বেহাৰবাৰী Outpostৰ পৰা বিদায় লৈ হুকহুকাই কান্দিলে SI চাৰে😭হঠাৎ তেওঁ কিয় এৰিলে beharbarioutpost

Поділитися
Вставка
  • Опубліковано 23 сер 2024
  • বেহাৰবাৰী Outpostৰ পৰা বিদায় লৈ হুকহুকাই কান্দিলে SI চাৰে😭হঠাৎ তেওঁ কিয় এৰিলে beharbarioutpost
    #beharbarioutpost
    #sipritambaruah
    #pritambaruh
    #viral #anamikamedhivlogs

КОМЕНТАРІ • 326

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Місяць тому +107

    SI চৰিত্ৰটো ইমান সুন্দৰ ভাৱে অভিনয় কৰিলে তাৰ বাবে আপুনি শলাগৰ পাত্ৰ। উজ্বল ভৱিষ্যতৰ শুভকামনাৰে 🙏🙏🙏🙏🙏🙏

  • @Grbora94953
    @Grbora94953 Місяць тому +83

    দুজনৰ অভাবেই পুৰণ হোৱা নাই আকৌ এজন মুল চৰিত্ৰত অভিনয় কৰা প্ৰীতম চাৰ চাৰ যাবগৈ ,গভীৰ দুখ লাগিছে কিন্ত্ত জীৱন পথত আগুৱাই যোৱাই এক নিয়ম। শুভেচ্ছা থাকিল ছাৰলৈ অন্তৰৰ পৰা।

    • @krishnabaruah6822
      @krishnabaruah6822 Місяць тому +4

      আকৌ দেখা পামনে ?কামনা কৰিছোপুনৰ লগ পোৱালৈ

  • @Runjunmoni
    @Runjunmoni Місяць тому +21

    আপোনাৰ বলিষ্ঠ অভিনয়ে অসমৰ প্ৰতিজন দৰ্শকৰ মন জয় কৰি হৃদয়ত সাঁচ বহুৱায় গল।বেহাৰবাৰী পৰা আপুনি বিদায় লোৱা মুহুত্তটো সঁচাকৈয়ে দৰ্শকৰ কাৰণে বেদনাদায়ক। আপুনি সুস্থ থাকক ছাৰ । তাকেই ভগৱানক প্ৰাৰ্থনা কৰিলো।🙏🏻🙏🏻😭😭😭

  • @AnimaDas-el6hp
    @AnimaDas-el6hp Місяць тому +26

    উফ্! খুব বেয়া লাগিল খবৰ টো শুনি। ওখ-পাখ, সুন্দৰ সুঠাম চেহেৰাৰ ধুনীয়া মানুহ জনক সঁচাকৈ পুলিচ ইন্সপেক্টৰ role টোত ইমান সাজিছিল !! ❤❤ গোটেই অসম বাসী ৰাইজৰ মৰম শুভেচ্ছা সদায়েই থাকিব আপোনাৰ স'তে 🎉🎉 পুনৰ বেহাৰবাৰীত দেখা পাম বুলি আশাৰে ৰৈ থাকিলোঁ। Main character তিনিটাই নোহোৱা হ'ল .. ।

  • @rinaarandhara5164
    @rinaarandhara5164 Місяць тому +22

    চাৰলৈ অশেষ শুভকামনা যাচিলো । প্ৰীতম চাৰবিহীন বেহাৰবাৰীখন একেবাৰে উকা হৈ পৰিব !!বৰ বেয়া লাগিছে আমাৰো 🙏

  • @anjelbaruah7401
    @anjelbaruah7401 Місяць тому +36

    ভ্ৰাম্যমাণ ৰ বলিষ্ঠ অভিনেতা ‌ভৱেশ‌বৰুৱাদেৱৰ দৰে তেখেতৰ পুত্ৰ ‌প্ৰীতম বৰুৱাই সকলোকে আনন্দ দিব বুলি ‌আশা ৰাখিলোঁ।

  • @hitartha9829
    @hitartha9829 Місяць тому +27

    অহা বছৰ নিশ্চয় দেখা পাম।শুভকামনা জনালোঁ।

  • @niliphukon3688
    @niliphukon3688 Місяць тому +72

    SI Sir Nohole Sireyl khon Sai val nalagib.

