জীৱনটোত ইমানেই কষ্ট পালো একো ভাল নলগা হৈ গ'ল 😥 কতো মন নবহে Mridula Baruah interview actress

Поділитися
Вставка
  • Опубліковано 28 лис 2024

КОМЕНТАРІ • 539

  • @RashmiKonwar
    @RashmiKonwar Рік тому +90

    মৃদুলা বাইদেউ বুলি কলেই মনলৈ আহে বোৱাৰী চিনেমাখন । আজিও সজীৱ মনৰ মাজত । বাইদেউ আকৌ ওলাই আহক ।বহুত ধন্যবাদ চেমিম ❤️

  • @anjanagogoi6105
    @anjanagogoi6105 Рік тому +10

    প্ৰিয় অভেনেত্ৰী মৃদুলা বাইদেউক বহুত ভাল লাগিল দেখা পায় । আকৌ যেন অভিনয় জগতত দেখা পাওঁ বাইদেউক । সুস্বাস্থ্যৰ অধিকাৰী হ ওঁ ক । দুয়োলৈ শুভ কামনা থাকিল ।❤️❤️❤️🙏🙏

  • @lakshyamorang8470
    @lakshyamorang8470 Рік тому +11

    Mridula baidew is always my favorite. I see her film from childhood. Don't worry baidew .. GOD Bless you . ❤❤❤❤❤ and thank you so much semim for your interview with our lovely and favorite Mridrula baidew . Love from Golaghat .

  • @anjanadevi6407
    @anjanadevi6407 Рік тому +5

    ভাল লাগিল মৃদুলা বাইদেউ দেখা পায়, আগৰ অসমীয়া চিনেমা মানেই মৃদুলা বাইদেউ। বহুত দিন দেখা নাই , আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।

  • @rajb7906
    @rajb7906 Рік тому +20

    বাইদেও কুশলে থাকক এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো❤❤🙏

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Рік тому +2

    তেখেতক সঁচাকৈ খুব ভাল লাগে, খুব সুন্দৰ তেখেতৰ অভিনয়,কথা বতৰা বোৰৰ পৰা জানিব পাৰিলো আতৰি যোৱা সকলক লৈ তেখেত বহুত দুখি,যোৱা জন গুছি গ'ল কিন্তু আমি আমাৰ প্ৰিয় অভিনেত্ৰী গৰাকীক সদায় হাঁহি মুখে আনন্দেৰে থকাতো বিচাৰোঁ আৰু অভিনয়ৰ যোগেদি তেওঁ যুগমীয়া হৈ ৰওক, তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏 🙏🥰🥰🥰

  • @monishatamuly791
    @monishatamuly791 Рік тому +11

    বহুত ভাল লাগিল । আপুনি আমাৰ মাজত সদায় এনেকৈয়ে হাঁহি থাকিব

  • @MrinaliTamuli
    @MrinaliTamuli Рік тому +29

    মৃদুলা বাইদেউ মোৰ প্ৰিয় অভিনেত্ৰী । ধন্যবাদ চেমিম ।

  • @gopaldutta4115
    @gopaldutta4115 Рік тому +57

    মৃদুলা বাইদেউ গাম্ভীয্যতা পূৰ্ণ কথাবোৰ ভাল লাগে ।

  • @biswajitgoswami5631
    @biswajitgoswami5631 Рік тому +14

    Queen of Assamese Cinema❣️

  • @JAYDEELEE75
    @JAYDEELEE75 Рік тому +7

    Best interview. She was one of the most beautiful actress in our time. A self composed personality, a stunning beauty.

