WORDS ARE POWERFUL | MOTIVATIONAL SPEECH OF DIPAK SARMA

Поділитися
Вставка
  • Опубліковано 29 лис 2024

КОМЕНТАРІ •

  • @nibeditadas641
    @nibeditadas641 5 років тому +69

    দিচলাইক মাৰাকেইটা মাৰাত্মক মহামাৰী সমাজৰ কাৰণে যাৰ কোনো অস্তিত্ব নাই জন্ত্তবোৰৰো আৱেগ থাকে অমানুহ এইবিলাক ....সন্মানীয় দীপক শৰ্মা ছাৰ আমাৰ বাবে অমূল্য তেওঁৰ বাণী অমৃততুল্য ! মই সদায় অনুকৰণ কৰো ছাৰ আপোনাৰ এটা এটা শব্দই জীৱনৰ বাকী সময় সুন্দৰকৈ জীয়াব সাহস দিছে ছাৰ ! আপোনাৰ সু স্বাহ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ছাৰ ...আশিৰ্বাদ কৰিব 🙏🙏🙏🙏🙏

  • @pompichowdhury5449
    @pompichowdhury5449 3 роки тому +1

    Antar sui gol apunar kotha khini khuni..... Touching words... Muru teneke monot porisil jetia deuta admit hoi asil.... Tenekua abasthat kunubai beyakoi kole ba buji napale khub beya lage....

  • @rupamraj3281
    @rupamraj3281 4 роки тому +4

    হৃদয় চুই যোৱা কথা।।
    বহুত ভাল কথা শিকিলোঁ।।
    ভগৱানে মংগল কৰক আপোনাক।
    Always b possitiv.
    Greate salute for you

  • @devkantobora9247
    @devkantobora9247 3 роки тому +1

    Sir apunar kotha vilak mur bahut val lage karon apuni ji kunu kotha eman dhuniya koi bujai bor val lage apunaloi bahut bahut dhanyavad gyapan korilu

  • @dimpidevi2590
    @dimpidevi2590 5 років тому +91

    মোৰ জীৱনৰ এটা বিশেষ সপোন , সন্মুখৰ পৰা আপোনাৰ এই বহুমূলীয়া বক্তৃতা শুনা🙏

    • @jagadishgandhiya1650
      @jagadishgandhiya1650 3 роки тому

      দাদা আপোনাক এবাৰ লগ পোৱাৰ মোৰ বহু ত ইচ্ছা।

    • @Damaynti-e8h
      @Damaynti-e8h 8 місяців тому +1

      Sikhar. Arhi. Bhai. Dipak

  • @Musical_Chanel_Sangeet_Music

    আপোনাৰ কথা কব খুজিলে শেষ নহব,,যুৱ প্ৰজন্মৰ বাবে সুন্দৰ উদাহৰণ স্বৰূপে 🙏♥️

  • @kuladippathak2197
    @kuladippathak2197 5 років тому +33

    কথাৰে হৃদয় জিনিব পাৰি, আপুনিয়েই জলন্ত উদাহৰণ ❤❤❤

  • @niruprovaboraborah5282
    @niruprovaboraborah5282 5 років тому +27

    দীপকদা আপোনাৰ কথা শুনি বহুত ভাল লাগে ৷ আপুনি বহুতৰে কাৰণে প্ৰেৰণাৰ উৎস ৷ আমাৰ বাবে তিৰবিৰাই থকা এটি নক্ষত্ৰ ৷ আশা ৰাখিছো আৰু প্ৰেৰণা পাম ৷

  • @hariharkalita5070
    @hariharkalita5070 5 років тому +6

    সুন্দৰ লাগিল আপোনাৰ কথাখিনি শুনি। আপুনি যিখিনি কথা কৈছে সেইখিনি গুণৰ অভাৱ দেখা পোৱা যায় বৰ্তমান সময়ৰ কিছুমান ডক্টৰ আৰু নাৰ্ছৰ ক্ষেত্ৰত। সচাকৈ আপোনাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

  • @mausumidevi6846
    @mausumidevi6846 Рік тому

    কথাৰে হৃদয় জিনিব পাৰি, আপুনিয়ে ইয়াৰ জলত্ব উদাহৰণ

  • @nomadicmind7849
    @nomadicmind7849 5 років тому +4

    খুউব সুন্দৰ। কথাকেইষাৰে হৃদয় চুই গ'ল..!!

