'ব
ধন্যবাদ🙏
অংকিতৰ অনুপস্থিত কুঁহিৰ জীৱনলৈ যি ধুমুহা নামি আহিছে , কুঁহি য়ে অংকিতক খুব ভাল পাইছিল। কিন্তু এতিয়া সেই মৰম গুঞ্জনে কুঁহিক দি অংকিতক পাহৰাই পেলাইছে। কুঁহিয়ো এতিয়া গুঞ্জনৰ প্ৰতি আকৰ্ষিত হৈছে। কিন্তু হঠাৎ মৃত্যু হোৱা বুলি ভাবি থকা অংকিতে ভুমুকি মাৰিছে। এতিয়া সময়েই ক'ব কুঁহিৰ ভাগ্যত অংকিত নে গুঞ্জন? মই ভাবোঁ, অংকিতৰ অনুপস্থিত অংকিতৰ ঘৰখন বৰবাদ হৈ গ'ল। গতিকে কুঁহি য়ে অংকিতক লগত মিলি ঘৰখন বচাই সংসাৰ খন সুন্দৰকৈ চলাই নিব। পুত্ৰ-বোৱাৰীক আকৌ ওভতাই পায় হৰিপ্ৰসাদে ও মানসিক ভাবে শক্তি পাব। লগতেই গুঞ্জনক কুঁহি য়ে এজন ভাল বন্ধু হিচাপে সদায় চাপোৰ্ট দি যাব, প্ৰয়োজন সাপেক্ষে সহায় কৰিব, লগতেই গুঞ্জনৰ বিয়া খন পতাত সহায় কৰিব বুলি আশা কৰোঁ।
Thank you 🙏
অংকিতৰ লগত বিয়া হ'লে ভাল হ'ব। কাৰণ অংকিত মৰিল বুলিহে বিয়া ঠিক কৰিছিল। এতিয়া কুহীয়েও হয়তু গুন্জৰ লগত সুখত থাকিব নোৱাৰিব।বিয়া বন্ধ কৰিব কুঁহি য়ে । অৱশ্যে ডিৰেক্তৰৰ কথাহে তেওঁ বা কেনেকৈ পৰিচালনা কৰিছে।।
Thank you 🙏
গুনজুনৰ লগত হব লাগে। অঙ্কিত মদাহী তাক ভাল নালাগে।
ধন্যবাদ🙏
অংকিত কুহি দেউতাকৰ মিলন হোৱাৰ বিচাৰো
Thank you 🙏
সোকোলোয়ে কৈছে অংকীত আহিছে দেখিছু শুনিছোঁ গুঞ্জন হক বা অংকীতে হক বিয়া খন হ'ব লাগে।বিষেকে ৰাজা সুখী হ'ব 😅
Thank you 🙏
অংকি তক বহুত ভাল পাইছিল কুঁহি বাই কিন্তু ইমান দিনে অ্ং,কিত দা কত আছিল।এদিন হ'লেও কুহি বাৰ খৱৰ ল'ব লাগিছিল। কিন্তু অংকিত অৰ্থাত আহিল কৰে পৰা এতিয়া গুঞ্জন দা কি হ'ব ।কুঁহি বাৰ মামাকে ভাবি চিনতি সিধান্ত ল'ব লাগিছিল।
Thank you 🙏
অ: কিতৰ লগতে বিয়াখন হব লগে।গুঞ্জন কো এৰি দিব নালাগে ।তেওঁকো বন্ধু হিচাবে তেওঁকো আন এজনী ছোৱালী বিয়া পাতি দিব লগে।
Thank you 🙏
গুঞ্জনৰ লগত বিয়া হব লাগিব।অংকিত ইমান দিনে কুঁহিক এৰি ক'ত আছিল। কুঁহি যদি গুঞ্জন ৰ লগত বিয়া নহ'লে বাউলী ফাগুন নাচাও
Thank you 🙏
Biyakhon ankitor lgt howato bisaro
Thank you so much 🙏
বিয়া ন’হলে গুঞ্জনৰ কাৰণে বেয়া লাগিব৷ অঙ্কিত অহা বুলি জানিলে কুঁহিৰ সিদ্ধান্ত কি হয় সেইটো সময়েহে সমিধান দিব৷
Thank you 🙏
অংকিত আৰু কুঁহি আকৌ মিলন হ'ব লাগে ❤❤❤
Thank you 🙏
Gunjonor lohot kuhi bar bia khon hole val lagil hoi kintu ankit ahi ulal😢😢
Thank you so much 🙏
অ ঙকিতৰ লগত বিয়াখন হ'লে ভাল হ'ল হেঁতেন যদি অঙ্কিত ঘৰলে আহি মাক বাপেকক ঘৰত নেপাই কুহিৰ ঘৰলে গ'ল হয় নতুবা কুহিৰ লগত যোগাযোগ কৰিলে হয় এতিয়াতু ঘৰত মনে মনে সোমাই মদখাই আছেহি সেই কথাখাৰো চিন্তা কৰিব লাগিব সি মানুহ হিচাপে ঘোৰি আহিছে জানো ?