  • @himadrisonowal4017
    @himadrisonowal4017 Рік тому +29

    এগৰাকী চিৰসেউজ অভিনেত্ৰীক দেখি ভাল লাগিল।কিন্ত তেও যে বহুত দুখ বেদনাত জীৱনটো পাৰ কৰি আছে গোটেই ইন্টাৰভিউ তোত তাকে বুজিলো।সচাকে সকলোৰে জীৱনত কিমান কি কি নাথাকে তেও আছলতে মানসিক ভাৱে বহুত দুৰ্বল হৈ আছে।তেও ভালে থাকক তাকে আশা কৰিলো।

  • @Sarmah_Kangkana
    @Sarmah_Kangkana Рік тому +1

    Tumar interview bur belegotkoi olop beleg❤❤❤ bohut besi val lage...Shemim ba love you❤

  • @englishdmonline1185
    @englishdmonline1185 Рік тому +7

    Beautiful and gorgeous Mridula Boruah as always. ❤❤❤

  • @bantidutta3464
    @bantidutta3464 Рік тому +49

    ইমান সৰল, ধুনীয়া, গহীন গম্ভীৰ বাইদেউ আপুনি সদায় ভালেৰে থাকক

  • @sabitrisvlog721
    @sabitrisvlog721 Рік тому +2

    বাইদেউ আপোনাৰ সেৱা জনালোঁ। ভাল লাগিছে ভিডিঅ'টি চাই সুন্দৰ 🙏❤️❤️❤️ অসমীয়া চলচ্চিত্ৰ জগতত উজ্জ্বল হৈ থাকক।

  • @santiraninathbaruah3803
    @santiraninathbaruah3803 Рік тому +25

    অসমীয়া বোলছবি জগতৰ সৰ্বকালৰ মোৰ প্ৰিয় অভিনেত্ৰী গৰাকী মৃদুলা বাইদেউ 🙏

  • @padminisaikia6104
    @padminisaikia6104 Рік тому +48

    বর ভাল পাও মিদুলা বাক ।সু স্বাহ্য কামনা করিছো

  • @abjamanibormudai7803
    @abjamanibormudai7803 Рік тому +15

    বাইদেউ অভিনন্দন জনালো । পুনৰ ভাল লগা অভিনয়বোৰলৈ আহক , আমি চতিয়াই আপোনাক লৈ গৌৰৱী ।

  • @অসমীয়াগৃহিনীসীমা

    বাইদেউ আপুনি ইমান সৰল আপোনাক ভগৱানে ভালে ৰাখক 🙏

  • @anowara.begum23
    @anowara.begum23 Рік тому +34

    মোৰ অতি প্ৰিয় অভিনেত্ৰী 🎉 সচাকৈ সকলোকে হেৰুৱাৰ পিচত মানুহৰ মাজত উলাই আহিবলৈ মানসিক ভাৱে নিজকে প্ৰস্তুত কৰা সম্ভৱ নহয়। এই কথা ময়ো বুজি পাউ ❤❤

  • @gulomachangmai4856
    @gulomachangmai4856 Рік тому +8

    ❤❤❤❤❤❤❤❤আমাৰ বহুত প্ৰিয় অভিনেত্ৰী । বহুত ভাল লাগিল ।শুভ সন্ধিয়াৰ শুভ সম্ভাষণ জনাইছোঁ।

  • @ajoyboruah2464
    @ajoyboruah2464 Рік тому +6

    মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ--

  • @ushadas1841
    @ushadas1841 Рік тому +18

    মৃদুলা বাক বহুত ভাল লাগে,যতীন বৰাক ও ভাল লাগে, কিয় মানুহ বোৰে ভাবি নাচায় যে চিনেমা এখনত এজন মানুহ নাথাকে

  • @phulenchoudhuryoudhury7797
    @phulenchoudhuryoudhury7797 Рік тому +15

    মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউ। বাইদেউৰ দীৰ্ঘাযু কামনা কৰিছোঁ।

  • @kukimahanta2815
    @kukimahanta2815 Рік тому +23

    বাইদেউক ভাল লাগিল বহুত দিনৰ মূৰত দেখিলোঁ। বাইদেৱে বুকুত দুখবোৰ কঢ়িয়াই ফুৰিছে।দুখৰ মাজতে আছে।