  • @jumonmudoi1166
    @jumonmudoi1166 Рік тому

    কথাৰে জীৱন জিনিব পাৰি ।আপুনি এই এটা জলন্ত উদাহৰণ। আপোনাৰ মুখত লাগি থকা হাঁহিটো আৰু কথা বোৰে শুনিলে কোনো দিন আমনি নেলাগে।

  • @rohanchakrabarty9070
    @rohanchakrabarty9070 Рік тому +18

    Dipak is an excellent motivator and really a fantastic personality. I love him and bless him for what he is doing for the humanity. He is so sweet. He has stolen my heart.

  • @minotichetia9972
    @minotichetia9972 3 роки тому +2

    আপোনাৰ কথাখিনি বহুত ভাল লাগিল। সঁচাকৈ ডাক্তৰ নাৰ্চ সকলৰ এষাৰ ভাল মাতে ৰুগীক বহুত সাহস দিয়ে।

  • @arunimadevientertainment9948
    @arunimadevientertainment9948 5 років тому +184

    মই এগৰাকী নাৰ্ছ....আপোনাৰ কথাখিনিয়ে হৃদয় চুই গল ছাৰ....

    • @hirakjyotinath8261
      @hirakjyotinath8261 5 років тому +5

      বাকী থকা‌ সময়চোৱাত আপুনাৰ কৰ্মজীৱনৰ ভূমিকা এইদৰে হৃদয় চুই যোৱা হ'ব বুলি আশা ৰাখিলোঁ 😊😊😊

    • @অসমকুইজ
      @অসমকুইজ 5 років тому +1

      plz সকলোৱে এবাৰ চাব আৰু ভাল লাগিলে subscribed কৰিব ধন্যৱাদ
      ua-cam.com/video/KdMQDoOtDgg/v-deo.html

    • @Rekibahmed.com796
      @Rekibahmed.com796 5 років тому +1

      Nice

    • @FOUJILVR
      @FOUJILVR 5 років тому

      Nice

    • @birenhazarika9102
      @birenhazarika9102 3 роки тому

      @@Rekibahmed.com796 𝕕𝕩𝕩𝕕,𝕗𝕕𝕩𝕩𝕩𝕗𝕗𝕗𝕗𝕕𝕩𝕩𝕩𝕫𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕕𝕩𝕩𝕩𝕗𝕩𝕩𝕩𝕫𝕩𝕩𝕩𝕫𝕩𝕩𝕕𝕫𝕪𝕪𝕩𝕩𝕫𝕫𝕫𝕩𝕗𝕗𝕗𝕗𝕩𝕩𝕫𝕫𝕗𝕗𝕗𝕗𝕪𝕪𝕩𝕪𝕪𝕪𝕪𝕪𝕪𝕗𝕗𝕗𝕫𝕗𝕗𝕩𝕩𝕩𝕗𝕩𝕩𝕩𝕩𝕪𝕪𝕪𝕪𝕩𝕩𝕩𝕕𝕩𝕩𝕕𝕕𝕕,𝕩𝕩𝕩𝕗𝕗𝕗𝕗𝕩𝕕𝕫𝕩𝕩𝕩𝕩𝕕𝕪𝕪𝕪,𝕩𝕕𝕕𝕩𝕩𝕩𝕩𝕩𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕫𝕩𝕩𝕩𝕗𝕗𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕩𝕫𝕕𝕩𝕪𝕪𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕫𝕫,𝕫𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕫𝕫𝕗𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕪𝕩𝕪𝕩𝕩𝕩𝕫𝕩𝕕𝕩𝕕𝕩𝕕𝕩,𝕕𝕪𝕩𝕩𝕩𝕫𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕕𝕩𝕩𝕗𝕗𝕦𝕦

