Sanidhya Bhuyan x Tavreed - Mridu Moloya (Feat. Prantik Das)
Вставка
- Опубліковано 17 жов 2024
- My latest musical creation. A fusion of soulful lyrics and mesmerizing melodies, weaving tales of love, loss, and redemption.
Composed and Performed by Sanidhya Bhuyan and Prantik Das
Prod. By : Tavreed
Mix and Master : Tavreed
Lyrics : Rajib Bhuyan
Flute: Sudarshan Choudhury
Guitar: Ben Rabha
Visual By : K69
Recorded at MB Studio.
Connect With Us:
Sanidhya Bhuyan - www.instagram....
Tavreed- www.instagram....
Rajib Bhuyan;- www.facebook.c...
Prantik Das - www.instagram....
তুমি নোকোৱা কথা মোৰ হিয়াই বুজি পোৱা,
তুমি নোগোৱা গীত মই লিখা আধৰুৱা ।
দুয়োৰে হিয়াৰ দুটি মন মৰম আকলুৱা,
বুজা নুবুজাৰ মাজতে আমাৰে ভালপোৱা।
পলাশী ফাগুনে ৰিঙিয়াই অ
বহাগৰে বাতৰি বিলাই
দুটি মন পক্ষী উৰি যায় অ
যুৰীয়া সপোনকে ধিয়াই।
প্ৰণয়ৰে মৃদু মলয়াই অ
দুখনি হিয়া চুমি যায়।
লাজৰে ওৰণি আতৰাই অ
থাকা মোৰ বুকুতে সোমাই।
লাজুকী চকুৰে ভাষা মনে বুজি পায়,
সেউজী সপোনে জানা হিয়া নচুৱাই।
লাজুকী চকুৰে ভাষা মনে বুজি পায়,
সেউজী সপোনে জানা হিয়া নচুৱাই।
পলাশী ফাগুনে ৰিঙিয়াই অ
বহাগৰে বাতৰি বিলাই
দুটি মন পক্ষী উৰি যায় অ
যুৰীয়া সপোনকে ধিয়াই।
প্ৰণয়ৰে মৃদু মলয়াই অ
দুখনি হিয়া চুমি যায়।
লাজৰে ওৰণি আতৰাই অ
থাকা মোৰ বুকুতে সোমাই।
আপোনালোকলৈ আগবঢ়াই দিলো আমাৰ এটি আশাৰ গীত "মৃদু মলয়া"। আমাৰ সমূহ শ্ৰোতা দৰ্শকে গীতটি আকোৱালি লব বুলি আশা কৰিলো।
Bro Tumi eman cute
@@akgaming1-m8k😑
Sannidhya da ebglisht subtitle dibo lagisil 😢
Uff ki kom Mur kobole bhaxa nai . Bohut apekhar pasot je xuniboloi palu . So beautiful song 🎧❤
😮😮❤❤❤
" প্ৰণয়ৰে মৃদু মলয়াই
দুখনি হিয়া চুমি যায়,
লাজৰে উৰণি আঁতৰাই
থাকা মোৰ বুকুত সোমাই "🌈🌬️
Pani kii dhalili oiiiiiii 👀
সান্নিধ্য দা মানেই নতুন কিছু ❤❤❤
বলার ভাষা নাই
বাংলাদেশ থেকে ভালোবাসা রইল 🇧🇩🇧🇩🇧🇩🇧🇩🇧🇩🇧🇩
val axomiya kixok
"প্ৰণয়ৰে মৃদু মলয়া অ
দুখনি হিয়া চুমি যায়
লাজৰে ওৰণি আঁতৰাই অ
থাকা মোৰ বুকুতে সোমাই" এই ক'লিতো ভালপোৱা সকলে like এটা কৰি যোৱা 🙏👍😍
এইটো মোৰ বাবে কেৱল এটা গীতেই নহয়। সান্নিধ্য দাদা আৰু মোৰ বহুদিনীয়া পৰিকল্পনাৰ ফলস্বৰূপে আজি গীতটিয়ে বাস্তৱ ৰূপ প্ৰতিফলিত কৰি আপোনালোকৰ মাজলৈ মুক্তি পালে। গীতটিত কণ্ঠদান কৰিবলৈ পায় মই সঁচাই যথেষ্ট সুখী।আশা কৰো আপোনালোকেও ভাল পাব।
Loved your part too ❤️
Love you bro ❤
Jui jui💥💥
Lots of love bro
ধুনীয়া হৈছে দেই 😍
Sanidhya Bhuyan Never Disappoint Us 🫶🏻❤️
ব'হাগৰ আগমনিত, সান্নিধ্যৰ সুৰৰ মূৰ্ছনা ✨
G.0.A.T of ASSAM
Sanidhya daa unique for his falseto voice 🔥🔥 dada aruu lagee❤❤
Flute is amazing....khub dhunia hoise
Ki modhur geet! Really a very beautiful composition, Sannidhya da! Best wishes to Prantik, xosai maat tu bor kumol. Keep spreading love and music🌷
Waiting for your luvv❤
সঁচাই হৃদয় চুই যোৱা এটি মনপৰশা গীত ❤ মৃদু মলয়া
লাজৰে ওৰণি আঁতৰাই অ
থাকা মোৰ বুকুতে সোমাই 😌❤️
Ufff sannidhya daa.....akdom hiya karhi nisaa ❤❤❤❤❤
আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ককাই❤অসমবাসীৰ লৈ মৰম যাচিলো🙏🙏😘😘😘
Lets go⚡️✨
❤
Big fan tavreed ❤
Troll face
Buhut opekkhar pisot finally git tu apunar khuni lu diya ❤❤❤❤