  • @deepjyotihandique9915
    @deepjyotihandique9915 Рік тому +4

    বহুত ভাল লাগিল। জীৱনৰ সৰহ সময় ৰ মনৰ কথা জনিলোঁ। বহুত মৰম থাকিল। বুজন হোৱাৰ পৰা জীয়ৰী মৃদুলা বৰুৱা ক দেখি আহিছোঁ। ইমান গ্ৰেশ্চফুল শান্ত ধীৰ স্থিৰ দেখি ভাল লাগি যায়। সদায় সুখী হৈ থাকক।

  • @honeynath1777
    @honeynath1777 5 місяців тому +1

    মোৰ অতিকে ভাললগা অভিনেত্ৰী ।মোৰ মনত অতি সৰুকালৰ পৰাই সাচ বহুৱাই থোৱা অভিনেত্ৰী মৃদুলা বাইদেউ ভগৱানে আপোনাক ভালে ৰাখক। আপোনাৰ ব্যক্তিগত জীৱনৰ লগত মোৰ জীৱনৰ মিল আছে। কথা কৈ কৈ একো বেমাৰ নথকা কে মোৰ কান্ধত মুৰ থৈ এওঁ গ'ল গে। যিটো এবছৰ ৰ লৈ মানি লব পৰা নাছিলো।বৰ্তমান একেবাৰেই অকলশৰীয়া।

  • @bornaligogoi7427
    @bornaligogoi7427 Рік тому +5

    ৰাঘৱ এখন ধুনীয়া চিনেমা , তাত মৃদুলা বাইদেউৰ চৰিত্ৰটোৱে এক বিশেষ ভূমিকা লৈছে। তেওঁ কুশলে থাকক তাৰে কামনা কৰিলোঁ 🙏 তেওঁৰ সৈতে পাৰ কৰা সময়খিনি এতিয়াও মনত পৰে ❤❤

  • @anjalidutta704
    @anjalidutta704 Рік тому +8

    প্ৰায় সকলো মানুহে‌ বূকুৰ ভিতৰত দুখৰ বোজা কঢ়িয়াই ফুৰে।তেনেকৈ চলি যাব লাগিব। ভগৱানে জানে আপুনি পাৰিব।কম কথাৰে আপোনাৰ ব্যক্তিত্ব সূন্দৰকৈ প্ৰকাশ‌ কৰিছে।
    দুয়ো গৰাকী লৈ‌‌ অশেষ ধন্যবাদ ।

  • @Digantahazarika-v5h
    @Digantahazarika-v5h Рік тому +49

    ৰঙিয়াল শিল্পী সকলৰ বেদনাৰ সোপানবোৰ জানিলে মনটো বেয়া লাগি যায়...মৃদুলা বাইদেউৰ বোৱাৰী চিনেমা খন লগতে ককা দেউতা নাতি আৰু হাতী চিনেমাবোৰ সদায় নষ্টালজিয়া হৈ থাকিৱ৷

  • @anumabegum9513
    @anumabegum9513 Рік тому +3

    🙏 বহুত ভাল লাগিল কথা বোৰ শুনি ধন্য বাদ ❤❤

  • @gogoidipendra217
    @gogoidipendra217 Рік тому +9

    বাইদেউ কথা বোৰ জানিবলৈ পাই ভাল লাগিল❤

  • @kartikdas3293
    @kartikdas3293 4 місяці тому

    মোৰ চিৰসেউজ প্রিয় অভিনেত্রী! কথাখিনিয়ে মন চুই গ'ল! ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে🙏🙏🙏🙏

  • @minakshihazarika3310
    @minakshihazarika3310 Рік тому +4

    মোৰ প্ৰিয় অভিনেত্ৰী সদায় সুখী হৈ থাকক

  • @nirmalichowdhry855
    @nirmalichowdhry855 Рік тому +16

    মোৰ অতিকৈ প্ৰিয় অভিনেত্ৰী ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @nobinborah8327
    @nobinborah8327 Рік тому