  • @Musical_Chanel_Sangeet_Music

    Yes,, মই এজন ডক্তৰ লগ পাইছিলো আৰু তেওঁ লগত কথা তেওঁৰ কথা শুনিলে একো বেমাৰ নাই যেন অনুভব,, আচলতে কবলৈ গলে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় ।।

  • @inugogoi797
    @inugogoi797 5 років тому +3

    শব্দৰ মাধুৰ্য্যতা সচাঁকৈয়ে বহুত প্ৰশংসনীয়,, ভাল লাগিল,

  • @protibhaborchetia9396
    @protibhaborchetia9396 3 роки тому +1

    Thanks dada... Bcz moi agoraki nurse👩‍⚕️👩‍⚕️ hosakoi dada nurse & patients relationship Tu bht val hb lage.... Moi hodai try kru patients r lgt val relation rakhiboloi.... Val dore treatment diyar uporiu val mat akhar dile patients bilake bht monot val pai... Muk koi jai baideu apuni bht val etc..... Val lge tatia vabi... Rugi a jetia muk val pai.... Ru hustho hoi jetia discharge hoi ghrt jai goi..... Covid patients muk koi baideu apuni bhogoban.... Emn vlkoi sob kotha bujai dia buli.... Moi bht happy hou tatia... .... 😊😊😍😍😊😊😍😍

  • @tasrifabegum4582
    @tasrifabegum4582 5 років тому +18

    আপোনাৰ কথা বিলাকে জীৱনত আগবাঢ়ি যোৱাত বহুত সহায় কৰে। ধন্যবাদ ছাৰ।

  • @taralibaruah2415
    @taralibaruah2415 4 роки тому +2

    আপোনাৰ কথাৰ পৰা মই ধযৈ ধৰিবলৈ শক্তি পাইছো । বহত বহত ধন্যবাদ জ্ঞাপন কৰিছো ।

  • @abhishekdevnath9959
    @abhishekdevnath9959 3 роки тому +7

    ইমান positive কথা শুনি মনটো ভাল লাগিল।

  • @maheshsarmah6073
    @maheshsarmah6073 3 роки тому +1

    সচাঁই দেই। আপোনাৰ সকলো কেইটা খন্দই বহুত ভাল লাগে।

  • @sajadurrahman3126
    @sajadurrahman3126 4 роки тому +8

    ভাল লাগিল আৰু পাম বুলি আশা ৰাখিলোঁ । আপোনাৰ কণ্ঠত যাদু আছে দীপক দা ।

  • @rahulthapa7578
    @rahulthapa7578 5 років тому +1

    আপোনাৰ মায়াসনা কথাবোৰ শুনি বহুত বহুত ভাল লাগিল, আপোনাৰ কথাবোৰ শুনি মোৰ জীৱনৰ যিখিনি ভুল আছিল বা যিখিনি ভুল কৰি আহিছিলো সেইখিনি সূধৰাই লব পাৰিছু । আপোনাৰ মধূময় কথাবোৰ অকল এজন ডক্টৰ বা নাৰ্ছে জনাৰ উপৰিও সমাজৰ প্ৰতিজন মানুহেই জনা উচিত বুলি মই ভাবোঁ ।
    আপোনাৰ উৎজ্জল ভবিষ্যত কামনা কৰিছু, আপোনি প্ৰতিতু খোজতে বা প্ৰতিতু মূহুৰ্ততে আগবাঢ়ি গৈ থাকক তাৰ বাবে মই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিম । ।
    আগলৈ আৰু বহুতো হৃদয় চুই যোৱা video চাব পাম বুলি আশা কৰিলু ।

  • @nripenkalita6185
    @nripenkalita6185 5 років тому +43

    দাদা আপোনাৰ কথা কেইষাৰে মোৰ অন্তৰখন চুই গল। আশা কৰো নাৰ্চ বাইদেউ সকলে আগলৈ ৰোগী সকলৰ লগত ভাল ব্যৱহাৰ কৰে।