  • @saraswatiyoutbe9282
    @saraswatiyoutbe9282 Місяць тому +5

    সুন্দৰ অভিনয় পাহৰিব নোৱাৰি SI Sir হিচাপে ? ঠিকেই। আশীর্বাদ থাকিল।

  • @brojengogoi1748
    @brojengogoi1748 Місяць тому +30

    অন্ততঃ জৱাৰ বিয়াখন হ'ব লাগিছিল তেতিয়া জৱাৰ চৰিত্ৰটোৱে এটা নতুন মূৰ পালেহেতেন।

  • @BiswajitDas-qj8yr
    @BiswajitDas-qj8yr Місяць тому +3

    প্ৰীতম ছাৰ বিহীন বেহৰবাৰীখন একেবাৰে উকা হৈ পৰিব তেখেতৰ অভিনয় সঁচাকৈ বহুত ভাল লাগে । তেখেত বৰ ধুনীয়া মানুহ অফিচাৰত তেওক সাজিছে । উজ্জল ভৱিষ্যতৰ শুভ কামনাৰে 🙏🙏🙏

  • @PranjaldasPranjaldas-d4n
    @PranjaldasPranjaldas-d4n Місяць тому +36

    আজিৰ পৰা বেহাৰবাৰী নআচআও আৰু

  • @user-tg6pz6kg8n
    @user-tg6pz6kg8n Місяць тому +2

    বহুত দুখ লাগিছে চাৰ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @tapanchoudhari3139
    @tapanchoudhari3139 Місяць тому +7

    SI sir বেহাৰবাৰী নহে আৰু চাই ভালে নালাগিব কাৰণ ইমান দিনে তেখেতৰ অভিনয় চাই আছিলো😢 আৰু আজিৰ পৰা নাচাও।

  • @user-es3te9zv3e
    @user-es3te9zv3e Місяць тому +8

    বহুত দুখ লাগিছে আকৌ আহিবনে পিতম ছাৰ

  • @probhawotiboruah586
    @probhawotiboruah586 Місяць тому +3

    এচ আই‌ প্ৰীতমৰ অভিনয় সঁচাকৈ শলাগিব লগিয়া মোৰ বয়স আঠশত্ত হ'লেও বেহাৰবাৰিমোৰ বৰ প্ৰিয় ‌কিন্তূপ্ৰীতম যাব বুলি কোৱাতহে বেয়া লাগিছে।

  • @HiteshSarmah-nq5rp
    @HiteshSarmah-nq5rp Місяць тому +5

    I miss you Pritam sir 🥹😭😭😭😭😭😭😭😭😭 sir Behar Bari outpost ari najabo nohole Behar Bari sabo val nalagibo

  • @kanikakalita3346
    @kanikakalita3346 Місяць тому +1

    Thiyeter sekh kori akou Behar bariloi ubhoti ahibo asha thakil sir apuni nahale Behar bari Sai akebare Val nelagibo apuni bidai lowa samayot o bahut soku Pani mosilu sir akou dekha buli asha thakil ❤

  • @LuhitDihingia-bn6ys
    @LuhitDihingia-bn6ys Місяць тому +19

    যিখন ধাৰাবাহিকে তেওঁলোকক হাত - মুৰ দাঙি খোজ কাঢ়িব পৰা কৰি দিলে , আজি নিজৰ নিজৰ আকাংক্ষ্যা দোহাই দি এজন এজনকৈ আঁতৰিব ধৰিছে । এয়া অতিশয় দূৰ্ভাগ্যজনক ।

    • @mrinaljyotisarma7321
      @mrinaljyotisarma7321 Місяць тому +6

      Ai2 govt job nhy2.. private job. Hoday2 same job2 kori nathake manuhe... aponi jot 1st job tat hikei sobe.. kin2 poisar karone blg sakori jabo loga hoi ba blg Kam koribo loga hoi.. hei2 Eko beya kotha nhy . Bhale kotha.. but 1st job2 ba ji2 Jobe aponak manuh bonale sai2 pahori jabo nalage