    মৃদুলা বৰুৱা বাইদেউৰ চিনেমা আমি খুব সুন্দৰ কৈ পাইছিলো। তেতিয়া আমি স্কুলত পঢ়ি আছিলো। তেখেতৰ অভিনয় বহুত ভাল লাগে। প্ৰাৰ্থনা জনাইছোঁ প্ৰভু ভগৱন্তই তেখেতক কুশলে ৰাখক। 🙏

  • @saharabegum5792
    @saharabegum5792 Рік тому +6

    My best favourite actress Mridula Borua baidew, khub moromor aru Shridhar baidew k Vogowane kukhole rakhok tare kamona korilu. Shemim dhonyobad jonalu

  • @miraselfkitchendiaries6973
    @miraselfkitchendiaries6973 Рік тому +1

    My most favourite Mridula baa
    God bless you 🙏
    Love you baa

  • @najrinsultana6195
    @najrinsultana6195 Рік тому

    মৃদুলা বাইদেউ চিনেমাতেই শান্ত অভিনয় কৰে তেনে নহয় তেওঁ আচলতে শান্ত স্বভাবৰ৷ ভাল লাগিল Interviewটো চাই

  • @sharmilagogoi477
    @sharmilagogoi477 3 місяці тому

    Iman bosoror pisot dekhilu khub bhal lagil...Mridulaba God 🙌 bless you !

  • @taralimahanta2438
    @taralimahanta2438 2 місяці тому

    বহুত ভাল পাওঁ বাইদেউক । মোৰ ডাঙৰ দাদাৰ চিনেমা গুণগুণ গানে গানে ত কৰা অভিনয়ৰ বাবে বহুত বহুত ধন্যবাদ । আমাৰ তেজপুৰৰ ঘৰলৈ গৈছিল সেয়ে আৰু আপোন আপোন লাগে বাইদেউক । ভালে থাকক 🙏

  • @bijoyagogoi6248
    @bijoyagogoi6248 Рік тому +8

    মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ সাখ্যাত কাৰ শুনি নজনা কথাবোৰ জানিব পাৰি চেমিমক ধন্যবাদ জনালো । বাইদেউ পুনৰ চিনেমা জগতলৈ ঘূৰি আহক ।ভাল লাগিব ।

  • @ranjitabharadwaj8053
    @ranjitabharadwaj8053 4 місяці тому

    Simple n elegant lady ..
    Lots of respect ❤
    Mur mar fav.actress
    Apuni vale thakok 🙏

  • @runumeekalita1393
    @runumeekalita1393 5 місяців тому +5

    খুব ভাল পাওঁ মৃদুলা বাইদেউক ।সু স্বাস্থ্য কামনা কৰিলোঁ।❤

  • @dhandas46
    @dhandas46 Місяць тому

    বাইদেউ আপোনাৰ অভিনয় সুন্দৰ হয় ! মোৰ বহুত বহুত ভাল লাগে ! ভগৱানে আপোনাক ভালে ৰাখক ধন্যবাদ ! ❤❤

  • @kabitabaruah5734
    @kabitabaruah5734 Рік тому

    প্ৰিয় মানুহগৰাকী ❤❤
    বৰ ভাল পাও মৃদুলা বাক❤❤
    কুশলে থাকক তেওঁ 🙏🙏🙏

  • @SanjeebgogoiAnimagogoi
    @SanjeebgogoiAnimagogoi Рік тому +1

    Mridula Baruah ba is very nice video
    ❤❤❤Thanks ba❤❤❤

  • @srimantasaikia6432
    @srimantasaikia6432 Рік тому +25

    মোৰ অতি প্ৰিয় অভিনেত্ৰী গৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ পায় চেমিম অলৈ বহুত ধন্যবাদ

  • @kalpanadas6171
    @kalpanadas6171 Рік тому

    Mridula baaidewk bht bht bhl pau sordha koro , abhinoy bur bht bht dhuniha kore, aaponi bht bht dhuniya , hadai bhle thakak. ❤❤🙏

  • @surenboruah3241
    @surenboruah3241 Рік тому +9

    মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউ, ভগবানৰ ওচৰত প্ৰাথনা, সদায় ভালে থাকক🙏🙏🙏