  • @harenborah4086
    @harenborah4086 5 років тому +1

    হয় শৰ্মা,শব্দৰে কথাৰে মানুহৰ অন্তৰ জয় কৰিব পাৰি। কিন্তু নিজক লুকুৱাব নালাগে,ঠগিবলৈ চেষ্টা কৰিব নালাগে। আপুনি নাৰ্ছ সকলক দিয়া পৰামৰ্শ‌ই তেওঁলোকক উদব্ধোন কৰিব।সছাকৈয়ে এন্জেল , আৰু লেডী অব দ্যা লেম্প হ'ব ই ধূৰুপ।নৱ প্ৰজন্মক উৎসাহিত কৰিব এনে প্ৰচেষ্টা অব্যাহত ৰাখকচোন। ভগৱান আপোনাৰ সহায় হ‌ওক।তাকে কামনা কৰিলোঁ। ধন্যবাদ।

  • @Sabda_Creation
    @Sabda_Creation 5 років тому +31

    জীৱনৰ বাস্তৱ আৰু সকলোৱে হৃদয়ংগম কৰিব নোৱাৰা কথাবোৰ যেতিয়া কোনোবাই উপলব্ধি কৰাই তেওঁ ভগৱান হৈ পৰে। ধন্যবাদ দিপক দা💝💝

  • @chiring.7
    @chiring.7 3 роки тому +1

    Sir Aapuni Emman Mohan Katha koise Moi Aapunak kouti kouti pranam karisu sir.

  • @malobikabora7814
    @malobikabora7814 5 років тому +7

    বি বৰুৱা কেঞ্চাৰ হস্পিটেলত পাপাৰ চিকিৎসাৰ সময়ত আমিও দুগৰাকী সহৃদয়া নাৰ্চ লগ পাইছিলোঁ চাৰ।তেনেই সৰু ছোৱালী।বৰ মৰম লগা মাত,ব্যৱহাৰ।আজিও মনত পৰে সেই মৰম লগা ভণ্টি(নাৰ্চ) গৰাকীলৈ।আপোনাৰ বক্তব্যৰ শেষৰ কথাখিনিয়ে কনুৱাই দিলে চাৰ।মোৰ পাপালৈ মনত পৰি গ'ল।

  • @rezuwanhussain7389
    @rezuwanhussain7389 4 роки тому +1

    Bohuut Bohuut bhonyobad sir......imaan muillyobaan kotha kuwaar babeeee

  • @munuchutia2239
    @munuchutia2239 5 років тому +24

    ভাল লাগিল ছাৰ ।আপোনাৰ কথা খিনি শুনি।আপোনালৈ ধন্যবাদ থাকিল।🙏🙏

  • @ritusarmah3237
    @ritusarmah3237 Рік тому

    আপোনাৰ সুন্দৰ কথাৰে হৃদয় চুই গৈছে

  • @basanatakalita7241
    @basanatakalita7241 5 років тому +4

    Bohut val kotha koise Dada. Apunar kothabur xunile xuni thakibo mon jai. Bohut val lagil. Bohut

  • @pallabikalita4245
    @pallabikalita4245 3 роки тому +1

    Thank you sair ..... Bohut vl ktha koi aapuni

  • @sumidas5529
    @sumidas5529 3 роки тому +16

    একেবাৰে সঁচা কথা কৈছে ছাৰ আপুনি... হৃদয় চুই গৈছে ❤️

  • @babysaikia9660
    @babysaikia9660 3 роки тому +1

    আপোনাৰ ভিডিও চাই সচাই বহুত ভাল পাও ইমান ধুনীয়া কৈ কথা খিনি বোজাই সোনী ভাল লাগে ছাৰ আপুনি আৰু আগবাহি জাওক

  • @mahroofrahman48
    @mahroofrahman48 4 роки тому +13

    Well demonstration.. The way of talking is very important part of our social life.. Sir u r the example

  • @debashreedas5876
    @debashreedas5876 5 років тому +1

    Aponar speech huni mn 2 holoni hoi jai,moi nijor experience r pora koisu,mor life t aponar mulyoban kotha bure bohut provab pelaise,anki life t vl koi aguwai jaboloi bohut hlp hoise......
    Thank you sir.....

  • @rijumonidas7741
    @rijumonidas7741 5 років тому +4

    Sir. Apunar katha khini suni bahut val lagil. Thank you.