    • @Shortcutclip860
      @Shortcutclip860 Місяць тому

      ​@@mrinaljyotisarma7321ekdm hsa kotha ❤❤❤

    • @Grbora94953
      @Grbora94953 Місяць тому

      @@LuhitDihingia-bn6ys জীৱন পথৰ জখলাটোত শীৰ্ষলৈকে আৰোণন কৰা সকলোৰে লক্ষ্য। গতিকে নিজক আগুৱাই নিবলৈ এটা ষ্টেপতে ভৰিদি থাকিলে নহ'ব।দৰ্শক হিচাপে ছাৰ কেকে,মহনক আমি সদায়েই এই ধাৰাবাহিকত অভিনয় কৰাটো বিচাৰো যদিও তেওঁলোকৰো এটা নিজস্ব মন আৰু উত্তৰণৰ আশা আছে।গতিকে আমি স্বাৰ্থপৰ হ'লে নহ'ব।কিন্ত্ত ধাৰাবাহিক খনৰ এইটো এটা মোক্ষম আঘাত।

  • @bhumikatanti2414
    @bhumikatanti2414 Місяць тому

    Mon tu kio ba manibloi nuahrisu j si Sir Beharbari khn r pora ulai goise. Bhut dhuk lagi ase mon2 hosa koi..... Jibon r ankua akhn sriyl nki tar pora bhut nojona khta hikisu. Aru ay khn sriyl bhut dhuk loga hoise atya. Bhut besi miss korim Pritam Sir 😭😭😭❤️

  • @naziyaakhtarhussain2991
    @naziyaakhtarhussain2991 Місяць тому +2

    বেহাৰবাৰিত চাই ভাল নালাগিব। বহুত miss কৰিম আপোনাক ছাৰ😢

  • @preronamech2710
    @preronamech2710 Місяць тому +1

    দুখ লাগিল সঁচাকৈ। বেয়া লাগিব । Sl আপোনাক যেনেকৈ শুৱাই বেলেগ এজনক তেনেকৈ আঁকোৱালি লবলৈ সময় লাগিব

  • @mamendas9348
    @mamendas9348 Місяць тому +2

    ছাৰ, আপোনাৰ সিদ্ধান্তত আমি বহু দুখ পাইছো। হ'লেও, ব্যক্তিগত সমস্যাৰ থাকিব পাৰে। কিন্তু,কে কে মোহনৰ দৰে , আপুনিও নিৰুদেশ হৈ নাজাব।কাৰন বেহাবাৰী ধাৰাবাহিকৰ বাহিৰে বেলেগ ধাৰাবাহিক ্্্্্্্্্্্।

  • @manjittalukdar21
    @manjittalukdar21 Місяць тому +1

    Bahut Miss korim 😢😢😢

  • @utpalijkksharma3519
    @utpalijkksharma3519 Місяць тому

    Beharbari t miss korim apunak... But ami Pathsalabaxiye kahinoorloi swagatam jonaisu....

  • @bborabhubanvlogs7588
    @bborabhubanvlogs7588 Місяць тому +6

    বেয়া লাগিল শুনি ❤❤

  • @beenatalukdar2607
    @beenatalukdar2607 Місяць тому +1

    সঁচায় আপুনি সকলোকে কন্দুৱাই থৈ গ'ল উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @aparajitaphukan1371
    @aparajitaphukan1371 Місяць тому +2

    Xosakoi bohut dukh lagil , kandilu , SI SIR punor behorbariloi ohar akhare bat sai rolu.

  • @user-jb6ny3xg4x
    @user-jb6ny3xg4x Місяць тому +1

    I miss you pritam da mur mon2 bor baya lagi sa 😢😂😂 I love 💕 you

  • @AtifAli-ls6hm
    @AtifAli-ls6hm Місяць тому +2

    এইদৰে প্ৰিয় অভিনেতা-অভিনেত্ৰী সকল বিদায় লৈ থাকিলে বেহৰবাৰিৰ ১০,০০০ খণ্ডৰ সপোন সপোনেই হৈ থাকিব।

  • @Worryless683
    @Worryless683 Місяць тому +2

    Besike moi apuni thokar karonei beharabari khn saisilo 😢Hope apunak akou onagoto dinot dekha pamge 🙏❤️

  • @H....Mahanta
    @H....Mahanta Місяць тому

    আচল কাৰণতো জানি বহুত বেয়া লাগিল তেখেত এতিয়া নাহিব বুলি জানি কিন্তু aku বেহাৰ বাৰিত দেখাৰ আশাৰে তেখেতলৈ শুভেচ্ছা জনালো

  • @DK_gamer_345
    @DK_gamer_345 Місяць тому +1

    Sir k উলিয়ায় নিদিব pls bohut mis korim

  • @hiteshdeka2368
    @hiteshdeka2368 Місяць тому +1

    দিনটোৰ কামৰ পৰা আহি ৰাতি বেহৰ বা ৰি চাই দিনটোৰ ভাগৰ নাইকীয়া কৰোঁ।বাকী একো চাবলৈ মন নাযায়।কিন্তু এতিয়া ইমান ইমান দুখ লাগিছে যে😂😂😂😂😂😂😂😂😂😂