  • @himanibanikya8168
    @himanibanikya8168 Рік тому +8

    আপোনাক ভগৱানে ভালে ৰাখিব❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @mofitaJaram
    @mofitaJaram Рік тому +2

    মোৰ অতি জনপ্ৰিয় অভিনেত্ৰী, মৃদুলা বৰুৱা বাইদেউ। বাইদেউ ঈশ্বৰৰ কুশলে থাকক।

  • @RumaBorah-po4mo
    @RumaBorah-po4mo Рік тому

    Mridulaba Khub val lage. Bohut vale thakok. Interview val lagil

  • @anjalikagoswamichoudhury8794
    @anjalikagoswamichoudhury8794 3 місяці тому

    বৰ ভাল পাওঁ মৃদুলা বৰুৱা বাইদেউক। সদায় চিৰসেউজ হৈ থাকক। সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏

  • @gitashreesvlog4954
    @gitashreesvlog4954 Рік тому

    Bht val lage mridula baideu k .agor cinema bilakot teuk dekhi eman val lage.val lagil dekhi aji

  • @sunilgoswami6174
    @sunilgoswami6174 3 місяці тому

    ভাল লাগিল মৃদুলা বাইদেউৰ চলচ্চিত্র জগতৰ কথাবোৰ শুনি | পাহৰা নাই যাই শকুন্তলা পতি গৃহে যাই " দৃশ্যবোৰ | _ কেইবা দশকৰ চলচ্চিত্র জগতৰ জাগ্রত প্রহৰী | ধন্যবাদ থাকিল |

  • @skylark13
    @skylark13 4 місяці тому

    মৃদুলা বাইদেউ অসমীয়া চিনেমা জগতৰ অন্যতম প্ৰতিভাশালী অভিনেত্ৰী। তেখেতৰ সকলো চিনেমা চাইছো।
    তেখেতক দেখি খুব ভাল লাগিল। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।

  • @hemantabori8339
    @hemantabori8339 6 місяців тому

    Mridula Madam, বৰ অমায়িক , soft spoken,down to earth and a very good assamese actor.
    We ❤you always.

  • @pabitradeka7627
    @pabitradeka7627 15 днів тому

    বহুত ভাল লাগিল আপোনাক দেখা পাই ভাল লাগিল❤❤

  • @anilbora2237
    @anilbora2237 10 місяців тому

    Life is a bundle of experiences. সকলোৰে জীৱনত বহুত ধৰনৰ সুখ, দুখৰ অভিজ্ঞতা হয়। সেইটো জীৱনৰ অঙ্গ কোনেও নুই কৰিব নোৱাৰে। মৃদুলা বাইদেউৰ অভিনয় মোৰ ভাল লাগে 🙏

  • @yogaprerana7723
    @yogaprerana7723 5 місяців тому

    বৰ ভাল ❤❤❤লাগে
    প্ৰিয় অভিনেত্ৰী। কুশলে ৰাখক ভগৱানে 🙏

  • @trishnasaikia8788
    @trishnasaikia8788 Рік тому

    প্ৰিয় অভিনেত্ৰী ।শেষলৈকে চালো ভাল লাগিল।

  • @eloraborah4643
    @eloraborah4643 Рік тому

    বহুত ভাল লাগে মৃদুলা বাইদেউক।তেখেতৰ চিনেমা বহুত চালোঁ।

  • @dpd4686
    @dpd4686 4 місяці тому

    Love & Respect for Mridula ba❤🙏God bless you🎊

  • @putolikakati1581
    @putolikakati1581 11 місяців тому

    বাইদেউ ক বৰ ভাল লাগে মোৰ । জীৱনত ঘাত-প্ৰতিঘাত থাকে ই, হতাশ নহ'ব । আপোনাৰ সুচাইচথ কামনা কৰিলো ।

  • @mausumirabhavlogs3682
    @mausumirabhavlogs3682 4 місяці тому

    বৰ ভাল লাগিলে আপোনাক আজি ইমান বছৰৰ পিছত দেখি আৰু বহুত দুখ ও লাগিলে আপোনাৰ কথাবোৰ গম পাই.. ভগবানে আপোনাক ভালে ৰাখক সুখত ৰাখক..🙏