  • @alishabegum213
    @alishabegum213 3 роки тому +1

    Eman vl lagil aru ontoto kisu vl kotha hikilu thanks sir😘🙏

  • @ditulchutia7246
    @ditulchutia7246 5 років тому +8

    আপুনাৰ এনে কুৱা কথাই সমাজৰ বহু উপকাৰ সব | আেগলওঁ এনে মত বিনিময় কৰিব বুলি আশা কৰিলো |

  • @ushabhuyan4264
    @ushabhuyan4264 Рік тому

    বহুত সাৰুৱা কথা। শুনি ভাল লাগিছে।

  • @mrinalhaque1354
    @mrinalhaque1354 5 років тому +69

    দাদা আপোনাৰ ভিডিওৰ জৰিয়তে সকলোৰে জীবনত অলপ হলেও উপকৃত হব ।

  • @arjinaariya3882
    @arjinaariya3882 2 роки тому

    Positive kotha khuni monto val lagil apunar kotha khuni bhut bhut besi val Lage dada

  • @sumkideori5714
    @sumkideori5714 4 роки тому +16

    সচাকৈ ডক্টৰ নাৰ্চসকলে এইটো যথেষ্ট গুৰুত্ব দিয়া উচিত...তেওঁলোকৰ এষাৰ ভাল মাতে ৰোগীক বহুখিনি সকাহ দিয়ে

  • @udoythakuria7568
    @udoythakuria7568 3 роки тому +2

    Power of words = knoledge+ knowledge + knowledge = power. Great +great + great = mahan. That means suprem power.= god

  • @নাগাৰানাম
    @নাগাৰানাম 5 років тому +12

    আপোনাৰ কথা বিলাকে সকলোৰে জীৱনত পৰিবৰ্তন আনিব বুলি মোৰ বিশ্বাস

  • @Unkwown_person365
    @Unkwown_person365 5 років тому +1

    Ai abagloi bhut pt logot kandisu dai depok da.as nurse hisape.haihe alop abegbur bad din buli bhabisu.eman abegik hole mur dore nurse babe akhubidha hoi.

  • @porisvlog4394
    @porisvlog4394 3 роки тому +20

    আপোনাৰ অনুষ্ঠান বোৰ চাই জীৱনৰ নতুন নতুন সংজ্ঞা পাওঁ দাদা ।

  • @Rahu-v7i
    @Rahu-v7i 2 роки тому

    100% কথাবোৰ সঁচা প্ৰতিকৃতি আপোনাৰ কথাবোৰ শুনিলে শুনি থাকিব মন যায়।

  • @abhijithaloi1871
    @abhijithaloi1871 5 років тому +6

    Bhut dangor kotha sikilu sir thank you....

  • @bondanadas7407
    @bondanadas7407 3 роки тому +2

    খুব ভাল আপোনাৰ কথাখিনি আৰু মন চুই যোৱা।।❤️👌👍

  • @talukdarkarabi234
    @talukdarkarabi234 5 років тому +6

    Most importent...bhut bhut vl lga ktha

  • @milonbortamuly711
    @milonbortamuly711 2 роки тому

    ছাৰ আপোনাৰ ভাষণ শুনি বহুত ভাল লগে আৰু কিছুমান ভাষণে আবেগিক কৰে 👍

  • @diptimedhi9376
    @diptimedhi9376 5 років тому +14

    আপোনাৰ কথাবোৰ শুনিলে মনটো সজীৱ হৈ পৰে । মই আপোনাৰ প্ৰায়বোৰ ভিডিঅ চাইছোঁ । এবাৰ আপোনাক ওচৰৰ পৰা লগ পাবলৈ বৰ মন আছে ।

  • @bijitsaikia1491
    @bijitsaikia1491 2 роки тому

    আপোনাৰ কথাখিনিয়ে বাৰুকৈয়ে হৃদয় চুই গ'ল.....!!
    এই ভিডিঅ'টো যদি কোনো ডক্তৰ বা নাৰ্চে চালে সকলো ৰোগীৰ প্ৰতি মৰমৰ মাত দিব বুলি আশা কৰিলো।ৰোগীজন যেনেকুৱাই নহওঁক কিয় তেওঁক কৰা ভাল ব্যৱহাৰে ৰোগ উপশম নহ'লেও কিবা এটা মনত আনন্দ লভিব।

  • @digantabaruah5243
    @digantabaruah5243 5 років тому +3

    Xundar perundaiyok kotha 🎙️ Opusthapon 💖🥀💯🎧👍"

  • @munmidas9501
    @munmidas9501 3 роки тому +1

    Tq eman ata val vidio amar karne. Diya babe....