ধন্যবাদ 🙏
বিয়া খন হ'ব নালাগে। কাৰণ অঙ্কিত উলাছে আৰু অঙ্কিতৰ দেউতাকৰ অৱস্থাত এনেকুৱা।
Thank you so much 🙏
😂 অঙ্কিত আৰু কুঁহি পুনৰ মিলন হ'ব লাগে কাৰন সঁচা ভাল পোৱাটো তেতিয়াহে ফুতি উঠিব
Thank you 🙏
কি নু মানে কুঁহি বিয়া খন হবলৈ গৈ আছে আকৌ অংকিত আহি ওলাইছে ।কুঁহি গুঞ্জন ৰ লগত সুখী হব
ধন্যবাদ🙏
Biya hob lag Ankit logt jak AGR phora val pai tar logt biya hob lag val puba are an kar logt hob nalg❤❤❤😢
Thank you 🙏
Ankitr lagat biya haba lage❤
Thank you 🙏
গুঞ্জনে স্বইচ্ছাই অঙ্কিতৰ হাতত গটাই দিব। কাৰণ গুঞ্জন জ্ঞানী ল'ৰা।
ধন্যবাদ 🙏
কুঁহিৰ গুঞ্জনৰ লগত বিয়া হ'ব নালাগে । অংকিতৰ লগত পুনৰ মিলনহে হ'ব লাগে ।
Thank you 🙏
Gunjan aru kuhir biya hobo nalage
Thank you 🙏
Ankitor logote biya tati dibo mama
ধন্যবাদ 🙏
9v
❤b
@@mgvchannel
@@mgvchannel😊
কুঁহি, অংকিতৰ,লগতbiyahua
@@LabanyaGogoi-n4r thank you 🙏
গুঞ্জন অঙ্কিত আৰু কুহি তিনিওজনে লগ লাগি আলোচনা কৰিলেয়ে সমস্যাটো সমাধান হ'ব পাৰিব।
Thank you so much 🙏
অংকিতৰ লগত কুহি আকৌ মিলন হ'লে ভাল হব ।গুঞ্জনৰ লগত পৰিক বিয়া দিলে কেনে হব?
ধন্যবাদ 🙏❤️
কুঁহি গুঞ্জনৰ লগত বিবাহ হ'লে ভাল লাগিব কাৰণ অঙ্কিতে কুঁহি ক বহুত কষ্ট দিলে
Thank you 🙏
অংকিত +কুঁহি পুনৰ মিলন হব লাগিব
তেতিয়াহে ভাল লাগিব ❤❤❤
গুঞ্জন ভাল ল'ৰা আৰু ভাল ছোৱালী পাব ❤
ধন্যবাদ🙏
Ankit a kuhik bisakh nokorile, gotike potnik potiye bisakh koraib lage.Gungan r kintu Kuhik prakit bisakhr jogya jen lagise.
Thank you 🙏
Biya khon hbo nelage
Thank you so much 🙏
বিয়াখন নহৈ অংকিতৰ লগত কুঁহি ৰ পুণৰ মিলন হ'লে বেছি ভাল লাগিব।
Thank you 🙏