  • @tilukakati1541
    @tilukakati1541 5 місяців тому

    বহুত ভাল পাও মৃদুলা বাইদেউৰ অভিনয চাই কুশশে থাকক তাকেই কামনা কৰিলৌ

  • @animagogoi3631
    @animagogoi3631 6 місяців тому +2

    মৃদুলা বাইদেউ লৈ বহুত বহুত মৰম যাচিলোঁ তেখেতৰ চিনেমা চাই আগতে বহুত ভাল পাওঁ বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো

  • @bankimsarma6359
    @bankimsarma6359 Рік тому +1

    Mridula Barua was one ammong our beloved actress of our time .she is calm and her beauty lies in it. Her romantic heart unexpressively expressive.Be kind to her

  • @anabilborthakur9533
    @anabilborthakur9533 3 місяці тому

    ম্‌দুলা বাইদেউক খুউৱ ভাল পাওঁ৷দেখিভাল লাগিল৷বাইদেউৰ সু স্বাস্হ্যৰ কামনা কৰিলো৷

  • @KunjaMahanta-sw5dq
    @KunjaMahanta-sw5dq 2 місяці тому

    My favorite Mridula Baideu Always❤❤❤

  • @nijorapatangia7797
    @nijorapatangia7797 Рік тому +9

    মৃদুলা বাইদেউৰ প্ৰায় সকলো চিনেমাই চাইছোঁ । বহুত ভাল পাওঁ বাইদেউক । বিশেষকৈ বাইদেউৰ বাবেই "ৰাঘৱ" চাবলৈ যাম । অবশ্যে সকলো অসমীয়া চিনেমায়ে চাওঁ ।

  • @LilaPhukan-v8c
    @LilaPhukan-v8c Рік тому +13

    মোৰ প্ৰিয় অভিনেত্ৰী ধন্যবাদ চেমিম ❤

  • @BORNILDUNIYA
    @BORNILDUNIYA Рік тому +15

    The most favourite actress of the era... I just copied ma'am s voice once upon a time when I was a teen and I succeded... Thanks Shemim!

  • @MN..569
    @MN..569 Рік тому +2

    বহুত শ্ৰদ্ধা আৰু মৰম বাইদেউলৈ....

  • @shuklakalita7966
    @shuklakalita7966 Рік тому +1

    Fantastic actress and natural acting.

  • @NilimaGoswami-q8q
    @NilimaGoswami-q8q Місяць тому

    এটা সময়ৰ ধুনীয়া মৃদুলা জনী। আমি একেলগে পঢ়িছিলো Hsndick girl's College t .

  • @kabitadevi4748
    @kabitadevi4748 Рік тому

    মৃদুলা বাইদেউক বহুত ভাল লাগে । তেওঁৰ চিনেমা বহুত চাইচো । বহুত ভাল লাগিল ।

  • @riturajkalita2767
    @riturajkalita2767 Рік тому

    প্ৰিয় অভিনেত্ৰী । খুব ভাল লাগে বাইদেউক।

  • @assamesepoemankitaneog5712
    @assamesepoemankitaneog5712 Рік тому +2

    প্ৰিয় অভিনেত্ৰী ❤❤ মৃদুলা বৰুৱা বাইদেউৰ অভিনয় চাই বহুত বহুত ভাল লাগে ❤❤

  • @binitadas7039
    @binitadas7039 Рік тому

    Bahut besi Val lagil Mridula baideur interview sai...

  • @kalamandirdigitalarchieveu6059

    Beautiful conversation with a popular actress in assamese film ❤

  • @khodezanazneen1768
    @khodezanazneen1768 Рік тому

    Bahut bhal lagil. May God bless you, Mridula baidew.