  • @sanjaykishanofficial2440
    @sanjaykishanofficial2440 5 років тому +3

    val lagile dipok da .......anekuwa video amak aru agbodhai jen take kamona korlu

  • @sakuntalamazi908
    @sakuntalamazi908 4 роки тому +1

    Thanku sir kotha khini muk bhut hohay korile moy u ajoni nurse ,

  • @sanowarhussain6658
    @sanowarhussain6658 5 років тому +4

    Thank u very much দাদা বহুত সন্দুর ভাল লাগিল

  • @priyadeka8135
    @priyadeka8135 3 роки тому +1

    Bohut bohut val. lagil vidio tu sai dada

  • @dimpeedeori8785
    @dimpeedeori8785 5 років тому +4

    ছাৰ আপোনাক এবাৰ সন্মুখত লগ পোৱাৰ ইচ্ছা আছে..

  • @muninburagohain2343
    @muninburagohain2343 4 роки тому

    Sir..bohut bohut important kotha koise aapuni.bohut a val lgil poramkh .many many thanks Sir.

  • @zakirahmed9255
    @zakirahmed9255 3 роки тому +3

    CLASSES AND ATTRACTIVE SPEECH ! !!

  • @mahidulislam3923
    @mahidulislam3923 5 років тому +1

    এয়া এক সুন্দৰ বাৰ্তা ৷৷
    আপোনাৰ কথাখিনি সকলোৱে ঔষধ হিচাপে কৰিলে নিশ্চয় সমাজখন সুস্থ হৈ উঠিব ৷৷

  • @khanindrachandraray4345
    @khanindrachandraray4345 5 років тому +3

    সুন্দৰ কথা কৈছে দীপক দা ই ।

  • @guniverse1320
    @guniverse1320 5 років тому +1

    বৰ সুন্দৰ কথাবোৰ কোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালো ৷ সকলোৱে মানি চলিলে বহুতো সমস্যা নোহোৱা হৈ যা ব ৷

  • @artbyamon741
    @artbyamon741 3 роки тому +6

    Touching word..❤️

  • @himakshibarman7841
    @himakshibarman7841 3 роки тому +1

    Right sir kisuman narse kotha a kobo najane kangat k uthe

  • @manojrajbongshi5013
    @manojrajbongshi5013 5 років тому +4

    Love u sir....sirloi hit like👇👇👇👇👇👍

  • @nurulhoque5536
    @nurulhoque5536 7 місяців тому

    Bahut bahut dhuniya kotha koise apuni mor monor kotha koise apuni sir moi tu aitu keneke bujam bhabi asilu apuni aru adin GMC HOSPITAL NARSOK ARU DOCTOR KHOKOLUK JODI ALOP BUJAI DILE HOI MOI BOR KHUKHI ABUBHOB KORILU HOI THANKS SIR

  • @natureover7360
    @natureover7360 5 років тому +4

    Bht hundr kotha koi apuni

  • @bijoykrishnagogoi7841
    @bijoykrishnagogoi7841 2 роки тому

    আন্তৰিকতাৰে আপোনাক অশেষ ধন্যৰ্বাদ ও সু প্রভাত জনালোঁ চাৰ। 🙏🙏

  • @arifurrahman6112
    @arifurrahman6112 3 роки тому +3

    Very true. Words and expression is proportional to each other. Conveying the right word with right expression make ones understand easily.