  • @dhurbagogoi5343
    @dhurbagogoi5343 Місяць тому +6

    আকৌ বিছাৰো বেহৰবাৰিত ছাৰক ।😢😢

  • @MintuSaikia-vx9ys
    @MintuSaikia-vx9ys Місяць тому +1

    আজি ইমান দুখ লাগিছে নহয় মহন কে কে যাওঁতেও সিমান দুখ লগা নাছিলে

  • @RanaLoing-ej5ni
    @RanaLoing-ej5ni Місяць тому

    বহুত বেয়া লাগিছে সুন্দৰ অভিনয়
    আৰু চৰিত্ৰত মিলি গৈছিল।

  • @merajulahmed9320
    @merajulahmed9320 Місяць тому

    Si sir nohole beharbari serial khan akebare vl nalagibo

  • @SIMHIT_DLY
    @SIMHIT_DLY Місяць тому +1

    আমি ও বেহাৰবাৰীৰ পৰা বিদায় লও

  • @user-zx6kr1ee4j
    @user-zx6kr1ee4j Місяць тому +1

    Kk ,,, mohon ,, aru si sir apuni o ,, behor bari sai vale নালাগিব sun 😢😢😢😢

  • @chimpeemixed
    @chimpeemixed Місяць тому +10

    Bohut bea lagel kanda dakhi soku pani ulai gol

  • @sashipatowary8614
    @sashipatowary8614 Місяць тому +1

    বহুত বেয়া লাগিল, SI ছাৰ নহলে বেহৰ বাৰী চাই ভাল নালাগিব।

  • @bijusaikia-eb1gi
    @bijusaikia-eb1gi Місяць тому

    Bhut miss korim SI sir 😢

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 Місяць тому +1

    বহুত দুখ পাইছোঁ শুনি

  • @kaustabgogoi8161
    @kaustabgogoi8161 Місяць тому +4

    Nesaw aru beharbari out post 😢😢😢bad delu

  • @pritirekhabaishya9305
    @pritirekhabaishya9305 Місяць тому

    Ami akha karu apuni apunar dewtar akha bor manso r jariyate jen hafol kare......best wishes pritom sir❤❤❤

  • @Mragankavlog
    @Mragankavlog Місяць тому

    Pritom sir apunak beharbari outpostot bohut miss korim.

  • @sunjitsaikia25
    @sunjitsaikia25 Місяць тому

    SI siror khobor tu huni khubei dukhito teu thoka hole val aasil hosai bohut dukh laagil aaru teu theatre tu part koriboloi paise kothatu huni vaal laagil aaru teu vaaldore aaguwaai jawok❤❤❤

  • @user-xt7tp8vy8k
    @user-xt7tp8vy8k Місяць тому

    Si Sir Nohole Sireyl Khon Sai Val Nalage .
    Aru Si Sir Nathakile Sireyl Khon Sai Val Nalagibo 😢

  • @maneswardas4196
    @maneswardas4196 Місяць тому +1

    ৰাইজে চাৰক বেহাৰবাৰীতে চাব বিচাৰো।

  • @RafikulHaque-l5y
    @RafikulHaque-l5y Місяць тому

    Apuni nhle vll a nalgibo sir ...bht basi miss korim serial khont apunk

  • @hemantasarma2122
    @hemantasarma2122 Місяць тому

    Kio gusi gol apuni pritam da 🥺🥺bohut miss korim apunak,

  • @dulumonineog1854
    @dulumonineog1854 Місяць тому

    বহুত বেয়া লাগিল।

  • @ukhazarika1862
    @ukhazarika1862 Місяць тому

    Strong character of Beherbari out post.but in his absence don't feel like watching this serial,sI sir we will miss u ❤❤

  • @NarzuA
    @NarzuA Місяць тому

    Bohut bohut miss korim sirk sire konduyai thoi gol ❤❤❤❤❤

  • @numalphukon5353
    @numalphukon5353 Місяць тому

    Hosakoi beherbarit jodi pritom sar nathske ki val lagibo sai 😭😭😭
    Aru jijon sar SI hisape ahibo heijonok eman hunkale kenekoi apun kori lom 😥😥
    Oha bosorot log pam❤

  • @MayourpankhiBorah
    @MayourpankhiBorah Місяць тому

    Si sir amaku konduy dile...❤❤❤apuniu golgoi..... huvessha thakil apunloi....