  • @mafidaahmed240
    @mafidaahmed240 Рік тому +22

    মোৰ অতি কৈ প্রিয় অভিনেত্রী ❤

  • @b.mgogoi1606
    @b.mgogoi1606 Рік тому +1

    বাইদেউ আপোনাক বহুত ভাল পাওঁ ❤❤

  • @DigantaNath-k4i
    @DigantaNath-k4i Рік тому +2

    When I was 10 or 12years old I saw her movies like koka Deota Nati aru hati,buari etc nd etc by hiring bus organised by one of my uncle of our village.she was nd is being Merrylin Monru of Assamese flim Industry.I wish her to be long live.

  • @sunishakalita53
    @sunishakalita53 Рік тому

    Sorurepora Mridula Baruak bahut val paisilu. Aji interview tu pai val lagil. Karan tetia teulokr bisoye janiboloi eku madhyam nasil. Etia je enekoi dekhilu khub val lagil.

  • @nripenboruah32
    @nripenboruah32 Рік тому +7

    মৃদুলা বাইদেউৰ অভিনয়ে মোক বহু নষ্টালজিক কৰে। বাইদেউৰ ৰ্দীঘায়ু কামনাৰে।

  • @sumitradeb8538
    @sumitradeb8538 4 місяці тому

    বা বহুত ভাল পাওঁ আপোনাক আমাৰ মাজত সদায় এনেকৈ থাকক ❤❤

  • @mridulabezbaruah5862
    @mridulabezbaruah5862 Рік тому +8

    চেমিম তোমাৰ প্ৰতিটো সাক্ষাৎকাৰৰ অনুস্থানেই চায় বৰ ভাল লাগে। আশাকৰোঁ এনেকৈয়ে আৰু সুন্দৰ সুন্দৰ সাক্ষাৎকাৰ আমাক উপহাৰ দি যাবা। আগুৱাই যোৱা শুভকামনা থাকিল ❤।

  • @bijayagoswami4399
    @bijayagoswami4399 Рік тому +4

    My most favourite actress 🙏🏽❤

  • @HemaGogoi-o9f
    @HemaGogoi-o9f 4 місяці тому

    মিদুলা বাইদেউ সুওবভাল লাগে আপুনী থকা চিনেমা হলেই ভাল লাগিব বুলি গম পাও সেই কাৰণে আপুনী থকা চিনেমা চাবলৈ মন যায় ❤❤❤❤❤

  • @kusumgogoi6667
    @kusumgogoi6667 5 місяців тому

    মৃদুলা বাইদেউলৈ প্ৰণাম জনালো ৷ভালে থাকক সদায় ৷

  • @AbdulHakim-d7t
    @AbdulHakim-d7t 11 місяців тому

    অসমীয়া চিনেমা জগতৰ প্ৰিয়তম অভিনেত্ৰী ।মানসিক আৰু শাৰীৰিক সুসাস্থ কামনা কৰিলোঁ ।

  • @majoniakhtara1195
    @majoniakhtara1195 Рік тому

    দুয়োজনীকে বহুত ভাল লাগিছে, মই বহুত ভাল পাওঁ মৃদুলা বাইদেউক, বহুত দিনৰ পিছত দেখা পায় বহুত ভাল লাগিল,

  • @mitaleechangkakoty-wx4su
    @mitaleechangkakoty-wx4su Рік тому +1

    Apni bohut dhunia dhunia biyoktir interview loise de...val lge sai..teulukor bikhoye janibo mon jai

  • @jyotimohan2869
    @jyotimohan2869 Рік тому +2

    বাইদেউ বৰ সন্মানীয় ব্যক্তি,তেওঁ সদায়েই নমস্য। কিন্তু ৰাঘবৰ লগত জড়িত হোৱাৰ কাৰণে ৰাইজ অসন্তুষ্ট হৈছে।

  • @gamery2519
    @gamery2519 5 місяців тому

    আপুনি খুউব ভালে থাকক ভগবানৰ ওচৰত এই কামনা কৰিলো ❤

  • @miminathnaskar
    @miminathnaskar Рік тому +5

    Today u look beautiful Samim...❤😊#kolkata