  • @Rimpi-c4r
    @Rimpi-c4r Рік тому

    Bohut val lage apunar kotha huni emn dhuniyake bujaise Buji paisu

  • @dipankarbharali9022
    @dipankarbharali9022 5 років тому +6

    বহুত বহুত ভাল লাগিল। 🙏

  • @Sarkarblogs
    @Sarkarblogs 5 років тому +1

    Sir aponar kotha bilak eman val lage .aponak bohut bohut dhonyobad

  • @bishaldey8453
    @bishaldey8453 5 років тому +20

    সুন্দৰ দাদা❤️❤️

  • @dulumonisarania5647
    @dulumonisarania5647 5 років тому +2

    Sir apunar pora moi bohuto obhigyota palu.thank you sir...

  • @azizulhoque3872
    @azizulhoque3872 3 роки тому +7

    দীপক দা অসমীয়া ৰ বাবে মই ভাবো আপোনাৰ দৰে ব্যক্তিৰ বহুত দৰকাৰ ।

  • @chatrabahadurchetry7672
    @chatrabahadurchetry7672 4 роки тому +1

    Good job ... Bohut bhaal kotha koise ... thank you sir

  • @harshajitdas5469
    @harshajitdas5469 5 років тому +5

    Great speech sir👍👍

  • @upasvlog2888
    @upasvlog2888 5 років тому +1

    Khub sundar...bht nurse r behaviour bht bea thake ..jot rogibure bht heart hbo lgya hy jay.

  • @pranjal8446
    @pranjal8446 5 років тому +20

    ইয়াতকৈ আৰু ভাল কথা শুনিব নেলাগে.....এইখিনিয়েই জীৱনৰ বাবে extreme.....

  • @prasantasarma992
    @prasantasarma992 Рік тому

    পাঠশালালৈ শুভ আদৰণি জনাইছোঁ, লগ পোৱাৰ হেঁপাহ আছিল আপোনাক এবাৰ

  • @pabondas5463
    @pabondas5463 5 років тому +3

    Love Dipak sir
    Apunak

  • @purnimagogoi3503
    @purnimagogoi3503 3 роки тому +2

    ধন্যবাদ দীপক শৰ্মা বৰ সুন্দৰ কথা কৈছে ।

  • @kaimulhussain2743
    @kaimulhussain2743 5 років тому +4

    GMCH r keitaman nurse rugir logot kene behaviour koribo lage najane. thank dipak da

  • @dharmakantadeka3553
    @dharmakantadeka3553 Рік тому

    দীপক দা নাৰ্ছ আৰু ডক্টৰ সকলৰ মাজত মাজে মাজে দীথাকিব ।নহ'লে কিছুমানে বেয়াকৈ মানুহক কয়।

  • @kabitakalita2122
    @kabitakalita2122 5 років тому +26

    GMCH ত লগ পোৱা পুস্পা বাইদেউক কেতিয়াও পাহৰিব নোৱাৰিম।

  • @rubinath9043
    @rubinath9043 4 роки тому +1

    apunar kthabilak xuni xub val lage...bht inspirational hoi aibur

  • @paparidutta4168
    @paparidutta4168 5 років тому +11

    what a motivation speech sir! keep it up

  • @chandanadeka1234
    @chandanadeka1234 5 років тому +1

    Thank you dipok da iman val kotha kowar babe.i am your big fn

  • @MehediHassan-ot9uz
    @MehediHassan-ot9uz 5 років тому +3

    Bohut vl lgil.. Keep it up sir

  • @sivabobi
    @sivabobi Рік тому

    Dipak sir apuni khosai bohut val kotha koi mur bohut val lage apunar video sai

  • @enamahi2620
    @enamahi2620 5 років тому +3

    Love you sir..😍😍

  • @momeegohainbaruah3286
    @momeegohainbaruah3286 3 роки тому +1

    হৃদয় চুই যোৱা বক্তৃতা ৷ ভাল লাগিল ৷

  • @axomiyapathshala5161
    @axomiyapathshala5161 5 років тому +15

    দিপক দা Direct Talks চেনেলটো কেতিয়া আৰম্ভ কৰিব

  • @dhunudeka4795
    @dhunudeka4795 3 роки тому +1

    আপোনাৰ কথাবোৰ শুনি বহুত বহুত ভাল লাগে !আপোনাৰ পৰা বহত কথা শিকিছো