We can relate sannidhya and tonmoy krypon with us.. Because he is like a student.. Whose passion was singing and his dreams comes true.. No other artsist in assam cannot be compared with sannidhya❤love u bro
Radhe Radhe ❤
সান্নিধ্য ভূঞা আৰু বন্ধু প্ৰান্তিক দাসৰ যুগলবন্দী'ত প্ৰথমটো গীত, সকলোৱে মৰম দিয়ে যেন 🙏🙏😍😍😍
Ohh hoo kiman roi thakim ❤️❤️❤️ xunkale dibo dei ❤❤❤
Xosakoi gan tu xuni mon tu kiba eta val lagi gol😊🎉❤❤❤❤❤
Sanidhyabhuyan da love from sorbhog ❤❤❤
যিমান আশা আছিল তাতকৈও ১০০ গুণ ভাল লাগিল ।
Wahh. Our old sannidhya bhuyan is back... Love this song
Bohut vl lagil huni 4+ bar hunisu❤❤
তুমি নোকোৱা কথা মোৰ হিয়াই বুজি পোৱা,
তুমি নোগোবা গীত মই লিখা আধৰুৱা ।
দুয়োৰে হিয়াৰ দুটি মন মৰম আকলুৱা,
বুজা নুবুজাৰ মাজতে আমাৰে ভালপোৱা❤
Dhuniya hoisai dada ❤
the lyrics, the vocals, the music nd THE FLUTE
Just perfection yrr! 🌊🌒✨
FLUTE MUSIC IS OUTSTANDING
( মৃদু মলয়া ❤️) ...
পলাশী ফাগুনে ৰীঙিয়াই
বহাগৰে বাতৰি বিলাই।।
Agotiya koii rongalii bihur hubhessa thakil sannidhya daa ❤❤
Flute❤❤🔥
প্ৰণয়ৰে মৃদু মলয়াই ...❤
Mojaa bro bahut vla lgesa love from meghalaya❤️
মৃদু মলয়া 🎶🎶😍😍
Sudarshan Choudhary tamamm 🔥
Waiting for this masterpiece to come on Spotify ❤
ব'হাগ বিহুৰ কিছু দিন আগতে আহি গ'ল সান্নিধ্য দাৰ এটি সুন্দৰ গীত উপহাৰস্বৰূপে ❤️✨💙
Wow..... After a long Time... ❤ Sanidhya Daa... 💙
Keteki and Mridu Malaya 😌❤️🔥
ৱাহ প্ৰান্তিক হৃদয় চুই যোৱা গীত 🥺
এনেদৰে ভাল ভাল গীত আগবঢ়ায় যোৱা.. অলেখ শুভ কামনা 🌸
Never disappointed love from Nepal 🇳🇵🇳🇵🇳🇵
❤❤❤❤ Assam kaziranga ❤❤❤❤
Always waiting for তোমাৰ songs 💙
My all time favourite sanidha daa , wait kari asilu hridoy sui jua gan etar 😌 ❤
We are waiting for "AAJI XONDHIYA" 💌
Uff Sannidhya Da Dhuniya Hoise
Sannidhya da r gite mon sui jai ... Jikunu homoiyot harothi hoi thake teur gan bure ❤🥺
Prantik, Sannidhya, and Tavreed poured their hearts into this song and I hope you all love it.❤
Bhuyan da back🎉❤
From Tinsukia......notun kontho tuo bhal lagise.... Sannidhya is my all time favourite ...waiting for a solo with good poetic lyrics....❤
ধুনীয়া হৈছে বন্ধু প্ৰান্তিক❤
Hundor hoiseee Abhinandan jonaluuu❤
Mind refresh koribole aru ata gan palu❤❤❤❤
বহুত বহুত ভাল লাগিল ❤
Sannidhya bhuyan r songs bur emotion...❤️✨
সান্নিধ্য দাৰ গানৰ আপেক্ষাৰ অন্ত পৰিল . ❤❤❤❤❤❤❤
❤ love From Rangia😊
Hundor prantik da❤ aru sannidhya da❤
Just a Masterpiece❤
❤ loved it
Dada apunar gaan bur huni huni pgl hoisu ru......tuk abr real t sabo bisaru....❤❤uffff ki voice 🗣️
তুমাৰ Tavreed ৰ লগত কৰা গান বোৰৰ এটা সুকীয়া সোৱাদ আছে সানিধ্য দা ,সেয়া লাগে কেতেকীয়েই হওঁক বা মৃদু মলয়া।😌😌❣️❣️🎧🎧
Khub dhuniya hoise Prantik.. Val val kam bur kori jua.. Best wishes thkil ❤❤🎉
Sanidhya da always 💫
Waiting for this song ❤❤
😍😍😍 সুন্দৰ হৈছে ।।
Love from Nepal🇳🇵🇳🇵
I don't understand your language but when I listen this type(I think this are assamese songs) songs I fall in another world❤❤so melodious.
