গীতা পাঠ ব্যাখ্যা

Поділитися
Вставка
  • Опубліковано 27 лис 2024

КОМЕНТАРІ • 40

  • @japanidas6859
    @japanidas6859 8 днів тому +4

    কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব মধুসূদন যাদব যদুননদন ৰাঘৱ ৰঘুননদন কৃষ্ণৰ চৰণে লৈলো শৰণ । কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।

  • @pallabikagohain5720
    @pallabikagohain5720 8 днів тому +3

    কৃষ্ণ কৃষ্ণ বাপ জনা নাম বৈকুণ্ঠৰ ভকত ভগৱন্তৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 8 днів тому +3

    Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jatindas4577
    @jatindas4577 8 днів тому +2

    আপোনাৰ কণ্ঠত সম্পূৰ্ণ গীতা শ্ৰৱণ কৰিব ইচ্ছা আছে। কৃষ্ণ

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 8 днів тому +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগ নিবেদন কৰা হৈছে কৃষ্ণ

  • @pramiladeori6928
    @pramiladeori6928 20 годин тому

    Krishna Krishna bap pronam 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @keshabbora7742
    @keshabbora7742 7 днів тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সকল কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mainabordoloi2479
    @mainabordoloi2479 8 днів тому +2

    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @paramananda5403
    @paramananda5403 8 днів тому +2

    কৃষ্ণ🙏🙏🙏

  • @khirodbhuyan5967
    @khirodbhuyan5967 8 днів тому +4

    Krishna 🙏

  • @DebyojyotiSaikia
    @DebyojyotiSaikia 8 днів тому +2

    কৃষ্ণ কৃষ্ণ বাপ শুনি বহুত ভাল লাগিল ❤

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 8 днів тому +2

    কৃষ্ণ কৃষ্ণ বাপজনা সেৱা নিবেদিলো কৃষ্ণ।

  • @r.ctalukdar1659
    @r.ctalukdar1659 8 днів тому +2

    বাপ জনাৰ মুখ পদ্ম হন্তে গীতা পাঠ শুনি ভাল লাগিল আলোচনা ভাগ সুন্দৰ হৈছে শুভাশীষ থাকিল।
    অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰিছে। বিদেশী ৰোমান লিপি ৰে লিখা টো অশোভনীয় দেখা যায় ।

  • @KUSUMBARMAN-yp3rf
    @KUSUMBARMAN-yp3rf 8 днів тому +2

    বাপ ভাগবত বেক্ষা কৰিলেহে ভাল লাগে ধন্যবাদ
    ক্ষ

  • @swapnagogoi8702
    @swapnagogoi8702 8 днів тому +7

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ

  • @pallabikagohain5720
    @pallabikagohain5720 8 днів тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏

  • @bapdhankoch7927
    @bapdhankoch7927 7 днів тому +2

    Krishna bap jona Val lagil 🙏🙏🙏🙏🙏🙏

  • @kusharegon8298
    @kusharegon8298 8 днів тому +2

    কৃষ্ণ প্ৰভু নৰায়ন

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 6 днів тому

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম

  • @HiranyaNarayan-cz3nl
    @HiranyaNarayan-cz3nl 8 днів тому +1

    Krishn krishn Bap

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 6 днів тому

    কৃষ্ণ। জয় গুৰু শংকৰ

  • @tarunmedhi8907
    @tarunmedhi8907 5 днів тому

    কৃষ্ণ কৃষ্ণ 🙏🙏❤❤

  • @tulumonikalita5761
    @tulumonikalita5761 8 днів тому +1

    কৃষ্ণ

  • @santanasaikia9625
    @santanasaikia9625 8 днів тому +1

    Krisha provu apunak hoto kuti bar pronam jonisu 🙏🙏

  • @ashokkumardutta7850
    @ashokkumardutta7850 8 днів тому +1

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ

  • @monjitlahon8519
    @monjitlahon8519 8 днів тому +2

    Krishna

  • @karabibora4055
    @karabibora4055 8 днів тому

    🙏🙏🙏

  • @saratgogoi5339
    @saratgogoi5339 8 днів тому +1

    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @Monika-g5s7i
    @Monika-g5s7i 7 днів тому