  • @korobidas5121
    @korobidas5121 Місяць тому +1

    আজিৰ পৰা বেহাৰবাৰী নাচাওঁ

  • @user-tw1ru8sh7l
    @user-tw1ru8sh7l Місяць тому +1

    Miss You Sir💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗

  • @nilnath2005
    @nilnath2005 Місяць тому +1

    তাৰমানে প্ৰীতম ছাৰ সঁচাকৈয়ে বেহাৰবাৰী ছিৰিয়েলখনৰ পৰা বিদায় ললে । একেবাৰেই ভাল নালাগিল ।

  • @ArunjyotiHandique
    @ArunjyotiHandique Місяць тому

    Miss you sir❤❤❤❤❤❤

  • @beenatalukdar2607
    @beenatalukdar2607 Місяць тому +1

    কালি মই বহুত কান্দিলো😢

  • @pallabiborah7790
    @pallabiborah7790 Місяць тому

    Khub priyo asil teu..miss korim SI sir ok

  • @ZGLoveneel123
    @ZGLoveneel123 Місяць тому

    Najao aru behor bari good bye sir sar

  • @dr.pradipkumarsaikia6748
    @dr.pradipkumarsaikia6748 Місяць тому

    The past was outstanding 👍, hope your future will be bright, wish you all the best SI Sir. Change is compulsory, we want more new talent in BEHARBARI OUTPOST. I wish for a long run of this lovely serial. 💐💐💐

  • @FilmyContent_Bharat
    @FilmyContent_Bharat Місяць тому

    Beharbari khon Good By Hobo aro .. val loga manuh mur jetia atori jai no tetia ei bosto to val nologa hoi jai oo ... Amar bea lagise bohot .. 😭😭

  • @mitalirajbongshi
    @mitalirajbongshi Місяць тому

    Aaaiiiio kandise swa sire. Dehi.1st time dekhilu nijr lgt soboke konduai gol. Sir.love from Guwahati.
    Apunk joldi log Pam moi. Chhoygaon gobordhon ot. Ki thik apuni amr ghrt ye thakibo loga hoi. Mojja lgibo

  • @nabanita1
    @nabanita1 Місяць тому

    Beharbari outposte agote hohuiasil kintu juwa kali episode tuye konduia dile

  • @Nangparishmita_0
    @Nangparishmita_0 Місяць тому

    Sob atori goise Beharbari pora.....anekoi adin Beharbari bondho hbo😢

  • @UttaraDas-rl6jl
    @UttaraDas-rl6jl Місяць тому +1

    Bohut baya lagil bohut bohut💗💐💗

  • @Melodia6625
    @Melodia6625 Місяць тому

    Pritom is a dedicated actor. Salute to you!

  • @rishavg1616
    @rishavg1616 Місяць тому

    Fst time moi video sai kandisu😢😢😢. really si sir apuni nuhuwa behebari out post nasau

  • @ajoybarman-kl2lb
    @ajoybarman-kl2lb Місяць тому

    Pritom sir thakibo lage . Val lage pritom sir ok.❤❤

  • @R.gaming_guru_
    @R.gaming_guru_ Місяць тому

    Sir apuni nohola bahut baya lagibo 😢😢😢

  • @kathar4421
    @kathar4421 Місяць тому

    Beharbari outpost atia ru sabo lgia eku niZZv

  • @purabisaharia3870
    @purabisaharia3870 Місяць тому +1

    আপুনি নহ'লে চাই ভাল নালাগিব। গতিকে আজিৰ পৰা বেহাৰবাৰী নাচাও ।

  • @maheswardeka9048
    @maheswardeka9048 Місяць тому

    A gentleman actor that he was.Wish you a bright future

  • @kalyanjyoti4157
    @kalyanjyoti4157 Місяць тому

    Beharbari outpost sabola badai dibo lagibo ru

  • @KarabiKalita-so5bv
    @KarabiKalita-so5bv Місяць тому +1

    Saday beharbari sai hahi thako aji kintu sakupani Olay gol

  • @BiswajitPuwali
    @BiswajitPuwali Місяць тому +1

    Si Sir gole sobei serial sua bad dibi hot 😢Val val actor bur atori goise exm : kk sir,muhon

  • @monjaifamily......4553
    @monjaifamily......4553 Місяць тому

    Sir nothoka siriel khon bhut khali hoi robo,tekhetr abhinoi bhur bhal lage❤

  • @Mr.kapildas123
    @Mr.kapildas123 Місяць тому

    Beharbari out post agor dore hoi nathake ru 💔😭

  • @joysingh2414
    @joysingh2414 Місяць тому

    Biya khan pati jabo lagesil si sir java eneke toropi thakil dabul hobole ek din sir moram debole..