বহুত দিনৰ মূৰত পুনৰ তোমাৰ গান শুনি সুখী হ’লোঁ সান্নিধ্য । গীত গাই থাকিবা আৰু আমাক উপহাৰ দি থাকিবা এনেকৈ❤❤
Insaaaaaneee sannidhya daa🙏🙏🙏🙏🙏🙏🙏🙏👑👑👑👑👑👑👑👑👑👑👑👑👑👑👑👑
Waiting ❤❤
When Sannidhya Da Says,"
পলাশী ফাগুনে ৰিঙিয়াই অ'
বহাগৰে বাতৰি বিলাই।❤
Wow just imagine ❤🎉
Gaan xuni mon pran zur pori gol..🥰👏💕💕
Bohut dhuniya ❤
Bht bht vl lage gaan to ❤❤❤
Sannidhya da moja lagese dei❤
আপোনাৰ দেউতা লিখা গানৰ lyrics মোৰ বেছি ভাল লাগে
পুৰণি আৰু নতুনত্ব সমাহাৰ ঘটে
Deutake likhai
Ufff সঁচাকৈ হিয়া চুমি গ'ল 💕💕💕
Hai re.....kitne dino ke baad......btw love this song so much ❤❤
সান্নিধ্য, তোমাৰ গীতটি বৰ ভাল লাগিল। তোমাৰ প্ৰতিটো গীতেই মোৰ প্ৰিয় ❤❤❤ জীৱনত আগবাঢ়ি যোৱা, সংগীতেৰে জগতত খ্যাতি ৰাখি যোৱা
Finally medu moloya ahi gol🎉❤
Sudarshan chaudhury bah ki flute re pagla hoi goisu music,mix mastering mojah
Finally released ❤🎉
So nice Saanidhyai dai ❤❤
সুন্দৰ নৃত্য শৈলী__ প্ৰাকৃতিক পৰিৱেশৰ লগত গীত আৰু নৃত্যটি সংপৃক্ত হৈছে ৷
Lyrics just Awesome 💚
Nice song.sannidhya bhuyan ❤❤❤ min muhi gol 😊😊😊
প্লে লিষ্টত প্ৰিয় গীতৰ তালিকাত আৰু এটি গীত সন্নিবিষ্ট কৰা হৈছে মোৰ। ( মৃদু মলয়া ) হৃদয় চুই যোৱা গীত ❤ । আপোনাৰ গীতলৈ ৰৈ থকা হয় । কিন্ত অপেক্ষাৰ ফল বাৰু আপোনি মিঠা কৈ দিয়ে 😍
Glad to see this type of music after a long time..❤ Loved it.....
👌🏻😍😍👌🏻VAL LAGIL BOHUT ...... TUMR GANBUR HODAI A PRIYO
mojaa lagil song to khuni❤❤❤❤❤❤❤
Super 👑🚩 Har har mahadev mojja ⚡🤗🤍🤍❤❤❤❤❤❤🎉
What 🤯 a song.......... love you dada ❣️........
Love you Sannidhya DaDa❤❤❤❤❤❤
Love from Guwahati narangi ❤
Excited 😊❤
Superb hit 🎉❤ dada
Very nice 🎉❤❤....love from jorhat..🤗🤗🥰♥️
So soothing ❤
Atiya he val ❤lagibo❤
❤ beautiful song ❤️ Assamese Music industry is in good hands.❤
Next level ❤❤❤❤
Dhuniya hoise🥰🥰