    Krishna Krishna bap sewa krilo

  • @RilumoniDas-ob2in
    @RilumoniDas-ob2in 8 днів тому +1

    কৃষ্ণ কৃষ্ণ🙏🙏🪔🪔🔥🔥

  • @surajvlogs4014
    @surajvlogs4014 6 днів тому

    কৃষ্ণ কৃষ্ণ বাপ

  • @hemantarajbonhsi7119
    @hemantarajbonhsi7119 8 днів тому +1

    আপোনাৰ কৃষ্ণ কথাই মোৰ সকলো দুখ বেদনা নাইকিয়া হয় কৃষ্ণ বাপ

  • @PurabiBailung-xy9lv
    @PurabiBailung-xy9lv 8 днів тому +6

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @prahladchetia4233
    @prahladchetia4233 7 днів тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @PompiTongla
    @PompiTongla 7 днів тому

    🌺🌺🪔🪔🪔🙏🙏🙏

  • @Mahananda.Hazarika.
    @Mahananda.Hazarika. 7 днів тому +1

    Sumitra Gogoi
    Krishna Bap Krishna Hoi Bap yi Saradhar yi Bidhi Krishnai Arjunak takeai bujaichhe Krishna Bap Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna 🙏

  • @mohannath2757
    @mohannath2757 8 днів тому

    কৃষ্ণ কৃষ্ণ প্ৰভু, কিয় বাৰু গীতাত আৰম্ভণিতে অন্ধ ধৃতৰাষ্ট্ৰৰ মুখৰ বচন ফাকিৰে আৰম্ভ কৰিব লগা হল? সঞ্জয় বাৰু কৰ পৰা আহিল? এই ধৃতৰাষ্ট্ৰক কিয় অন্ধ হিচাবে দেখুৱা হল? আধ্যাত্মিক দিশত কেনে দৰে চাব পাৰি? অৰ্জুনৰ বিষাদ যোগৰ কাৰণ বুজি পালো, অৰ্জুনৰ মায়া-মোহৰ কাৰণ তেওঁৰ নিজৰ সৃষ্টি নে এইয়া ঈশ্বৰ সৃষ্টি?

  • @RinkuSaikiaDas-t8b
    @RinkuSaikiaDas-t8b 7 днів тому

    ডাঙৰীয়া প্ৰথমে আপুনি গুৰু ধৰক তাৰ পাছত শাস্ত্ৰ জ্ঞান দিব ! কাৰণ আপোনাৰ শাস্ত্ৰ শ টো জ্ঞান নাই। সেইয়া বুজিলো । সত্য আৰু দ্বাপৰ যুগত ৰাম কৃষ্ণ নাছিল তেতিয়া কাৰ নাম লৈছিল? যি কৃষ্ণ জন্ম ও হোৱা নাই মৃত্যু হোৱা নাই। সেই জন কৃষ্ণ কোন ? আমি টো দৈৱ্যশী নন্দন কৃষ্ণ কথা হে জানো । আপুনি কৈছে যে ভগৱাননে আমাৰ পাপ কৰ্ম খন্দন কৰিব নোৱাৰে। যদি কাপোৰ যো লেতেৰা হয় । পানি আৰু চাবোন ব্যৱহাৰ কৰিলে কাপোৰ ছপা নহয় তেন্তে চাবোন আৰু পানী ব্যৱহাৰ কৰি কি লাভ হ'ব? থিক তেনেকৈ ভগৱানে যদি পাপ কৰ্ম খন্দন কৰিব নোৱাৰে ভক্তি কৰি কি লাভ।

  • @dipengogoi2598
    @dipengogoi2598 7 днів тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @N.J.GAssam
    @N.J.GAssam 8 днів тому

    Krishna 🙏🙏🙏