কি কি কাৰণত ছাগলী দেৰিকৈ হিটত আহে?

Поділитися
Вставка
  • Опубліковано 27 лип 2024
  • Whatsapp group link
    chat.whatsapp.com/GWEAPRlO3O8...
    Hi friends
    I am Krishna Sharma your host & Dost
    Welcome to our UA-cam channel SWAGATAM farming tips
    About this video
    ছাগলী ফাৰ্ম কৰোঁতে প্ৰথম এবছৰ কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে তাৰ ওপৰতে ভিডিঅ'বনোৱা হৈছে।
    About this channel
    Friends এই Channelৰ মাধ্যমেৰে ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, ছাগলী পালনত কিমান লাভ হয়, গড়াল কেনেকুৱা হব লাগে, ছাগলীক কি কি বেমাৰ হয়, ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়।
    Our channel playlist
    ছাগলী সম্বন্ধীয় Videos playlist
    • Goat related videos
    ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist
    • Grass for Goat & Cow
    SWAGATAM farming tips all videos playlist
    • SWAGATAM farming tips
    SWAGATAM farming tipsৰ উদ্দেশ্য
    অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা।
    যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব।
    #assamgoatfarm #goatfarmassam
    #blackbengalgoatfarm #assamhillgoat
    #localgoatfarm #goatfarm #smallgoat
    #grassforgoat #goatfeed #goatfarm
    #supernapier #amazonsupernapier
    #smartnapier #rednapier #giantking
    #australianrednapier #ginigrass
    #subabul #napier #goat_disease
    #goat_food_poisoning #grass_in_flood
    #dhansia #gliricidia #betel_goat_farm
    #cross_breed_goat #Vitamin_b_complex_deficiency
    #F1_goat #F2_goat
    Smart napier, Super napier, Australian red napier, Giant king, Napier co4, Gini, Subabul, Hari patti, gliricidia, Local goat, Black bengal goat, Assam hill goatৰ বাবে যোগাযোগ কৰিব।
    SWAGATAM farming tips
    Kaliabor, Nagaon
    8638035590
    Thank you

КОМЕНТАРІ • 27

  • @joyprakashtamuli4627
    @joyprakashtamuli4627 7 місяців тому

    তোমাৰ পৰামৰ্শ বোৰ খুব মন দি শুনি আছো। সৰু ফাৰ্মিং কৰিম buli ভাবিছোঁ।

  • @reenadevi6063
    @reenadevi6063 2 роки тому +2

    Nice video

  • @chetryfarmingassam5758
    @chetryfarmingassam5758 2 роки тому +2

    Right 👍

  • @phuleswarrzbnc8003
    @phuleswarrzbnc8003 2 роки тому +1

    সুন্দৰ দাদা

  • @bidyasingha1059
    @bidyasingha1059 Рік тому

    Good information dada 🙏

  • @vigya
    @vigya 2 роки тому

    Kathabur jani val lagil

  • @pabitrafarming765
    @pabitrafarming765 2 роки тому

    Nice brother

  • @santoshherenge2238
    @santoshherenge2238 2 роки тому

    Hi

  • @user-oz5yt3cm3v
    @user-oz5yt3cm3v 11 місяців тому

    ছাগলী টো খোজ কাহুতে পৰি jai kiyo dholog oolong kori

  • @gobinborah4522
    @gobinborah4522 2 роки тому +1

    Val lagil kathabur aru alp valkoi bujay dia babe

  • @nabajyotibhatta8288
    @nabajyotibhatta8288 2 роки тому +1

    Dada moio 3ta lokel sagli aniso saglir age 7mah

  • @nazirhussain9173
    @nazirhussain9173 2 роки тому +1

    দাদা কচু গছ আৰু চাউল সিজাই খুৱাব পাৰি নে ??

  • @dhanjitpatowary6589
    @dhanjitpatowary6589 9 місяців тому

    আপুনি জনাত গুৱাহাটীত কিমান জনে ছাগলী ফাৰ্ম কৰি আছে ? মইও খুলিম বুলি ভাবিছো । জনাবচোন ।

  • @mjvlogs5404
    @mjvlogs5404 2 роки тому +2

    মোৰ ছাগলীৰ কাহ আৰু পাইখানা হৈছে কি ভেকচিন কৰিম

  • @Rupakbhattacharyya
    @Rupakbhattacharyya 2 місяці тому

    দাদা,মাটিত তকটা পাৰি ছাগলী পুহিব পাৰিম নে

  • @dipanjaldas4864
    @dipanjaldas4864 2 роки тому +1

    মোৰ ছাগলী এজনীয়ে ভালদৰে খাব নিবিচাৰে কি কৰিম

  • @tasahadulislam2791
    @tasahadulislam2791 2 роки тому +1

    Nice

  • @paranugogoi7171
    @paranugogoi7171 2 роки тому +1

    Napier seeds kot Pam

  • @gamingwithamin8287
    @gamingwithamin8287 2 роки тому +1

    Dada apunar breeder tu ki jator hoi

  • @pulinnarayankonwar4679
    @pulinnarayankonwar4679 2 роки тому

    Vaccacine কেনেকৈ কেতিয়া কিমান দিন মূৰত দিব লাগিব দাদা । তাৰ ওপৰত Video বনাবচোন ।

  • @amguripages1116
    @amguripages1116 2 роки тому

    মই জয়ন হলো

  • @gogoiranjan4613
    @gogoiranjan4613 2 роки тому +1

    ময়ো ফ্ৰাম আৰম্ভ কৰিম বুলি ভাবিছো । আপোনাৰ পৰা কথা খিনি জানি ভাল লাগিল

  • @sadsadulislam1192
    @sadsadulislam1192 2 роки тому +1

    G0d advice

  • @mjvlogs5404
    @mjvlogs5404 2 роки тому +4

    Tumi jodi reply nedaya tali unsubscribe kore dem