  • @binitaboishya1213
    @binitaboishya1213 Місяць тому

    দুখ লাগিছে

  • @anilloing9195
    @anilloing9195 Місяць тому

    শুভেচ্ছা জনালোঁ ।

  • @AnamikasaikiaAnamika
    @AnamikasaikiaAnamika Місяць тому

    I miss you pritam sir😂😂😂

  • @NazmaBegum-qx4ne
    @NazmaBegum-qx4ne Місяць тому

    Pritom sir❤❤❤

  • @Bishwadewri
    @Bishwadewri Місяць тому

    ছাৰ আপুনি ভলে থাকক

  • @probhawotiboruah586
    @probhawotiboruah586 Місяць тому

    উজ্বল ভৱিষ্যৎ কামনা কৰিলো।

  • @sankardas2796
    @sankardas2796 Місяць тому

    K k ,mohon aru si sir nathakile dharabakhik to chai bhal nalagibo jen lagibo

  • @hamantguhain
    @hamantguhain Місяць тому

    বহুত দুখ আমাৰ

  • @user-ji2jl1uh5s
    @user-ji2jl1uh5s Місяць тому

    Bhut mis krim sir😢😢😢

  • @anishaofficial2656
    @anishaofficial2656 Місяць тому

    Bhut beya lgise 😢miss krim apunk 😢axa koru apuni aru aguai jauk avinoy r xetrot 😊apnr bbei sua nisina hoisil kintu atiya 🥺

  • @Mathsprotapan
    @Mathsprotapan Місяць тому +3

    বেহাৰবাৰী আউটপোস্ট বেছি দিন নিতিকে

  • @renuburaguhin5113
    @renuburaguhin5113 Місяць тому +1

    Miss you sir ❤

  • @rubihazarika57
    @rubihazarika57 Місяць тому

    😢 beharbari saboloi arim.....nasau aru🙏🙏

  • @user-yp1iv4zn1h
    @user-yp1iv4zn1h Місяць тому

    Bhot bara lagesa sir😢😢😢apune ako ahebo nai baru😢😢

  • @the_noob_88
    @the_noob_88 Місяць тому

    Miss you sir

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln Місяць тому

    #কেকে দা হত নোহোৱাৰ পিছতো একমাত্ৰ #আপোনাৰ নামত হে সদায় চাও বা ভাল লাগি আছিল , আপোনি নাথাকিলে সেইখন #চিৰিয়েল একোয়েই ভাল নেলাগিব।।
    গতিকে পৰিচালনা কৰা #ব্যক্তিসকলে এই চিৰিয়েল খন বন্ধ কৰি দিয়াই #উপকাৰী হব।।

  • @anilkrdeka5931
    @anilkrdeka5931 Місяць тому

    মাননীয় প্ৰযোজক/ নিৰ্দেশক ডাঙৰীয়া বেহাৰবাৰী আউটপোষ্ট ৰ সকলো বোৰ ভাল লাগিছে। কিন্তু এটা কথা মই নকৈ নোৱাৰিলো। যি কোনো চাকৰি কৰা মানুহৰ মা/ দেউতা ধুকালে কোনো Depertment ৰুল নাই যে তেওঁ উপবাস পালন কৰি থকা সময়ত দিউতিত জইন কৰিব লাগিব । আজিলৈ মই কিন্তু শুনা নাই দেই। অৱশ্যে আন্তৰাষ্ট্ৰীয় যুদ্ধ লাগি দেশত ইমাৰজেন্সী অৱস্থা হলে সেইটো শুকীয়া কথা। মই কোৱা কথাখিনি যদি আপোনাৰ দৃস্তিগোচৰ হৈচে অনুগ্ৰহ কৰি জনাব চোন কাৰন মোৰো ভূল হব পাৰে। চাৰ্ভীচ Rule এ বা কি কয়।